নামঘৰ মুছিলে কি ফল পায় জগত বণিয়া

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 มิ.ย. 2023
  • #ভাগৱতব্যাখ্যা #pranjalprotimborah #assamesevirelvideo

ความคิดเห็น • 825

  • @purnimagogoimaina1078
    @purnimagogoimaina1078 หลายเดือนก่อน +10

    কৃষ্ণ কৃষ্ণ❣️🙏🙏 প্ৰভূ ভাগৱতৰ কাহিনী শুনি খুবেই ভাল লাগিল🙏

  • @bidyabotideka7375
    @bidyabotideka7375 3 หลายเดือนก่อน +9

    কৃষ্ণ বাপ আতা আপুনি ধুনীয়াকৈ ভাগৱত ভাঙনি কৰে , আপুনি সকলোৰে মন পৱিত্ৰ কৰিলে,,,, কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏🙏🙏🙏

  • @dilipkumardas7722
    @dilipkumardas7722 ปีที่แล้ว +22

    হৃদখন চাফা হৈ গল 'হে হৰী 'আপোনাৰ সুন্দৰ বাণীয়ে 'মোৰ জীৱনটো যেন সদা পৰিস্কাৰ কৰি ৰাখে এইয়াই প্ৰাৰ্থনা 'কৌটি বাৰ""""""কৃষ্ণ' কৃষ্ণ 'হবি 'হৰি""""

  • @manjurajkonwar2807
    @manjurajkonwar2807 ปีที่แล้ว +14

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ কৃপাত আমি অভাজনে কৃষ্ণৰ কথা শুনিবলৈ পায় নিজকে ধন্য মানিছো প্ৰণাম ও সেৱা গ্ৰহণ কৰিব । কৃষ্ণ কৃষ্ণ 🙏🙏 কৃষ্ণ ।

  • @user-re2mo5th6k
    @user-re2mo5th6k 17 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম শুনি ভাল লাগিল

  • @pranayborah2003
    @pranayborah2003 ปีที่แล้ว +13

    জীৱনত প্ৰথম বাৰৰ কাৰণে ভাগৱতৰ জ্ঞান লাভ কৰিলোঁ৷আৰু ইয়াতকৈ সুন্দৰ সুন্দৰ পাঠৰ জ্ঞান পাই থাকিম বুলি আশা কৰিলোঁ

  • @jurimipun718
    @jurimipun718 ปีที่แล้ว +1

    Krishna Krishna

  • @B.K938
    @B.K938 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏আপোনাক ভগৱানে ভালে ৰাখক🙏🙏🙏

  • @PRIYOGaming-fu2of
    @PRIYOGaming-fu2of ปีที่แล้ว +1

    Krishna Krishna 🎉

  • @polkakati9020
    @polkakati9020 ปีที่แล้ว +3

    হৰে কৃষ্ণ হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে, হৰে ৰাম হৰে ৰাম, ৰাম ৰাম হৰে হৰে। সুন্দৰ বাখ্যা।

  • @bimanhazarika4625
    @bimanhazarika4625 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বাপ , আপোনাৰ শ্ৰীমূখে ভাগৱত ব্যাখ্যা শুনি বহু নতুন কথা জানিব পাৰিলো । ঈশ্বৰে আপোনাক সু স্বাস্থ্য বান কৰি থাকক । আপোনাৰ দ্বাৰা আমি আৰু বহু পাব লগা আছে । আপোনাৰ দিয়াৰ ক্ষমতা আছে । সেই ক্ষমতা সকলোৰে নাথাকে। আমি আশা কৰিলোঁ। কৃষ্ণ সেৱা নিবেদিছো।

  • @ChantumoniBora-li1zp
    @ChantumoniBora-li1zp ปีที่แล้ว +6

    Bouht dhuniyakoi vangoni Kori goise Dai bohut Val moust enteligen,.Thankful

  • @mamanideka4369
    @mamanideka4369 ปีที่แล้ว +4

    🙏 ও নমো ভগৱতে বাসুদেৱায় 🙏 জয় গুৰু শঙ্কৰ 🙏 7.07.2023.

  • @MRINMOYGAMEINGFF
    @MRINMOYGAMEINGFF ปีที่แล้ว +1

    Krishna krishna

  • @joonbaishya6172
    @joonbaishya6172 ปีที่แล้ว +5

    কৃষ্ণ হৰি ৰাম নাৰায়ণ প্রভূ দয়াময় কৰুণাসাগৰ দৈৱকীনন্দনৰ জয়🙏🙏🙏

  • @jitumoninath2413
    @jitumoninath2413 ปีที่แล้ว +1

    কৃষ্ণ

  • @121nojurbilboniaawcujanima7
    @121nojurbilboniaawcujanima7 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ। প্ৰভু আপোনাৰ বাখ্যা শুনি ভাল লাগিল কৃষ্ণ। ।

  • @madhumitabarman4941
    @madhumitabarman4941 ปีที่แล้ว +4

    কৃষ্ণ 🙏 বহুখিনি কথা শিকিবলৈ পালোঁ সচাঁকৈ মন চুই গ'ল

  • @Dipaliphukan-wt1su
    @Dipaliphukan-wt1su หลายเดือนก่อน +3

    ❤montu bohut val lagil huni aru bohut najana katha janilu❤krishna probhu❤

  • @northeastrhinosridersclubp780
    @northeastrhinosridersclubp780 10 หลายเดือนก่อน +1

    Bohut vl lagil

  • @pradipgogoi3182
    @pradipgogoi3182 ปีที่แล้ว +3

    সুন্দৰ বাপ । আপোনাৰ ভাগৱতৰ বাখ্যা শুনি। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @parthadutta8101
    @parthadutta8101 9 หลายเดือนก่อน +3

    Bohut vaal lagil.....Narayan Narayan

  • @dndeb3576
    @dndeb3576 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা এই অভাজনেও যেন বাপ জনাই দিয়া আৰ্দশৰ অধিকাৰী হব পাৰো

  • @upenbora450
    @upenbora450 ปีที่แล้ว +2

    Krishna Krishna Krishna 👃👃👃 Bap

  • @utjaldutta4075
    @utjaldutta4075 ปีที่แล้ว +5

    কৃষ্ণ-------এওঁ ৰাজীবৰ দেওতা নয়নে বাৰু, ভাল লাগিল ❤

  • @anjuchiringphukan5368
    @anjuchiringphukan5368 ปีที่แล้ว +17

    কৃষ্ণ কৃষ্ণ ❤️🙏🙏 হত কৌটি সেৱা জনাইছোঁ আপোনাক।

    • @deboborah5858
      @deboborah5858 ปีที่แล้ว

      হত কোটি নহয় শত কোটি।

    • @kamrup134
      @kamrup134 11 หลายเดือนก่อน

      @@deboborah5858 Yes

    • @joyaboruah3618
      @joyaboruah3618 9 หลายเดือนก่อน

      Apunak pronam provu krishna

  • @hiramanitalukdar9918
    @hiramanitalukdar9918 10 หลายเดือนก่อน +1

    Bohut val lagil

  • @bantideka53
    @bantideka53 11 หลายเดือนก่อน +4

    বহুত ভাল লাগিছে

  • @binitabarman4661
    @binitabarman4661 ปีที่แล้ว +3

    হে প্রভু বহুত ভাল লাগিল শুনি আপোনা সবাৰো ওচৰত সতকৌটি প্রনাম❤❤

  • @bhanimalahkar3574
    @bhanimalahkar3574 ปีที่แล้ว +1

    Bahut bhal lagil

  • @RobiSenchuwa-xx5tm
    @RobiSenchuwa-xx5tm 11 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ বাপ অমৃত ৱাণী শুনি আত্মাই বহুত তৃপ্তি পালে। আপোনালৈ সেৱা নিবেদিলো।

    • @nabasaikia613
      @nabasaikia613 9 หลายเดือนก่อน +1

      Krishna.krishna.prabhu

  • @MilanDas-yy7tg
    @MilanDas-yy7tg 11 หลายเดือนก่อน +2

    ভাষা নাই বুজাব কিমান শান্তি লাগিছে মনটো

  • @dharmanath4455
    @dharmanath4455 9 หลายเดือนก่อน +1

    Bohut bohut val lagile ❤❤❤

  • @bandanasaikia2433
    @bandanasaikia2433 ปีที่แล้ว +1

    Krishna Krishna Val lagil

  • @PurabiDutta-gh4pv
    @PurabiDutta-gh4pv หลายเดือนก่อน +1

    Suni Val lagil

  • @supriyagogoichetia8821
    @supriyagogoichetia8821 ปีที่แล้ว +9

    সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ 🙏🙏

  • @A_B_Gamerz8660
    @A_B_Gamerz8660 10 วันที่ผ่านมา +1

    কৃষ্ণ হৰি 🙏

  • @parthaborah518
    @parthaborah518 8 หลายเดือนก่อน +2

    বহুত আধ্যাত্মিক আলোচনা শুনিলো। ইয়াতকৈ অমূল্য বাণী আজিলৈকে শুনা নাই। বৰ ভাল লাগিল।।
    কৃষ্ণ ৰাম।।

  • @kritangkakakatiarts5577
    @kritangkakakatiarts5577 ปีที่แล้ว +10

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ।

  • @keshavkalita-xe1ov
    @keshavkalita-xe1ov ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ। সেৱাভাগী জনালো বাপ ।

  • @dhrubasarma6595
    @dhrubasarma6595 ปีที่แล้ว +4

    Om shree Vishnu nomoh bhagobote bashudebaya nomoh.

  • @user-dv5oo8zv5u
    @user-dv5oo8zv5u 3 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ আপোনাৰ ভাঙনিয়ে অন্তৰ্ চুই গৈছে।
    🙏🙏🙏

  • @samarjitdasvlogs1049
    @samarjitdasvlogs1049 9 หลายเดือนก่อน +1

    Bhal lagil

  • @rumichoudhury5328
    @rumichoudhury5328 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🏻🙏🏻🙏🏻বৰ ভাল লাগিল।

  • @gautamdas5705
    @gautamdas5705 9 หลายเดือนก่อน +2

    শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৃষ্ণ বাপ আই সকল সেৱা জনালোঁ ৰাম নাৰায়ণ 🙏🙏🙏❤

  • @bibhadas2370
    @bibhadas2370 ปีที่แล้ว +11

    কৃষ্ণ।।। প্ৰভুৱে মোৰ ভক্তিৰ বলত নিজেই এইবোৰ আতৰাই দিলে। মোৰ জীৱনৰ বাল্যকালৰ পৰা আৰম্ভ কৰি যৌৱন কালছোৱা লৈকে অজ্ঞান আন্ধাৰত ডুবি আছিলো কিন্তু প্ৰভুৱে মোক মুক্তি দিলে। কৃষ্ণ কৃষ্ণ।🙏

  • @KrishnaHazarika-cx9jv
    @KrishnaHazarika-cx9jv 9 หลายเดือนก่อน +3

    শ্ৰৱণ কৰি আপ্লুত হ'লোঁ।

  • @sadhanaray5113
    @sadhanaray5113 7 หลายเดือนก่อน +1

    Val lagil

  • @user-iv1dd2jw3f
    @user-iv1dd2jw3f 3 หลายเดือนก่อน +1

    ৰাম কৃষ্ণ বাপ আপোনাৰ পৰা অকণমান অমৃত পালোঁ হয় কিন্তু বহুত দেৰিকৈ পালোঁ আপোনাক অন্তৰ পৰা সেৱা কৃষ্ণ বাপ 🙏

  • @AnilBarman-ld7lc
    @AnilBarman-ld7lc 8 หลายเดือนก่อน +1

    Mojha

  • @dipshikhaborah3082
    @dipshikhaborah3082 ปีที่แล้ว +5

    জয় কৃষ্ণ👌👌👌👌💐💐💐💐

  • @abmonty7274
    @abmonty7274 ปีที่แล้ว +29

    প্ৰভুজনা ঈশ্বৰ কৃষ্ণ ইমান কৃপালো দয়ালো মই মাত্ৰ ১০ মিনিট সময় ঈশ্বৰক কান্দি কান্দি কাতৰ প্ৰাৰ্থনা কৰিছিলো প্ৰভু মোৰ পৰা এই তেজ মিশ্ৰিত অখাদ্য বোৰৰ প্ৰতি থকা লোভটো নাইকিয়া কৰি দিয়া আচৰিত কৰি প্ৰভুয়ে সেই সময়ৰ পৰাই লৈ গ'ল প্ৰভুৰ প্ৰতি একান্ত বিশ্বাস লাগিব কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

    • @utpalk6246
      @utpalk6246 ปีที่แล้ว

      Vegetarian t koi Vegan besi bhal. Vegan bure Gakhir o nakhai

  • @bharatisaikia2059
    @bharatisaikia2059 ปีที่แล้ว +1

    Krishna krishna 👏👏👏

  • @swadhinitalukdar1699
    @swadhinitalukdar1699 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম প্ৰভু বহুত নজনা কথা জানিলো

  • @apurbadas8059
    @apurbadas8059 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @RJrekhacreation
    @RJrekhacreation ปีที่แล้ว +16

    কৃষ্ণ কৃষ্ণ বাপজন 🙏 আজি তিনি দিন মান আগতে ম‌ই ধৃতৰাষ্ট্ৰ অন্ধ হোৱাৰ কাহিনীটো শুনিছিলো , কিন্তু আজি আপোনাৰ ব্যাখ্যা শুনি আপ্লুত হলো ।

  • @dipranjanboruah778
    @dipranjanboruah778 11 หลายเดือนก่อน +1

    হচাকৈ বহুত ভাল লাগীল 🙂

  • @sunilsarmasunilsarma67
    @sunilsarmasunilsarma67 11 หลายเดือนก่อน +4

    কৃষ প্ৰভূ

  • @user-up3nz5ob3x
    @user-up3nz5ob3x ปีที่แล้ว +2

    কৃষ্ণ জয় গুৰু শংকৰ ভাঙনি শুনি আনন্দিত হলো

  • @buluborah4646
    @buluborah4646 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰনাম। জনাইছো। কৃষ্ণ

  • @hiteshentertainment839
    @hiteshentertainment839 ปีที่แล้ว +1

    Krishna , Krishna, Krishna

  • @sarumaiborah448
    @sarumaiborah448 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভূ 🙏🙏🙏

  • @prafullamedhi56
    @prafullamedhi56 21 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃপা কৰা প্ৰভু

  • @arunagogoi4788
    @arunagogoi4788 ปีที่แล้ว +1

    🙏🙏🙏🙏

  • @user-ht3xm4nl7f
    @user-ht3xm4nl7f ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু

  • @Paranjyotikalita6032
    @Paranjyotikalita6032 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ গোবিন্দ প্ৰভু সুন্দৰ ব্যাখ্যা শুনিবলৈ পাইছো ।

  • @nabajyotidas8669
    @nabajyotidas8669 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ পূৱাৰ ভক্তি ভৰা সেৱা জনালোঁ।

  • @user-me6gx7vx5r
    @user-me6gx7vx5r 29 วันที่ผ่านมา +1

    Katha khini xuni vl lagil 🙏

  • @chinugogoi5411
    @chinugogoi5411 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ কৃষ্ণ

  • @hasleema.k.a.bhaukal6140
    @hasleema.k.a.bhaukal6140 11 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বঢ়িয়াকৈ বুজাইছে প্ৰভূ ।

  • @ranusaikiadas862
    @ranusaikiadas862 ปีที่แล้ว +1

    🙏🙏

  • @ALIPBORA
    @ALIPBORA 9 หลายเดือนก่อน +1

    Hundor Bani bohut val lagil

  • @KhemeswariRajbhangshi-te4qd
    @KhemeswariRajbhangshi-te4qd ปีที่แล้ว +1

    কৃষ

  • @manuranjanchetia6867
    @manuranjanchetia6867 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ___ব্যাখ্যাৰে কৃপাধন্য হ'লোঁ। সেৱা নিবেদিলোঁ।

  • @sewalisaikia5816
    @sewalisaikia5816 9 หลายเดือนก่อน +1

    Pronam jonaisu prabhu

  • @kalpadas5723
    @kalpadas5723 ปีที่แล้ว +3

    ৰাম কৃষ্ণ ❤

  • @user-bo4pn7cu9w
    @user-bo4pn7cu9w ปีที่แล้ว +8

    Krishna kirshna প্ৰভুজনা সেৱা কৰিলো। মই গুৰু গৃহ মচি ৰাতিপুৱা সন্ধিয়া সদায় গুৰু সেৱা কৰো। আমি আন দেৱ দেৱতা ভজনা উপৰিপুৰুষৰপৰা নকৰোঁ । সন্ধিয়া শুনি আমি উপকৃত হ'লো।

  • @lukumailekharu1022
    @lukumailekharu1022 ปีที่แล้ว +2

    অতি সুন্দৰ বাখ্যা. কৃষ্ণ কৃষ্ণ বাপ

  • @jitumanidas8267
    @jitumanidas8267 ปีที่แล้ว +1

    krishna krishna ❤

  • @Saikia1129
    @Saikia1129 ปีที่แล้ว +1

    🙏🙏🙏

  • @manuranjanchetia6867
    @manuranjanchetia6867 ปีที่แล้ว +1

    হে ৰাম হে হৰি হৰি হে কৃষ্ণ হে হৰি হে ৰাম হে কৃষ্ণ হে হৰি হে ৰাম হে কৃষ্ণ হে হৰি হে ৰাম হে কৃষ্ণ হে হৰি হে ৰাম হে কৃষ্ণ হে হৰি হে ৰাম হে কৃষ্ণ হে হৰি হে ৰাম ৰাম হে কৃষ্ণ হে হৰি হে কৃষ্ণ হে হৰি হে ৰাম

  • @dwipendas4398
    @dwipendas4398 ปีที่แล้ว +3

    কৃষ্ণ,প্ৰভুজনালৈ সেৱা থাকিল

  • @floraphilemainu5070
    @floraphilemainu5070 ปีที่แล้ว +2

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ , প্ৰভু বৰ সুন্দৰ ব্যাখ্যা শুনি লো🙏

  • @debengogoi9035
    @debengogoi9035 25 วันที่ผ่านมา

    সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে, 😊

  • @nobinborah8327
    @nobinborah8327 9 หลายเดือนก่อน +1

    অতি মনোৰম হৈছে। 🙏

  • @brindawani2282
    @brindawani2282 ปีที่แล้ว +3

    কৃষ্ণ , জয় গুৰু শংকৰ 🙏

  • @s_firegaming3673
    @s_firegaming3673 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @dharitrichoudhury5551
    @dharitrichoudhury5551 ปีที่แล้ว +2

    ইমান সুন্দৰ ব্যাখ্যা আজিলৈকে শুনা নাছিলো

  • @miradas6385
    @miradas6385 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। সেৱা জনালোঁ

  • @user-si7po4df1b
    @user-si7po4df1b ปีที่แล้ว +8

    কৃষ্ণ সন্ধিয়াৰ ভাগত আনুষ্ঠান ভাগিত দেখা পায় ।প্ৰভূ জনাক এভাগি সেৱা নিবেদিছো।কলিৰ অৱধাৰি প্ৰভু এনেকৈ ব্যাখ্য কৰিলে দিলে উতি আহাযূৱ যূৱতীৰ গুৰু ধৰ্মত আগবাঢ়ি আহিৱ কৃষ্ণ।জয় গুৰু শষ্কৰ।

  • @user-dv5oo8zv5u
    @user-dv5oo8zv5u 3 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ মহা ভাগৱতৰ অমৃতময় কথাই হৃদয় চুই গৈছে 🙏🙏🙏🙏🙏 ভাগৱতৰ ভাঙনি সকলোৱে শুনাটো অতিক প্ৰয়োজন 😂 তেতিয়া অজ্ঞানতা মনৰ পৰা আতঁৰি থাকিব 😂😂

  • @anitadeka1529
    @anitadeka1529 6 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ

  • @bumonvlogs3222
    @bumonvlogs3222 ปีที่แล้ว +1

    Krishna krishna huni bor bhal lagil dei.

  • @harisaikia4600
    @harisaikia4600 ปีที่แล้ว +1

    অতি মূল্যৱান ব্যাখ্যা, সেৱা জনাইছো, কৃষ্ণ

  • @jeenalekharubora1190
    @jeenalekharubora1190 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ। ভাল লাগিল শুনি।

  • @leenasdailylifestylevideo3959
    @leenasdailylifestylevideo3959 ปีที่แล้ว +1

    🙏🙏🙏🙏🙏🙏

  • @dulumonigogoi3311
    @dulumonigogoi3311 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিল।

  • @ranudas4561
    @ranudas4561 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @manuranjanchetia6867
    @manuranjanchetia6867 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ