Hoxake bht dhunia gan ata uliala daii bndhU aguwai jua Tumi akha korisu in future anekua hundor hundor gan upohar Pao Jen...what a sweet voice keep it up and one day you will be become one of the famous singer of Assam
নতুন বছৰৰ নতুন পৰিকল্পনা লৈ এটি নতুন গীতৰ নতুন সোৱাদ পাম বুলি আশা ৰাখিলোঁ ককাই ।আৰু আগবাঢ়ি যোৱা তুমি ।সদাই আছো তোমাৰ লগত আমি সংগীত জগতৰ সাৰথি হৈ।Love from Sivasagar ❤️😇🤝
যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে ।।আপোনালোকৰ মৰম আৰু আৰ্শীবাদ বিচাৰিছোঁ ।ভাইটি যাতে আগবাঢ়ি যাই আপোনালোকে আৰ্শীবাদ কৰিব❤❤❤❤
আপোনাৰ সুৰ আৰু কথা মানেই হিট
Apune hadai agbahe jok Tara kamona karesu vagabanor usarot
মজা হৈছে।তোমাৰ গানবোৰ বহুত ভাল লাগে
অতি সুন্দৰ ✨
Hvyy moja lage apuner Hur tu
Hoxake bht dhunia gan ata uliala daii bndhU aguwai jua Tumi akha korisu in future anekua hundor hundor gan upohar Pao Jen...what a sweet voice keep it up and one day you will be become one of the famous singer of Assam
এইবাৰ বিহুৰ শেষ্ঠ গীত এইটো আৰু লক্ষ্যজীত দাৰ ইমান ধুনীয়া🤗👌 গানটোৰ বাবে এটা 👍like কৰি দিয়া বন্ধুহত 🙏
লুইত দা আপোনাৰ গানৰ কথা সুৰত কিবা যাদু আছে সেয়ে মোৰ সকলোতকে প্ৰিয় উফ।ভাল লাগিল বৰুৱা।
ধুনীয়া দাদা ❤️❤️ শিৱসাগৰ পৰা মৰম যাচিছো
Bhut val lagise dada gan tu akha korisu agoloiu jen anekuwa gan pao 😍❤️❤️❤️
Nice ❤❤
কি সুন্দৰ ক'বলৈ ভাষা নাই লক্ষ্যজিৎ দা🥰👉🏻❤👈🏻। মৰম পঠিয়াইছো টিংখাংৰ পৰা❤ । মাঘৰ বিহুৰ ওৰে ৰাতি বাজিব ভেলাঘৰত🔥🤘🏻
Donena
Hittttt
Nice song বহুত ভাল লাগিল 😊
খুূবেই সুন্দৰ হৈছে | উফঃ......❤❤❤ এইবাৰ নতুন বছৰ, মাঘৰ বিহু হিলিব |
Mr বৰুৱা সঁচাকৈ সুন্দৰ গীত 💖
আগবাঢ়ি যোৱা,,,
Bohut hundor kontho,, lyrics luit Neel koboloi kunu vakha nai love u luit nee nd all team 🌹🌹🌹🌹🌹🌹
সুন্দৰ বন্ধু ♥️ ।। এইবাৰ ভেলাঘৰত বাজিব..... 📢🎶
Bhogali Dhamaka💝 Lyrics,voice,tune,Music ki kom aru Next level 👍
বহুত বেছি ধুনীয়া হৈছে lakhyajit Da
খুব সুন্দৰ দেই মিঠা মিঠা....অ হ হ মইনা 🥰🥰🥰🤘
আজ্জৈ নেৰিবা ...এইবাৰ বিহু তামাম হিট্ ...খুউব সুন্দৰ লক্ষ্যজিত দা ❤❤
বহুত ধুনীয়া হৈছে মৰাণৰ মৰম যাচিলো
ভাল লাগিল দা গান টো শুনি গানৰ তাইতেলটো ভাল লাগিল মাঘ বিহুৰ শুভেচ্ছা থাকিল দা
gantu xuni bor val lagil 🥰🥰🥰
বহুত ভাল লাগিছে। লুইত নীল দা কথা সুৰ মানে সদাই মনোৰম ।অসমত আপুনি এনে এজন গীতিকাৰ যাৰ লেখনী কোনো সংগীত অনুৰাগী এ ভাল নহয় বুলি কব নোৱাৰে। লক্ষ্য তোমাৰ কণ্ঠ অতি সুন্দৰ❤️❤️❤️❤️
Luit da mojah lyrics,,,biruah fali disa
ধুনীয়া গীত বন্ধু সকলোৱে আদৰি লয় যেন🔥🔥
ধুনিয়া লাগিছে গাণ তো দাদা আগৰ লৈকে আৰু এনেকৈয়ে গাই যাব ❣️❣️
Hundor voice hundor song nice music love you lyrics tune ❣️🔥🔥mal hit ❣️ 🔥 bondhu
নতুন বছৰৰ নতুন পৰিকল্পনা লৈ এটি নতুন গীতৰ নতুন সোৱাদ পাম বুলি আশা ৰাখিলোঁ ককাই ।আৰু আগবাঢ়ি যোৱা তুমি ।সদাই আছো তোমাৰ লগত আমি সংগীত জগতৰ সাৰথি হৈ।Love from Sivasagar ❤️😇🤝
গোটেই বিলাক গানেই প্ৰিয় আৰু মৰমৰ আগলৈ আৰু ধুনীয়া গান পাই যাম বুলি আশা থাকিল💕
Nice song 🎵 brother 👌
Luit dar lyrics tune je neel dar jen lagise ❤ very sweet tune luit da dhuniya voice laikhyajit
ককাই অতি সুন্দৰ ❤️❤️
খুব ভাল লাগিল গানটো শুনি 👌 আগুৱাই যোৱা আৰু শুভেচ্ছা জনালোঁ 👍❤️💐💐
গানটো শুনি নীল দাৰ বিহুৱানলৈ মনত পৰি গল🥰🥰
hsa koi
Hosa dai❣️❣️❣️
Very nice song congratulations 🎉🎉💐
বহু অপেক্ষা অন্তত।।😊🔥😊🥰
Moja dada hit 😍😍😍
তোমাৰ প্রতিটো গীতেই মোৰ বহত ভাল লাগে ৷ আৰু বহুত আগুরাই যোৱা ৷ মৰম থাকিল ৷
অতি সুন্দৰ ৰুপত গীতটো সূনদর কনঠরে প্ রিবেশন কৰিছা, বহুত বহুত ধন্যবাদ তোমালৈ।
বৰ ধুনীয়া 😍 অতি সোনকালেই ১ মিলিয়ন পাবগৈ 💜
বহুত বহুত ভাল লাগিল ককায়দেউ আপোনাৰ গান বোৰ শুনি বহুত ভাল লাগে 🥰 লক্ষীমপুৰ পৰা এগাল মান মৰম জাচিলো ❣️ আৰু লগতে সকলোকে আগতিয়াকৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ
সুন্দৰ বহুত বহুত ভাল লাগিল ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Khali ase baa nai উফ ইমান ধুনীয়া লাগিছে
বহুত বহুত ভাল লাগিছে ❣️
বহুত বেছি ভাল লাগিছে ।🤩❤️শুভ কামনা জনালোঁ।❣️
ধুনীয়া হৈছে গীত ভিডিঅ'দা💝💝💝💝
Ki kom aru juiiii juiiii juiiii 🔥🔥🔥
Ai gan2 moi gutei din2 xuni thaku bhut bhut bhut val lage , xuni amuni nalage ktiyau ❤️❤️❤️
সুন্দৰ হৈছে দাদা 💓🔥
বহুত ভাল লাগিছে তোমাৰ গীত টো Dada 🥰🥰
Dhuniya ❤️🔥 aibar magh Bihu hili thakibo ❤️🥀🤗
এই বাৰ বিহু গৰম হ'ব ❤️
Hundor 💚
দাদা তুমি হিট💕
Nice song
এ মজা 👌👌👌
সুন্দৰ ❤️❤️
Superhit Song ❤️❤️❤️
Lovely bro song lyrics 🔥🥰💯💯
Bahut vl lagise dada aru aguwai jawk apani
Super hit kokai❤️❤️❤️👍👍👍
Falii disa broh ❣️
Nice song 👌 💐💐💐💐
ভাল লাগিল শুনি আৰু আগুৱাই জুৱা ❤️❤️
Dhuniya lagile Apunr New Song Tu Huni Majja Hoisa !! Agoloi Ru val val Song Upohar Deba ,🔥🔥🔥🔥👌👌👌
Love from charaideo SONARI ❤️🥰
Val lagil huni.....all the best for you ❤️🥰
Nice song ♥️♥️
Bondhu💥🔥
বিহু গৰম এইবাৰ 💥
Uff 🥺voice tu bhut bhal lge oo ❤️❤️🥀🥀
ধুনীয়া গীত 🔥🔥🔥❤️❤️❤️❤️
ইমান ধুনীয়া গান । সঁচাই বৰ ধুনীয়া সুৰ দেই দাদাৰ 🥰❤️
Evergreen beautiful song with lyrics I love this song
সুন্দৰ 🔥🔥
Beautiful song 🥰 nice voice 🤗😍
very nice song ❤️🎼🎧
Super hit ...👍 Aibar mahg Bihu ....
Bohut akhare roi asu bro 👍
Wow Beautiful Song 😍😍
জুই 🔥🔥
এইবাৰ 30 ফাষ্ট নন্স স্তুপ বাজিব ❤️❤️❤️❤️
Bohut bohut dhuniya hoise dada.dhuniya lagilse huni🥰❤️❤️❤️💞💞💞💞💞
Eman dhuniya lagile huni 👌👌💖💖
Mojahhh 👍👍👍❤️❤️❤️
Moja dada love from nalbari ❤❤❤
Dhunia lagil huni ,aagontak natun ru bhugali bihur huvesha jasilu
Mojaa lagisele huni gantu👌👌👌👌👍👍👍👍 lakhiyajit da ...
লক্ষ্য দা আপোনাৰ গান মোৰ খুবেই প্ৰিয় হয় । বাৰ বাৰ শুনো । আশা কৰিছো আগলৈ আৰু এনকুৱা ভাল ভাল গান শুনিৱ পাম ।💐💐🌷🌷🌹🌹 ❤️❤️❤️❤️👍
Dhuniya hoisa dada agbarhe jowaa hodi. Lakshyajit dada baba like ataa di jowa
#LuitNeel da 🔥🔥♥️
বহু অপেক্ষাৰ অন্তত । বহুত বেছি সুন্দৰ হৈছে .. 💞💞
Wow voice Amazing 😍😍🤩
সুন্দৰ কন্ঠ। ভাল লাগিল।
Hundar hoise
মজা হৈছে দেই বৰুৱা ।
এইবাৰ এই গীতটো হিট হব কিন্তু চাই লবা
A bro 🔥dekhun
Bondhu fali disa day val lagise aguwai juwai 👍👍👍
Tammm hit hoise
ভাল লাগিল গীত টি ,নতুন বছৰৰ শুভেচ্ছা জনালোঁ
Mojaaaa bro
Hit ....hakolu khini khub val hoisea👍
অতি সুন্দৰ ❣️