গীতটি শুনি শৈশৱৰ সেই শুৱনি দিনবোৰৰ কথা মনত পৰি আবেগিক হৈ পৰিলোঁ এনে লাগিল যেন শৈশৱৰ সেই দিনবোৰলৈ যদি আকৌ উভতি যাব পৰিলোঁ হেঁতেন কি যে মধুৰ আছিল দিন বোৰ বহুত ভাল লাগিল গীতটি শুনি ...এইটো গীত মোৰ সদায় প্ৰিয় গীত....ভৱেশ দাক ভাল পোৱা বোৰে #like এটা কৰি যোৱা love you so much bhabesh da
@@kumarbhabeshmusicalbhobesh da moi apunar big fan hoi 😅 aji 18 boxor man hobo niki na tatke bexi hobo kobo nuaru hisap nai caset ot hunixilu apnar gaan 😅 from east karbi anglong howraghat bongali hamprodai lora 😅 Jay shree Krishna 🕉️🙏
Bhabesh Da, Dehajan, jeuti... etc. bahut cassette kinisilu.. Puri na paper, luha biki kinisilu. Still U R my favourite. Aru bhal2 geet pam buli asha korilu.
গীতটি শুনি শৈশৱৰ সেই শুৱনি দিনবোৰৰ কথা মনত পৰি আবেগিক হৈ পৰিলোঁ এনে লাগিল যেন শৈশৱৰ সেই দিনবোৰলৈ যদি আকৌ উভতি যাব পৰিলোঁ হেঁতেন কি যে মধুৰ আছিল দিন বোৰ বহুত ভাল লাগিল গীতটি শুনি ...এইটো গীত মোৰ সদায় প্ৰিয় গীত....ভৱেশ দাক ভাল পোৱা বোৰে #like এটা কৰি যোৱা love you so much bhabesh da
বহুত ধন্যবাদ
Hoi
Raght
❤❤❤❤❤
@@kumarbhabeshmusicalbhobesh da moi apunar big fan hoi 😅 aji 18 boxor man hobo niki na tatke bexi hobo kobo nuaru hisap nai caset ot hunixilu apnar gaan 😅 from east karbi anglong howraghat bongali hamprodai lora 😅 Jay shree Krishna 🕉️🙏
Mur horukalor din mnot pori gl... Mur ghrr Ambesadar khnot akol dehajanr geet a Bajisil... kp it up Bhavesh daa...❤❤❤❤
আমাৰবোৰৰ অতীত বহুত মধু আছিল,
মনত পৰি গল সৰুকালৰ কথাবোৰ
Dada please নাজাবা নাজাবা মোকেই এৰি থৈ...... লাগে নতুন Ganeration চাব বিছাৰে ❤
পুৰণি কথাবোৰ মনত পৰিল আজি আকৌ কুমাৰ ভৱেশ দাৰ গানবোৰ বেলেগ আছিল কিবা
আৰু ঐ গামোচা man তুমিও ধুনীয়া কৰিছা দে best of luck ❤
Muro
Muro
Bohut val lagil❤❤❤
Thank you so much.
Love you bhobesh Da❤❤❤❤❤
Nice....dhuniya hoise daa.....
Love from Nalbari, Barbhag ....... Mozzzza lagil geet 2🔥🔥🔥❤️❤️❤️
❤❤❤mojja dada bahut val lagil
শৈশৱ ঘূৰি আহিল দেই ভৱেশ'দা, বহুত বহুত ভাল লাগিল
অতিশয় সুন্দৰ গান ,,,,লগতে এটা সুন্দৰ বাৰ্তা.... ধন্যবাদ "কুমাৰ দা"
Dada superhit.... Love u from Nalbari
এই গীতটো আজিও নতুন হৈ আছে ভবেশ দা ,old is gold ❤❤
Hoi
@bhanitaneel-zb1wg .
,
Moja moja...Bhabesh daa...🔥🔥🔥🔥purana din le mnt pori gol...
সুন্দৰ ।। আমি সৰু হৈ থাকোতে এটো গীত বহুত শুনিছিলো আমি।।
বহুত বহুত সুন্দৰ,ভবেশ দা গান শুনি আবেগিক হলো❤❤❤❤❤
Beautiful and melodious song
Look like the original
Go ahead
সুন্দৰ ভৱেশ দা ❤️❤️ আৰু আপোনাৰ দেহাজানৰ গান কেইটাৰ কাৰণে পাগল মই 🎶🎵🎼❤️
Raght
Dhuniya lagil song tu❤
ভৱেশ দা আপোনাৰ এই গীত শুনিয়েই এটা সময়ত আমাৰ যৌৱন অংকুৰিত হৈছিল ৷
L💖VE from Dibrugarh, Old is Gold, Nice song Val lagil DADA💥💃🕺🏻💃🕺🏻💥👍👌👏
বহুত দিনৰ পিছত বহুত ধুনীয়া গীত সুন্দৰ লাগিছে ভবেস দাদা ❤❤
Raght
Waoo dada.... xosake de... agor din bur immn bhal asil.... gaanbur immn dhunia asil.... montu bor bhal lagil dyok xuni...
বহুত ভাল লাগিল 👌👌 বহুদিনৰ মুৰত জনপ্ৰিয় গান এটি Video ৰূপে দেখিবলৈ পাই খুবেই আনন্দিত হ’লোঁ... ❤❤❤
Mojja
Bhot vl hoi Dada apuner geet xuni vl pow ...mjaa..hyse ...
বহুত বহুত ভাল লাগিল গীতটি ভবেশদা👌👌👌
A moja dada
এই গীতটো আজিও নতুন নতুন লাগে শুনি , ভবেশ দা ধুনীয়া লাগিছে ,
vabesh da ❤ childhood Emotion ..
বহুদিনৰ পিচত সেই সময়ৰ জনপ্ৰিয় গীতটো পুনৰ নতুন ৰূপত Video আকাৰে চাবলৈ পাই খুবেই আনন্দিত হৈছো; লগতে কুমাৰ ভৱেশ দাদাৰ অভিনয় সুন্দৰ হৈছে 👌👌❤❤
Thanks
❤❤❤❤❤
Bhabesh Da, Dehajan, jeuti... etc. bahut cassette kinisilu.. Puri na paper, luha biki kinisilu. Still U R my favourite. Aru bhal2 geet pam buli asha korilu.
জয় আই অসম ❤
আৰু জয় কুমাৰ দা লগতে গামোচা man photographer
ইমান ধুনীয়া শুনিলে শুনি থাকিব মন জাই❤
🔥love from Tezpur ❤️
A moja dada 😊
Moja লাগিল আৰু এনেকুৱা গান উপভোগ কৰিব পাম বুলি আশা কৰিলো ভৱেশ দা❤❤❤❤❤
Thanks
Raght
বহুত দিনৰ মূৰত আকৌ নতুন ৰূপত শুনিবলৈ পাই বহুত ভাল লাগিল।
Mojja Da👍👍
Love from Darrang MLD ❤ Dhuniya 🙏😊❤❤
Mojja ❤️ Mojja❤❤❤❤❤
Bahut dhunia hoise dada mn to vl lagi gol❤❤❤❤❤❤❤❤❤❤❤❤❤
Kumar Bhabesh Dar Jonopriyo Gaan Sohoroloi Najaba Khub Khundor Gaan... Dada Apunar Gaantu Bohut Dhuniya aru Val Lage 👌👍
Bhal lagil gaan tu aru performance sai ....👌👌👌👌
Moza bhabesh da dhunia hoise gan to
Jeuti returns ....bhabesh da always rock
Love from Gohpur❤
Lorali r kotha manat pori jai.... ❤❤❤❤
বৰ সুন্দৰ হৈছে ❤❤❤, তাহানিৰ দিন কেইটা লৈ মন উৰি গল।
Raght
Bohut val lagil dada ❤ jai Aai Assam
Mojja bhavesh daa tumi🔥🔥🔥aru lge anekuwa geet parile বিহুৰে বতৰত গীত2 অলপ mordarn কৰিব তেওঁ কৰিব love you
Moja hoisea song to
বৰ ধুনীয়া বৰ সুন্দৰ ❤❤❤🎉🎉🎉
সুন্দৰ ❤
Fali disaa🎉🎉🎉🎉🎉 dada
❤❤❤❤❤ excellent song ❤❤❤❤❤aru lage hit song
Bahoot bhal lagile Bhabesh Da🤗
Mojja❤👍
Finally Mr ai age t new version hunibo palu. Bohut dhuniya aru lage new new ❤
সুন্দৰ হৈছে দা দা
Bohut dinor murot apunar a gaan2 xuni mozaii lagise u r rock dada
সুন্দৰ অতি সুন্দৰ, ভৱেশ দালৈ বহুত বহুত ❤❤❤
Raght
Moza
ভবেশ দা একদম বহুত সৰু কালৰ দিন মনত পেলায় দিলে।।।। বহুত শুনিছিলো দেক অত ৰিল কেছেট লগাই ❤❤❤❤ বহুত ভাল পাওঁ আপোনাৰ গান শুনি।।।।।
Thanks a lot for your comment and Support........
দাদা love from মৰিগাঁও
অতীততৰ কথাবিলাক মনত পৰি গৈছে । নব্বৈৰ দশকৰ ।
Bahut Val lagil, ako bahut din agoloi mn tu ghuri gol geet tu khuni❤.
Bhut Val lagil Gan to new versiont bhabesh da
❤❤❤
কলেজীয়া দিনৰ কথা বোৰে মন মগজু ভৰাই তোলে।
সৰু থাকোতে মামা হঁতৰ ঘৰলৈ যাওঁতে শুনিছিলো তেতিয়া কেছেট আৰু দেক আছিল
Horute bahut hunicilu.nice song. Thanks for reminding ❤❤
Bhabesh Kumar is very simple man but his songs very high quality, I like his simplicity. ❤🔥🔥🔥🔥🔥🔥
Thanks 🙏
@@kumarbhabeshmusicalKokai , Moja. 👍 💕...old is gold .
Raght
Khub sundor ❤❤ Bohut Bohut Bhal lagil 🎉
ভবেশদা অতি সুন্দৰ 👌👌❤❤
দাদা আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল আমালৈ ইমান সুন্দৰ গীত টু আগবঢ়োৱা বাবে ❤
বহুত বহুত ধন্যবাদ মোৰ মৰমৰ বন্ধু, আপুনি এই ভিডিঅ'টো আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ মাজত শ্বেয়াৰ কৰিব পাৰে
ভবেশ দা..
বহুত ধুনীয়া গিত
Mazaaaaaaaaa Pagol hoi goisu Super Parfect
Ek dom jakash
❤ u bhobesh da..hundor hoise Tumi aru aaguai jua
মানুহজন ব্যতিক্ৰম কিবা এটা...ভাল লাগে❤
সৰুতে বহুত শুনিছিলো, আকৌ সৰুকালৰ কথা মনত পৰিগল। ধুনীয়া লাগিল ❤❤❤❤
Raght
Love from tezpur ❤❤❤
Beutiful song
Wow moja👍👍👍👍👍
Super se bohut bohut upar dada ❤❤❤❤❤
Nice Bhavesh Da
Mojjjjjjjjjaaaa lagise dada 🥰🥰🥰🥰🥰🥰
বহুদিনৰ মুৰত জনপ্ৰিয় গান এটি Video ৰূপে দেখিবলৈ পাই খুবেই আনন্দিত হ’লোঁ,গীতটি শুনি শৈশৱৰ সেই শুৱনি দিনবোৰৰ কথা মনত পৰি আবেগিক হৈ পৰিলোঁ.এইটো গীত মোৰ সদায় প্ৰিয় গীত.❤❤
ধন্যবাদ
Natun koi eman dhuniyakoi giti khojaise khundar val lagil ❤
❤moja.lagil
Bhobesh Da bohut bohut dhuniya❤❤❤❤❤❤❤❤❤
Dhuniya ❤❤❤
Dhuniya lagise bhabesh da
দাদা খুউব সুন্দৰ, বৰ ভাল লাগিল দেই
Love from Kakaragaon (Chirang)
ভাল লাগিল সুন্দৰ
Wonderful❤❤❤❤
Thank you! Cheers!
Raght
@@kumarbhabeshmusical welcm dada❤️❤️❤️
Dhuniya 🔥😊❤❤
Well done Bhabesh da
Love u dada...vll lagil ako...my nostalgia apunar puroni gaan bur😊
সৰু থাকোঁতে প্ৰাথমিক স্কুলীয়া জীৱনত দাদাৰ এইটো গান শুনিছিলো । আজি আকৌ এইটো গানৰ remix with video khon চাই শৈশৱ কাললৈ মনত পৰি গ'ল। ধন্যবাদ দাদা 🙏
Mojjah ❤❤
a mjaa dhuniya lagil🔥🔥🔥❤