ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
আপোনাক ধন্যবাদ জনালোঁ, গুৰুত্বপুৰ্ণ বাতৰি এটা আমাৰ মাজলৈ অনাৰ বাবে !
আছলতে এয়াই প্ৰকৃত সাংবাদিকতা । জনসাধাৰণৰ হিতৰ অৰ্থে কৰা প্ৰকৃত সাংবাদিকতা । আপূনি সচাই ধন্যবাদৰ পাত্ৰ । কিছূমান সাংবাদিকে আকৌ কাৰ তিৰোতাজনী কাৰ লগত পলাই গ'ল ,লৰা ছোৱালী কেইটা এৰি গ'ল ,তেনেবোৰ বাতৰি যুগোতোৱাতহে ব্যস্ত । তেনেধৰণৰ বাতৰি প্ৰছাৰৰ পৰা যে সমাজত কেনে প্ৰভাব পৰিব পাৰে এবাৰো ভাবি নেছায় মাঠো টি আৰ পি /ভিউজ লাগে ।
যোৰহাটটো চাউলৰ বাদে একো পোৱা নাই।
ছিপাঝাৰ অন্তৰ্গত খলিহৈ, আমি কেৱল চাউল আৰু কেৰোচিন পাওঁ
আমাৰ ফালে অকল চাউল পাই গহপুৰ আলু পাৰা পঞ্চায়ত
ইমান দিন দেৰি কৰিলে কি এই বাতৰি বাবে একমাত্ৰ চাউল খিনি হে পাও টাকো ভেজাল
নলবাৰি জিলাৰ অন্তৰ্গত পশ্চিম বৰভাগ বহুমূখি সমবায় অনৰ্গত একাংশ সুলভ মুল্যৰ দোকানত চাউল আহিলও নাই বুলি কৈ ৰাতিৰ আন্ধাৰত থেলা ভৰ্তি কৰি বিক্ৰি কৰে । অসম চৰকাৰে এইবোৰ দুৰ্নিতি কাৰিক উচিত শাষ্টি দিব পাৰিবনে?
এইদৰে প্ৰতি খন জিলাৰ সাংবাদিক বন্ধ সকলে সমবায় আৰু দুকানি বিলাকৰ লগত কথা পাতিব পাৰে। সকলো নিকাই আপোনালোক সহাই কৰিলে।
মামা আপোনাৰ দিনত বিছি দুৰ্নীতি হয়ছে। ৰঙাপাৰাৰ পৰা আমি সুলভ মুল্য দুকানৰ পৰা মাত্ৰ চাউল হে পাওঁ।আপোনাৰ দিনত পঞ্চায়ত বেছি দুৰ্নীতি হয়ছে।PMY ঘৰত নামত বহুত দুৰ্নীতি জিঅ কৰিলেও 1000/ 500 টকা ঘোছ দিব লগিয়া হয়। ঘোছ নিদিলে জিঅ নকৰে।মামা আপোনাক অনুৰোধ কৰিলোঁ যে আপোনি তদন্ত কৰে যেন। ধন্যবাদ। গড়মৰা পঞ্চায়ত
আমি ও চাউল কেইটাৰ বাদে একো য়েই নাপাওঁ।
Namrup saul deiys
গোটে অসমতে চাউলৰ বাহিৰে একো নেপাই । যোগান মন্ত্ৰী বাদে জনসাধৰনে এই সুবিধা পোৱা নাই।মাথোন যোগান মন্ত্ৰী দাস দাঙৰীয়া সঠা চেনী কেৰাচিন নিমখ খিনি লয় আছে।আকৌ এবাৰ মৌদি চৰকাৰ জিখাৱ লাগে।তেতীয়া ৰেচন কাৰ্ড খিনি পুজা কৰিৱ লাগে
মাত্ৰ saaoul হে পাওঁ. Atta পোৱা নাই
Amar Eyatu okol saul kaita ha paw ...kerasintel u nidiya hol ..mithatelor saki jolabologa hoi Current gole
Val khbr loi ahisa dada apunak dhoinobad
Nagaon,pora,koeso,ako,puya,na
Same here
Dist -Golaghat sarupathar t only rice
পেট বা হিল কোনেও R T Iনকৰে। কেছ নিদিয়ে কিওঁ। ।
Kerocine tel ke krne nuhuwa hol hulov mulaya dukanot...bjp sarkarorr bomuria jugan montrijone raijok rajohua korok..aru ktiaba aata diye jodiu goruk dilei nakhai .
Sobata tanakuba
bapra 15 2o bosor agot
দাদা আমিও না পাও দরং গতু
golaghat ত আমি আতাও পাই আছোঁ
Supply Department r hoose nai hitadhikariye ki ki paaise ! Pokorot anguli bhorai xui aase supply department.
Aitu besar koribo Lage June ai doinombori kori ase mamai todonto koribo Lage aru June ai Kam korise jeloly. Pothiabo lage dhanybad.
Atta di ase amar eyat pratek mahat
Atiatu sarkar saul di ha assa

পেট বা হিল কোনেও R T I
নকৰে। কেছ নিদিয়ে কিওঁ। ।