BORGEET || আশোৱাৰী ৰাগ || ভয়ো ভাই সাৱধান (মাধৱদেৱ বিৰচিত) || পৰিৱেশনত কৃষ্ণ গোস্বামী |

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • এই গীতটি গোৱালপাৰা জিলাৰ শ্যামৰায় সত্ৰত মদন মোহন সত্ৰ সত্ৰীয়া সাংস্কৃতিক মহাবিদ্যালয়ৰ সৌজন্যত ১৪ মে' -১৭ মে'২০২২ তাৰিখলৈ অনুষ্ঠিত বৰগীত কৰ্মশালাৰ লগত সংগতি ৰাখি ন-শিকাৰুসকলৰ সুবিধাৰ্থে বাণীবদ্ধ কৰা হৈছে । ইয়াত প্ৰসংগীয়া শৈলীৰ সকলোখিনি উপাদান দিব পৰা হোৱা নাই ।
    উল্লেখযোগ্য যে - এই গীতটিত ৰাগ সঁচাৰ, ৰাগ ৰেপনি আদিৰ উপৰিও একাধিক তালৰ সৈতে জামান , ঠেলা বাজনা আদি ব্যৱহাৰ কৰিহে প্ৰসংগত পৰিৱেশন কৰা হয় ।
    মহাপুৰুষ মাধৱদেৱ বিৰচিত আশোৱাৰী ৰাগৰ বৰগীতটি কেৱল পৰিতালতহে পৰিৱেশন কৰা হৈছে ।
    পৰিৱেশনত - সত্ৰীয়া শিল্পী কৃষ্ণ গোস্বামী, বৰগীত গৱেষক, শ্ৰীশ্ৰী চামগুৰি সত্ৰ - মাজুলী
    খোলবাদ্যত - জ্যোতিষ্মান মহন্ত , শ্ৰীশ্ৰীখাটপাৰ সত্ৰ - হাঁহচৰা, শিৱসাগৰ
    Please dont forget to "LIKE👍" & "SUBSCRIBE" my Channel to get updated.
    You can also follow me on Facebook :-
    / jyotishman.mahanta
    Instagram - I'm on Instagram as @vaishnav_jyotish. www.instagram....
    Telegram - t.me/Jyotishma...
    Whatsapp me on - 9957703522.

ความคิดเห็น • 7