সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ দ্বিতীয় শ্ৰেষ্ঠ দল-নহুষৰ অজগৰ প্ৰাপ্তি | Vawna Competition || Bhaona
ฝัง
- เผยแพร่เมื่อ 17 ต.ค. 2024
- সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজ
শংকৰদেৱ শিল্পী সমাজ, শিৱসাগৰৰ সৌজন্যত সদৌ অসম ভাওনা প্ৰতিযোগিতা ।
স্থান-স্থায়ী ৰাসমঞ্চ, আঞ্চলিক শ্রীশ্রী শংকৰদেৱ কৃষ্টি বিকাশ সমিতি, মেৰবিল, বেতবাৰী, শিৱসাগৰ
আজিৰ নাট-নহুষৰ অজগৰ প্ৰাপ্তি
পাঞ্চজন্য নাট্য গোষ্ঠী-কমলাবৰীয়া, যোৰহাট
শিল্পীসৱলৈ আমাৰ সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ।
#AnupomBitupon #vauna #bhauna #Nohukhor_Ajagor _Prapti #bhawna_competition #vawna_competition
সুন্দৰ প্ৰদৰ্শন 👌👌,সকলো অভিনয় শিল্পী,কলা কুশলীক আন্তৰিক অভিনন্দন 🎉🙏,লগতে এনেদৰে ভাওনা ভাগি উপভোগ কৰিবলৈ সুবিধা দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ।
কৃষ্ণ
চাই বহুত ভাল লাগিল❤❤
Val lagil sai ❤❤
Xundar hoise❤❤❤❤❤🙏🏻🙏🏻🙏🏻🙏🏻 Kirshna krishna 🙏🏻🌺
Nuhux Raja I xundar abhinaya korise❤❤❤
Jai shree Krishna radhe radhe Krishna ji 💞💓💘❤❤❤❤❤❤❤
অতি সুন্দৰ অভিনয় সকলোৰে
মোৰ দৃষ্টিত
নাৰদৰ চৰিত্ৰত বৰ্তমান সময়ত অদ্বিতীয় যোৰহাটৰ মোৰ বন্ধু ৰূপজিৎ(কাকুৰ) অভিনয় অতুলনীয় সচাকৈ হৃদয় চুই গ'ল,
জয় হওঁক অসম শ্ৰেষ্ঠ ভাওনা দলৰ ভিতৰত অন্যতম যোৰহাট মালৌ আলি পাঞ্চজন্য নাট্যগোষ্ঠীৰ
জয় তু ভাওনা সংস্কৃতি🙏
বৰ সুন্দৰ কণ্ঠ
@@pranjalprotimkonwar4293 একমত
🙏🙏🙏
ধন্যবাদ আমাৰ টিমৰ ভাওনাভাগৰ ভিডিঅ আপলোড দিয়াৰ বাবে 🙏🙏🙏
1St prize puwar juyigo ❤️ huvasya jonaisu team tuk ❤️
Xosi acting xosai bor xundar❤
Jai shree Krishna radhe radhe Krishna ji 💞💓💞💓💞💓💞❤❤❤❤❤❤
Joy guru Shanker 🙏🏾 Krishna Krishna Ram
Hundor ❤❤❤
বৰ ভাল লাগিল চাই ।
জয় গুৰু শংকৰ 🙏
🙏🙏
মই নহুোষ ৰাজনৰ অভিনয়ৰ সলাগ লৈচো আপুনি আগবাহি জাওক দাদা
Satho bayn .monuranjn Bora
And
Satho hutro .. Partho Bora
.
Nahukhr Ajogr prapti
..Sai thka
আপোনালোকৰ কস্ত বাবে ঘৰতে ভাওনা ভাগ বহুত ভালকৈ ছাৱ পাৰিছো তাৰ বাবে বহুত বহুত ধন্যৱাদ |
🙏🙏🙏🙏
Xokolure obhinoy xundor hoise dei joy guru Sankar
মই ভাওনা সদায় চাওঁ , বৰ ভাল লাগে , আপোনালোকক ধন্যবাদ জনাইছো ,
Aponalukor you tube channel or video bilak hodai saw, kintu moi bor besi comant Diya nai, aponaluke Amar guru Sri manta Shankardev or apurba shristi bhaonar kola sonskriti jiyai rokhar udeshya agot rakhi vaonar video bilak apload Kori asomor raijok dekhuai bohut bhal Kam Korise, tar babe mur torofor pora akhesh dhonyabad gyapon korisu,
🙏🙏🙏🙏🙏
Lb
@@অনুপমবিতোপন jsjdszsjjssjsjjsszjJsjjsjjSjjSSJSSSJJZJSSSSJZJJJZKSSjssjzjjjjszjsssssjsjsjzssss
কৃষ্ণ কৃষ্ণ।চকু নিটিপিয়াকৈ চালো পাই , তেওঁ হেঁপাহ নপলালে।
কৃষ্ণ
ধন্যবাদ ভাওনা ভাগি দিয়াৰ বাবে। গায়ন জোৰাও দিব লাগিছিল
🙏
সুন্দৰ বহুত ভাল লাগিল দেই
ধন্যবাদ
অতি অনুপম অতি বিতুপন। ভাল লাগিছে।
ধন্যবাদ
চকু স্থিৰ হৈ ৰয় সদায় সূত্ৰধাৰ আৰু শচি ৰ অভিনয় চাবলৈ। ইমান সুন্দৰ পৰিৱেশন সকলো সময়তে চাই থাকিলেও আমনি নালাগে।
ধন্যবাদ
ধন্যবাদ জ্ঞাপন কৰিলোঁ🥰
Hundor. ❤
ধন্যবাদ
ৱাহ এইবাৰ ভাওনা পাই থাকিম দুদিনমান লৈকে, মজা লাগিব।
ধন্যবাদ 🙏🙏🙏🙏
Jai shree hari 🙏🏻🙏🏻🙏🏻🙏🏻
Bhawna gutai kaikhona sai bhal lagila. Hokolura obhinoi bohut hundor.. gandhari Krishna darkhon sabola napatu.. dibo sun...
Dim hunkale
Hundor 🤟
ধন্যবাদ
সকলোৱে ভাল অভিনয় কৰিছে। সুন্দৰ 👍
🙏
Bhut val lagila
ধন্যবাদ
Bhut Bhut val lagil🙏🙏🙏🙏
Ainai dorai vauna Video khamu de thakiba 🙏🙏bitupon dada
ধন্যবাদ
Bhut vl lagila... From bangalore
ধন্যবাদ
বহুত ভাল লাগিল
সুন্দৰ এখন ভাওনা উপভোগ কৰিলো 🙏
ধন্যবাদ
savitri satyaban khonotkoi val lagisae abhinoybilak
ভাল লাগিল।
Hundor hoisa dai
ধন্যবাদ
Val lagil sai Aru recoding moja hoise
Val lagile dada
Mojja 😘😘
ভাল লাগিল
কুলাচলৰ মুক্তিলাভ ভাওনাখনি দিয়া হ'লে ভাল পালো হয় 🙏
বহুত সোনকালেই দিবলৈ চেষ্টা কৰিম
@@অনুপমবিতোপন bor hundor kahini dei
Excellent 💯👏👏👏👏
Apuna lukor vedio bur bohut val
ধন্যবাদ
Narod kaku da jang
সুন্দৰ অভিনয় , বৰ্তমানলৈ আপলোড কৰা প্ৰতিখন ভাওনা আৰম্ভণি ৰ পৰা শেষলৈকে সম্পূৰ্ণ কৰিছোঁ , ধন্যবাদ উপভোগ কৰিবলৈ সুবিধকন দিয়াৰ বাবে 🙏🙏
🙏🙏
J.
*জয় শ্ৰী কৃষ্ণ 🙏🙏🙏*
UjujjAFtth
বৰ সুন্দৰ লাগিল
🙏
ধন্যবাদ
Anupom da val lagle si
Mojaaa🔥🔥🔥🔥
🥰🥰🥰🥰🥰
❤️
মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ খন কেতিয়া কে upload কৰিব দাদা
🙏
kaku da mojjjaaaa👌👌👌
ধন্যবাদ
দাদা কাইলৈ গোলাঘাট আহিবনে ?
নাৰদ অভিনয় ভাল লাগিলে
ধন্যবাদ
🙏🙏🙏
🙏🙏🙏
সূত্ৰ জন বৰ ভাল লাগিল অ' নাম টো জনাব
ধন্যবাদ, মই পার্থ প্ৰতিম বৰা
🙏🙏🙏🙏🙏
ধন্যবাদ
Very nice.😃
ধন্যবাদ
শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা ভাওনা ভাগ আপলোড কৰিবচোন
কৰিম
Apupom Bitupon apunaluke val vdo post kore sau maje maje,
Kintu vdo tur majote j dangor koi likhi rakhe, saboloi beya lage
ভিডিঅ' চুৰৰ উপদ্ৰৱত এইটো ব্যৱস্থা লবলৈ বাধ্য হৈছো.... ক্ষমা কৰিব । আগলৈ চেষ্টা কৰিম বিকল্প ব্যৱস্থা লবলৈ
moja
🙏
১৫ অক্টোবৰত ড্ৰিবুগড় কানৈ মহাবিদ্যালয়ত নৃহিংস মূৰাৰি কৰিব। পাৰিলে দিবচোন দাদা । চাবলৈ বৰ মন আছিল। উপস্থিত থকাৰ সুবিধা নিমিলিব। আপোনাৰ চেনেলৰ দ্বাৰা পোৱাৰ আশা কৰিলো
🙏
Kot patise hoi
মেৰবিল। শিৱসাগৰ
hundr
Pdf Pam neki .
অনুপম-বিতোপন channel ৰ নিয়মীয়া দৰ্শক।
🙏🙏🙏🙏
Kaile khnt ahibo ne betbari
Tiok t hoise ni bitupon da
নহুষ লোৱা জনৰ নামটো জনাব 🙏🏻
Pdf টো পামনি
Bhil ligil
ধন্যবাদ
বহুত ভাল লাগিল
savitri satyaban khonotkoi val lagisae abhinoybilak
savitri satyaban khonotkoi val lagisae abhinoybilak
savitri satyaban khonotkoi val lagisae abhinoybilak
ধন্যবাদ