Beharbari Outpost || Epi 2383 || 29.06.2022 ||
ฝัง
- เผยแพร่เมื่อ 28 มิ.ย. 2022
- Beharbari Outpost Is A Situational Comedy Serial Revolving Around A Officer In Charge And Assamese Police Officer And His Subordinates His Head Constable Krishna Kamal Khatoniyar And Mohan Etc The Show Depicts Their Lives As They Try To Solve Every Case Which Comes To Beharbari Outpost
#RENGONITV #funnyvideo #ENTERTAINMENT #kk #muhon #beharbarioutpost
#assameseviralvideo - บันเทิง
নেহা থানাত কি কাম আছেনো সদায় সদায় আমাৰ নিচিনা মানুহ কেইতাক দুখ দিব আহে।।
Xosa val pua pahori jabo nuari
Ajir episode tu tamam jomoni lagil xokolure ovinoy bohut bhal lagil 😂🤣🔥
Bohut dhunia lagil
নেহা আৰু ৰাকেছৰ কথাবোৰ অলপ বেছি হৈছে,,,ঠিক তেনেকুৱা নহয় বিনা কাৰণত বিয়া হৈ যোৱাৰ পিছত খানাত আহি প্ৰেম কৰি আছে ,,,,নেহাৰ গিৰিয়েক মৰিল নেকি ? নহলে কোনে মানি লব,,,,,
Iman o bea nalage ....valei lage.alp hahir. Majot seriousness tu vl lge
What is khana
ঠিকেই,কি কাৰণত নেহাই, থানাত আহি ৰাকেশৰ লগত ট্ৰেজেদি ফালিছে?
বেহৰবাৰী আউটপষ্টৰ এইটো খন্ড’চাই “ খুউবেই ভাল লাগিল ! আটাই কেইজনে সুন্দৰ অভিনয় কৰিছে !
"জুবিন দা অবিহনে সংগীত আধৰুৱা আৰু Beharbari অবিহনে সমুহ অসমবাসী ৰাইজ আধৰুৱা আৰু ঠিক একে দৰে মৰম -চেনেহ অবিহনে পেম-ভালপোৱা আধৰুৱা।।।
হ ৰ দা অবিহনে বেহাৰবাৰী অলপ আধৰুৱা হৈ আছে
😂😂😂 হাঁহিলো দেই কে কে 😂😂
Kk dai kintu val jomai thakai dai
Love from Kamrup❤️
গজানন PSO জন WELCOME TO ৰাজমুকুট থিয়েটাৰ।🙂🙂🙏🙏
Hai karone jbo ge ne
ধুনীয়া লাগিছে দেই 🥺
How beautifull acting kk sir
নেহাৰ বেলেগ কাম নাই নেকি সদায় থানাত আহি থাকে যে ভাল নালাগে কাহিনীটো তাই সদায় কাম নোহোৱাকৈ থানা এখনলৈ আহি থাকিলে।কিবা কাম কৰা মানুহ হলেও ভাল লাগিল হৈ ।আৰু বহুত দিনৰ মূৰত আহিলেও ভাল লাগিল হৈ মণি বৌ ৰ দৰে
Tohotr kam bon nai nki
কোন গিৰিয়েকে বিয়া হোৱা মহিলা এগৰাকীক একো কাম নোহোৱাকৈ এনেকৈ অকলে অকলে থানাত পঠাই
Kk dar acting hosake bhut vl lagil waiting for next episode ❤️🧡
Moja k k Da
Kk da apuni🔥🔥🔥🔥
Kk sir য়ে বহুত ধুনীয়া অভিনয় কৰিছে
ৰাকেশ দা জমনি ভাল লাগে
PSO jon golehe val lagibo
ৰাকেশৰ পিৰিকিয়া প্ৰেম গজাননৰ অভিনয় আৰু ভাৰাঘৰৰ বুঢ়া এই চৰিত্ৰ কেইটা বৰ বিৰক্তিকৰ হৈ গৈ আছে 😔😟🥺 হব আৰু বন্ধ কৰক 🙏
Next episode jui❤💘😱👉😏
Moja ❣️
SI sir always hansmm hero👌👌❤❤❤❤❤❤❤❤❤❤❤❤❤👌👌
Waiting waiting waiting 🤗🤗
Today episode 🥰🥰 mojaaaaaa
Kk da acting bhut val lage
Rakesh aru nehar action bhut......val
Rakesh Neha so cute love story... Maje maje uposthapon kori thakok... Aru KK da... Maje maje jai 😂😂😂😂😂🔥
Kk দা , নেহা,ৰাকেশ , মোহন আপোনালোকৰ অভিনয় চাই বহুত ভাল লাগিছে
আজিৰ সৈতে যোৱাৰ ৩ টা মান episodes ৰ মৰ্যদা ম্লান কৰাৰ যেন লাগিছে ! কাৰণ টো হ'ল যে , এগৰাকী বিয়াৰ হৈ যোৱা ছোৱালীৰ থানাত ৩/৪ দিনে কি কাম ! যাৰ থানা খনৰ সৈতে কোনো সম্পৰ্ক নাই ।
দেখা গ'ল মাত্ৰ ৰাকেশৰ হৃদয়ত আঘাত দি থকা তথা কটাৰ ঘা-ট চেঙাতেল দিয়াৰ নিচিনা কথা ।
তাই আহিছে আপোনাৰ কি প্ৰব্লেম হৈছে,, 😁😂
Aikhn serial hoi aru starting t kalponik buli likhi diye..
@@dhunumoran5055, Problem ei bilaka nai ji serial khanor guruttra nibichare ba artthor nibichare .
ৰাকেশ দা আৰু নেহা বাৰ আৰু প্ৰেম হলে বহুত ভাল লাগিব
ভাললাগে অাপোনালোক কথা
কে কে দাৰ অভিনয় প্ৰতিভা মানিবলগীয়া ❤
Right p💯💯💯
Realy
@@Mrruman370 qqqq
Right preem kholilur karone nohai life ot moiu palu ... By the way Jo hol hol egnore love from Udalguri👍❤️❤️❤️
K K da u r great.
❣️🔥
Aji tamam jomoni hob
Nyc😘😘😘
Kk Tumi🔥🔥🔥🔥🔥🔥🔥
থানা এখনত নেহাই সঘনাই আহি থকাটো স্বাভাৱিক যেন লগা নাই। গজানন ডাঙৰীয়াক PSO হৈ যাব নিদিব। ইয়াতেই ৰাখি থওঁক।
Kk ❤️🔥🔥🔥 da ar ❤️
Always favourite😍
Hosake Rakesh Da, Apuni bor thik kotha kole Prem hokolure babe nohoi.Aru hosa bhalpua jone hodai Aaghat aru biswakhghakota pai jibonot.
Kiyo baru enekua hoi🥺???
A moja khondati Sai val lagil
Kk is Maine Character
Rakesh and neha and kk da love this episode
Kk da mojaa
Rakesh aru neha r seen Tu uff🔥🔥
Kk dar gan to val lagise dei 💞💞💞
nice episode
wowww nice video🌺♥
ৰিছাৰ প্ৰেম কাহিনীটোও চাব ইচ্ছা নথকা নহয়
4:07 khub dhunia acting korisa Richa ❤️
কেহাই বাইলুং হেৰাই থাকিল ।
Rakesh da,kahini purra jomise...de....i
Ufff🔥🔥🔥🔥😂nice😂😂😂
Emn vl lge
Kk da 🔥🔥🔥🔥
Richa tumi bahut dhuniya.. 🥰🥰
সেই মৰকুচিয়া PSO টো মানে, অভিনয় নামত zero. কিয় যে আছে চিৰিয়েলখনত!
moja mohon
Waiting 👍👍👍
neha k dakhai nathakibo , rakesh da r dukh sai thakibi nuari 🙂
সুন্দৰ লাগিছে 👍👍👍
A moja dimpi bo kk da nice❤❤ richa ba❤❤❤ so beautiful😍😍😍
Nice 👍
Moja 😀❤️😂
Kk daa mojja 👍❤
Waiting kori asu dei
ৰাকেশ 🔥🔥
Neha ba aahile kiba vl lagi jai😍😍
Waiting
Fantastic 🔥🔥🔥🔥
Nice video ❤️
😑waiting for Sunday episode❤❤❤
Single life is Best
Kk dar acting jui 🔥
Very
Very nice👍... Enjoy yourself
Waiting for Today episode😂😂
Hoy rakesh da aponi hosay koise prem hokolorey babey nohoy jibonot abar palu kintu bohut kosto di gol
Love from chirang sidli ❤️❤️❤️
Mojja lgsa
Love from dibrugarh khowang ❤️❤️❤️❤️❤️❤️❤️
Uff 😇 😇 KK dar acting jui 🔥
👍
👍👍
*nice👍👏😊
Aji kali val naloga hoise
A moza
Very nice 👍
Nice🙏
ৰাকেশ আৰু নেহাৰ মিলন হোৱাটো বিচাৰোঁ ❤️❤️❤️
Waiting. ❤️❤️
Nice🌹 episode
waiting for next episode 💛💛💛💛💛💛
Rakesh daa aru Neha baar ❤❤❤story ako strat hbo lage,,,,, mojaaa lagibo kin2
K k da 🔥🔥🔥🔥
Kk Da🔥❤️💯
Kk best acting ❤️❤️❤️
L
L
nice video 👌👌🥰 Sri
💔
Nice video
Nice 👍👌😊