Another great and indeed a best project in Assam 😎 very proud to be from Assam and that too in Guwahati. Assam'r hosake bohut bhaal aroo dhuniya project❤
Nice video. Hope it is made properly to attract tourists and generate revenue like the Statue of Unity, Jatayu, Adi Yogi, etc. Nohole anei bonai labh nai. Should have been located near the highway though. Also, need such parks at Deepor Beel also. Whole stretch from Airport to Dharapur is undeveloped. Properly lake front type bonabo laage. Will make Guwahati look good.😍😍
Yes, Guwahati Palashbari- Dharapur- Azara area can be developed as an "Aero City" like Gurgaon. Earlier, I was talking about how Deepor Beel area can be developed to attract tourists.💕💕🩷🩷
বহুত আনন্দীত হৈছোঁ। ধন্যবাদ অসম চৰকাৰ
Bhut dhunia hoise.. Thank mama❤🎉
Aru bohut Dhuniya aru bohut letera jega mja bohut val lagil
Another great and indeed a best project in Assam 😎 very proud to be from Assam and that too in Guwahati. Assam'r hosake bohut bhaal aroo dhuniya project❤
Bohut dhunia
😍😍😍,,
খুব সুন্দর
ধন্যবাদ জনালো❤🤗,,
Bohut dhunia lagise
😍😍😍you are right👍,,
ধুনীয়া বনাইছে দেই
🤗🤗❤❤,,
Aito project complete hole Guwahati r najariya aru bhut vl loga hbo
You are right👍❤,,
সুন্দৰ 👍
😍😍😍হয়,,সচাঁকৈ বহুত সুন্দৰ,,
Tumi xsakoi birat dhuniya video bonuwa,❤
🤗🤗❤❤thank you for the blessings😊,,
Mozzaaa
🤗🤗❤❤,,
Virat Bhal lagil video tu
Hoi neki🤗thanks,,
beautiful
You are right👍,,
Moja
Thank❤you,,
Very good step in Assam Govt.
You are right❤👍,,
Nice video. Hope it is made properly to attract tourists and generate revenue like the Statue of Unity, Jatayu, Adi Yogi, etc. Nohole anei bonai labh nai. Should have been located near the highway though.
Also, need such parks at Deepor Beel also. Whole stretch from Airport to Dharapur is undeveloped. Properly lake front type bonabo laage. Will make Guwahati look good.😍😍
You are absolutely right👍❤,, thank you,,
Already river front projects hoise brahmaputrat. Aroo west guwahati khon developed. Already developed asei, aroo hoiye ase.
Terminal 2 airport hole taar pisot gutei khini bodli jabo. Guwahati aero city hoi. Hotels, cafe, restaurants, bars, high rise societies, malls, market sob asei. Aroo boniye ase.
Yes, Guwahati Palashbari- Dharapur- Azara area can be developed as an "Aero City" like Gurgaon.
Earlier, I was talking about how Deepor Beel area can be developed to attract tourists.💕💕🩷🩷
@@Rahulkumar-cq5xx heiyai bonai ase amar cm'e 😎 heikhini etiya guwahati aero city buli nam d dse already.
Nice
😍🤗🤗❤,,
Guwahati beautification ot video bonabi
Nagaonr Bordowa Than or Mega Project tur update dibosun
Aagoloi nissoy sesta korim❤,,
❤❤❤
🤗🤗❤❤❤,,
100 কোটি বহুত হৈছে
Amaar Guwahati khon top developing metro city buli ghukhona kori dibo laage. Infact hoi kintu aroo publicity laage raizor majot specially outside assam. Tier 2 city pora tier 1 kori dibo laage jodiu agotei tier 1 category hoi goise amaar sohor khon.
You are right👍❤,,
Deepor bill hoi... wetland tu... dumping ground etau ase usorot...
Yes,, usorot dumping ground eta aase,,
Kuruwa-Narengi Bridge r update video eta dibo
Nissoy sesta korim,,
Mur 2nd hand cycle ekhon ase bro, kiniba ne ki? Only 500. Vlog bonabole olop easy hobo travel korat.
Cycle khan ranger neki? ☺run aase ne,,
@@kuldipunlimited5320 video bur sai vaal lage....aaguwai juwa anekoi a.....best wishes from India.
Ranger na ki
@@drockerrockz3732 keep blessings always ❤❤
@@mobrurmazumder7250 Hercules Ranger cycle
অসমীয়া মানুহে হয়তু অদৰকাৰী কথাত বিতৰ্ক কৰি ভাল পায়। ৰাইজক অনুৰোধ জনালোঁ অদৰকাৰী কথা বাদ দি জাতিটোক ৰক্ষা কৰিব চেষ্টা কৰক। Supreme Court এ নাগৰিকৰ ভিত্তি বছৰ ১৯৭১ কৰাটো আইন সংগত বুলি কোৱাটো দুৰ্ভাগ্য জনক। অসমত অসম চুক্তি বাতিল কৰিবই লাগিব নহলে অসম হয়তো নাবছে। নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ কৰিবই লাগিব। এতিয়া যি খিনি লৰা ছোৱালীৰ বয়স ৪০ বছৰৰ তলত তেওঁলোকৰ জীৱনত সংঘাতিক সংকট নামি আহিব।
বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ জৰিয়তে অসমক বচাব নোৱাৰে। অসমত হয়তো অসমীয়া মানুহৰ জনসংখ্যা ৪০% আৰু বাংলাদেশী আৰু বাঙালী মানুহৰ জনসংখ্যা ৬০%। অলপ দিন পাছত যিহেতু অসমীয়া মানুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বহুত কমিছে, গতিকে অসমীয়া মানুহৰ জনসংখ্যা ২০% হব আৰু বাংলাদেশী মূলৰ মানুহৰ জনসংখ্যা ৮০% হব। এনে পৰিস্থিতিত বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ কোনো কামত নাহে। লগতে অসমীয়া মানুহে প্ৰতি পল প্ৰতি অনুপল নিজকে অসমীয়া বুলি প্ৰমাণ কৰিব লাগিব। ধৰক অসমীয়া মানুহে মাটি এডোখৰ কিনিব গৈছে, নিৰ্বাচন খেলিব গৈছে তেতিয়া নিজকে ১৯৫১ চনৰ আগৰ বুলি প্ৰতিটো Generation এ হয়তো প্ৰমাণ কৰিব লাগিব। লগতে বাংলাদেশী মূলৰ মানুহে কিবা বুদ্ধি কৰি তাৰ বাট ওলাই লব। এটা সময় আহিব ৫০ বছৰ ১০০ বছৰ ১৫০ বছৰ পিছত অসমীয়া লৰা ছোৱালীয়ে নিজকে অসমীয়া বুলি প্ৰমাণ কৰিব নোৱাৰিব documents (১৯৫১) ৰ অভাৱত। আৰু যেতিয়া আগলৈ যদি চৰকাৰ সলনি হয়, আৰু Fake Secular দল যদি চৰকাৰত আহে তেতিয়া নিয়ম সলাই দিব বাংলাদেশী মূলৰ মানুহৰ স্বাৰ্থত।
Crime কেনেকৈ নিয়ন্ত্ৰণ কৰিব? আপোনালোকে RTI কৰি ওলাই চাওক প্ৰতিখন জেল, পুলিচ থানা আদিত এচাম বিশেষ লোকৰ আধিপত্য আছে। ড্ৰাগছ ৰ বেপাৰ, চোৰ, ডকাইত, চোৰাং চিকাৰী, চোৰাং কাঠৰ বেপাৰী, ধৰ্ষণ কাৰী আদি। বাংলাদেশত হিন্দু মানুহক গছত, ৰেলিংত বান্ধি অত্যাচাৰ কৰিছে। কোনোবা আন্তজাৰ্তিক মানৱতা সংগঠনে, আন্তজাৰ্তিক মিডিয়া আদিয়ে মাত মতিছে জানো? বাঙালী মানুহৰ জনসংখ্যা অসমীয়া মানুহত কৈ বহুত বেছি তথাপিও কোনেও গুৰুত্ব দিয়া নাই। গতিকে অসমীয়া মানুহ বিপদত পৰিলে কোনেও সহায় কৰিব আগবাঢ়ি নাহে।
ডুবাই UAE ত লোকেল মানুহ মাত্ৰ ১১% বাকী সকলো বিদেশী। কিন্তু তাতে কেতিয়াও নাগৰিকত্ব নিদিয়ে, Work Permit হে দিয়ে। তাতে নিৰ্বাচন নহয় গতিকে তাৰ লোকেল মানুহ সুৰক্ষিত কিন্তু অসমত নিৰ্বাচন হয়। গতিকে অসমীয়া মানুহ কেতিয়াও সুৰক্ষিত নহব যদিহে নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ নকৰে? কমিটিয়ে কৈছে নিৰ্বাচনত কিছু আসন সংৰক্ষণ কৰিব অসমীয়া মানুহৰ বাবে কিন্তু যেতিয়া ৮০% ভোটাৰ বাংলাদেশী মূলৰ হব লগতে তেতিয়া এই আসন সংৰক্ষণ কৰা কাৰ্য্যৰ পৰা একো লাভ নহয় practically। মনত ৰাখিব অসমত বাংলাদেশী মানুহ অসমীয়া আৰু ভাৰতীয় ৰাজনৈতিক নেতা কিছুমানে সংস্থাপন কৰিবলৈ হয়তো সুবিধা কৰি দিছিল। তেওঁলোকৰ বাবে অসম ডাঙৰ নহয়, তেওঁলোকৰ কাৰণে গান্ধীজীৰ ছবি থকা কাগজহে বেছি ডাঙৰ আছিল চাগে। যোৰ পুৰি হাত পালে এতিয়া হাতো জলি আছে থাতপিও অসমীয়া মানুহে কিয় সাৰ পোৱা নাই?
আপোনালোকে যদি বিশ্বৰ ৰাজনীতি আৰু সমাজনীতি অধ্যয়ন কৰে তেতিয়া দেখিব ভাৰতীয় মূলৰ মুছলমান মানুহ থকা কেইখনমান ঠাই যেনে ডুবাই, পাকিস্তান, বাংলাদেশ আৰু কাশ্মীৰ। ডুবাই Successful কিয়নো সেইখন এখন disciplined society আৰু তাতে নিৰ্বাচন নহয়। কিন্তু আন দিশে পাকিস্তান, বাংলাদেশ আৰু কাশ্মীৰ তিনিখনৰে Indisciplined society আৰু নিৰ্বাচন হয়। অসমতো নিৰ্বাচন হয় আৰু Indisciplined society?? অসমৰ অৱস্থাও পাকিস্তান আৰু বাংলাদেশৰ দৰে হব পাৰে। অসমীয়া মানুহৰ অবস্থা হয়তো বাংলাদেশ আৰু পাকিস্তানৰ হিন্দু সকলৰ দৰে অৱস্থা হব
আমি আগতেও ৰাইজক কিছুমান কথাত সজাগ কৰিব চেষ্টা কৰিছিলোঁ কিন্তু ৰাইজে গুৰুত্ব নিদিয়ে চাগে। কিন্তু এইটো জীৱন আৰু মৰণৰ বিষয়। অলপটো চেষ্টা কৰা উচিত জাতিটোক বচাবলৈ।
Please analyze and Share.
সচাঁকৈ ❤❤এটা শ্ৰেষ্ঠ মতামত,, অশেষ ধন্যবাদ জনালো❤🤗,, আশা কৰিছো এনেকুৱা দূৰদৰ্শী মতামতে আগলৈও অসমীয়া ৰাইজক আগুৱাই লৈ যাব❤🤗অশেষ শ্ৰদ্ধা থাকিল🙏🙏
দীপৰ বিলত আৰ্থ ফিলিং কৰি বনোৱা হ'ল নেকি ?
Any video on science City Sonapur
Moi ebosor aagote eta video bonaisilu,, but taate entry koribo nidiye,,
@kuldipunlimited5320 ok
মই এইটো ফেচবুকতো চেয়াৰ কৰিলোঁ ৷
ধন্যবাদ জনালো🤗🤗,,
Location
Jitu agp koribo nuwari le bjp r dinot himanta biswa sarma r netrittot hol.