ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

Anil Tanti||Bhagwot||jorhat||সুন্দৰ ভাগৱত ব্যাখ্যা অনুষ্ঠান||

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.ย. 2023
  • #bhagwatgeeta #Anil_tanti #pranjitgogoi
    ‪@jyotimoy6018‬ ‪@sashiborah3303‬ ‪@arupsaikia5342‬ ‪@bhaktirsagor‬ ‪@অনুপমবিতোপন‬ ‪@bhagavadgita7406‬
    Copyright Notice :- Please do not copy this video or you will be given a copyright strike
    অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব।।লিংক share কৰিব পাৰিব।।

ความคิดเห็น • 40

  • @anupomgogoi5374
    @anupomgogoi5374 หลายเดือนก่อน +3

    Krishna krishna bap .

  • @DigantaGogoi-dx2pt
    @DigantaGogoi-dx2pt หลายเดือนก่อน +1

    কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ , জয়

  • @Narendrasaikia556
    @Narendrasaikia556 3 หลายเดือนก่อน +2

    Ramkrisnaramkrisna❤❤❤❤❤

  • @ujjalbora9810
    @ujjalbora9810 10 วันที่ผ่านมา +1

    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ শ্ৰীশ্ৰী মাধৱদেৱ কৃষ্ণ বাপ আপুনাৰ শ্ৰীচৰণ সেৱা জনাইছোঁ কৃষ্ণ 🙏

    • @ikklive5333
      @ikklive5333  10 วันที่ผ่านมา

      কৃষ্ণ❤️

  • @KalpanaBorah-co7co
    @KalpanaBorah-co7co 2 หลายเดือนก่อน +1

    🙏🙏🙏

  • @gautamdas5705
    @gautamdas5705 11 หลายเดือนก่อน +3

    Krishna Krishna Krishna Krishna bap 🙏🙏🙏🙏 Krishna Krishna Krishna Krishna

  • @Narendrasaikia556
    @Narendrasaikia556 3 หลายเดือนก่อน +1

    Ramkrisnaramkrisnaramkrisnaramkrisnaramkrisnara❤❤❤❤❤

  • @prasantapathak8503
    @prasantapathak8503 11 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সমষ্ট।

  • @user-bo4pn7cu9w
    @user-bo4pn7cu9w 11 หลายเดือนก่อน +3

    Krishna দ্বিতীয় বৈকুণ্ঠপুৰী সুন্দৰ ব্যাখ্যা শুনি হিয়া ভৰি যায়।

  • @manjuborah6639
    @manjuborah6639 11 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ বাপ ।জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ

  • @Ridipaxom
    @Ridipaxom 10 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ বাপ

  • @jagotdutta6954
    @jagotdutta6954 11 หลายเดือนก่อน +3

    Kri shna bap

  • @sabitakalita7065
    @sabitakalita7065 8 หลายเดือนก่อน +2

    অমৃত পান কৰালে বাখ্যা কৰা বাপজনাই।কৃষ্ণ সেৱা জনালো।🙏🏻

  • @anjumalasaikia2608
    @anjumalasaikia2608 4 หลายเดือนก่อน +2

    Krishna Krishna

  • @minatimech4993
    @minatimech4993 11 หลายเดือนก่อน +2

    তাতী.বাপ কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @ShukleshorSaikhaia
    @ShukleshorSaikhaia 10 หลายเดือนก่อน +2

    Oi jagt guru shreemanta sangkardev❤❤❤

  • @akhilgogoi1869
    @akhilgogoi1869 9 หลายเดือนก่อน +1

    Krishna Krishna Krishna

  • @poragboruah4156
    @poragboruah4156 11 หลายเดือนก่อน +6

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @asomiaasom6008
    @asomiaasom6008 11 หลายเดือนก่อน +3

    বজাৰত সাপ নচুওৱা যাদু দেখুওৱা যাদুকৰে যেনেকৈ জোৰকৈ বাৰে বাৰে হাততালি মাৰিবলৈ কোৱাৰ দৰে লাগিল তাতী ডাঙৰীয়াৰ জোৰকৈ দাকি বোলা জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ ।
    জানিবৰ পৰা দেখিছো জানিছো শুনিছো শংকৰ গুৰুৰ শিষ্য সকলে গীতা ,ভাগৱত ,কীৰ্তন ,দশম ,গুনমালা নামঘোষা পঢ়ি শুনি শ্ৰৱণ কীৰ্তন কৰি আছে আৰু আন গুৰু হৰিদেৱ,গুৰু দেৱ দামোদৰদেৱ ,গুৰু চৈতন্যদেৱৰ শিষ্য সকলেও গীতা ,ভাগৱত, পুৰাণ,ঘোষাৰত্ন ,ভাগৱত অধিকৰম ,ভক্তিবিবেক ,শৰণ মালিকা , বিষ্ণুপুৰী সন্যাসীৰ ভক্তিৰত্নাৱলী আদি গ্ৰন্থ পঢ়ি কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন ভক্তি কৰা সকলোৰ ভিতৰত শংকৰ গুৰুৰ শিষ্য সকল শংকৰ সংঘৰ সংগী সকল মুক্তি পাই বৈকুণ্ঠত যাব আৰু বাকী আন গুৰু সবৰ শিষ্য সকলে মুক্তি পাই বৈকুণ্ঠত যাব নে নাযায় তাতী ডাঙৰীয়া ?মতামত জনালে উপকৃত হম ।নাৰদক নিন্দা কৰিলে নৰকত পৰে শিৱ ত্ৰিপুৰাৰি মহেশ্বৰ মহাদেৱক নিন্দা হেয়জ্ঞান কৰিলে পুণ্য হয় তাতী বাপৰ শংকৰ সংঘ শক্তিশালী হয় সেয়ে তাতী বাপে ভাগৱত ব্যাখ্যাত শিৱ নিন্দা দেৱ দেৱী নিন্দা বেদবিহিত বেদ ভক্তি ধৰ্ম কৰ্মক নিন্দা কৰে ,আজি কৰা নাই যদিও আগৰ ভিডিও বোৰত প্ৰচুৰ পৰিমাণে কৰিছে ।সুন্দৰ আদৰ্শ ।ভাল বিজ্ঞাপন ।কৃষ্ণ শিৱ বিষ্ণু হৰি ।🙏
    ভকতৰ লক্ষণ চৰিত্ৰ কেনে হব লাগে কবচোন তাতী ডাঙৰীয়া ।উপকৃত হম ।কৃষ্ণ ।ঔঁ🙏

    • @AnilTantibhagawat
      @AnilTantibhagawat 10 หลายเดือนก่อน +1

      Oh tumi hibo bhakat tumer tabij gat ase nisay anguthi kaybatau ase tumi ata Kam koriba amar gur Sankar dev murti sarup kritan hastra hoharsha nam bitanty odaytu valkoy phoiba tattia gam paba kak Puja koriba lage Koli jugat

    • @asomiaasom6008
      @asomiaasom6008 10 หลายเดือนก่อน +1

      ​​​@@AnilTantibhagawatমই শিৱ বিষ্ণুক অভিন্নভাবে ভজো ,সকল শাস্ত্ৰইও কৈছে শিৱ বিষ্ণু অভিন্ন ।তুমি সংকীৰ্ণ ঠেক মনৰ একপক্ষীয় এটা অধম ভকত কিয়নো তোমাৰ মন শুদ্ধ নহয় বাবে শিৱ ভক্ত বুলি তাবিজ আঙুঠি পিন্ধা বুলি কৈছা ।যি ব্যক্তিয়ে শিৱ বিষ্ণুক ভিন্ন বুলি ভাবে সি কেতিয়াও বিষ্ণু কৃষ্ণ ভক্ত হব নোৱাৰে সি হয় স্বাৰ্থপৰ সুবিধাবাদী নহয় চয়তান অধম বিধৰ্মী ।শংকৰদেৱ শিৱ শংকৰ মহেশৰ অৱতাৰী মায়াৱী গুৰু ।মায়াৱী গুৰুৱে মায়াময় ৰহস্যময় ধৰ্ম উপদেশকেই দিব আৰু দি গল, কিন্তু শংকৰ গুৰুৱে নিজে শিষ্যক বাৰণ কৰা আচৰণ নিজে সেই আচৰণ কৰিছিল নহলে মুক্তি নাপাব যে ।শংকদেৱে লিখা কীৰ্তনঘোষাই নহয় পদ্মপুৰাণ ,ভট্টদেৱ প্ৰনিত বিষ্ণু সহস্ৰ নাম ও পঢ়িছো ।কিছু বেদ দহখন পুৰাণ ,ভট্টদেৱ ৰচিত সকলো পুথি, গোপালমিশ্ৰৰ ঘোষাৰত্ন ,সকলো দামোদৰীয় সাহিত্য ,সকলো হৰিদেৱী সাহিত্য ,সকলো শংকৰ মাধৱ সাহিত্য অধ্যয়ণ কৰিছো আৰু বুজিছো সেয়ে শিৱ বিষ্ণক অভিন্ন দেখো ,ভাগৱত শাস্ত্ৰখন মায়াময় ৰহস্যময় ভক্তি ধৰ্ম যুক্ত বুলিও জানিছো ।মই আঙুঠি বিয়াৰ দানটোতহে পিন্ধি পাইছো ।তাৰ বাহিৰে আজিলৈ আঙুঠি পিন্ধি পোৱা নাই ।কৃষ্ণ জন্মৰ পৰা মৃত্যুলৈ যি মায়াতে লীলা কৰিলে ।
      অনিল তাতী ডাঙৰীয়া শিৱ ভক্তই তাবিজ আঙুঠি ধাৰণ কৰা বুলি ভবাটো তোমোৰ দুৰ্বলতা সংকীৰ্ণতা মুৰ্খামী অহংকাৰৰ বাদে আন একো নহয় ।শিৱ ভক্ত ৰাম ,বিশ্বামিত্ৰ ,দুৰ্বাশা ,বশিষ্ঠ,অৰ্জুন আদিয়ে কিমানটাকে তাবিজ আঙুঠি পিন্ধিছিল তাৰ হিচাপ দিবাচৈন মোক ?
      ভাগৱত শাস্ত্ৰখন একাংশ লোকক পাপী কৰা ৰহস্যময় মায়াময় মায়াবী ভক্তিধৰ্ম যুক্ত শাস্ত্ৰ ।

  • @pallabikagohain5720
    @pallabikagohain5720 11 หลายเดือนก่อน +2

    Krishna 🙏🙏🙏 Krishna 🙏🙏🙏 Bap Pranam Grohon Karibo 🙏🙏🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 11 หลายเดือนก่อน +2

    Krishna krishna baap shwa gonalu joy guru Shankar

  • @hemalatakoch9204
    @hemalatakoch9204 11 หลายเดือนก่อน +2

    Krishna bap

  • @jeetasaikia7279
    @jeetasaikia7279 11 หลายเดือนก่อน +1

    কৃষ্ণ 🙏

  • @mrinalburagohain2844
    @mrinalburagohain2844 11 หลายเดือนก่อน +2

    কৃষ্ণ বাপ।ভাগৱত পাঠ শুনি বহুত ভাল লাগিল।

  • @potulkalita8443
    @potulkalita8443 10 หลายเดือนก่อน +2

    😂

  • @swapnagogoi8702
    @swapnagogoi8702 7 หลายเดือนก่อน +4

    Krishna Krishna probhu apunar choronot bhakti bhora hewa nibedisu

    • @user-wv8bi1wn9b
      @user-wv8bi1wn9b 2 หลายเดือนก่อน

      Krishna Krishna bap ❤

  • @updeshmala2737
    @updeshmala2737 2 หลายเดือนก่อน +1

    শুকমুনি জন্ম হৈয়ে পিছলৈ ঘূৰি চোৱা নাছিল। ভাগৱত কেনেকৈ ব্যাখ্যা কৰিলে শুকে?

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 11 หลายเดือนก่อน +2

    Krishna 🙏 bap sewa jonalu, joy guru Sankara kripa houk Krishna, 🙏

  • @MallikasaikiaDas-kb3tc
    @MallikasaikiaDas-kb3tc 11 หลายเดือนก่อน +5

    Krishna.samastar.saran.kamalat.amar.vakti.vara.sewa.nibedilu.kripa.kare.jen.