ভটীয়াপাৰ||শেনচোৱা|| part-2

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ส.ค. 2024
  • #pranjitgogoi #pranjalprotimborah #ভাগৱতপাঠ #ভাগৱতপাঠ #bhagawatpath

ความคิดเห็น • 151

  • @dipankarchetia4957
    @dipankarchetia4957 ปีที่แล้ว +2

    🙏🙏🙏

  • @AbhijitDas-wk8ch
    @AbhijitDas-wk8ch 11 หลายเดือนก่อน +1

    Krishna Ram

  • @KristiBoruah
    @KristiBoruah 8 หลายเดือนก่อน +1

    কৃষ্ণ❤🙏

  • @kakalikhataniyar9516
    @kakalikhataniyar9516 2 หลายเดือนก่อน

    Bhagwan Krishna Krishna 🙏🙏🙏🙏

  • @amiyabora-tg8ld
    @amiyabora-tg8ld ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @JintuBorgohain-xw2wm
    @JintuBorgohain-xw2wm 8 หลายเดือนก่อน

    Ww

  • @lulugogoi6060
    @lulugogoi6060 ปีที่แล้ว +10

    ওঁম নমোঃ ভাগৱতে বাসুদেৱায়

  • @bijureallyvlog1805
    @bijureallyvlog1805 ปีที่แล้ว +1

    অলপ বুজি পাইছোঁ।

  • @UCB1965
    @UCB1965 ปีที่แล้ว +3

    ওঁ নমো ভগৱতে বাসুদেৱায়,🙏

  • @nirmaldeori4218
    @nirmaldeori4218 ปีที่แล้ว +5

    Jai shree krishna 🎉🎉🎉🙏🙏🙏

  • @jitengogoi981
    @jitengogoi981 10 หลายเดือนก่อน +1

    সেহি লৰা তিৰুতাত আশা কৰা কেন হৰি বিনে আন নহি গতি দাতা আন

  • @asomiaasom6008
    @asomiaasom6008 ปีที่แล้ว +1

    সত্য ত্ৰেতা দ্বাপৰ আৰু কলিৰ পাঁচ হাজাৰ বছৰ চলি যোৱা আচাৰ আচৰণ নীতি নিয়ম ভক্তি ধৰ্ম এতিয়া অশুদ্ধ অচল অদৰ্কাৰী মন্দমতি অধম হল । বেদ পুৰাণ উপনিষদৰ উপদেশ সিদ্ধান্ত বাণীৰে সত্য ত্ৰেতা দ্বাপৰ যুগৰ ঋষি মুনি সাধু সন্যাসী সন্ত মহন্ত ভকত বৈষ্ণৱ তৰি গল ,দৈত্য দানৱ অসুৰ সকলে বেদবিহিত তপ জপ যাগ যজ্ঞ পূজা কৰি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক তুস্ত কৰি বৰ লৈ ত্ৰিভুবন বিজয়ী শক্তিশালী বীৰ পৰাক্ৰমী ক্ষমতাশালী হেছিল সেই বেদ পুৰাণ উপনিখদৰ উপদেশ সিদ্ধান্ত বাণী আৰু তপ জপ যাগ যজ্ঞ পূজা দেৱ দেৱী এতিয়া বৰ্তমান অসমত কিছু লোকৰ মাজত অপ্ৰাসংগিক হল অনাচাৰী অধৰ্মী দুৰাচাৰ মন্দমতি পাপমতি নিস্ফল হল ।হে হৰি শাস্ত্ৰই ভুল নে ঈশ্বৰ বিষ্ণু কৃষ্ণই ভূল নে ব্যাখ্যাকাৰী জনৰ ব্যাখ্যাই ভুল ???ব্যাখ্যাকাৰী জনৰ ব্যাখ্যা শুদ্ধ বুলি মানিলে বেদ পুৰাণ উপনিষদ গীতা ভাগৱত ঈশ্বৰ আৰু সত্য ত্ৰেতা দ্বাপৰ যুগ ,তপ জপ যাগ যজ্ঞ পূজা ঈশ্বৰৰ বিভুতি স্বৰূপ দেৱ দেৱী ভুল অশুদ্ধ মন্দমতি দুৰাচাৰী অধম পাপমতি ।আৰু যদি বেদ পুৰাণ উপনিষদ গীতা ভাগৱত সত্য ত্ৰেতা দ্বাপৰৰ তপ জপ যাগ যজ্ঞ পূজা ঈশ্বৰ আৰু ঈশ্বৰৰ বিভুতি স্বৰূপ দেৱ দেৱী শুদ্ধ সত্য সঁচা হলে ব্যাখ্যাকাৰ জন আৰু ব্যাখ্যাবোৰ কি হব ???
    নিশ্চয় কিবা এটা ডাঙৰ ৰহস্য মায়া গণ্ডগোল সোমাই আছে ।আগৰ ধৰ্ম আৰু বৰ্তমানৰ আমাৰ অসমৰ ধৰ্মৰ মাজত ।কৃষ্ণ ।ঔঁ তত সত 🙏

  • @daslakhi9545
    @daslakhi9545 ปีที่แล้ว +4

    Krishna Krishna Krishna

  • @dhrubajyotisarmah6733
    @dhrubajyotisarmah6733 ปีที่แล้ว +2

    E kalnemi danob ,maha adhormi durachari nastik ,,voidik dhormor matha mundo buji napai ,jodhamurkha

  • @user-my2ke1gg8h
    @user-my2ke1gg8h ปีที่แล้ว +8

    কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ, আপোনাৰ শ্ৰীচৰণৰ তলত আমাক ঠাই দিয়া হওক।

  • @keshabbora7742
    @keshabbora7742 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল আপোনালোকৰ চৰণত কোতি কোতি সেৱা নিবেদিছো 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @user-rp3zc7zb3h
    @user-rp3zc7zb3h ปีที่แล้ว +2

    Krishna Krishna pobhu 🙏🙏🙏

  • @khirodagogoi625
    @khirodagogoi625 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।।

  • @rumigogoi8881
    @rumigogoi8881 ปีที่แล้ว +8

    কৃষ্ণ জয় গুৰু শংকৰ🙏

  • @himadriboruah4849
    @himadriboruah4849 ปีที่แล้ว +10

    কৃষ্ণ, কৃষ্ণ 🙏🙏🙏

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ বাপ সন্ধ্যাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ

  • @radhikaprasadgogoi772
    @radhikaprasadgogoi772 หลายเดือนก่อน

    Krishna Krishna Krishna probhu muk rakha kora❤

  • @punyprovasonowal6834
    @punyprovasonowal6834 ปีที่แล้ว +1

    HOY.PORVU

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd ปีที่แล้ว +3

    Krishna krishna
    Baap

  • @pranjoldutta7038
    @pranjoldutta7038 ปีที่แล้ว +5

    কৃষ্ণ 🙏🏿🙏🏿 জয় গুৰু শঙ্কৰ 🙏🏿সেৱা জনালোঁ 🥰🥰🥰🥰🥰

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 ปีที่แล้ว +2

    কৃষ্ণ

  • @rekhagogoi322
    @rekhagogoi322 ปีที่แล้ว +5

    কৃষ্ণ বাপ সেৱা ধৰিছো ।

  • @sunilrajkhowa579
    @sunilrajkhowa579 ปีที่แล้ว +5

    জয গুৰু শংকৰ 🙏🏻

  • @numalgogoi1647
    @numalgogoi1647 ปีที่แล้ว +6

    কৃষ্ণ,বৰ সুন্দৰ ব্যাখ্যা ।

  • @simantadutta2030
    @simantadutta2030 ปีที่แล้ว +6

    কৃষ্ণ বাপ 🙏

  • @hkdasdas3901
    @hkdasdas3901 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহন কৰিব। কৃষ্ণ🙏🙏🙏🙏

  • @gobindadeuri762
    @gobindadeuri762 ปีที่แล้ว +2

    Krrishno

  • @bhaktirabha9649
    @bhaktirabha9649 ปีที่แล้ว +3

    ৰাম কৃষ্ণ 🙏

  • @koustabojah8779
    @koustabojah8779 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ প্রভূ আজি বৈকুণ্ঠ ত উপস্থিত থকা সমুহ ভকতৰ পদ চৰনত সেৱা নিবেদন কৰিলো

  • @kalpananath3301
    @kalpananath3301 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব

  • @parajitasaikia
    @parajitasaikia ปีที่แล้ว +4

    কৃষ্ণ মাধৱ হৃষীকেশ ।।

  • @dulumonigogoi3311
    @dulumonigogoi3311 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ

  • @khirodbhuyan5967
    @khirodbhuyan5967 ปีที่แล้ว +3

    Krishna 🙏

  • @junumech7558
    @junumech7558 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে প্ৰাভু জনা কৃষ্ণ কৃষ্ণ

  • @brojengogoikrisnakrisna7975
    @brojengogoikrisnakrisna7975 ปีที่แล้ว +2

    Krishna Krishna bap hewa janalu

  • @jeetasaikia7279
    @jeetasaikia7279 ปีที่แล้ว +4

    কৃষ্ণ🙏

  • @rupamoninath818
    @rupamoninath818 ปีที่แล้ว +1

    🙏🙏🙏🙏🙏

  • @TutumoniDowari-st2vf
    @TutumoniDowari-st2vf ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বা প

  • @khagengogoi2237
    @khagengogoi2237 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপজনা 🙏

  • @priyankaphukan6560
    @priyankaphukan6560 7 หลายเดือนก่อน +1

    কৃষ্ণ প্ৰভু আপোনাৰ হবৰ শ্ৰী চৰণত ভক্তিভাৱেৰে সেৱা নিবেদন কৰিলোঁ।🙏🙏

    • @Lakhimai-iw7sd
      @Lakhimai-iw7sd 4 หลายเดือนก่อน

      L̊)̊l̊)̊)̊)̊l̊l̊)̊l̊l̊p̊ l̊

  • @BantiGogoi-ht3bv
    @BantiGogoi-ht3bv ปีที่แล้ว +1

    Hondhyar prnam jonalu krisno

  • @bitupandas7824
    @bitupandas7824 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🏻🙏🏻🙏🏻

  • @madhabboro2813
    @madhabboro2813 ปีที่แล้ว +2

    Krishna Krishna

  • @user-tt2cn8ro7h
    @user-tt2cn8ro7h ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @rajuhazarikasaikia2511
    @rajuhazarikasaikia2511 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ। ইমান সুন্দৰ ব্যাখ্যা । বৰ ভাল লাগিল।

  • @Rasamit6360
    @Rasamit6360 ปีที่แล้ว +4

    Ram ram bap🙏🙏🙏❤❤

  • @MANOSHBHAITOW
    @MANOSHBHAITOW 10 หลายเดือนก่อน +2

    আপুনি জদি বিস্ৱাশ কৰা তেতিয়া হলে like কৰা
    👇

  • @anilchandraborah1693
    @anilchandraborah1693 ปีที่แล้ว +1

    😊😊😊😊

  • @akhilgogoi1869
    @akhilgogoi1869 ปีที่แล้ว +2

    Bap Krishna Krishna.

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @Request_motivation
    @Request_motivation ปีที่แล้ว +1

    কৃষ্ণ বাপ মই অভা জনে আপোনাৰ চৰণত
    ভক্তি ভাৱে সেৱা জনালো কৃষ্ণ।।🪔🪔🪔🙏🙏🙏

  • @prativadas541
    @prativadas541 ปีที่แล้ว +1

    Krishna krishna krishna

  • @manuranjanbora1760
    @manuranjanbora1760 ปีที่แล้ว +2

    কৃষ্ণ🙏🙏🙏

  • @rewatideka7020
    @rewatideka7020 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ প্ৰনাম জনাইছো 🙏🙏

  • @jituhazarika4021
    @jituhazarika4021 ปีที่แล้ว +1

    🙏🙏🙏🙏👣👣👣👣

  • @purnimadas7779
    @purnimadas7779 ปีที่แล้ว +1

    🙏🙏🙏🙏Krishna krishna bap 🙏🙏🙏🙏

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว +2

    Sundar Sundar bhaykha krishna❤

  • @user-bc9ev1yt9g
    @user-bc9ev1yt9g ปีที่แล้ว +1

    Parnjit bap bhut bhut dhenebad

  • @arupgogoi5264
    @arupgogoi5264 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏🙏

  • @minakshigogoi2907
    @minakshigogoi2907 ปีที่แล้ว +1

    কৃষ্ণ , সেৱা জনালোঁ ।🙏🙏

  • @AnupDas-ti2lz
    @AnupDas-ti2lz ปีที่แล้ว +1

    Val lagil xuni Krishna ❤❤❤

  • @arponabordoloi171
    @arponabordoloi171 ปีที่แล้ว +1

    Krishna Krishna 🙏🙏

  • @labanyadevi5536
    @labanyadevi5536 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভূ আপোনাৰ ব্যাখ্যা শুনি মই পৰম সন্তোস পাও প্ৰতিদিনাই শুনো আপোনাক শত কৌটি প্ৰনিপাত কৰিছো বাপ

  • @minalamchiliveyoutubechann8476
    @minalamchiliveyoutubechann8476 ปีที่แล้ว +1

    Ram.. krishna Khongkor guru'🙏🙏🙏🙏

  • @ankitagogoi9376
    @ankitagogoi9376 ปีที่แล้ว +4

    Krishna Krishna🙏🙏

  • @daisyrabha2343
    @daisyrabha2343 ปีที่แล้ว +1

    Krishna Krishna🙏🙏🙏🙏

  • @shyamolikabora2924
    @shyamolikabora2924 ปีที่แล้ว +1

    Chidha shastra ki ki baru Kobo laga

  • @lukumailekharu1022
    @lukumailekharu1022 ปีที่แล้ว +1

    Krishna krishna bap hoto kuti pronam jonalu

  • @sabitriboruah4411
    @sabitriboruah4411 ปีที่แล้ว

    🙏

  • @ratuldas6474
    @ratuldas6474 ปีที่แล้ว +1

    ঈশ্ৱৰৰ ভজনা কৰিবলৈ কি কি য়োগ্যতাৰ আৱশ্যক । এই য়োগ্যতাবিলাক বৃত্তিধাৰি হোৱা উচিত নে ? এই য়োগ্যতাখিনি নথকাসকলৰ ঈশ্ৱৰৰ ভজনা নহব নেকি ?এই ধৰনৰ কৰ্মৰে সমাজখন গঠণমুখী হবনে, ---- কি ? গুৰুদ্বয়ে আমাক কি উদ্দেশ্যৰে শাস্ত্ৰ্ববিলাক প্ৰদান কৰি থৈ গৈছিল বাৰু •••••• ? গুৰুদ্বয়ৰ দৰ্শনৰ বিষয়ে আমিবোৰ সচেতন হৈছোনে ? এবাৰলৈ হলেও সকলোৱে বিবেচনা কৰি চোৱাৰ অৱকাশ আছে বুলি আমাৰ ভাৱ হৈছে ।

  • @jackergaming1983
    @jackergaming1983 ปีที่แล้ว +1

    Jiy Sri Krishna guru dev namat vakat saran lolu

  • @TulshiGogoi-br5iu
    @TulshiGogoi-br5iu ปีที่แล้ว +1

    Krisna krisna parvu

  • @sadnandabora3844
    @sadnandabora3844 ปีที่แล้ว

    -পৰম শ্ৰধাৰ প্ৰানজিত প্ৰভূ জনা । সেৱা জনালো ।গ্ৰহন কৰাৰ আশাৰে । আপোনাৰ প্ৰতিটো অনুস্থান আগ্ৰহেৰে মুল্যায়ন কৰিআছো ।বৰ মনোগ্ৰাহী হৈছে । ।মোৰ কবৰ মন গৈছে আপোনী শংকৰ মাধৱৰ কিংকৰ স্বৰূপে অৱতাৰী পুৰুষ ।ভূল নুবুজিৱ আপোনাৰ ত্যাগক সন্মান জনাইহে কৈছো । আপোনী একেধাৰে একইশ্বৰ বাদৰ সৎ প্ৰনালী নিতী নিয়ম নিৰলষ প্ৰচেষ্টাৰে সেইযে পুৰনী পৰম্পৰাত বিস্বাসী সকলৰ মাজত ভূল মতাদৰ্শৰ বীপৰীতে সৎ চিন্তাৰ খোৰাক যোগান ধৰাত সফল হৈছে সেইয়া শ্ৰী মন্ত শংৰ দেৱ সংগঠনৰ সঙ্গী হিচাপে আদৰনী জনাইছো ।।
    আমি সেই সকল গৃহস্থিক শতকৌতী প্ৰনাম জনাইছো তেখেত সকলৰ জ্ঞান চক্ষু মেল খাওক।পৰম্পৰা মতে সাংসাৰিক জীৱন ছলাই যোৱাতো বৰ্তমান যুগৰ যুগুতি নহয় । নাম ঘোষা ভাগ পঢ়ক।বিশ্লেষন কৰক ।কেৱল শিক্ষাৰ মাপ কাঠিৰে ধৰ্মক শিক্ষাৰে দমিনেত কৰিলে ধৰ্মৰ পৰাজয় কিন্তু নহয় ।শিক্ষাৰ হে পৰাজয় 'হ'ব । নিতী বৰ্হি ভূত ভাৱে যিয়েই যিধৰ্ম নকৰৰক কিয় ইশ্ছৰ সন্তুষ্ট যে নহয় এই কথা খাটাং ।

  • @r.ctalukdar1659
    @r.ctalukdar1659 ปีที่แล้ว +1

    যথেষ্টসংখ্যক উদাহৰণ দি বুজাই দিয়াৰ বাবে ধন্যবাদ থাকিল।

  • @ilamonigogoi865
    @ilamonigogoi865 ปีที่แล้ว

    🙏🙏🙏🙏

  • @rimishaborah7403
    @rimishaborah7403 ปีที่แล้ว +1

    Krishna

  • @jintudeuri2395
    @jintudeuri2395 ปีที่แล้ว

    Jay shree Krishna ki Jai 🙏🙏🙏

  • @Sunsun-ir4cq
    @Sunsun-ir4cq ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্ৰভু😮😅😊

  • @moniprovabora6544
    @moniprovabora6544 ปีที่แล้ว +1

    কথাবোৰ সংগতি হীন আপোনাৰ ,বহুত দিন আপুনি টানিব নোৱাৰিব গৈনেকি ???😊😊

  • @upenbora450
    @upenbora450 ปีที่แล้ว +1

    Krishna Krishna Krishna 👃👃👃 Bap

  • @jimudgogoi1334
    @jimudgogoi1334 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ হে বাপ। আপোনাৰ শ্ৰমৰ্ সাৰ্থক হওক । বাস্তৱ ক্ষেত্ৰত দেখা যায় যে নোধোও গা ধোৱালী নেখাও ভাত খোৱালী নিগিলো কি কৰ কৰ। অপৰাধ বিনাষন ।

  • @rajudutta6401
    @rajudutta6401 2 หลายเดือนก่อน

    বছেৰেকীয়াৰ অৰ্থ টো আপুনি ‌ভাল‌ বুজিছে দেই।

  • @ashokkumardutta7850
    @ashokkumardutta7850 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো

  • @ankitbordoloi9041
    @ankitbordoloi9041 ปีที่แล้ว +1

    😢😮Krisna

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 ปีที่แล้ว +10

    কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ।

  • @binudsharma750
    @binudsharma750 ปีที่แล้ว +1

    Aponi j eat vagwat byakhya koribor babe 80000 hajar lole aitu kihot pore jobabo son

  • @bubulgogoi9061
    @bubulgogoi9061 ปีที่แล้ว +9

    কৃষ্ণ কৃষ্ণ প্ৰভূ্ কৃষ্ণ আজি বৈকুণ্ঠত উপস্থিত সমুহ ভকত বৈষ্ণৱৰ চৰন পঙ্কজত সেৱা নিবেদন কৰা কৃষ্ণ আপোনাৰ পদ্ম মুখে ভাগৱতৰ কথা শুনি মন তৃপ্তি লাভ কৰা হৈছে ভগৱানে আপোনাক কৃপা কৰক আমি ভগৱানৰ চনৰ পঙ্কজত সেৱা নিবেদন কৰা হৈছে কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ্ কৃষ্ণ

  • @redcherrysproduction5426
    @redcherrysproduction5426 ปีที่แล้ว +1

    আমাৰ সমাজত যি ধৰণৰ খাদ্য বিধি আছে, তাকে হে আলোচনা ৰ মাজলৈ অনা উচিত দেই । অৱশ্যে অমাৱশ্যা তিথি ত পাক খাদ্য বিশেষকৈ সামাজিক ভাৱে গ্ৰহণ কৰা কিন্তু অনুচিত । আমাৰ সঙবিধানত বহু বিলাক কথা উলাই কৰা দেখা গৈছে। বিষেশকৈ জাতীয় ভাষা সাহিত্য, সঙস্কিতি ঐতিহ্য পৰম্পৰা আদি বিষয় বস্তু বোৰ । অসমীয়া ভাষাৰ জাতীয় অভিধান ভাগ অসমীয়া জাতিৰ বাবে সকলোতকৈ অধিক আদৰনিয় আৰু সম্মানিয়। আৰু সময় অৰ্থাৎ কাল , মানুহৰ বাবে আটাইতকৈ ডাঙৰ সম্পদ হৈছে সময় ।এই সময় বা কাল ৰ বিভিন্ন নামাকৰণ আছে, বা বিভিন্ন পৰিচয় আছে ,যেনেকৈ শ্ৰীকৃষ্ণ ৰ জন্ম সময় । শাস্ত্ৰ ত জন্মাষ্টমী বুলি আমি পাও। অৰ্থাৎ অষ্টমী তিথি ।পক্ষটো সকলোৱেই জানে কৃষ্ণ পক্ষ। আৰু নক্ষত্ৰ ? ৰুহিনী নক্ষত্ৰ । আৰু বাৰ ? মঙ্গল বাৰ ।হয়নে ? গতিকে আমাৰ অণ্যাণ্য বাকী ক্ষেত্ৰতো এই বিলাক কথা আতৰাই থলে হব জানো ? কাৰণ আমি যে শৃংখলিত প্ৰানী। সেয়ে হে মানৱ জাতি জীৱ শ্ৰেষ্ঠ প্ৰানী । ৰাম শ্ৰীকৃষ্ণ। ধণ্যবাদ । ৰাজু দত্ত ।

  • @lukoswaranjali828
    @lukoswaranjali828 ปีที่แล้ว +2

    পূৰ্বৰ পৰম পৰা এৰিব কেনেকৈ ।আৰু যিয়ে এৰিব সেইজনে তেওঁৰ পূৰ্বৰ পৰা চলি অহা উপাধি টোও সলাব লাগিব।

  • @digantagogoi5289
    @digantagogoi5289 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ অতি শুদ্ধ কথা।

  • @user-ct6rb5br1q
    @user-ct6rb5br1q ปีที่แล้ว +2

    আপোনাৰ কথাবোর হয় আমাৰো এনেকোৱা হৈছিল? একঘৰীযা কৰি থৈছিল? একশৰণীয়া হোৱা বাবে

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 ปีที่แล้ว

    Krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @blackgamer751
    @blackgamer751 ปีที่แล้ว +1

    Krishna. Bap

  • @manindranathbhakat300
    @manindranathbhakat300 ปีที่แล้ว

    Ram krihna Ram Krishna Ram Krishna name. Ram Krishna Ram Krishna Ram Krishna Ram.

  • @mamonidevisharma534
    @mamonidevisharma534 ปีที่แล้ว +1

    যজুৰ্বেদত আছে