ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Bhal lagise ragbor anekoi di thakiba.krishna❤❤❤❤
@@RameshBania-m8t Dhonyabad
বৰ ভাল লাগিল
ধন্যবাদ
কৃষ্ণ🙏
🙏🙏🙏🙏🙏🙏
G00d
good
Tq
বহুত বহুত ধন্যবাদ।
Krishna
Bahut Bhal
বৰ ভাল লাগিল, সুন্দৰ আৰু অনন্য পৰিবেশন, এই সুন্দৰৰ আৰাধনা অব্যাহত থাকক , আমাৰ শুভকামনা জনালোঁ..... কৃষ্ণ 🙏🙏
ধন্যবাদ থাকিল আপোনালৈ ৷কৃষ্ণ
Bhal lagil
বৰ মিঠা তোমাৰ কণ্ঠ
Shree:rag ti swar with Krishna Sankar guru _agin . Krishna❤
❤
অতি সুন্দৰ
কৃষ্ণ , জয় গুৰু শংকৰ । স্বৰলিপি সহিতে ৰাগটো শিকাই দিয়া বাৱে আপোনাৰ চৰণত সেৱা নিবেদিলোঁ । কিন্তু বিনম্ৰতাৰে এটা কথা কব বিছাৰিছো যে বৰগীত ভক্তিযুলক , আধ্যাতিক ভাৱৰ গান সেয়ে বৰগীত গোৱাৰ আগত অন্তত "কৃষ্ণ , জয় গুৰু শংকৰ" বুলি কৈ আৰম্ভ কৰিব লাগে । বৰগীত যিহেতু ভক্তি মুলক গান হেয়ে মুখ মন্দল পৰিস্কাৰ অৰ্থাত দাৰি - গোফ খুঢ়াই লৱ লাগে । কৃষ্ণ
কৃষ্ণ৷ধন্যবাদ কথাখিনি জনোৱাৰ বাবে
কল্যাণ ৰাগটি শিকোৱাৰ বাবে বাপজনৰ চৰণত সেৱা নিবেদন জনাইছো কৃষ্ণ ৷
কৃষ্ণ৷ ধন্যবাদ
কল্যাণ ৰাগ টো বৰ সুন্দৰ কৈ শিকিব পৰাকে দেখুৱাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ ।
Apuni brilliant. First time salu. Borgeet r rag bur u TH-cam t pam kunu din expect nokorisilu
thankyou
Bor val palu dei Ragtu xikuar babe.Thanks.
কৃষ্ণ অতি সুন্দৰ , Nice
Xundor
Hundor
Very nice..keep it up...hundar uposthpon......
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম ৰাম
কৃষ্ণ
শ্ৰীৰাগটো দিয়ক
শ্ৰী ৰাগটো দিয়া আছে
th-cam.com/video/B3p-0uznabo/w-d-xo.htmlsi=80tGdsj7HjhmDtmB
বৰগিতৰ ৰাগ কোনকোন সময়ত কিকিবৰগিতগাব লাগে অকণমান কৈদিব নেকি।🙏
নিশ্চয়
Krishna,hundar,val lagil.mathu ata anurudh akonman porishkar hoi luwa hole besi val lagil hoi.bujise sagoi.
Sir Huna Huna re huno borgeetr raghtu ki hobo jonabosu
Rag akhuwari hoi
Khul. Tal.
Xundar
Thanks dada❤
অহিৰ ৰাগটি দিবচুন
অতি সুমধুৰ কণ্ঠৰে বৰগীতৰ ৰাগ(কল্যাণ)টো শিকাই দিয়াৰ বাবে অশেষ ধন্যবাদ জনালো লগতে ভবিষ্যতে নতুন নতুন ৰাগ শিকাবলৈ সেৱা জনালো।
ধন্যবাদ৷কৃষ্ণ
Krishna,apunar video tur upokrito hoisu.soru kotha eta kou beya napabo,borgeetor prothom Koli tuk ghusha buli nokoi dhrung buli kobosun. Krishna.
ধন্যবাদ কথাটো জনোৱাৰ বাবে৷ কিছু Video ত ধ্ৰুং বুলিও কোৱা হৈছে৷
Vatiali rag ti swar dibosun
গান্ধাৰ (কাণ্ডৰ)rag tu দিব চোন
Next ahi ase
মা গা ধা পা ভূল হৈছে কোৱাটো, পা গা ধা পা হব, note ঠিকেই lagise kuwa 2 vul hoise
সুন্দৰ
Bhal lagise ragbor anekoi di thakiba.krishna❤❤❤❤
@@RameshBania-m8t Dhonyabad
বৰ ভাল লাগিল
ধন্যবাদ
কৃষ্ণ🙏
🙏🙏🙏🙏🙏🙏
G00d
good
Tq
বহুত বহুত ধন্যবাদ।
Krishna
Bahut Bhal
বৰ ভাল লাগিল, সুন্দৰ আৰু অনন্য পৰিবেশন,
এই সুন্দৰৰ আৰাধনা অব্যাহত থাকক , আমাৰ শুভকামনা জনালোঁ..... কৃষ্ণ 🙏🙏