@@krishnamhd6795adharmi kot Asil kuntu skondhot ase dekhuai dia jodi Mahabharat pohisa......polatok kot Asils Krishna u tu polatok asil .....heitu judho korar kokhol. ....njanile jiti kbo nlge
Om jai kali maa e nomu namah 🙏🙏🙏 Om surjya debotai nomunamah 🙏🙏🙏 Om Shani debotayee nomunamah🙏🙏🙏 Om bazarangbali jai honuman ji nomunamah 🙏🙏🙏 Om namah sivey har har mahadev 🙏🙏🙏 Om jai rahu debotayee nomunamah 🙏🙏🙏 Om jai ketu debotayee nomunamah 🙏🙏🙏 Om jai gurudebotaye nomunamah 🙏🙏🙏 Om jai lakshmi maa e nomu namah 🙏🙏🙏 Om jai durga maa e nomu namah 🙏🙏🙏 Om jai ganpati bapaae nomunamah 🙏🙏🙏 Om jai Chandra debotayee nomunamah 🙏🙏🙏 Om jai Saraswati maa e nomu namah 🙏🙏🙏 Om jai parboti maa e nomu namah 🙏🙏🙏
@@krishnamhd6795hoiniki tat karnor jibontu saok matrir pora bonsito.....pode pode apoman heibur kot gol heibur ki lora dhemali......aru karnor homn vl mitro kunu ni ai prithibit .....morim buli janiu judhot jopiai porisil
I’m a Karno Follower damm he was the most powerful of all the yodhas among them n he got the special power from the surya devta the special surya kabaz n because of that nobody can kill him so sri Krishna betrayed him n took his power by cheating or else nobody would had been able to defeat him he was a real man I really love you a lot n the m a true follower of Karno
সৰুতে ভাবিছিলোঁ অৰ্জুন সকলোতকৈ বীৰ, কিন্তু এতিয়া ডাঙৰ হৈ বুজি উঠিছোঁ যে কৰ্ণৰ সমান কোনো হব নোৱাৰে। ত্যাগৰ আন এটা নাম কৰ্ণ.. দুৰ্ভগীয়াৰ আন এটা নাম কৰ্ণ..❤ মহাভাৰতৰ আটাইতকৈ মোৰ প্ৰিয় চৰিত্ৰ কৰ্ণ 😍😍
Jay shree Krishna Jay shree Ram Jay shree Krishna Krishna Krishna Jay shree Ram Jay shree Ram Jay shree Ram ❤❤❤❤❤🎉🎉🎉🎉🎉 Bar Bhal Laga Vari vari Nice 👍 Mosti Song Hiranya Das
Jay shree Krishna Krishna Krishna Krishna Krishna ❤❤❤❤❤🎉🎉🎉🎉🎉Sundar Hari Bhati Song Bar Bhal Laga Vari vari vari Nice 🙂👍 Good morning 🌅 ok ❤❤❤❤❤🎉🎉🎉🎉🎉🙏🙏🙏🙏🙏☝️💥💯🎉🎉🎉
❤JAI SHRI KRISHNA❤RADHE RADHE❤JAI SHRI VISHNU❤JAI SHRI NARAYAN❤JAI MAA LAKKHI❤JAI SHRI RADHE KRISHNA❤JAI LAKSHMINARAYAN❤JAI JAGANNATH❤JAI BALUBHADRE❤JAI MAA SUBHADRE❤JAI NRIHINGHO MURARI❤JAI SHRI RAM❤JAI HANUMANJI❤JAI MAA DURGA DEVI❤JAI MAA KALI❤JAI MAA KAMAKHYA DEVI❤JAI MAA SARASWATI❤JAI MAA LAKKHI❤JAI MAA HARSHIDDHI❤JAI MAA SAPTASHRUNGI❤JAI MAA MAHAGOURI❤JAI MAA PARVATI DEVI❤JAI BHOLENATH❤HAR HAR MAHADEV❤JAI SHIV SHAMBHOO❤JAI SHIVSHAKTI❤
কৰ্ণৰ জীৱন কাহিনীয়ে সচাই হদয় চুই যায়। কৰ্ণ মহান ❤️❤️❤️❤️❤️❤️
"প্ৰথমে মই ৰাধে কৰ্ণ , মই অধীৰথ নন্দন কৰ্ণ, মই সুত পুত্ৰ কৰ্ণ,তাৰ পিছতহে কুন্তীৰ নন্দন, অঙ্গৰাজ কৰ্ণ, আৰু জেষ্ঠ পাণ্ডৱ"।
হে মহাবীৰ, মহা দানবীৰ কৰ্ণ আপোনাক কৰোঁ শত বাৰ প্ৰণাম 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
❤মহাবীৰ কৰ্ণ,❤ মহাৰথী কৰ্ণ,❤মৃত্যুঞ্জয়ি কৰ্ণ,❤ ধনুৰ্ধৰ কৰ্ণ,❤দানবীৰ কৰ্ণ,❤হুতপুত্ৰ কৰ্ণ,❤ জেষ্ঠ কৰ্ণ,❤ গুৰুভাই কৰ্ণ, কুন্তিনন্দয় কৰ্ণ, অভিশাপিট কৰ্ণ, আশীৰ্বাদী কৰ্ণ,❤❤❤❤❤❤❤
Doyalu korna
❤🎉😢😮😅😅&$&589!
❤😢
Ghrilekmvsjejpgsbkcxkqgkpsdhkv Vzvghjkxayj 💔🖤💜💙💚💛🧡🧡💔🖤💜💙💚💛🧡❤🎠❤🧡💚💙💜💔❣️💕💓💗💖💟🃏
কৰ্ণৰ জীৱন কাহিনীয়ে সঁচাই হৃদয় চুই যায়। কৰ্ণ মহান ❤ মহাবীৰ কৰ্ণ ❤ ❤❤
😢😢😂😂❤❤❤
বালি বীৰ, বলি বীৰ, অৰ্দ্ধ হনুমান নহব নুপুজিব কৰ্ণৰ সমান
জুবিন্ দা আপুনি সঁচাকৈ কলিযুগৰ নাৰদ। আপোনাৰ সৃষ্টিবোৰ সঁচাকৈ আমোদজনক।
MN
নাৰদ নে নাৰায়ন 🙃
Joi zubben da ❤️...
Krishna 🙏🙏
বহুত ভাল পাওঁ শুনি ❤❤❤
ৰাধে কৰ্ণ , অধিৰত পুত্ৰ কৰ্ণ , পৰশুৰাম শিষ্য কৰ্ণ , মহাৰথী কৰ্ণ , সূৰ্য্য পুত্ৰ কৰ্ণ , কুন্তী পুত্ৰ কৰ্ণ , মহাবীৰ কৰ্ণ , হে মহাবীৰ কৰ্ণ তোমাক শতকোতি প্ৰণাম 🙏🙏
😭🙏🙏🙏
লগতে অধৰ্মী, bhagora(পলাটক) কৰ্ণ যাক কৃষ্ণইও ক্ৰুৰ কব বাধ্য হৈছিল
@@krishnamhd6795 right
@@krishnamhd6795adharmi kot Asil kuntu skondhot ase dekhuai dia jodi Mahabharat pohisa......polatok kot Asils Krishna u tu polatok asil .....heitu judho korar kokhol. ....njanile jiti kbo nlge
@@SivaprasadGogoi-b5e.right right
Xundor
অতি সুন্দৰ জয় জুবিন দা
Mur bohut frebrate song
Oti hundor git val lagil
Bhal lagishe
বলি বীৰ, বালি বীৰ অৰ্ধে হনুমান নহব নুপুজিব কৰ্ণৰ সমান 🙏
কৃষ্ণ কৃষ্ণ প্ৰভু🙏🙏
Om jai kali maa e nomu namah 🙏🙏🙏
Om surjya debotai nomunamah 🙏🙏🙏
Om Shani debotayee nomunamah🙏🙏🙏
Om bazarangbali jai honuman ji nomunamah 🙏🙏🙏
Om namah sivey har har mahadev 🙏🙏🙏
Om jai rahu debotayee nomunamah 🙏🙏🙏
Om jai ketu debotayee nomunamah 🙏🙏🙏
Om jai gurudebotaye nomunamah 🙏🙏🙏
Om jai lakshmi maa e nomu namah 🙏🙏🙏
Om jai durga maa e nomu namah 🙏🙏🙏
Om jai ganpati bapaae nomunamah 🙏🙏🙏
Om jai Chandra debotayee nomunamah 🙏🙏🙏
Om jai Saraswati maa e nomu namah 🙏🙏🙏
Om jai parboti maa e nomu namah 🙏🙏🙏
কৃষ্ণ নহলে অৰ্জুন কৰ্ণৰ হাতত বেয়াকে পৰাজিত হলেহেঁতেন। কৰ্ণ ❤️❤️❤️
Logote hanumanoru olop sohari asil arjunor logot 🙏❤🙏
বালৰ আকৌ। প্ৰথমে মহাভাৰত পঢ়ি চাওক। কৰ্ণক মহান বনুৱা হল। মানে আপোনালোকে চব জানে ব্যাসে একো নাজানো
Arjun e bht baar haruaicil karnak
@@krishnamhd6795tuw hosa khota koi sa
@@krishnamhd6795hoi aami sob janu ....aapuni ki jana ha.😂
ধুনীয়া কণ্ঠ 🙏🙏 জুবিন দা 🤗
ধুনীয়া গান জুবিন দা শুনী খুব ভাল লাগীল
দুৰ্ভগীয়াৰ অন্য নাম যেন মহাৰথী কৰ্ণ ।
Hosa dada
বহুত দুখ লগা কৰ্ণৰ জীৱনৰ বাস্তব........
😭............🙏
মহাভাৰত পঢ়ক(critical edition) । কৰ্ণৰ প্ৰতি কৰুণ ভাৱনা নাইকিয়া হৈ যাব
@@krishnamhd6795hoiniki tat karnor jibontu saok matrir pora bonsito.....pode pode apoman heibur kot gol heibur ki lora dhemali......aru karnor homn vl mitro kunu ni ai prithibit .....morim buli janiu judhot jopiai porisil
@@krishnamhd6795apunak j rastat pelai thoi nahil jnmo houtei maa deutai apuni buji napabo
জুবিন দাৰ, হৰিনাম, শুনিলে শুনি থাকিবলৈ মন যায় ।।
@Basanti Gohain @..€>>€>
Yes you write uncle
I❤️vu
@@kishorbarman8025 q1
@@kishorbarman8025 11
হে কৰ্ণ তোমাক কোটি কোটি প্ৰণাম🙏🙏🙏🙏🙏
অতি সুন্দৰ......মন প্ৰাণ পবিত্র হৈ গল....
😆yly 😆😆t
Lord#ABC.
বহুত ভাল লাগে এনে কোৱা গান শুনি।
জয় শ্ৰী ৰাধা কৃষ্ণ 🙏🙏
ইমান যে ভাল লাগে এই ভগৱানৰ গীত বোৰ ৷সুনিলে সুনিয়েই থাকিব মন যায় ৷জুবিন দাৰ কণ্ঠৰ কথানো কি কম ভাষা নাই !খুউৱ ভাল লাগে ৷
Be
Voice✨✨
Jubeen da nisina gan gua singer aru nulai
Bhot val Lagisa. Huni very very nice song
I’m a Karno Follower damm he was the most powerful of all the yodhas among them n he got the special power from the surya devta the special surya kabaz n because of that nobody can kill him so sri Krishna betrayed him n took his power by cheating or else nobody would had been able to defeat him he was a real man I really love you a lot n the m a true follower of Karno
Good typing bro
Hi
nice Good
Krishna not betrayed Karna...... Indra dev betrayed him sake of his son n protect him ......
Yes you write
কণ জীৱনটো সচা দুখময় কণ সমান কোনো বিৰ নাচিল চাগে ,❤️😥
জয় গুৰু শ্ৰী কৃষ্ণ প্ৰণামো তোমাক । 🙏🏻🙏🏻🙏🏻
🙏
@@shobhangogoi9876❤❤❤❤❤❤❤❤❤❤❤❤
Bohut vl lagil huni 💕💕💓💖
Jai sri ram
কৃষ্ণ কৃষ্ণ❤
❤❤❤❤❤❤❤😂😂😂❤❤❤❤
Jai sri Krishna ... বহুত ভাল লাগিছে 🌹🌹🌹🌹🌹🌹🌹
Hi
পুনৰ বা সুনিব মন যায় জুবিন দা
ভগৱান নাম লৈ থাকা
Radhe Radhe.....Krishna Krishna
Jai shree krishna 😘🙏🙏🙏
জুবিন দা কণ্ঠত হিয়া মন জুৰ পৰি যায় ইমান সুন্দৰ মাত
Oppe vai❤❤
কৰ্ণ এজন মহাৰথী , মহাবীৰ , দানবীৰ , কৰ্মবীৰ , মহাপৰাক্ৰমী আছিল | মহাভাৰতৰ এটি দুখলগা চৰিত্ৰ কৰ্ণৰ জীৱন গাথাঁ |
সঁচাই কৰ্ণ চৰিত্ৰত নিজেও ভাও কৰো। বৰ এক বেদনাদায়ক চৰিত্ৰ অ 😪
হয়🙏
@@mrinaldeepchetia9015 99pouuy
Mur fav charctr 👏🙏
Bahut dukh Lage o 😭😭😭
এ মজা দে ৷ৰাতিপুৱা বিছনাত থাকোত এই ভক্তিমুলক গীতবোৰ শুনিব পালে দিনটোৰ বাবে কিবা মন প্ৰাণ হেৰি হৈ থাকে ৷
সঁচাকৈয়ে
👏👏👏👏
V
🙏🙏🙏🙏
Ll
ঔঁম শান্তি 💜🖤❤
Awesome Zubeen da ❤️❤️❤️
Mojaa
hosai horinam hundor
Xuni thaki leu amoni nalage ❤😢
মহা ভাৰতত, কৰ্ণ মোৰ প্ৰিয় চৰিত্ৰ,,, ৰাতিপুৱা প্ৰায়ে এইটো গীত ৰে দিন টো আৰম্ভণি কৰোঁ,,,,,
Mi
😊😊
❤
❤
Sem 2
সদায় ৰাতিপুৱা এবাৰ নুশুনিলে মন নভৰে। ইমান ধুনীয়া গীত।
emn ataa dhunia gaan kthabur .mili jai...... moha bhart sabo lage horute buji puwa nasilu atiaa salu bht vaal ktha aase hikibo para...hkolu a aako sabo
nice song
Nice
Nice song
Nice song
কৰ্ণ মহাভাৰতৰ এক মহান চৰিত্ৰ । মহাৰথী কৰ্ণ ৰ কৰুণ জীৱনগাথাই মোক বৰ ব্যথিত কৰে !। প্ৰভূ !মহীৰথী কৰ্ণ আপুনি মোৰ অতিকে প্ৰিয় চৰিত্ৰ।
Korna r jibon r uprt song ...tate dada r voice ......❣️❣️❣️
Tu,,🔫🔫😛😛🥰🙏👍🔫😘!:8578%👍🙏😍😘😂😘😛🔫😍🥰👍👍😍🙏🙏👍🔪🔪👺👹👹🅰️💙😆😄🤜👹❤️🤗😭🤛👺🤔😘😡🖕🏻🔪👩❤️👨😜🖤🥶⭕👩❤️👨👎🎼🐍🔐💍🥺👌🏼😅🦮🔐⭕🦮🎂😱🔥😍🥰🙈😉🌹🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃🥃👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎🥺🥺👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎🥺👎👎👎👎😼👎👎👎👎👎👎👎👎👎👎👎
,😍😘😍🔫🔫🔫🔫🔫🔫😘😘😘😘🔫🔫🔫🔫🔫🔫🔫🔫🔫🔫🔫🔫🔫🔫🔫😛🔫🔫🔫😂🔫🔫🔫🔫🔫🔫🔫🔫🔫😛😛😛😛😛😍🥰👍🔫
;-7
ভাল লাগিল💖
সুনিলে সোনি থাকিব লৈ মন যায় 🙏
☺❤💞💙💛💎😓😅😪🌺🌺🌸🍎🍇🍒🍍🍊🍌🍐🍋
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Xosa
Ratipuyai moi vokti mulok get hunu aru jan di thaka anaka hodai.. bohut val lagil.🙏🙏🙏🙏
মজা লাগিল
ইমান ধুনীয়া গান
Oti Hundor ..bhokti vab jogai tula ati geet
Dhuniya kontho zubeen da 😅😅😅
অতি সুন্দৰ হৰিনাম🙏🙏🙏🙏👍👍👍
Uh Moja de
ভাল লাগিছে 🙏🙏❤️❤️
বান্ধবো কৃষ্ণ, জয় গুৰু শংকৰ 🙏🙏🙏
অতি সুন্দৰ।
সৰুতে ভাবিছিলোঁ অৰ্জুন সকলোতকৈ বীৰ,
কিন্তু এতিয়া ডাঙৰ হৈ বুজি উঠিছোঁ যে কৰ্ণৰ সমান কোনো হব নোৱাৰে। ত্যাগৰ আন এটা নাম কৰ্ণ.. দুৰ্ভগীয়াৰ আন এটা নাম কৰ্ণ..❤ মহাভাৰতৰ আটাইতকৈ মোৰ প্ৰিয় চৰিত্ৰ কৰ্ণ 😍😍
হৰি নাম শু নিলে মনটো বৰ ভাল লাগে।।কৃষ্ণ 🙏🙏
Nice. 🙏🙏🙏
ইমান ধুনীয়া গীত
Tragic hero of Mahabharata.👍🙏
Xosai Eman dhuniya mat hriday sui Jay
অতি সুন্দৰ😗🙂🙏👍👌
V bccgh BBC
বহুত ভাল লাগিল । aagoloike enekua video aplode kori thake jen. 👌👌👍👍👍🙏🙏
Are you need DJ alok or any kind of diamond
জুবিন দা আগলৈকে আমাক এনেকোৱা গীত আগবঢ়ায় থাকিব ❤️❤️❤️❤️❤️
No zu
@@soniysharma5269 aQ¹Q1111
Zubeen da.. tussi toh great ho💗
Oii bhoko sudu
অতি সুন্দৰ😍😍😍
❤️
Jay shree Krishna Jay shree Ram Jay shree Krishna Krishna Krishna Jay shree Ram Jay shree Ram Jay shree Ram ❤❤❤❤❤🎉🎉🎉🎉🎉 Bar Bhal Laga Vari vari Nice 👍 Mosti Song Hiranya Das
মনতো কিবা এটা ভাল লাগিল.... #জুবিন গাৰ্গ...
Oti Sundar gaan.....
অতি সুন্দৰ জুবিন দা
Jay shree Krishna Krishna Krishna Krishna Krishna ❤❤❤❤❤🎉🎉🎉🎉🎉Sundar Hari Bhati Song Bar Bhal Laga Vari vari vari Nice 🙂👍 Good morning 🌅 ok ❤❤❤❤❤🎉🎉🎉🎉🎉🙏🙏🙏🙏🙏☝️💥💯🎉🎉🎉
বৰ্তমান আৰু ভবিষ্যতৰ কাৰণে ভগৱান বিষ্ণু মোৰ পৰম বন্ধু ❤️❤️💙💙💚💚💛💛
Good
Eman dhunia geet suni thakile suni thakib man jai👌👌👍👍
Val lagise
Bhut Val lagile song huni
Bor val lagile ''jubin da"❤❤❤
Xundor lagil xuni☺️😊😋👍👏👏👏
❤❤❤
অতি সুন্দৰ _ কৃষ্ণ 🙏
এটি দুখময় জীৱন অথচ মাকৰ মৰম নাপালে এনে বীৰ ৰ নাম মনত ৰাখিব লগীয়া
মহাভাৰতৰ কৰ্ণ চৰিত্ৰটো বহুত ভাল লাগে
কৰ্ণৰ সমান দুৰ্ভগীয়া আছে কোন .... বহুত দুখ লাগে কৰ্ণৰ জীৱন কাহিনী..😢😢
সুন্দৰ চিত্ৰ সমূহেৰে কৰ্ণৰ বিষয়ে ইমান সাৱলীল বৰ্ণনা, সচাই বৰ সুমধুৰ হৈছে। আগলৈও গীতৰ মাজেৰে এনে বহু আখ্যান আশা কৰিলো। ধন্যবাদ।
Aji bhumikompo kenai
মহাভাৰতৰ কৰ্ণৰ জীৱন কাহিনী সকলতকৈ প্ৰিয় মোৰ , কেতিয়াবা ভাবিলে বহুত দুখ লাগে ।
❤JAI SHRI KRISHNA❤RADHE RADHE❤JAI SHRI VISHNU❤JAI SHRI NARAYAN❤JAI MAA LAKKHI❤JAI SHRI RADHE KRISHNA❤JAI LAKSHMINARAYAN❤JAI JAGANNATH❤JAI BALUBHADRE❤JAI MAA SUBHADRE❤JAI NRIHINGHO MURARI❤JAI SHRI RAM❤JAI HANUMANJI❤JAI MAA DURGA DEVI❤JAI MAA KALI❤JAI MAA KAMAKHYA DEVI❤JAI MAA SARASWATI❤JAI MAA LAKKHI❤JAI MAA HARSHIDDHI❤JAI MAA SAPTASHRUNGI❤JAI MAA MAHAGOURI❤JAI MAA PARVATI DEVI❤JAI BHOLENATH❤HAR HAR MAHADEV❤JAI SHIV SHAMBHOO❤JAI SHIVSHAKTI❤
👍👍 dhuniya 🙏🙏🙏
কৰ্ণ এজন মহাবীৰ , দানবীৰ , এজন সঁচা প্ৰেমিক লগতে এজন সমাজ পৰিৱৰ্তক আছিল । কৰ্ণৰ তোলনীয়া পিতৃ-মাতৃৰ নাম আছিল অধীৰথ আৰু ৰাধা। কৰ্ণই মাতৃক ইমানেই ভাল পাইছিল যে , ৰাজসভাৰ লগতে জীৱনৰ অন্তিম মূহুৰ্ততো নিজকে ৰাধেকৰ্ণ বুলিহে পৰিছয় দিছিল । আৰু বৈশালী???? কৰ্ণৰ নামতেইতো জীৱনটো উৰ্চগা কৰিছিল!! (যদিওবা তেওঁলোকৰ শেষ বয়সত মিলন হৈছিল)
হে বীৰ , হে অংগৰাজ , হে মাতৃ আজ্ঞাকাৰী ৰাধেকৰ্ণ .....আপোনাক শতকোটি প্ৰণাম । আপোনাৰ জীৱন দৰ্শনে প্ৰতিটো প্ৰজন্মক যুঁজাৰু হ'বলৈ সাহস দি যাব। যেতিয়ালৈকে সূৰ্যৰ কিৰণে এই পৃথিৱীক পোহৰ বিলাই যাব , তেতিয়ালৈকে আমাৰ হৃদয়তো আপুনি উজ্জ্বলি থাকিব আৰু আপোনাৰ যশষ্যাও বৃদ্ধি হৈ গৈ থাকিব।
হে ৰাধেকৰ্ণ ,আপুনি স্বচ্ছ ....আপুনিয়েই সত্য
Vl lagise
সুন্দৰ...💗
Bali bir ,boli bir ordho bir honuman thothapieyu nhobo nupojibo Karna khoman
সচাঁকৈ মোৰ সকলো ভিতৰত মহাভাৰতৰ কণ চৰিত্ৰ ক হে ভক্তি কৰি ভাল লাগে
Yes sir 👨 👨 👨 👨 sir 👨
সচআয় ইমান ধুনীয়া গীত । মোৰ কবলৈ ভাষা নাই 😊😅❤
ভাল লাগিল 😘🤗😙😯👍👏👏🙏🙏👂👀
জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ❤❤❤
মহাভাৰতত কৰ্ণ মোৰ প্ৰিয় চৰিএ !
Bhut Val lagise Mon bhur Val lagi jai
Bhal hundor
কৃষ্ণ কৃষ্ণ ❤🙏
জুবিন দা কণ্ঠ হৰিনাম টো শুনি বহুত বহুত ভাল লাগিছে i love জুবিন দা 💝😊🥺
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤