Flood || Doboka - Hojai:Assam || হোজাইৰ ডবকাত যমুনা আৰু কপিলী নৈৰ সংহাৰী ৰূপ

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ต.ค. 2024
  • চতুৰ্থটো বানত বুৰিল হোজাইৰ ডবকাৰ বিস্তীৰ্ণ অঞ্চল। যমুনা আৰু কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰাইছে প্ৰায় ১০খনৰো অধিক গাঁও। এই আৱতৰীয়া বানে বুৰাই পেলালে শ-শ বিঘা কৃষিভূমি। প্ৰশাসনে কোনো খবৰ নোলোৱাত সৃষ্টি হ’ল উত্তাল পৰিস্থিতি।
    Watch to know more:

ความคิดเห็น • 1