ডিব্ৰুগড়ত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ; বানৰ কবলত ২৫ হাজাৰ লোক, ৭০ % ব্যৱসায়িক প্ৰতিষ্ঠান পানীৰ তলত
ฝัง
- เผยแพร่เมื่อ 7 ก.พ. 2025
- #NewsLive #DibrugarhFloods #Dibrugarh #SyedSadullah #AssamNews
ডিব্ৰুগড়ত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ। কৃত্ৰিম বানৰ কবলত পৰিছে চহৰখনৰ ২৫ হাজাৰ লোক। ডিব্ৰুগড়ৰ ২২ টা ৱাৰ্ডেই পানীৰ তলত। কৃত্ৰিম বানত বুৰিল ৭০ শতাংশ ব্যৱসায়িক প্ৰতিষ্ঠান। ১০ টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে প্ৰশাসনে। বানৰ এই বিভীষিকাৰ মাজতো সংগীতৰ সাধনা বিশিষ্ট শিল্পী চৈয়দ চাদুল্লাৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
Dibrugarh west bansbari goi chaok, pani e pani Ghorot abuku pani
😰😰God bless us 😰😰
Ki hob BJP sarkar 👍
Pagla gayak panit dubi gaan gaai