Indigenous people of Assam not yet realised that our. " kitchen" surrounded by illegal Bangladeshis. All you know that how & why RH and PB won in this MP election. GG won only because of Akil and negligence of sitting MLA . BJP should keep in mind that 400 par , muddy muddy slogans will not appropriate , etc
Bjpt silent voter bhutai hoi goise jar babe 26 congress besi lavambita hoba. Eyar mul karon hol neta bilakor ahongkar aru talar manuh bilakak alagi kori beleg dalar neta agamon.
Yes
আপোনালোকৰ আলোচনাটো শুনি ভাল লাগিলে।
কৰ্ণ কোন হব জনাব চোন
Very good suggestion Thanks.
যোৰহাট বাখী ৰাইজলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো
Beri mast
Next CM Gorub gogoi
সময় বহুত আছে।। ধৈৰ্য ৰে বাট চাওক।
কুৰুক্ষেত্ৰ যুদ্ধ নহয় 26 ধৰ্ম যুদ্ধ হব
কুৰুক্ষেত্ৰ ন’হয় বৰ্গক্ষেত্ৰ হে হ’ব
অখিল গগৈ কৃষ্ণ আৰু সাৰথি হ'ব লুৰীণ।
বাকী কথা নাজানোঁ, কিন্তু গৌৰৱ যে ২০২৬ ৰ মূখ্যমন্ত্ৰী, সেইটো কিন্তু খাটাং।।
বিজেপি + য়ে 90 খন আসন পাব ৷ এতিয়াই যদি এইবাৰ লোকসভাত ভাল ফল দেখুৱাব পৰা কংগ্ৰেছৰ চাৰি-পাঁচজনমান বিজেপিলৈ আহে, তেন্তে মুখ্যমন্ত্ৰীৰ আলধৰা হব পাৰিব ৷
বেছি আশা কৰাতো বেয়া ।
@@sashibhatta5198 Apuni CM r PA houk aru Val hobo
ঠিকেই আয়ুস্মান সম্পূৰ্ণ বিনামূলীয়া নহয়।টেষ্টবোৰ বাহিৰত কৰিব লগা হয় আৰু ঔষধো কিনিব লগা হয়।
Gourav goigoy is perfect for next cm
Congress 2026
অখিল আৰু লুৰিণৰ দল অবিহনে কংগ্ৰেছ লোকসভা নিৰ্বাচনত বিগ-0আছিল সেইয়া মনত ৰখা ভাল। অসমত কংগ্ৰেছে অকলে সাধ্য নাই। গতিকে অহংকাৰ নকৰিব।অখিলৰ দল আৰু লুৰিণৰ দল অবিহনে কংগ্ৰেছে মুখঠেকেচা খাব।অখিলে লোকসভাৰ নিৰ্বাচনত ৰথৰ প্ৰধান সাৰথি আছিল যদিও নিজে যুদ্ধ কৰা নাই।
You are correct.
গৌৰব গগৈ জিন্দাবাদ
Mama always zindabad ❣️
Next CM Gaurav Gogoi
Joi ho
5 pandob 5 finger hero 2o26
শ্রীকৃষ্ণৰ দৰে দিশ নিৰ্দেশক,পথ প্রদৰ্শক,সাৰথিৰো প্রয়োজন হব'।
Akhil aru Lurin .....
ইয়াকে কয় আইজে নখ জোকাৰিলে নৈই বয়।
দল টো ভাল হব পুৰণা খুড়া খুৰী ককাই হতক আঁতৰাব লাগিব
Very good news.
অখিল গগৈ আৰু লুৰীনজোতি গগৈ দাঙৰিয়াক লগ কৰি একেলগে ফাইট কৰিব লাগিব কাৰণ অসমৰ কাৰণে তিনি গগৈ বহুত দৰকাৰ আছে আৰু ৰকিবুল হুছেইন দাঙৰিয়াক তিনি গগৈ দাঙৰিয়াই বহুত কষ্ট কৰিছে ধুবুৰীৰ কাৰণে আৰু গোটেই অসমতে বহুত কষ্ট কৰিছে তিনি গগৈ আৰু ভুপেন বৰা দাঙৰিয়াই বহুত কষ্ট কৰিছে
2026 Gaurav Gogoi zindabad 💯
Nice
গৌরব গগৈ অসমের গৌরব। আগামী ২০২৬ ইং গৌরব গগৈ অসমের মূখ্যমন্ত্রী হবেন বলে আমি আশাবাদী।
মইয়ো কিন্তু সদায় পাণ্ডৱৰ পক্ষতে অবস্থান কৰিম।মথুৰা ৰজাই দুৰ্যোধনৰ চৰিত্ৰত আছে।
Krishna hoba.MLA Akhil Gogoi
100% right kotha Gourav Gogoi zindabad Congress party zindabad
Shree Krishna falor pora ami help karim congress'r support't 😅
কংগ্ৰেছৰ ভূপেন গৌৰৱ ৰকি প্ৰদ্যোদ দেৱব্ৰত এই সকল যদি পঞ্চ পাণ্ডৱ হয় তেনেহলে অবিয়েছলি ভি জে পি ৰ হিমন্তু বাসিনী কৌৰৱ হব লাগিব । ভগৱান কৃষ্ণৰ চৰিত্ৰ হব INDI মৰ্চা।
Right❤🙏
Dam bohut
গৌৰৱ ককাইদেউ nidrioloy কে খেলা হলেও জিকিল হয় । কোনো দলৰ বাবে জিকা নাই বা কোনো ঢৌ ত জিকা নাই
Pancs pandov jindabad 🙏🙏
Next cm gurav sir 🙏🙏🙏
Congress2026
সচা কথা
Next Cm G G
Ji dam bostur ovar dam hoise
সত্য
aamiu aasu lgt
এইবাৰ বিজেপিৰ এটাই সমস্যা হ'ব।সেইটো হ'ল " আজমল মুখ্যমন্ত্ৰী হ'ব " বুলী ডায়লগ টো নচলিব। যেনেকৈ " হিন্দু খতৰেমে্ "বুলি নৰেন্দ্ৰ দাস দামোদৰ মোডীয়ে ২০১৪ ৰ ভোট লৈ আছিল এইবাৰ ভোটাৰে সেই ডায়লগ টো ৰিজেক্ট কৰিলে। ৰাম মন্দিৰ ইছ্যু লৈ যিদৰে বিজেপিয়ে নিৰ্বাচন জিলাৰ সপোন দেখিছিল বাস্তৱত সেয়া হৈ নুঠিল।খোদ অয্যোধাতে (ফাইজাবাদ)বিজেপিৰ প্ৰাৰ্থী লালূ সিঙ এজন দলিত সম্প্ৰদায়ৰ সাধাৰণ প্ৰাৰ্থীৰ হাতত বহু ভোটৰ ব্যৱধানত পৰাস্ত হ'ল। তাৰোপৰি অয্যোধাৰ আশে-পাশে থকা বেচিভাগ আসনেই বিজেপিয়ে হেৰুৱালে।বাণাৰছত নৰেন্দ্ৰ দাস দামোদৰ মোডীয়ো মাত্ৰ ডেৰ লাখ ভোটৰ ব্যৱধানতহে জঢ়িত হৈছে কঙগ্ৰেছৰ প্ৰাৰ্থী অজয় ৰায়ৰ হাতত।
Gaurav gogoi zindabad
গৌৰৱ গগৈ মাজত মই ৰাম গুণ দেখা পাঁও
মই আকৌ ৰাহুলৰ গাত কমেডি,পাগল, পাপপূ গুন দেখা পাওঁ । সেই পাপপূৰে চাকৰ গৌৰৱ গগৈ ।
Hii❤❤ Rahul Gandhi
Gaurav Gogoi zindabad zindabad
Good luck
কৃষ্ণ নেথাকিলে পঞ্ছ পান্দব কেনেকৈ যুজিব বৰু।
আমিও সাজু হম 2026
500 toka kawa bohut tan
Akhil Gogoi ro lurinjyoti Gogoi ahe aliance t 5+2😊kaam ses BJP r😅😅100 percent
Dhur.....kun pandab cong bure nijor dhul nije bojai thake but kambur Kune kori ase .., bjp/mamai raije Kam bisare nam nohoi 24election tar proof
মিঞা বাদে কোনেও কংগ্ৰেছক নিদিয়ে
কৃষ্ণ ৰাহুল গান্ধী।
Rahul Gandhi to mama hujunir he gun ase
আল্লা ৰাহুল গান্ধী বুলি লিখিলে শুদ্ধ হ'ব ।
চামগুৰি ত যদি সৰু হুছেইন ক এইবাৰ MLA কৰিব চাই বেয়া দিশে যাব । সেইটো সমষ্টিৰ মানুহে বেয়া নাপাব পাৰে কিন্তু তাৰ প্ৰভাৱ বেলেগত পৰিব । গৌৰৱ কাই কংগ্ৰেছ বুলি জিকা নাই ।
All the best 2026
Krishna roll koribolui dekhun Rahul Gandhi ase
Congress zindabaad❤❤❤❤❤❤👍🤝🙏🙏
Khadhu .katha .pansa. Pandabar. Namat. Eai. Kaijan. Kalanka. Serabaliya. Kaita. Jimi. Devi
😂😂😂 পঞ্চ পাণ্ডৱ বুলি নিজকে কব পাৰে,কিন্ত সেয়া নফলিয়াব।।2026 ত কংগ্ৰেছে নিৰংকুশ সংখ্যাগৰিষ্ঠ নাপাব।
Bhupen Bora cannot select efficient candidate for 2026 assembli election. It should be controlled by AICC.
এই বোৰ শিয়াল হে। সিংহ ৰ লগত কত সুবিধা পাব।
They nomenclate themselves as 'Pandaba' ;but who is or who will be Shrikrishna and where is Chariot 'Sarathi ? (Ghanashyam Bora).
Hoi
Duryodhan kun hbo ?😅
Gaurav Gogoi.,,,, Zindabad zindabad zindabad....
We r with Pancha pandav.....👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍
Indigenous people of Assam not yet realised that our. " kitchen" surrounded by illegal Bangladeshis. All you know that how & why RH and PB won in this MP election. GG won only because of Akil and negligence of sitting MLA . BJP should keep in mind that 400 par , muddy muddy slogans will not appropriate , etc
বিজেপিআনুদানবিজেপি
Bjpt silent voter bhutai hoi goise jar babe 26 congress besi lavambita hoba. Eyar mul karon hol neta bilakor ahongkar aru talar manuh bilakak alagi kori beleg dalar neta agamon.
All medias are in favour of Gaurav Gogoi but I am asking you what did Mr Gogo do during the last 10 years in the Parliament for Assam?
1250 টকাকৈ দিয়া বাবে মহিলা সকল বহুত বেয়া দিশত লৈ গৈচে
কিয় কলি, ঘৈনিয়ে তোক নমনা হ'ল নেকি পইচা পাই ।
Avimaynna hoba Lorin joty Gogoi
Gaurav Gogoi ❤❤❤the next cm of Assam
কৌৰৱৰ দলত পাণ্ডৱ কেনেকৈ আহিল ?😅
মতা মাছ মাইকী মাছ / কাজিৰঙাৰ গড়ঁৰ শক্ৰ / তাহাঁনিৰ কয়লা খোৱা চাহাব / মায়েহে জানে মই কোন দলত থাকিম / পগলা কবি ।😅😂😢
কৃষ্ণৰ ৰাহুল গান্ধীৰ
আলুৰ পৰা সোণ বনাই দিব।
আলুৰ পৰা সোণ বনাই দিব
Panchopandob a xpon dekhate jbo..
Jai. I. Assam samoh. Assam. Bise. ,,,,,,,🙏sato kote pornam jata ponsom pandbok sahi korok🙏dhanaya baad
গোটেই অসমখন যোৰহাট নহয়... ৯৪ চিটত এতিয়াওঁ বিজেপি জয়ী হৈ আছে..
😂
৫ লবী
😂
পঞ্চপাণ্ডবক অপমান কৰিছে কিয় ? কৌৰৱ বুলি কলে আপত্তি নাথাকিলহেঁতেন ৷
Joi ho