Dhol Tutorial for Beginners | ন-শিকাৰুৱে ঢোল কেনেকৈ বজাব | পাঠ-১ |
ฝัง
- เผยแพร่เมื่อ 9 ก.พ. 2025
- Dhol Tutorial for Beginners | ন-শিকাৰুৱে ঢোল কেনেকৈ বজাব | পাঠ-১ |
ঢোলবাদনৰ ওপৰত আমি দিয়া ভিডিঅ'বোৰ :- • ঢোল
আমাৰ সৈতে যোগাযোগ কৰিবলৈ contactteamlohor@gmail.com ত ইমেইল কৰিব পাৰিব ।
❤❤❤ bohut bohut dhonyo badd jasilu
Bihu loi huveisa thakil❤
বহুমূলীয়া ভিডিঅ'। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আন্তৰিক ধন্যবাদ জনাইছো 🙏🏻
Bohut bohut dhoinnobad mur bohut hapah ase hikibole 🥺 muk ajon vlll aunr nisina hikuya lge 🎉
Khub sundor
সুন্দৰ শিকনি ,ধন্যবাদ ৷
Bohut vl kam korise apunr hikha online maidhiomt anise
Bht vl lgil vdo2 sai....agoloi aru d thakibo buli axa thakil
ধন্যবাদ 🙏🏻
Dhuniya apunar. Ghrt khikowa hoten golu hoi khikabone aru apunar ghrt nuu
Moro dhol bojabo bohut issa ase.... Bohut vl lage ane dhol bojuwa dekhile..... Apunar ai video xomuh pai vl lagil..... Eyar pora alop holeo xikibo pam...... Thankyou
Hoi horute khub mon asil...
ইচ্ছা কৰিলে নিশ্চয় পাৰিব
Nice teaching 🙏👌
🙏🙏 অতি সুন্দৰ পদক্ষেপ 🙏🙏
🙏🏻🙏🏻
Bhal koi agaloi di jab xun...vhal lagisa.
ধন্যবাদ 🙏🏻 চেষ্টা কৰিম
অসংখ্য ধন্যবাদ।
বহুত বহুত ধন্যবাদ 🙏🙏🙏
Bohia lahar .bhal padakhap .
ধন্যবাদ
বহুত বহুত ধন্যবাদ
Dada xundar ❤
ভাল লাগিছে❤❤❤😮
বহুত বহুত ধন্যবাদ আপোনালৈ ❤
Excellent...thank you so much sir❤
🙏🏻
❤❤ Bohut bohut Dhonyobad Dada
Bohut bohut ধন্যবাদ ❤️
অশেষ ধন্যবাদ ❤
🙏🏻🙏🏻
সুন্দৰ
Bohut hundor
Hundar
ভাল লাগিল
Xundor🙏🙏
আপোনাৰ এইটো বহুমূলীয়া চেনেল৷ ধন্যবাদ
ধন্যবাদ 🙏🏻
ধুনীয়া❤
Nice video sir
এই বাদ্যযন্ত্ৰ বজোৱা শুনোৱা বাবে আপোনাক বহুত ধন্যবাদ
আৰু lesson লাগে।🙏❤️
ভিদিঅ তি চাই ভাল লাগিল ছাৰ
ধন্যবাদ
বহুত ধন্যাবাদ sir video তিৰ বাবে ।
Sir আপোনাক এটি বিশেষ অনুৰোধ এতি video খোল কেনে দৰে বজাই তাৰ উপৰটো বনাব ।😊
ধন্যবাদ 🙏🏻 খোল বাদ্যৰ ভিডিঅ' ইতিমধ্যে দিয়া হৈছে
Bohut bohut dhonyobad 🙏
Xundor
ধন্য ৱাত
Tq aru video dib buli akha thakil,mur loratuk aibar hikable bisari asu
Nissoi
👍
Wow sir selut
🙏🏻🙏🏻
👌👌👌
👍👏👏
❤mojha
Thank you 🙏
❤❤❤❤❤❤❤
🙏
Excellent
very very thanks
ককাইদেউ বৰ সুন্দৰ ভিডিঅ এটা দিছে মোৰ কৰাটোৱে ঢোল শিকিব পাৰিব
নিশ্চয় পাৰিব। আমাৰ আগৰ ভিডিঅ'সমূহ চাবচোন।
Thank you sir
Thank you 🎉🎉🎉
❤❤❤❤😊
❤❤
ধন্যবাদ চাৰ 😊❤
আপোনাৰ ঢোল বাদন পাঠৰ যোগেদি উপকৃত হব।
Jay shree Ram ❤❤❤❤
Sir dau aru des buloli duti pray ake jn lagil .... Ei duti buloni r sapor majot bojau te pathokya kene dre dhorib parim
দাও বজাওঁতে তালি ফালে আঙুলি কেইটা সামান্য মেলি আঘাত কৰিব আৰু দেচ বজাওঁতে চেপা মাৰি বজাব।
🙏🙏🙏🙏
Thanks Sir
ঢোল হিকাৰ আগ্ৰহ সৰুৰে পৰা আছিল কিন্তু শিকিবলৈ চেষ্টা নকৰিলোঁ আজি আপোনাৰ video টো চাই সঁচাই ভাল লাগিল । video টো চাই অলপ হিকা যেন অনুভৱ হল ❤কিন্তু মোৰ ওচৰত ঢোল নাই
বজাব নাজানিলেও আপোনাৰ ঢোল বাদ্যৰ প্ৰতি থকা আগ্ৰহক শ্ৰদ্ধা জনাইছো 🙏🏻
🙏🙏🙏
বেঙ্গল থাকি মুই ভাল নাগিল
Muru dhul hikibo bht mn asile kn2 amr eyt dhul hikua biyokti naplu 😢 sivasagar townt kunuba ase jdi jonabo sun 🙏 ..... Val lgile apunr vesio tu sai dada 👍
Pranam
🙏🏻
Thq
❤❤❤❤😮😮😮😮😊😊😊😊
Pasor dhekhabo❤❤❤❤❤
নিশ্চয়
❤
Very very thank you borta
Happy rongali bihu sir
ধন্যবাদ।
Sabbas dhan
🙏🙏🙏🙏🙏🙏🙏🙏🙏
😍😍😍😍😋🤗
tq sir love from jorhat moi kormahala jam aibar
সেৱা জনালো কৃষ্ণ কৃষ্ণ বাপ জন
কৃষ্ণ বাপ 🙏🏻
Tp sar
Tp so much sir
বহুত ভাল লাগিল।মোৰ বহুত আশা আছে আপোনাৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ পালে নিশ্চয় পাৰিম। যোগাযোগ ৰ নম্বৰ দিব বুলি আশা ৰাখিলোঁ।
দাদা মোক ঢোল এটা লাগিছিল
পাব, কিন্তু আগতিয়াকৈ জনালে ভাল, নাম-ঠিকনা দিব মই যোগাৰ কৰি দিবলৈ চেষ্টা কৰিম।
Dada vll koi mon dii xikile kimn din t xikibo pari dada
একাগ্ৰতাৰে অভ্যাস কৰিলে যিকোনো বাদ্য কম সময়তে আয়ত্ত কৰিব পাৰি।
বিহু বজোৱা ঢ়োল আৰু পূজাৰ বজোৱা ঢ়োল নাম কব❤
বিহুত পাতিঢোল আৰু পূজাত জয়ঢোল অথবা ঢাক বজোৱা হয়।
Moi apunar ghrt goi hikim hikab naki muk
নিশ্চয় শিকাম
Mur dhul hikar bohut isa ase kintu atea horu lora sualer agt lajhe lage njanu karne tukeabole
শিকিব খোজাটো লাজৰ কথা নহয়, চেষ্টা কৰক আমাৰ শুভেচ্ছা থাকিল ♥️
Mor bhut MN ase apunar pra khikib parim ne sai sai?
Apnar ghor kot dada
গোলাঘাট টাউনত।
Sir moi hikibo bisaru
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ
ধন্যবাদ 🙏🏻
Alop speed t kobo
খুৰা মোৰ শিকিবলৈ বহুত মন আছে কিন্তু আমাৰ যাত শিকোৱা মানুহ নাই আপোনাৰ ঘৰ কত নো
মোৰ নাম jintu borah হই
আমাৰ ঘৰ গোলাঘাটত, তোমাৰ ঘৰ ক'ত জনাবচোন।
My age is 32 years, can I learn to play Drum ???
Yes, why not
Right handed manuh e kuba tu kun hatot lbo
ঢোলৰ মাৰি সোঁ হাতে আৰু তালি বাওঁ হাতে ল'ব পাৰে।
apunar ghor kot hoi
গোলাঘাটত
Apunar number tu dibo sun.
apunar phone namber pam neki plz ..from assam rocktim gogoi
ঢোল শিকাৰ সময়সীমা আছেনি?২৫ বছৰ বয়সত ঢোল শিকিব পৰা যাবেন বাৰু
নিশ্চয় পাৰিব।
Mur bout esha ase sir please phone no tu diyok
Namba2 pam neki
40 বছৰ হ'ল। বুঢ়া শালিকাই মাত লব নে?
মোৰ ৫০ 😊 এতিয়াও নতুন কিবা শিকাৰ প্ৰতি আগ্ৰহী, মনটোহে আছল কথা। অভ্যাস কৰক নিশ্চয় পাৰিব আমাৰ শুভেচ্ছা থাকিল ♥️
So bad instruments. Piano is hundred times better than this
Oh, so you think our Assamese instruments are 'bad' compared to the piano? Well, let me enlighten you. While your fancy piano might sound nice in a concert hall, our instruments carry centuries of culture, history, and soul. They're not just 'good' or 'bad,' they're a part of who we are. So, next time you want to diss our heritage, maybe try listening with more than just your ears.
Kun oo toi bonor pokhi kla .... Kotha kobo ahiso
Contact no pl I want to learn