নিশা ১১ বজাত সামৰিব লাগিব বিহুৰ অনুষ্ঠান ~ কি প্ৰতিক্ৰিয়া শিল্পী আৰু আয়োজকৰ?
ฝัง
- เผยแพร่เมื่อ 8 เม.ย. 2021
- #NewsLive #Bihu #BihuFunctions #SOP #COVID19 #AssamNews
নিশা ১১ বজাত সামৰিব লাগিব বিহুৰ অনুষ্ঠান ~ কি প্ৰতিক্ৰিয়া শিল্পী আৰু আয়োজকৰ?
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
ইলেকচন ৰ সময়ত SOP কলৈ গল ? নাটক এইবোৰ চৰকাৰৰ।
Kukur hot emn din kot..ako bayet jowa nai..aru ki bihu goli lockdwon blt..ehotok toka di mati ami dhonkha hom tyr pst lockdown...ami ki bal sinim knka kham ...pokrot
BJP.. thokaloike Corona hekh nhoi
Hosake pai
Right bro
Vot gel lockdown hl ntk sb ai bilak
1.13 কুলি চৰাই মাত শুনিছোঁ ,মনটো ঘৰলৈ যাওঁ যাওঁ লাগিছে 😔
সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল
Kot asa atiya dada
@@iteachyou4977 লাডাখ 🙂
@@saikiavlogs6277 oo bihur huvaisha thakil tumaloii
@@iteachyou4977 ধন্যবাদ
@@saikiavlogs6277 স্বাগতম
নিৰ্বাচনৰ সময়ত ক'ৰোনা মাকৰ ঘৰলৈ গৈছিল নেকি বাৰু এতিয়া যে আকৌ ওলাইছে🤔🤔🤔
ইমান নিতিনিয়ম মানিবলৈ নাই লাগিলে ৰাতি অনুষ্ঠান গায়কক নেমাতো 😭😭😭😭
Election r rally t Corona ওলোৱা নাছিল দেই,,, আৰু 11 বজাৰ পিছতহে corona ওলাব 😂
thik koisy
Right
Right..
Apuni thik Kotha koise...👍
Thik ktha koisa
Corona is নিশাচৰ প্ৰাণী ... I think 😂😂😂😂
আজি কালি দিনত কৰুণা নাহে ,ৰাতি হে আহে 🙏
11 ta boja agot bihu bondho krile koruna nhoi neki
Mask pindhi Gaan kenekoi gabo....mask pindhi gaale gahori sound ahibo
Nasoni buror ki hobo kenekuwa lagibo vabisaoukxun....pepa keneke Bojabo...mask pindhi😷😷😷😷
😀
Musk পিন্ধি গান গাবলৈ কোনে দিলে
😄😄
ইলেকচন সময়ত যে ইমান ডাঙৰ ডাঙৰ বাইক ৰেলি লৈ গৈছিল তেতিয়া কি কৰুণা নাছিল ৷
তেতিয়া কৰ'ণা জিৰণি লৈ আছিল
ৰাজনীতিৰ কৰিব থাকোঁতে কৰুণা নাহিল ইমান দিন কত খুমাই আছিল কৰুণা
১১ বজাৰ পিছত কৰুণা হব আগত নহয় মানে 😂😂
Bihu mane function nhy function noholeo bihu hoi jbo bujile mur mote aibilak hoboi nlge modahi bilakr utpatr bade aku nhy function namot
@@mukundagogoi3054 modahi main function t😆
Geda borok axomor pora safa koribo lage ehotei corona anise kela hote
নিৱাচনৰ আগত কৰোনা ভাইৰাছ কৌত গৈছিল
দুৰনিৰ কুলিৰ মাত গাৱৰ বিহু জোৰা হলেই হল
ৰাইজেও সকলো বুজি পায় হয়তো সকলোৱে সন্মূখত ক'ব নোৱাৰে। কিন্তু সকলোৱে চকুৰে দেখে আৰু কাণেৰে শুনে। কিন্তু নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কৰণা নাহিল। এতিয়াহে আহিল।
CORONA GOL TEL LOBO....Priyanka Bharali uff😘😘😍😍😘...Red Signal...
11:00PM pisot Coruna olabo nki ?
Covid প্ৰতুকূল election time ot kot goisil
Ntk
নিৰ্বাচনৰ আগত মামাৰ প্ৰত্যকখন সভাত লাখ লাখ মানুহৰ সমাগম পৰিলক্ষিত হোৱা দেখিছো তেতিয়া কৰ'ণা নাছিল যে বিহু খনত কেনেকৈ আহি গল হঠাৎ ৫দিনৰ ভিতৰত ? আৰু তাতকৈ লক্ষণীয় কথা ১১ বজাৰ আগত ক'ৰণা নহয় তাৰ পিছত আহিব? এইবিলাকত নিশ্চয় কিবা স্বাৰ্থ বিৰজিত হৈ আছে তাতকৈ বিহু পতাটো বন্ধ কৰক অলপ বেছি সুৰক্ষিত হব
সেইটো কোনেও সোনকালে অনুষ্ঠান আৰম্ভ কৰি আৰু ইমান জলদি সামৰিব নোৱাৰে ,, কাৰণ ঘৰ খনিয়া মানুহ এজনে আহি কায্য সূচী আৰম্ভ কৰিব নোৱাৰে
Night curfew, Evening curfew, Sunday curfew what is the logic
Save life first if we alive same will be celebrate next year with a huge interest. Because it is not simple thing, due attempt of health minister this time near about control but sudden appearance 2and wave covid rightly decided. I thank to health minister of Assam due to cautious of publics.
বেয়া হৈ যোৱা নাই. . চৰকাৰৰ স্বৰূপ উদঙাবলৈ গৈ আছিল. . কিন্তু মাজ বাদত চৰকাৰ বেমেজালি. . অসমীয়াৰ ভলুঙা বাঁহ পাহৰি গ'ল. . চৰকাৰ বিদেশী হাতত গতালে. . *চাহ দোকানীয়ে টোপনি মাৰি থাকিলেও সোনোৱাল দাই সাৰ পায় আছে বুলি কথা কৈ থাকে*
বিহু আমাক লাগিব
11 pm good... We don't need alcoholic beverage functions
পুৰ্বৰ দৰে গছৰ তলত পথাৰত নদীৰ পাৰত বিহু পাতিবলৈ আৰম্ভ কৰিলে ভাল হব লগতে খৰচ পাতিও কমিব মঞ্চ বিহু বাদ পৰিলে পদুষন বন্ধ হব ৰাইজৰ মাজত মিলাপ্ৰীতি বেছি হব বিহু আমি পাতিমে কভিডক খেদিমে অসমীয়াৰ মনবল দুগুন চৰামে ঢোল পেঁপা বজামে নাচনীয়ে নাচিবগাব কৰনা দুৰৈত ভাগিব
Agree with you
Right
SOP প্ৰকাশ কৰি বিহুৰ অনুষ্ঠান নিয়ন্ত্ৰণ কৰিব খোজাটো ভাল পদক্ষেপ ৷ পিছে এইটোও হব লাগে যে, বিহুবলীয়া ৰাইজে গুৰু-গোঁসাই মানি ইজনে সিজনৰ পৰা তিনি-চাৰি ফুট দূৰে দূৰে ৰৈ মৰমৰ জনপ্ৰিয়, লগতে দামী শিল্পী সকলৰ গীত-মাত-নৃত্য উপভোগ কৰিব ৷ অত্যুৎসাহী দৰ্শক সকলে বিহুৰ অনুষ্ঠানত সামাজিক দূৰত্ব মনাটো প্ৰশাসনে নিশ্চিত কৰিব লাগিব ৷ দৰ্শকে নেমানিলে একা ?
নিৰ্বাচনৰ প্ৰচাৰ কৰিব পাৰে ৷ ৰাইজে বিহু পাতিলে কৰোনা
বিহু, অসমৰ জাতীয় উৎসৱ,
Priyanka is osm
Bihur tiemt ha aibur hoi no.eletionr tiemt nhoi
Where is the mask😷 reporter bhaiya🤣🤣🤣
Assamot zubeen Garg rock ⭐
কৰোণা ৰাজনীতি বন্ধ কৰক
বিহু হবই যেতিয়া বিহু কমিটি আৰু আমন্ত্ৰিত শিল্পী সকলে ৰাইজৰ সহযোগত নিৰ্দিষ্ট সময়ত অনুষ্ঠান সামৰিলে হয়তো কিছু সকাহ পাব পাৰে। সেই বুলি জেঠ মাহলৈ বিহু পাতিলে পৰিবেশ ভয়ংকৰ হ'ব।
😂😂
দিনত হলেই বহুত ভাল লাগিব
Right
Worst decision... We are getting these trouble from in only bihu season.. ... U seee in Lanka all are celebrating day night krishna kirtan. Till now..
Kela himantai je meeting patisile tetia kot goisil
HSLC exam 1 month r baba stop hobo laga sir please
Election r প্ৰাৰ্থী কেই জনে নিয়ম মানি চলিছিল নেকি?
Bihu mane function nohoi. Function napatileo bihu haba
Hosa kotha ❤️👍👍👍
Coruna
Ba 😘 news Live kora tu kom nohoy dei koklat hat diye khata kio be ba🙄
Jadov payeng cngrt......
Election r campainingt SOP nedela ja.
1am
Olop man time to borai dibo parile vl hoi 🙏
ইলেকচনৰ সময়ত কৰোনা নাছিল নী
Main কথাটো হ'ল যে PRIYANKA Bharali Ba আৰু REPORTER DADA .... কোনোজনে মাস্ক পৰিধান কৰা নাই 😂
ৰাতি কৰোণা নাহে টেনচ্ন লব নালাগে
Mozaa lagise 👍
কৰনা কৈছিল নি 12 বজালৈ নিবিয়পে।
11.00 বজাৰ পাছত কৰণা আহিব নেকি ।।
নিৰ্বাচনৰ সময়ত কত লুকাই আছিল হে sop
Coruna 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
Bihu hobo lagiboi
Ntk bht hol
Corona অহাৰো সময় আছে নেকি?
১১বজাৰ পিছত হে আহে।🤣🤣
কাম নাইকিয়া হত 😏
মূৰত একো নাইযেন হে লাগিছে।
যেতিয়া ভোট বিচাৰি ডাঙৰ ডাঙৰ সভা বিলাক পাতিছিলে তেতিয়া কৰোণা লুকাই আছিল নেকি?
এতিয়া বিহুৰ সময়ত কৰোণা আহি আছে।
Eibar social distance maintain Kori dance koribo lagibo
Lockd hobo lage👍👍
Corona maane pret atma neki ? 11 bojar pisot hey ulabo buley 😂😂
NYC comnts
Kun hoi ai
বিহু আহিলে নাটক হব এ, মই আগতে জানো
Moi ajon hindu than I am a Bengali .....I love bihu...😁😁😁😘😘😘
First No mask on reporter...No mask on singer....many states direct fine...in Bhubaneswar city its Rs 2000/- n ...2nd time Rs 5000/- by Commisionrate City 🚔
Don't understand the government😪
ক,ৰনা দিনত নাহে ৰাতি 11 টাৰ পিছত হে আহে
duray duray 6 feet distance please
Bihu ahil corona ahil
😭😭
Hoy Vreegu da thike koise 11 ta boja to olop xonkale hoy 1,ba 2ta bojat korile Val hoy axom Sarkar khonoloi Anurodh jonaiso Time to 1,ba 2 bojat Niyom to dhori diok
1
Corona ki 11 bjr pissot ahe nki
Hoi de
Koruna bule Bihu pst ahbo tetiya bule Himantoi koi dibo tetiya hokoluwe maksh pindhibo lgbo nhle 500 fine. He he......
Jiye nohouk bohu dinor murot kulir maat tu xunilu gaatu bor rimrimai gol 😀😀😀😀😀
Abar hunu 11 ta abar hunu 12ta
Kuntu hudho
Eneke bihu kratkoi nkrai vl o..
Election hoi gol nhoi atia Corona ahiboi... gut khai miting Mari thake tetia corona nulai bihu hua homoitei aibur ulai ...Happy Rongali bihu Mama jii Haj khabo ahibo gahori lgt bihut😁
নাতক..মাএ..টকা..লাগে..শিলপিক..নিজক..বচাই..বিহু..পাতক..অনুৰোধ..টকাৰ..লুভিয়া..শিলপিৰ..নামাতা..ভাল..
Haa ৰাম Ala তে কি hobo 😭😭😭
😁😁😁
🤣🤣🤣
Mogaldoi cometia ar singer Nagpal j
Bihu patute covid Hoi goise, kintu Amit Shah r logot aru neta bilake Bengal ot 27 April luke rally koribo taat covid nohoi.
কেলা ইলেকচনৰ মিটিঙৰ সময়ত এইবিলাক নীতি নিয়ম নোলাল, বিহুৰ অনুষ্ঠানতহে কৰনাৰ নীতি নিয়ম l ইলেকচৰ মিটিঙত হাজাৰ হাজাৰ মানুহ গোট খালেও কৰনা নহয়, তাত সামাজিক দুৰত্বৰ প্ৰয়োজন নাই l গায়ক জনে গান গোৱাৰ সময়ত মাক্স পিন্ধি লব লি? হিমন্তই ভাষন দিয়াৰ সময়তো মাক্স পিন্ধি লয় নেকি??
11বজাৰ আগত কি কৰুণা নাহে নেকি?
11.00 bajot zubeen dai ghr t khui thake ..😂
After bihu assam will go to lockdown final
11বজাৰ পিছত কৰুণা ওলাব নিকি
dinot patibo lage rati patile 10 bojat uthibo 11 bojat namino ki2 val lagibo .
𝙴𝚕𝚎𝚌𝚝𝚒𝚘𝚗𝚛 𝚜𝚊𝚖𝚢𝚊𝚝 𝚔𝚘𝚛𝚘𝚗𝚊 𝚔𝚕𝚘𝚒 𝚐𝚘𝚒𝚜𝚒𝚕𝚎
News live tu bjp h hoi ako
O বোজিলু 11 বজাৰ পাছত হে গভিত হয়
Jadab payeng hasake bahut val pao
11 ta agt corona nulai nki
Election r meeting t aibilak nidile kele sop
11 পাছত কৰুণা বেছি হয় নেকি
11ta logi korile korona nohoi
Impossible 😂
গোটেই দিনটো জাক জাক মানুহ থাকিব পাৰে ৰাতি ১১ টা পিছত থাকিলে কৰোণা হব? তাৰ মানে কৰোণা ৰাতি আহে🤣
খাটি খোৱা অসমীয়া বোৰ কম কৈ বুজিব কা মানেই কৰনা কৰনা মানেই মৰনা মাৰি ধৰি ধৰি শাস্তি দিব সেয়েহে বিহু ঘৰে ঘৰে চিৰা পিঠা পনা খাই গৰু গাধুৱাই বিহুৰ বতৰৰ যত নিয়ম হাঁহি ধেমালি কৰি দিনতো বিন্দাছ বিহু পাতিব পাৰি এনেও কিছুবছৰ পিছত বিহু বা থাকে নে নেথাকে অসমীয়া বা কি সংকতত পৰে তাকে ভাবি দুখ লাগে
Election r meeting t corona tuponi mari asil..atia election hekh har pai gol
Lock down diok...nhle oxom t corona r bhoyongor rup dharon hobo...
Rati puwabo lage bihu . Bihu main