এলাগী ( ELAAGI ) // ASSAMESE SHORT FILM 2024 // PONKHI PRODUCTION

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 ต.ค. 2024

ความคิดเห็น • 2.2K

  • @NikumaniVlogs
    @NikumaniVlogs 6 หลายเดือนก่อน +495

    ভায়েক ভনীয়েকৰ সম্পৰ্কটোৱে সুকীয়া।। যদি পৃথিৱীৰ সকলো পুৰুষে নাৰীক নিজৰ মা নাইবা ভনী বুলি ভাবিলে হেঁতেন তেতিয়া আৰু এগৰাকী এলগীৰ সৃষ্টি নহলহেঁতেন।। আৰু সেই নীচ কৰ্ম কৰা লম্পত টোৰ সমানে দায়ী আমাৰ চাৰিও কাষৰ কিছুমান মানুহ বিশেষকৈ কেইগৰাকীমান মহিলা।। যিয়ে কেৱল বেলেগৰ দোষ খুচৰি ফুৰে।। তেওঁলোকৰ কি বেলেগ কাম নাই।। চাব আকৌ বেলেগৰ কথা খুচৰি ফুৰোঁতে নিজকে বা নিজৰ ছোৱালীক ও চিলনীয়ে থপিওৱা দি অসুৰবোৰে থপিয়াই নিব।। আমাক সমাজ লাগে গঠনমূলক আলোচনা আৰু দিহা পৰামৰ্শৰ বাবে কাৰোবাক মিছা অপবাদ দি মনটো ভাগি পেলাবৰ বাবে নহয়।। বাকী পংখী বাৰ কথাটো কবই নালাগে সঁচাকৈ এগৰাকী খুব মনৰ শক্তিশালী আৰু সাহসী সু মনৰ অধিকাৰী নাৰী।। তুমি অকলেই যিমানখিনি কৰিছা।। সেইখিনি চাগে এজন কৰ্মঠ পুৰুষেও কৰিব নোৱাৰে।। বাকী বিলাকৰ ও অভিনয় সুন্দৰ --- বিশেষকৈ দাদাকৰ অভিনয় বিশেষকৈ উল্লেখনীয়।। পংখী বা তুমি সদায় আগুৱাই যোৱা____তাৰেই কামনা।। তোমালৈ বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল।। তোমাৰ অনাগত দিনবোৰ যাতে ভালে ভালে যায়।। সঁচাকৈয়ে এইছবি খনৰ যোগেদি সমাজৰ মানুহৰ প্ৰত্যেকটো চৰিত্ৰৰ এ এক প্ৰতিকৃতি দাঙি ধৰিছে।। চাই পেলাই চকুপানী ওলাই গল।। আৰু নতুন নতুন কাম কৰি যোৱা তুমি পংখী বা।। কেতিয়াবা লগ পাম তোমাক।। তুমি বুলি কোৱা বাবে বেয়া নাপাবা।। যদিও তোমাতকৈ বয়সত বহুত সৰু।। কিন্তু তোমাক আৰু তোমাৰ ব্যক্তিত্বক বহুত বেছি ভাল পাওঁ।।

    • @ponkhiproduction5276
      @ponkhiproduction5276  6 หลายเดือนก่อน +46

      Ki buli j kom bhakhai bisari pua nai....bas tumlkr enkua mrm bure muk bht besi xahokhi.kori tule😘😘

    • @dasamibehera1484
      @dasamibehera1484 6 หลายเดือนก่อน +2

    • @jatishmandas8386
      @jatishmandas8386 6 หลายเดือนก่อน +4

      Val nalagi Sai......😢aji Kali suwali ye aibur xoijo nkore ....bal lora dusita kori fali pelam

    • @SimaBorah-cf2zv
      @SimaBorah-cf2zv 6 หลายเดือนก่อน +1

      Pahi. 😘😔🤡

    • @Raghab-Rana
      @Raghab-Rana 6 หลายเดือนก่อน +3

      Brahmachari ban jaw har kui Jay shree Ram 🙏🚩

  • @jimismitabaishya4573
    @jimismitabaishya4573 6 หลายเดือนก่อน +21

    বহুত ধুনীয়া লাগিছে,এজন ককায়েক হে যেন এজনী ভনিৰ মূল্য।ponkhi ৰ ককায়েক জনে সঁচাই ভাল অভিনয় কৰিছে

  • @NipunNath-pq2tk
    @NipunNath-pq2tk 6 หลายเดือนก่อน +145

    আমি সকলোৱে ছোৱালী বোৰক সন্মান দিব লাগে কাৰণ তুমি যদি বেলেক ছোৱালীক বেয়া চকুৰে চোৱা তোমাৰ ঘৰত থকা মা আৰু ভনিক চাব পাৰে 🙏🙏ছোৱালী মানে ঘৰৰ সন্মান 🎉❤🙏💟 Respect All girls 💟😚🙏

    • @ranjanneog245
      @ranjanneog245 6 หลายเดือนก่อน

      Heibuli a kela bonori, thirdclass suwalijonik o nuwari nohoi Honman dal dibo😅😅😅

    • @ponkhiproduction5276
      @ponkhiproduction5276  6 หลายเดือนก่อน +4

      🥹🙏💕

    • @Gitadevi-d2o
      @Gitadevi-d2o 6 หลายเดือนก่อน +3

      Right

    • @SmitaDevi-ro5rk
      @SmitaDevi-ro5rk 4 หลายเดือนก่อน +1

      Bht bhal lagise kahini tu awesome ❤❤❤

    • @niharikasaikia846
      @niharikasaikia846 2 หลายเดือนก่อน

      Right

  • @BarnilAssam
    @BarnilAssam 6 หลายเดือนก่อน +7

    হৃদয়স্পৰ্শী কাহিনী, লগতে এক ভাল বাৰ্তা ৷ সকলোৰে সুন্দৰ অভিনয় ৷
    বহুত ভাল লাগিল ❤❤❤

  • @mayamahanta5908
    @mayamahanta5908 23 วันที่ผ่านมา +1

    তোমাৰ বৰ সুন্দৰ অভিনয়,শুভেচ্ছা থাকিল।আগুৱাই যোৱা

  • @gayetrithakuria409
    @gayetrithakuria409 6 หลายเดือนก่อน +50

    গাৰ নোম শিহৰি উঠা এটা বৰ্তমান সমাজৰ ঘটনা ।। সচাকৈ বৰ সুন্দৰ কাহিনী ,বৰ সুন্দৰ অভিনয় ❤ আৰু আগুৱাই যোৱা তেনেকৈ

  • @pallakashdas3826
    @pallakashdas3826 6 หลายเดือนก่อน +56

    আপোনাৰ চুটি ছবি খনৰ যোগেদি অসমৰ সকলোবোৰ মানুহে খুব ভালকৈ বুজি উঠিছে যে সমাজৰ পৰা এজনী ছোৱালীএলাগী হোৱাটো কিমান কষ্টকৰ লগতে চুটি ছবিখনৰ লগত জড়িত সকলোবোৰলৈ মোৰ ফালৰ পৰা মৰম আশীর্বাদ যাচিলোঁ ধন্যবাদ। ❤

    • @ponkhiproduction5276
      @ponkhiproduction5276  6 หลายเดือนก่อน +2

      Bohut bohut dhoinnobad 💕😢

    • @pallakashdas3826
      @pallakashdas3826 6 หลายเดือนก่อน +3

      @@ponkhiproduction5276 Most Welcome🎉 🙏❤

  • @Mahadev_Bhakta484
    @Mahadev_Bhakta484 6 หลายเดือนก่อน +1216

    এলাগী খন চাই কোনে কোনে ভাল পাইছে like কৰি দিয়ক❤

    • @ranjanneog245
      @ranjanneog245 6 หลายเดือนก่อน +3

      Dislike korilu

    • @ponkhiproduction5276
      @ponkhiproduction5276  6 หลายเดือนก่อน +5

      Thank you ❤

    • @barashanath5918
      @barashanath5918 6 หลายเดือนก่อน +3

      Dhon bola lora tur acting tu next level korise dei👍

    • @BarshaShree
      @BarshaShree 6 หลายเดือนก่อน +1

      Moja😘

    • @RoushanwaraAhmed
      @RoushanwaraAhmed 2 หลายเดือนก่อน

      Val lagil...❤

  • @anantasaikia1075
    @anantasaikia1075 6 หลายเดือนก่อน +30

    কিয়ে সুন্দৰ ছবি 😢 চকু পানী উলাই গল😢 ইমান দুখ লগা ছবি চাই বহুত বেছি ভাল লাগিল আৰু ইয়াৰ ছবিখনৰ ভিতৰত মোৰ সকলোতকৈ বেছি ভাল লাগিল এলাগীৰ ককায়েক | এইটো নহয় যে বাকীকেইজনক বেয়া লাগিল কাৰণ ইয়াৰ ভিতৰতো থাকে মানুহৰ মাজত কাৰোবাৰ প্ৰতি বেছি আকৰ্ষণীয় ব্যক্তি ❤মই আকৰ্ষিত হোৱা ব্যক্তি জন এলাগীৰ ককায়েক ❤ আৰু মোৰ ফালৰপৰা 100% আশীৰ্বাদ দিছোঁ আগবাঢ়ি যোৱা ❤ আৰু আমাক মনত যাতে সুন্দৰ সুন্দৰ মনোমোহা ছবিৰে ভৰপূৰ আনন্দ দি যোৱা ❤ ছবিখনৰ কাহিনী লগত জড়িত সকলো ব্যক্তিক মোৰ ফালৰপৰা অভিনন্দন জনালো ❤ ছবিখনৰ কাহিনীটোৰ পৰা বহুতো কথা শিকিবলৈ পাৰিলো❤❤❤❤🔥💞

  • @pollabi1567
    @pollabi1567 6 หลายเดือนก่อน +112

    এলাগী ছবি খন বহুত বেছি ভাল লাগিছে । একেবাৰে অন্তৰ স্পৰ্শ কৰি গৈছে 😢 কোনে কোনে এক মত like কৰা

  • @rajbiki4463
    @rajbiki4463 6 หลายเดือนก่อน +47

    দৈন্দিন জীৱনত ঘটা কাহিনী ৰ বিষয়ক লৈ বনাইছা সচাকৈয়ে হৃদয় চুই গ’ল , চকু পানী ও ওলাই গ’ল আৰু পৰৱৰ্তী খণ্ডৰ বাবে ৰৈ থাকিলো । সকলোৰে অভিনয় শলাগ ল’বলগীয়া । ভৱিষ্যত উজ্জল কামনা কৰিলো আৰু আগুৱাই যোৱা । মৰম আৰু শুভেচ্ছা ৰে হাজোৰ পৰা ❤️

    • @TuktukGogoi-yt1bo
      @TuktukGogoi-yt1bo 5 หลายเดือนก่อน

      সকলোভালাগিচে❤

  • @bhabitrva8012
    @bhabitrva8012 6 หลายเดือนก่อน +8

    আকৌ এবাৰ মাজতে আহিলোঁ সমাজত চলি থকা এটা ঘটনাৰ সুন্দৰকৈ দেখাইছে৷ খুব সুন্দৰ❤

  • @mousumideka9963
    @mousumideka9963 6 หลายเดือนก่อน +17

    হৃদ়স্পৰ্শী এক কাহিনী ।😢
    সঁচাকৈ চকুপানী ওলাই গল 😢❤।অভিনয় বহুতে বেছি ধুনীয়া

  • @bipulkrrabha8087
    @bipulkrrabha8087 6 หลายเดือนก่อน +23

    কি কম, ভাষা বিছাৰি পোৱা নাই .... "পংখি "আগুৱাই যোৱা। বকোৰ পৰা বহুত মৰম❤

  • @bonitachetia5627
    @bonitachetia5627 6 หลายเดือนก่อน +11

    বহুত ধুনীয়া অভিনয় কৰিছাঁ পংখী ভাল লাগিল চাই, আগবাঢ়ি যোৱা

  • @kabitanath5619
    @kabitanath5619 6 หลายเดือนก่อน +4

    তোমাৰ অভিনয় আৰু কাহিনী বৰ ভাল লাগিছে আৰু আগুৱাই যোৱা ভাল ভাল সঁচা কাহিনী দিবা বুলি আশা ৰাখিলোঁ ❤❤❤❤

  • @raginidas185
    @raginidas185 6 หลายเดือนก่อน +132

    ইমান ধুনীয়া acting কৰিছে সকলোৱে, Dada জনে কিন্তু বহুত ধুনীয়া acting কৰিছে 🥺❤️🤗

  • @abhirupa44
    @abhirupa44 6 หลายเดือนก่อน +22

    বহুত অপেক্ষাৰ অন্তত পালো চালে, কান্দি গলো শেষত। অভিনয় সকলোৰেই খুব সুন্দৰ ❤️

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 6 หลายเดือนก่อน +14

    উৎপতীয়া লৰাটোৱে আজি এটা দুখৰ চৰিত্ৰ বৰ সুন্দৰ অভিনয় কৰিছে 👏🏻👏🏻👏🏻👏🏻

  • @progyanamguri2818
    @progyanamguri2818 6 หลายเดือนก่อน +6

    ধুনীয়া মৰমলগা বাজনী, আশা কৰিছো ভবিষ্যতে টিভিৰ পৰ্দাতো দেখা পাম।।

  • @Dhunu912
    @Dhunu912 5 หลายเดือนก่อน +17

    সচায় বৰ দুখ লাগিল দেই চায় 🥺❤।। ইমান সুন্দৰ ভাৱে চৰিত্ৰ টো ফুটাই তুলিচা 🥺❤।। নিৰ্মলৰ দৰে নৰপিখাচ পৃথিবীত থকাবই নালাগে ☹️।। ককায়েক ভিনিয়েকৰ দৃশ্য টো চাই মই বৰ আবেগিক হৈ পৰিছো 🥺❤।। ছোৱালী বোৰক সদায় কিয় ঘৃণা কৰে..ladist fast বুলি ক'লেই নহ'ব ।। নাৰী বৰ্তমান সমাজত সম্পূর্ণ সুৰক্ষিত নহয় ❤।। যেতিয়ালৈকে লম্পদ বিলাক মুকলি আকাশৰ তলত থাকিব পাৰিব 🥺❤।।। মই তোমাৰ ভিডিও চায় সচাকৈ আবেগিক হৈ পৰিছো 🥺❤।। সেইবাবে মোৰ মনলে অহা প্ৰত্যেক টো কথা কৈ দিলো 🙂।। দৰাচলতে মই কাহিনীৰ ভিতৰলৈ সোমাই গ'লো ☺।। পংখী বা, দেহা আৰু এলাগীৰ সকলো অভিনেতা, অভিনেত্রী লৈ শুভেচ্ছা থাকিল🎉সদায় আগুৱাই যোৱা 😌😍। মোৰ ফালৰ পৰা সদায় তোমালোকলৈ মৰম, শ্রদ্ধা নিবেদন কৰিলো 😌❤।। wowwww itni sari views🎉❤congratulations elagi all team members 🎉❤❤

  • @seemavlog7942
    @seemavlog7942 6 หลายเดือนก่อน +49

    বহুত ভাল লাগিল পঙ্খি ,তোমাৰ অভিনয়ে চকু পানী উলিয়াই দিলে।আৰু আগুৱাই যোৱা।।।।।god bless you

    • @ArupArupGogoi
      @ArupArupGogoi 6 หลายเดือนก่อน +2

      Hosakoi muru soku pani ulai gol...❤

    • @ponkhiproduction5276
      @ponkhiproduction5276  6 หลายเดือนก่อน

      Thank you so much ❤

  • @dikhitakalita9135
    @dikhitakalita9135 6 หลายเดือนก่อน +36

    বহুত অপেক্ষাৰ অন্তত চাবলৈ পালো ☺

  • @moonmumunaina9205
    @moonmumunaina9205 6 หลายเดือนก่อน +60

    এলাগী ছবি খনলৈ অলেখ শুভ কামনা জনালোঁ আগ বাঢ়ি যোৱা❤❤frm Dibrugarh

  • @labanyadihingia8385
    @labanyadihingia8385 2 หลายเดือนก่อน

    বহুত বহুত ভাল লাগিল।।।। তোমালোকৰ acting সচাই প্ৰশংসনীয়

  • @mamonibora1235
    @mamonibora1235 6 หลายเดือนก่อน +14

    এজনী ধৰ্ষিতা কেতিয়াও এলাগী নহয়।ভাল msg এটা দিছা videoটোৰ জৰিয়তে।ভাল লাগিল।আগুৱাই যোৱা

  • @dkblog5226
    @dkblog5226 6 หลายเดือนก่อน +10

    Next level jhimi ba ❤❤ kanduwai dila 😢 আৰু সকলো ছোৱালীক সাহসী হবলৈ প্রেৰনা দিলা ভাল লাগিল 😊❤ love u jhimi ba 😘😘😘😘😘

  • @THG953
    @THG953 6 หลายเดือนก่อน +15

    Wah ponkhi ❤কত লুকাই আছিলা ইমান দিন।
    ❤❤❤❤
    অসমত এজনী নতুন অভিনেত্ৰীৰ পৰশ দেখিব পাইছোঁ।সুন্দৰ অভিনয় তোমাৰ। তুমি দেখুৱাই দিব পাৰিচা সমাজক তোমাৰ শক্তি।👏🏻👏🏻👏🏻💙

    • @ponkhiproduction5276
      @ponkhiproduction5276  6 หลายเดือนก่อน

      Ufff🥹🙏💕

    • @THG953
      @THG953 6 หลายเดือนก่อน

      @@ponkhiproduction5276 বেয়া মানুহৰ পৰা সাৱধান হবা।অলপ উন্নতি হলে কিন্তু বিভিন্ন বেয়া কৰিব চায়। মোৰ প্ৰভু এ তোমালোকৰ ৰক্ষা কৰিব 🙌❤️❤️❤️আৰু stuck nhoba আগুৱাই হৈ থাকা অভিনয় কৰি গৈ থাকা।বহুত আগুৱাই যাব পাৰিবা 😚😘

    • @toraliluhar7459
      @toraliluhar7459 6 หลายเดือนก่อน

      Soku Pani ulai gol ponkhi ❤bhai bhoni morom hukuya

  • @jayantadas3716
    @jayantadas3716 6 หลายเดือนก่อน +14

    সমাজলৈ এটা সুন্দৰ বাৰ্তা পংশী♥️

  • @rinjumahanta6993
    @rinjumahanta6993 2 หลายเดือนก่อน

    বহুত ভাল লাগিল সুন্দৰ প্ৰদৰ্শন আগুৱাই যোৱা আৰ্শীবাদ থাকিল ।

  • @RantuKalita-oo3ym
    @RantuKalita-oo3ym 6 หลายเดือนก่อน +5

    ভাল লাগিল পংখি বা Short film খন ❤❤চাই

  • @BindiyaDas-sl3cm
    @BindiyaDas-sl3cm 6 หลายเดือนก่อน +4

    Wow সমাজত এটা সঁচা কাহিনী দাঙি ধৰিলে বহুত ভাল লাগিল আৰু এনে ধৰণৰ ভিদিঅ সমূহ দি যাব বা ❤

  • @usersumi552
    @usersumi552 6 หลายเดือนก่อน +4

    সঁচাই বহুত ভাল লাগিল ,,, সকলো নাৰী সাহসী হব লাগে ❤ চকুৰ পানী ওলাই গ'ল

  • @anjali6192
    @anjali6192 6 หลายเดือนก่อน +1

    Bht vl lgil saii aruu aguwai jwa ♥️♥️♥️♥️♥️💖 waiting for part 2

  • @moitrydas5476
    @moitrydas5476 6 หลายเดือนก่อน +1

    I love. This video ... I. Love your video very much cute ponkhi video.....,.,,.......

  • @BiswajitRabha-ti2qo
    @BiswajitRabha-ti2qo 6 หลายเดือนก่อน +14

    👉 এলাগী ...চাই বহুত ধুনীয়া
    লাগিলে পংক্ষী বা ...❤
    তুমাৰ Acting বহুত ধুনীয়া হয়...❤
    তুমি যেন সদায় আৰু আগবাঢ়ি যোৱা মই তাৰেই শুভ কামনা জনালোঁ...❤
    Happy ৰঙালী বিহু ❤
    🥰
    আপোনালৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু লগতে দেহাক অ ...❤

    • @ponkhiproduction5276
      @ponkhiproduction5276  6 หลายเดือนก่อน +1

      Bohut bohut dhoinnobad 💕💕

    • @BiswajitRabha-ti2qo
      @BiswajitRabha-ti2qo 6 หลายเดือนก่อน

      @@ponkhiproduction5276
      🙏... নমস্কাৰ ❤️

  • @gargichetiaofficial1515
    @gargichetiaofficial1515 6 หลายเดือนก่อน +5

    অতি সুন্দৰ পংখী বা❤কাহিনীৰ লগতে প্ৰত্যেকৰেই অভিনয় অতি সুন্দৰ আৰু নিখুঁত হৈছে❤আৰু আগুৱাই যোৱা বা😊❤️এলাগী ছবিখনৰ আঁৰত থকা সকলো শিল্পী তথা কলা-কৌশলীলৈ অভিনন্দন জনাইছোঁ😊💐।।।

  • @janmonisonowal1420
    @janmonisonowal1420 6 หลายเดือนก่อน +6

    বহুত বহুত বেছি ভাল লাগিল❤ চকুপানী ৰখাব পৰা নাই🥺 সমাজলৈ এটি সুন্দৰ বাৰ্তা আগবঢ়োৱা বাবে বহুত বহুত ধন্যবাদ 🤗 সকলোৱে অভিনয় বহুত বেছি ভাল হৈছে😊 মুনো বা লৈ ধন দাৰ থকা মৰম বোৰ দেখি মনত বৰ দুখ লাগিছে দাদাৰ অভাৱ অনুভৱ কৰিছোঁ 😭

  • @Ujjwal__ray
    @Ujjwal__ray 6 หลายเดือนก่อน +2

    Story tu short holeo interesting .👍

  • @SibaniSonowal-w5z
    @SibaniSonowal-w5z 2 หลายเดือนก่อน +2

    Abhinoi bht dhuniya apunalukr anekuwa bilak di thakibo buli akha thakil 🙏🥺🥺❤️

  • @Shyamantika569
    @Shyamantika569 6 หลายเดือนก่อน +5

    বহুত অপেক্ষা কৰি আছিলোঁ finely আহি গল এতিয়ালৈ চোৱা নাই চাও আৰু ভাল হবই আপোনাৰ film ❤❤

  • @mk-yz5lx
    @mk-yz5lx 6 หลายเดือนก่อน +8

    বহুত অপেক্ষা কৰিলোঁ বা❤❤ভাল লাগিল চাই😊

  • @karishmasaikia323
    @karishmasaikia323 6 หลายเดือนก่อน +4

    বহুত অপেক্ষা অন্তত চাবলৈ পালোঁ ❤❤ বহুত বেছি ভাল লাগিল ❤❤❤

  • @NiharikaBuragohain-z7y
    @NiharikaBuragohain-z7y 5 หลายเดือนก่อน

    বহুত সুন্দৰ অভিনয়.. মন চুই গৈছে। পংখী বা তোমাৰ সদায় ভাল হওক।

  • @kakuMoniBorah-oi7om
    @kakuMoniBorah-oi7om 6 หลายเดือนก่อน +1

    খুব ধুনীয়া লাগিছে বা কাহিনীটো
    আৰু আগবাঢ়ি যোৱা তাৰে শুভেচ্ছা জনালোঁ ❤❤❤

  • @axomiyabuarimoitina6081
    @axomiyabuarimoitina6081 6 หลายเดือนก่อน +12

    আচলতে চকুৰ সন্মূখত ধূৱা তুলসীৰ পাত দেখুওৱা মানুহবোৰ এনেকুৱাই , অতি সুন্দৰ বা আৰু তোমাৰ সহকৰ্মী সকলোকে মৰম যাঁচিলো ❤

  • @bidishabora11
    @bidishabora11 6 หลายเดือนก่อน +5

    Bohut val hoisa video tur concept tu .... akdom real story jn lagisa.....vl..lagil...😊

  • @tulumonisaikia580
    @tulumonisaikia580 6 หลายเดือนก่อน +6

    সচৰাচৰ ঘটি থকা ঘটনা। চাই ভাল লাগিল। পঙ্খি তোমাৰ ভাল হওঁক। ঈশৰ আছে তোমাৰ লগত

  • @juriDas-w7b
    @juriDas-w7b 3 หลายเดือนก่อน

    বহুত সুন্দৰ অভিনয় ❤, পংখী ভাল লাগিলে চাই, ভাই ভণিয়কৰ সম্পৰ্ক টো

  • @lavitadeka5179
    @lavitadeka5179 3 หลายเดือนก่อน

    সঁচাকৈ বহুত ভাল লাগিলে হৃদয় চুই যোৱা কাহিনী 🥲

  • @jeemonigogoi3455
    @jeemonigogoi3455 6 หลายเดือนก่อน +16

    বহুত ধুনীয়া অভিনয় কৰিছে সকলোৱে ❤
    চুটি ছবি খন চাই সঁচাকৈ চকুপানী ওলাই গৈছে 🥺

  • @nayanjyotisonowal7380
    @nayanjyotisonowal7380 6 หลายเดือนก่อน +8

    NEXT LEVEL SHORT FILM PONKHI BAAA❤❤❤❤

  • @Deepshikha_Dutta__
    @Deepshikha_Dutta__ 6 หลายเดือนก่อน +6

    কি বুলি যে কম... ভাষাৰ অভাৱ হৈ পৰিছে, এই চুটি ছবি খন সঁচাই বৰ বুজাব নোৱাৰা এক কাহিনী... ২৫মিনিট যোৱাৰ পাছৰে পৰাই বৰ বেয়াকৈ চকু পানী নিগৰাই আনিছে❤️❤️🥺

  • @Makingwaves.91
    @Makingwaves.91 6 หลายเดือนก่อน +1

    Ankuwa video amr xomaj khonor babe bhut dokar asil ....... Dhonnyoobad ❤ ponkhi production ❤

  • @rimjhimdutta1722
    @rimjhimdutta1722 2 หลายเดือนก่อน

    দাদাৰ অভিনয়টো সচাঁকৈ বহুত সুন্দৰ হৈছে। আৰু পংখী বাকটো ক'বই নালাগে.... ❤❤❤। অপেক্ষা......।

  • @harshitaray6680
    @harshitaray6680 6 หลายเดือนก่อน +54

    Kune kune nswa k agt like dya ❤

  • @sangitasonowal5160
    @sangitasonowal5160 6 หลายเดือนก่อน +8

    Next level baa😢❤

  • @dimpinath3201
    @dimpinath3201 6 หลายเดือนก่อน +10

    Dada jonor acting mojja hoise aru ba tmro acting mojja hoise..

  • @Assamesssereials
    @Assamesssereials 23 วันที่ผ่านมา

    Bohut val hoise story to.val palu Sai .

  • @priyankakoiri4260
    @priyankakoiri4260 6 หลายเดือนก่อน +1

    Very nice go ahead ponkhi

  • @ankitasaikia999
    @ankitasaikia999 6 หลายเดือนก่อน +9

    Upff ki dhunia acting 🥺❤️knduai pelala o🥺🥺

  • @sabitadas4863
    @sabitadas4863 6 หลายเดือนก่อน +5

    Next level ponkhi baa🥺❤

  • @himashreesaikia1
    @himashreesaikia1 6 หลายเดือนก่อน +10

    Ata jiya kahini saboloi palu❤..bohut bohut morom aru huveisa dilu baa.aru aguwai juwaa💐💗

  • @jintikolita6133
    @jintikolita6133 หลายเดือนก่อน

    Khub sundor kahini sundor avinoy

  • @queendas9546
    @queendas9546 2 หลายเดือนก่อน

    Xundor kahini ajir yugor protisobi bht val lagil lgte dukh o lagil😢

  • @bhagyashridevi6136
    @bhagyashridevi6136 6 หลายเดือนก่อน +4

    Bohut val lagil sai ❤❤

  • @tinaahazarika77
    @tinaahazarika77 6 หลายเดือนก่อน +4

    @gitu dada r acting manibo lagibo...bohut dhunia hoise ru @ponkhi baa r ktha ki kom...tumk tariff kribo pora words mur dictionary t a nai....baki gutei burr a acting bohut besi dhunia hoise...aguwai jauk hokoluwe anedorei.... ভাল লাগিল কাহিনী, সংলাপ,আৰু সকলোৰে অভিনয় 💕💕

    • @ponkhiproduction5276
      @ponkhiproduction5276  6 หลายเดือนก่อน +1

      Thank you so much ❤

    • @_gitu_medhi
      @_gitu_medhi 6 หลายเดือนก่อน +1

      Bohut bohut dhonyobad ❤

  • @SunamiNath-me4mo
    @SunamiNath-me4mo 6 หลายเดือนก่อน +9

    Next part ❤❤❤❤❤❤lage

  • @bhaskarjyotiphukon6777
    @bhaskarjyotiphukon6777 5 หลายเดือนก่อน

    Bhut dhuniya ponkhi baa..mur hridoy sui gol Hoxake 😢..aii kahinir joriyote aru 10 gorakik hahokh dibo 🙏💖

  • @ranujkutum2303
    @ranujkutum2303 28 วันที่ผ่านมา +1

    Love from dhakuakhana 🎉🎉🎉❤❤❤

  • @NikumoniKalita-z7z
    @NikumoniKalita-z7z 6 หลายเดือนก่อน +4

    Cakur pni olai ahise o ❤❤

  • @PranjalDutta-l4e
    @PranjalDutta-l4e 6 หลายเดือนก่อน +4

    Next plzzzz😢❤❤

  • @bidishadeka3548
    @bidishadeka3548 6 หลายเดือนก่อน +2

    Aikhn sai xosai bht sokupani ulal 😭😭...bht dhuniya hoise ❤❤❤❤

  • @nahidislam5998
    @nahidislam5998 6 หลายเดือนก่อน

    সচাকৈ বহুত ভাল লাগিল বা । আমাৰ সমাজত এনেকুৱা মানুহ বহুত আছে যাক আপোন বুলি ভবা যায় তেওৰেই চৰিত্ৰ এনে হয়
    বহুত শুভেচ্ছা থাকিল আপোনালৈ 💐❤

  • @KekhabKowar
    @KekhabKowar 2 หลายเดือนก่อน +4

    😢😢😢😢😢😢

  • @Justthings-b3m
    @Justthings-b3m 6 หลายเดือนก่อน +5

    🥺 nice video ❤️‍🩹

  • @nidarshanadas6143
    @nidarshanadas6143 6 หลายเดือนก่อน

    ভাষা নাই বহুত ভাল লাগিলে মনত সাহস পাইছো ❤ আৰু আগুৱাই যোৱা বা ❤

  • @ramenbora-ej8ob
    @ramenbora-ej8ob 3 หลายเดือนก่อน +1

    Hundor hoise. Anekoi Aguwai juwa Tare kamona korisu❤

  • @mainegogoi4915
    @mainegogoi4915 2 หลายเดือนก่อน

    Bht dhuniya hoisa❤❤ baa tmi aru aguaai jua

  • @sumidihingia5955
    @sumidihingia5955 2 หลายเดือนก่อน

    মন চুই গ'ল short film খন য়ে ❤️

  • @Snehadas-j1h
    @Snehadas-j1h 5 หลายเดือนก่อน

    Imn dhuniya ke bonaise apunaluke video tu bhutt val lagil dey sokur Pani olai gysile mur hosake bhutt bhutt val lagil sai❤

  • @SimaDevi-nh3sw
    @SimaDevi-nh3sw 6 หลายเดือนก่อน

    বহুত ভাল লাগিল চাই পিছৰ খণ্ড সোনকালে চাব পাম বুলি আশা থাকিল 😍😍

  • @riturajvlogs9101
    @riturajvlogs9101 6 หลายเดือนก่อน +1

    Very good short film part 2 lage

  • @AnamikaDutta-b1y
    @AnamikaDutta-b1y 6 หลายเดือนก่อน

    সঁচাকৈ বহুত ভাল লাগিলে হৃদয় চুই যোৱা কাহিনী 😢❤

  • @nabanitadas6406
    @nabanitadas6406 5 หลายเดือนก่อน

    Waiting for second part ❤ video tu val lagele sai akha koru apunaluke anekoi aguwai goi thakok dhoinnobad amar majot video tu share korar babe ❤

  • @KarabiBorah-un9vq
    @KarabiBorah-un9vq 6 หลายเดือนก่อน

    সঁচাকৈ বহুত ভাল লাগিলে হৃদয় চুই যোৱা কাহিনী ❤

  • @BhupenDas-v4k
    @BhupenDas-v4k 5 หลายเดือนก่อน

    Bohut vl lagil alagi khon sai ...❤❤ ponkhi ba aru dadar acting xosai dhuniya .. mane 🔥🔥

  • @mamudas753
    @mamudas753 6 หลายเดือนก่อน

    উফ কি সুন্দৰ অ , হৃদয় চুই গ'ল😔 চকু পানী ও ৰখাব নোৱাৰিলোঁ🥺❤️

  • @krishnaraj-et5ng
    @krishnaraj-et5ng 6 หลายเดือนก่อน +1

    চিত্ৰনাট্যকাৰ হিচাপে ভাইতি জোনমনিৰ প্ৰথম লগতে পৰিচালক হিচাপেও প্ৰথম ভাইতি মানসৰ। যদিওবা দুয়োৰে প্ৰচেষ্টাক মই প্ৰকৃতাৰ্থত শলাগ লৈছো। আৰু উন্নত পৰ্যায়ৰ কাম কৰি আগুৱাই যোৱা দুয়ো মোৰ ভাই💐💐👍❤️.... ।লগতে সকলোৰে লৈকে অলেখ শুভকামনা। কামবোৰ ভালপাইছো❤️👍😍😍

  • @antara4048
    @antara4048 6 หลายเดือนก่อน

    বহুত ভাল লাগিল বা ♥️ বহুত দুখ লগা ঘটনা 😢

  • @rumonmozumder2323
    @rumonmozumder2323 6 หลายเดือนก่อน

    বহুত ভাল লাগিল চাই, কাহিনীটো বৰ্তমান যুগত চলি থকা সচা কথা দেখা গৈছে |👍👍সকলোৱে ভাল অভিনয় কৰিছে 👌

  • @Madhurjya_Mandit_Nath
    @Madhurjya_Mandit_Nath 6 หลายเดือนก่อน +1

    Bhal lagil sai......
    Waiting for next part

  • @hirankalita1034
    @hirankalita1034 2 หลายเดือนก่อน +1

    হৃদয় চুই গৈছে ❤❤❤

  • @runuma714
    @runuma714 2 หลายเดือนก่อน

    Asolote jak apun buli vabi morom aru xonman kora jai nh... Xei bure xubidha bisri fure... But xokolu manhu ake nhy jenekoi ponkhi bak val pabo bisora lorajon... Tenukua koribo parile hoi... Xosakoi apun buli jak vabi loi teo pis falor pora suri mari diye... Dhuniya bhut vl lagil... Aru aguyai jua vl vl video bonai jua... Love you all ❤❤❤

  • @user-kakumoni
    @user-kakumoni 2 หลายเดือนก่อน

    Hsake bhut besi vll lgil sai..... ❤ Emotional u hoi glu bhut ❤😢

  • @trishnamonihandique4161
    @trishnamonihandique4161 6 หลายเดือนก่อน

    সচাঁকৈ অন্তৰ চুই যোৱা কাহিনী। আৰু আগবাঢ়ি যোৱা বা

  • @BiswajitDas-ss4xj
    @BiswajitDas-ss4xj 2 หลายเดือนก่อน

    Next level.... waiting for next story

  • @KrishnamoniThakuria-zw4te
    @KrishnamoniThakuria-zw4te 2 หลายเดือนก่อน

    Vl lagil webseries khon sai.....Nirmal da....amar Niranjan da..jak ami NJ buli matu..Nxt part2 laga..ponkhi ba acting 1nmbr..

  • @PriyaBorah-c5j
    @PriyaBorah-c5j หลายเดือนก่อน

    বহুত ভাল লাগিল চাই ❤

  • @misskrishnapatir6772
    @misskrishnapatir6772 6 หลายเดือนก่อน

    Finley aji salu....❤ Koduwai dili ponkhi baa 😢 god bless you ♥️🙌 aguwai juwa 🙌