ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
মই অসমবাসী ৰাইজলৈ বিশেষ অনুৰোধ কৰিলো ।এখেতক আমি এখন মঞ্চ দিবলৈ চেষ্টা কৰো আহক ।এওৰ কন্ঠততো বহুতো সুমধুৰ ।
ইমান ধুনীয়া কণ্ঠ আমাৰ দৰঙত আছে দ্বীপজ্যোতি ইয়াক আমি সহায় কৰি হলেও আগুৱাই নিব লাগে নে কি কোৱা,,,
সুন্দৰ কণ্ঠ ,গাইছে ভাল । সকলোৱে মিলি এওঁলোকক মঞ্চ দিব লাগে ।
সচাকৈয়ে বহুত সুন্দৰ সুৱলা কন্ঠ ।।।।ধন্যবাদ দাদা
সচাঁকৈ সুন্দৰ কণ্ঠৰ অধিকাৰী মানুহজন ৷ দ্বীপজ্যোতি তোমাক অশেষ ধন্যবাদ জনাইছোঁ এনেকুৱা সুন্দৰ প্ৰচেষ্টাৰে সুন্দৰ প্ৰতিভাৰ গৰাকীক আমাক চিনাকি কৰাই দিয়া বাবে ৷
সচাই একেবাৰে হৃদয়ৰ কোনোবাখিনিত চুই গ'ল,,অতিকে মনোমোহা কন্ঠ😍😍
Right
সুন্দৰ পৰিবেশন.. এনেবোৰ প্ৰতিভা গাঁও বোৰত হাজাৰ জন ওলাব.. বিকাশ কৰিবলৈ সক্ষম হোৱা নাই কাৰণ তেওঁ লোকৰ টকাৰ অভাৱ.. 👌👌👌
সচাঁকৈয়ে বহুত সুন্দৰ কণ্ঠ ।গীত শুনি অভিভূত হলো।মঞ্চ এখন পালে ৰাইজক সংগীত সুধা পান কৰাব পাৰিব ।শুভেচ্ছা থাকিল ।
কি ধুনীয়া কন্ঠ। এনেকুৱা দুখিয়া খেতিয়কক ভগবানে চকু মেলি চাওক তাৰে কামনা কৰিছো লগতে ৰাইজেও এই। মানুহ জনক সহায়ৰে আগ বঢায় নিব লাগে আৰু ভগবানে এই দুখিয়া মানুহ জনক। ভৱিষ্যতে এনেকুৱাকৈ গান গাব শক্তি দিয়ে যেন তাৰেই কামনা কৰিছো
বৰ ভাল লাগিল।দীপযোতি তুমি ইমান সুন্দৰ কলাকাৰ এজনক আগুৱাই লৈ অহা বাবে বহুতো ধন্যবাদ ।
বহুত বহুত সুন্দৰ কন্ঠ । লগতে তোমাৰ সুন্দৰ পদক্ষেপ ।
Poribekh tor lgt 2mlkk bht val lagise....sosa ontorr sosa gan,,,
বহুত ধুনীয়া লাগিছে...বহুত ধুনীয়া কন্ঠ
সচাঁকৈয়ে সুন্দৰ প্ৰতিভাৰ অধিকাৰী তেওঁ। এওঁলোকৰ দৰে প্ৰতিভাৰ উমান বিচাৰি ফুৰা সংবাদকৰ্মী গৰাকীলৈ আন্তৰিক ধন্যবাদ জনালো
ধুনীয়া গাইছে ।।।।
বহুত সুন্দৰ কন্ঠ দাদা ক কোনোবাই সহায় কৰিলে নিশ্চয় আগবাঢ়ি যোৱাত সহায় হব।
ইমান ধুনীয়া কণ্ঠ বহুত ভাল লাগিছে
Bohut Dhuniya Song Video Mojaa Laagili
Bht dhuniya voice........ Bht val lagise
এয়াই বোকাৰ পদুম। ধন্যবাদ দীপ দা। 🙏🙏
আমি সকলো মিলি বোকাৰ পদুমবোৰ উলিয়াই আনিব লাগিব ধন্যবাদ দীপ দা
Moja
bht dhuniya voice hekhr gan2ye hridoy sui gol
Dhuniya gaisa Dada aru aponar bahut sundar kantha
Moza galise bhai khundar💯👌
Bohut Dhuniya gaise Atiyau homoi ase aguwai ana
দীপজ্যোতিৰ প্ৰচেষ্টা আৰু উক্ত ব্যক্তি জনৰ সুন্দৰ কন্ঠত মই নিজেই অভিভূত।
ধন্যবাদ দাদা
হে ভগৱান।।সচাঁই সুন্দৰ,,, তাতে মহেন্দ্ৰ হাজৰিকা দেৱৰ গান 🙏😍স্বদেশৰ গান।।।
দা এখেতৰ গান সোনি বহোত ভাল লাগি এখেতক আপোনাৰ ছেনেতোত আহী থাকিবদিবা । এখেতৰ গান সোনি বহোত ভাল লাগিল
সঁচাকৈ খুব সুন্দৰ ভাইটি ।👍👌
Deepjyoti da dhuniya Kam karise aponi aaponar aru dadajonar bhobisat ujjal kamona karili.
Akhetaor aru ata video bonabosun.alp digholiya.bht val lagise.biplobi geet..👌
Bht bht dhunia hoise...man sui jua kantho
সুন্দৰ কন্ঠ আগুৱাই যাওঁক আপুনি
বাঃ বাঃ ধুনীয়া..👌👌👌👌
সঁচাকৈয়ে বৰ সুন্দৰ কণ্ঠস্বৰ
সুন্দৰ কণ্ঠ মই এসেতক কৰবাত লগ পাইচো
Dhuniya gan gyise tekhete amar maromar muhindra hazarika dar. Val lagil tar hoi tekhetok bahut bahut dhanybad janalu..
Dhuniya gaise ....and deepjyoti thanks to u
Great darranng jindabad I proud of as a darragian
tekhetor bohut hundor kontho..tekhetok ekhon vl mnso dibo lage.vl lagil.
Imn Dhuniya gaise.....
Thank you so much Dada Apuni j tekhetok Bahir olai Raijor majoloi loi ahil...Oti xundor kantha tekhetor....👌👌👌...Bhagabane vale rakhok tekhetok....
সুন্দৰ কণ্ঠ বৰ ভাল লাগিল ।
এয়াই প্ৰকৃত শিল্পী!
সুন্দৰ কণ্ঠ খুড়া জনৰ।
Khosha da Moja lagesa gan to
বহুত ধুনীয়া কণ্ঠ
সচাকৈয়ে অতি সুন্দৰ পৰিৱেশ, সুন্দৰ কণ্ঠ ।আগবাঢ়ি যোৱা ।
Bhut dhuniya gaise dada jone
Amar kandarpa khura😘. Nice👍. Dohor babe moi ahisu olai ai get ti mur bht vl lage khurar kanthot.
সঁচাকে যাদুগৰী কণ্ঠ বহুত ভাল লাগিল আগুৱাই লৈ যাব লাগে এইবোৰ মানুহক সমাজৰ মাজলৈ ।
Antar sui goise.bht val lagise.
বহুত বহুত ভাল শিল্পীহব পাৰিব😀😀
wow voice to birat dhunia..tewk aguwai juwat khohai kra dip da
Val lagil..ako aru geet khunib pam buli akha thakil
বহুত সুন্দৰ ভাল লাগিল এনেকুৱা গান সুনিলে গাৰ লুম ঠিয় দিযে বোকাৰ পদুম
সুন্দৰ কন্ঠ বৰ ভাল লাগিল
Khubbbb xundr dada.... Thikei koise apuni,, aji klir singer pabot gojar drei hoi
Bohut Val lagil xundor kontho
সচাকৈ তেখেতৰ কণ্ঠত যাদু আছে। দ্বীপ দা আপোনাৰ জৰিয়তে তেখেতক আগুৱাই লৈ যাওক।
খুউব সুন্দৰ দেই 👌👌
সুন্দৰ কণ্ঠ.....
সুন্দৰ কন্ঠ দাদা,,
Bahut dhunia gaise ...
ভুপেন হাজৰিকাৰ কন্ঠ লগত একদম মিল আছে
Dhuniya voice vll lagil Sai anekuwa manhu bohut ase jar pativa lukai thake .
bhut bhut vhal lagil thekhetr gn xuni,,,dul jit liya,,chnj dibo lage,,raijr majoloi ulai anibo,,ru deep anupar o ai2 ata vhal km krise bhut da
সুন্দৰ কণ্ঠ৷বহুত ভাল লাগিল শুনি৷
সুন্দৰ হৈছে আগলৈও শুনিবলৈ পাম
Bht Val lagil tekhetor kontho.. deepjuti daa... Tekhetor konthot jado Ase... Agowai jaouk...
বৰ সুন্দৰ দীপ দা
Shosai dhuniya kontho de. Val lagise vdo to sai
Dhunia dei
সচাকৈয়ে সুন্দৰ কন্ঠ। বোকাৰ পদুম এয়াই
Hundr .dhunia kantho.
Hosa bor dhuniya lagise
Khub vl lagise protek sowajone share korile vl hobo
Xossake val gan gaise ...very nice
oikhat silpir jadugori kontho.. sundor....
সছাকৈ বহুত ভাল লাগিল দীপদা
সুন্দৰ লাগিলে গান দুটি সুনি
সচাকৈয়ে সুন্দৰ কণ্ঠ।
Pure voice .....bht hundor
Bht dhuniya lagise deep da
Bhut vl lgil aguai jowa
অলপ ৰাইজে সহায় কৰিলে এখন সুন্দৰ মঞ্চ পোৱাৰ আশা কৰিলো... শুভ কামনা থাকিল তেখেতলৈ
Gan to khuni gar nom khiori uthise. Bohut xundor
Dhunia hoise👌👌👌
Mojja gaan gaise 🤧🤧🤧🤧
সূ মধুৰ কন্ঠ দাদা ।
অতি সুন্দৰ কণ্ঠ.... এখন ভাল মঞ্চৰ প্ৰয়োজন....
Hundar kantha best of luck
Dipjyoti da dhunia lgise .emn dhunia kontha mjaa lgise
দ্বীপ দা কণ্ঠতো মজা
সুন্দৰ কন্ঠ,,,,
বৰ ধুনীয়া হৈছে
Moja... Super super....
বৰ ভাল লাগিল ।
Moja lagese
Bhut dhunia gaise
ইমান ধুনীয়া কৈ গান তো গায়েছে কবলৈ ভাষা নাই
মই অসমবাসী ৰাইজলৈ বিশেষ অনুৰোধ কৰিলো ।এখেতক আমি এখন মঞ্চ দিবলৈ চেষ্টা কৰো আহক ।এওৰ কন্ঠততো বহুতো সুমধুৰ ।
ইমান ধুনীয়া কণ্ঠ আমাৰ দৰঙত আছে দ্বীপজ্যোতি ইয়াক আমি সহায় কৰি হলেও আগুৱাই নিব লাগে নে কি কোৱা,,,
সুন্দৰ কণ্ঠ ,গাইছে ভাল । সকলোৱে মিলি এওঁলোকক মঞ্চ দিব লাগে ।
সচাকৈয়ে বহুত সুন্দৰ সুৱলা কন্ঠ ।।।।ধন্যবাদ দাদা
সচাঁকৈ সুন্দৰ কণ্ঠৰ অধিকাৰী মানুহজন ৷ দ্বীপজ্যোতি তোমাক অশেষ ধন্যবাদ জনাইছোঁ এনেকুৱা সুন্দৰ প্ৰচেষ্টাৰে সুন্দৰ প্ৰতিভাৰ গৰাকীক আমাক চিনাকি কৰাই দিয়া বাবে ৷
সচাই একেবাৰে হৃদয়ৰ কোনোবাখিনিত চুই গ'ল,,অতিকে মনোমোহা কন্ঠ😍😍
Right
সুন্দৰ পৰিবেশন..
এনেবোৰ প্ৰতিভা গাঁও বোৰত হাজাৰ জন ওলাব..
বিকাশ কৰিবলৈ সক্ষম হোৱা নাই কাৰণ তেওঁ লোকৰ টকাৰ অভাৱ..
👌👌👌
সচাঁকৈয়ে বহুত সুন্দৰ কণ্ঠ ।গীত শুনি অভিভূত হলো।মঞ্চ এখন পালে ৰাইজক সংগীত সুধা পান কৰাব পাৰিব ।শুভেচ্ছা থাকিল ।
কি ধুনীয়া কন্ঠ। এনেকুৱা দুখিয়া খেতিয়কক ভগবানে চকু মেলি চাওক তাৰে কামনা কৰিছো লগতে ৰাইজেও এই। মানুহ জনক সহায়ৰে আগ বঢায় নিব লাগে আৰু ভগবানে এই দুখিয়া মানুহ জনক। ভৱিষ্যতে এনেকুৱাকৈ গান গাব শক্তি দিয়ে যেন তাৰেই কামনা কৰিছো
বৰ ভাল লাগিল।দীপযোতি তুমি ইমান সুন্দৰ কলাকাৰ এজনক আগুৱাই লৈ অহা বাবে বহুতো ধন্যবাদ ।
বহুত বহুত সুন্দৰ কন্ঠ । লগতে তোমাৰ সুন্দৰ পদক্ষেপ ।
Poribekh tor lgt 2mlkk bht val lagise....sosa ontorr sosa gan,,,
বহুত ধুনীয়া লাগিছে...বহুত ধুনীয়া কন্ঠ
সচাঁকৈয়ে সুন্দৰ প্ৰতিভাৰ অধিকাৰী তেওঁ। এওঁলোকৰ দৰে প্ৰতিভাৰ উমান বিচাৰি ফুৰা সংবাদকৰ্মী গৰাকীলৈ আন্তৰিক ধন্যবাদ জনালো
ধুনীয়া গাইছে ।।।।
বহুত সুন্দৰ কন্ঠ দাদা ক কোনোবাই সহায় কৰিলে নিশ্চয় আগবাঢ়ি যোৱাত সহায় হব।
ইমান ধুনীয়া কণ্ঠ বহুত ভাল লাগিছে
Bohut Dhuniya Song Video Mojaa Laagili
Bht dhuniya voice........ Bht val lagise
এয়াই বোকাৰ পদুম। ধন্যবাদ দীপ দা। 🙏🙏
আমি সকলো মিলি বোকাৰ পদুমবোৰ উলিয়াই আনিব লাগিব ধন্যবাদ দীপ দা
Moja
bht dhuniya voice hekhr gan2ye hridoy sui gol
Dhuniya gaisa Dada aru aponar bahut sundar kantha
Moza galise bhai khundar💯👌
Bohut Dhuniya gaise Atiyau homoi ase aguwai ana
দীপজ্যোতিৰ প্ৰচেষ্টা আৰু উক্ত ব্যক্তি জনৰ সুন্দৰ কন্ঠত মই নিজেই অভিভূত।
ধন্যবাদ দাদা
হে ভগৱান।।
সচাঁই সুন্দৰ,,, তাতে মহেন্দ্ৰ হাজৰিকা দেৱৰ গান 🙏😍স্বদেশৰ গান।।।
দা এখেতৰ গান সোনি বহোত ভাল লাগি এখেতক আপোনাৰ ছেনেতোত আহী থাকিবদিবা । এখেতৰ গান সোনি বহোত ভাল লাগিল
সঁচাকৈ খুব সুন্দৰ ভাইটি ।👍👌
Deepjyoti da dhuniya Kam karise aponi aaponar aru dadajonar bhobisat ujjal kamona karili.
Akhetaor aru ata video bonabosun.alp digholiya.bht val lagise.biplobi geet..👌
Bht bht dhunia hoise...man sui jua kantho
সুন্দৰ কন্ঠ আগুৱাই যাওঁক আপুনি
বাঃ বাঃ ধুনীয়া..👌👌👌👌
সঁচাকৈয়ে বৰ সুন্দৰ কণ্ঠস্বৰ
সুন্দৰ কণ্ঠ মই এসেতক কৰবাত লগ পাইচো
Dhuniya gan gyise tekhete amar maromar muhindra hazarika dar. Val lagil tar hoi tekhetok bahut bahut dhanybad janalu..
Dhuniya gaise ....and deepjyoti thanks to u
Great darranng jindabad I proud of as a darragian
tekhetor bohut hundor kontho..tekhetok ekhon vl mnso dibo lage.vl lagil.
Imn Dhuniya gaise.....
Thank you so much Dada Apuni j tekhetok Bahir olai Raijor majoloi loi ahil...Oti xundor kantha tekhetor....👌👌👌...Bhagabane vale rakhok tekhetok....
সুন্দৰ কণ্ঠ বৰ ভাল লাগিল ।
এয়াই প্ৰকৃত শিল্পী!
সুন্দৰ কণ্ঠ খুড়া জনৰ।
Khosha da Moja lagesa gan to
বহুত ধুনীয়া কণ্ঠ
সচাকৈয়ে অতি সুন্দৰ পৰিৱেশ, সুন্দৰ কণ্ঠ ।আগবাঢ়ি যোৱা ।
Bhut dhuniya gaise dada jone
Amar kandarpa khura😘. Nice👍. Dohor babe moi ahisu olai ai get ti mur bht vl lage khurar kanthot.
সঁচাকে যাদুগৰী কণ্ঠ বহুত ভাল লাগিল আগুৱাই লৈ যাব লাগে এইবোৰ মানুহক সমাজৰ মাজলৈ ।
Antar sui goise.bht val lagise.
বহুত বহুত ভাল শিল্পী
হব পাৰিব😀😀