Assamese group dance performance 'Dashavatar Naitya/দশাৱতাৰ নৃত্যৰ/

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ก.ย. 2024
  • Assamese group dance performance 'Dashavatar Naitya/দশাৱতাৰ নৃত্যৰ/
    পৰিচালক -হেমন্ত গগৈ.লক্ষ্যজিৎ শইকিয়া.
    কণ্ঠ//খোলা -হেমন্ত গগৈ.পল্লৱ কলিতা
    বাঁহি-বিতু ফুকন.
    ভগৱান শ্ৰী কৃষ্ণৰ প্ৰধান দহটি অৱতাৰ.যাক কোৱা হয় দশাৱতাৰ বুলি।
    মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন পুথিৰ 'চতুবিংশতি অৱতাৰ অধ্যায়নৰ পৰা পদ সমূহ আনি বাণীবদ্ধ কৰা হৈছে। অসমৰ গাবেঁ-ভূঞে চৰ্চা হৈ থকা শঙ্কৰী নৃত্যৰ আৰ্হিৰ যি দশাৱতাৰ নৃত্য, সেই নৃত্যৰ উপযোগীকৈ এই গানটি আপোনালোকৰ আগত দাঙি ধৰিছো।আশা কৰিম সকলোৱে নিশ্চয় ভাল পাব ।

ความคิดเห็น • 4