CM sir apuni anganwadi worker aru helper or salary to minimum 30/35 thousand diyok jata ata family solibo para aru passion fix kori diyok borai diyok 3rd great 4 th great or lavel or man diyok aru aku nalaga
Venture aru drop teacher buru asamare manuh teolukaru bhug piyah ase sir bandhan bankar loan maph karatke manab sampad gahi nijar jiban ses Kara sakalar katha vavaksun sir

মাননীয় , মুখ্যমন্ত্ৰী মহোদয় আপুনি ইমান ভাল ভাল কাম কৰিব, কিন্তু আপোনাৰ স্বাস্থ্য বিভাগৰ কিছুমান অফিচাৰে contractual কৰ্মচাৰীসকলক সময় মতে দৰমহাৰ টকা খিনিও নিদিয়ে । আৰু প্ৰায় 10 বা 12 বছৰ কাম কৰাৰ পাছতো মানুহক কামৰ পৰা উলিয়াই দিয়ে । তাকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই বাৰ্তাৰ যোগেদি জনালোঁ।
Venture aru drop teacher buru asamare manuh teolukaru bhug piyah ase sir bandhan bankar loan maph karatke manab sampad gahi nijar jiban ses Kara sakalar katha vavaksun sir
Sir venture aru drop teacher r katha alapu vabak
মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি আপুনি অৰুনোদয় আৰু ৰেচন কাৰ্দক লৈ ঘোষণা কৰা সিদ্ধান্তত বহুতো অসমীয়া মহিলাৰ অন্তৰত আঘাত দিছে। মই এগৰাকী স্বামীৰ পৰা বিচ্ছিন্ন হৈ থকা মহিলা । মোৰ মাত্ৰ এটি কন্যা সন্তান আছে।তেনেস্থলত কৰপৰা এতিয়া পাছজন সদস্য সৃষ্টি কৰিম । কাৰণ অসমীয়া ছোৱালী এবাৰেই বিয়া হয়। গতিকে অসমীয়া সমাজৰ এনে দূভগীয়া মহিলা বোৰ আৰু বিধৱা মহিলা বোৰক আপুনি এই সুবিধা দি আকৌ বঞ্চিত কৰিলে মনত কিমান দুখ আৰু কষ্ট এই মহিলা বোৰে পাব আপুনি এবাৰ ভাবিব। এই হাজাৰ হাজাৰ মহিলা বোৰৰ সামান্য তাম আশীৰ্বাদ আপুনি লওক ছাৰ । আপুনি আমাক অৰোনোদয় টকা কেইটা আৰু ৰেচন কাৰ্দ টোৰ পৰা বঞ্চিত নকৰিব।🙏🏻🙏🏻🙏🏻😭🙏🏻🙏🏻
আপুনি আগতে পাইছিল মানে অৰুণোদয়