বৰ্তমান সময়ত ভকতৰ কৰ্ম কাণ্ড||anil tanti||

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ต.ค. 2024

ความคิดเห็น • 62

  • @ramcharandeka9143
    @ramcharandeka9143 หลายเดือนก่อน +3

    Krishna

    • @ikklive5333
      @ikklive5333  หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ কৃষ্ণ❤️❤️❤️

  • @dulumoniborah-hu9zk
    @dulumoniborah-hu9zk 2 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই মাতৃ সকলৰ চৰন পকজত সেৱা নিবেদিলো 🙏🙏🙏🙏🙏

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @ritatalukdar7264
    @ritatalukdar7264 2 หลายเดือนก่อน +2

    Krishna Krishna 🙏🙏🙏💐❤❤❤

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน +1

      🙏🙏🙏🙏

  • @bobymuktiar4753
    @bobymuktiar4753 2 หลายเดือนก่อน +2

    Krishna bap bor hundor

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @nbassam-hg9rq
    @nbassam-hg9rq 2 หลายเดือนก่อน +2

    Nice sharing 🎉❤very beautiful video,big like full support 🎉🎉❤Krishna Krishna 🎉🎉🎉

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @pallabikagohain5720
    @pallabikagohain5720 2 หลายเดือนก่อน +8

    কৃষ্ণ ❤🪔🌹🙏 কৃষ্ণ ❤🪔🌹🙏 কৃষ্ণ ❤🪔🌹🙏

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน +5

      কৃষ্ণ কৃষ্ণ ❤️❤️❤️

  • @PurobiBora-i2p
    @PurobiBora-i2p 6 วันที่ผ่านมา

    কৃষ্ণ❤প্ৰভু❤ ভগৱান ❤

  • @dipisaikia287
    @dipisaikia287 2 หลายเดือนก่อน +2

    কৃষ্ণ হৰি ৰাম

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @pb8120
    @pb8120 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ❤️❤️❤️

  • @kalyanidas4341
    @kalyanidas4341 2 หลายเดือนก่อน +1

    কৃষ্ণ🙏🙏

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @HridoyjyotiGogoi8678
    @HridoyjyotiGogoi8678 2 หลายเดือนก่อน +1

    Aiyai prokrito vokot hoityo ktha koise kunu voi kora nai guru jnr soronot hewa jonalu krisna ❤

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน

      কৃষ্ণ❤️❤️

  • @gitanjalihazrika3723
    @gitanjalihazrika3723 2 หลายเดือนก่อน +1

    Krishno Krishno probhu ishwar xundor bakkhaya modhur kontho❤❤❤❤..

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @pallabikagohain5720
    @pallabikagohain5720 2 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ বাপ জনা জানি এক কৃষ্ণ নামে শৰণ লৈ কৃষ্ণ নামে কৰোঁ প্ৰণাম কৃষ্ণ

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @bhumitabora2496
    @bhumitabora2496 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম বাপ

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @poragboruah4156
    @poragboruah4156 2 หลายเดือนก่อน +1

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน

      কৃষ্ণ❤️❤️

  • @IndrakamalKakoty
    @IndrakamalKakoty 2 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ বাপ❤❤

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ❤️

  • @Vauna____khonskit_____akash
    @Vauna____khonskit_____akash 2 หลายเดือนก่อน +2

    কৃষ্ণ ❤কৃষ্ণ ❤কৃষ্ণ ❤

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ❤️

  • @daisyrabha2343
    @daisyrabha2343 2 หลายเดือนก่อน +1

    Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 krishna🙏🙏🙏🙏

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @anjumalasaikia2608
    @anjumalasaikia2608 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ 🙏🙏

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @MidulBoruah-l5y
    @MidulBoruah-l5y 2 หลายเดือนก่อน +2

    তাঁতী বাপলৈ ভক্তি ভৰা সেৱা সদায় থাকিব ।

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @HridoyjyotiGogoi8678
    @HridoyjyotiGogoi8678 2 หลายเดือนก่อน +2

    Etiahe lagise je sankardeve ekotar dul bondha to hafhoilyo mondito hoise ❤

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน +1

      কৃষ্ণ❤️❤️

  • @RosmireakhaBuragohain
    @RosmireakhaBuragohain 2 หลายเดือนก่อน +1

    Krishna.krishna.bap

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน

      কৃষ্ণ😍😍😍

  • @r.ctalukdar1659
    @r.ctalukdar1659 2 หลายเดือนก่อน +2

    মন্তব্য সমূহ অসমীয়া লিপিৰে লিখিবলৈ আৰম্ভ কৰিলে ভাল হয় কাৰণ অসমীয়া আমাৰ মাতৃভাষা। আলোচনা ভাল হৈছে।

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ❤️

  • @kamaleswarswargiary4499
    @kamaleswarswargiary4499 2 หลายเดือนก่อน +1

    ৰাম কৃষ্ণ কৌটি কৌটি প্ৰণাম

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @DipaMoran-kk7gw
    @DipaMoran-kk7gw 2 หลายเดือนก่อน +1

    🙏🙏🙏

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ❤️

  • @NabaKakoty
    @NabaKakoty 2 หลายเดือนก่อน +1

    Krishna krishna bap❤❤

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ❤️

  • @prasantadas5698
    @prasantadas5698 2 หลายเดือนก่อน +1

    ❤কৃষ্ণ কষ্ণ বাপ😂

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ❤️❤️❤️

  • @RobiBAISHYA
    @RobiBAISHYA 2 หลายเดือนก่อน +1

    ম্যণ্ডম্পভভভ্ন্ন

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ❤️❤️

  • @asomiaasom6008
    @asomiaasom6008 2 หลายเดือนก่อน +1

    অনিল তাতী তই এটা সনাতন বৈদিক ভক্তি ধৰ্ম কৰ্ম আচৰণৰ বিৰুদ্ধাচৰণ কৰা যুজাৰু জেহাদী কেদাৰ ।তহতৰ কৰ্ম হৈছে অসমৰ মানুহক শুদ্ধ সত্য বেদ ধৰ্মৰ ভক্তি কৰ্ম আচৰণক নিন্দা তুচ্ছতাচ্ছিল্য কৰি বেদধৰ্ম কৰ্ম আচৰণ এৰুৱাই একশৰণ নাম ধৰ্মৰ নামত নিন্দাবাদ দুৰাচাৰ ভ্ৰষ্টাচাৰ বিকৃতধৰ্ম প্ৰচাৰ কৰি মানুহক নিন্দাবাদ পাপ লিপ্ত কৰাই নৰকত পঠোৱা ।তঁহত বেদ ধৰ্ম কৰ্ম বিৰুদ্ধে আন গুৰু দেৱ নাম ভকতৰ বিৰুদ্ধে জেহাদ যুদ্ধ কৰা জেহাদী কেদাৰ তই ।তঁহতে বেদৰ বিহিত কৰ্মকাণ্ড ,শিৱ , দেৱ দেৱীক ,আন গুৰু দেৱ নাম ভকতৰ ঈশ্বৰ ভক্তি আচৰণৰ বিৰোধ নিন্দা অপমান তুচ্ছ তাচ্ছিল্য কটু সমালোচনা নকৰিলে তঁহোতৰ শংকৰী একশৰণীয়া ধৰ্মৰ অস্তিত্ব নাথাকিব ।বেদ বিহিত ভক্তি কৰ্ম দেৱ দেৱী আন গুৰু দেৱ নাম ভকতক বিৰোধ নিন্দা কটু সমালোচনা কৰিহে তহতৰ অস্তিত্ব জাহিৰ কৰি আছা ।

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน +1

      কোন হয় আপুনি?প্ৰতিটো video এ অকল বেয়া coment মৰা সাজু হৈ থাকক এইবাৰ ,,,,অলপ ভাষা ভাল কৰি কমেণ্ট কৰক যদি নোৱাৰে আপোনাৰ নিচিনা ভণ্ড ভকতে আমাৰ চেনেলত কমেণ্ট নকৰিব ,,,,আইনৰ সহায় লোৱাৰ আগতে কমেণ্ট delet কৰক,,হলে ও প্ৰতিটো প্ৰমাণ থৈ দিয়া হৈছে আপুনি সাজু হওক এইবাৰ

    • @asomiaasom6008
      @asomiaasom6008 2 หลายเดือนก่อน +1

      ​@@ikklive5333মই এজন সনাতন বেদ ধৰ্মৰ হিন্দু লোক হও অসমীয়া জাতিৰ লোক হও ।সোণাও তঁহতক সনাতন বেদ ধৰ্ম বিকৃত কৰি বেদ পুৰাণ গীতা ভাগৱত শাস্ত্ৰ ভুল বিকৃত কৰি অপব্যাখ্যা কৰি প্ৰচাৰ কৰি থাকিবলৈ দিয়া নহব নহয় । তহতে সনাতন বেদ ধৰ্মৰ ,ঈশ্বৰ দেৱ দেৱী ,আন গুৰু দেৱ নাম ভকতৰ ভক্তি ধৰ্ম আচৰণৰ বিৰুদ্ধাচৰণ কৰি আছা ।তহতে তহতৰ মতে সাজি কাচি কোৱা কথাৰে বেদ পুৰাণ শাস্ত্ৰ ঈশ্বৰ দেৱ দেৱী ,আন গুৰু দেৱ নাম ভকতৰ বিৰুদ্ধাচৰণ কৰি নিন্দা ঘৃণা ইতিকিং কৰি ভক্তি ধৰ্ম বিকৃত কৰি প্ৰচাৰ কৰি থাকিবা সেয়া নহব ।তোমাৰ চেনেল হব পাৰে সেই বুলি ভুল বিকৃত অপব্যাখ্যা দুৰাচাৰ প্ৰচাৰ কৰি থাকিলে সমাখন অধৰ্মৰে ভৰিব ।সনাতন বৈদিক হিন্দু ধৰ্মত শিৱ বহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা সুৰ্য গণেশ দেৱ দেৱী বেদ পুৰাণ সংহিতা উপনিষত তপ জপ যাগ যজ্ঞ শ্ৰাদ্ধ পিণ্ড দান ব্ৰত সকলো থাকিব লাগিব ।সকলো ভকত সকলো সমান ।শংকৰদেৱে কৈছিল নহয় কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম বুলি ।সকলো চলিব অসমত ভাৰতত বিশ্বত অনিল তাতী হতক একপক্ষীয় ভাবে ক্ষুদ্ৰ স্বাৰ্থৰ বাবে সনাতন বৈদিক হিন্দু ধৰ্মৰ আচৰণ ,বেদ পুৰাণ শাস্ত্ৰৰ বিহি আচৰণ আৰাধনাক নিন্দা কৰি এৰুৱাবলৈ চেষ্টা কৰাটো ভক্তি ধৰ্ম বৈষ্ণৱ নহয় ।অসম ভাৰতত শৈৱ বৈষ্ণৱ শাক্ত সৌৰ গাণপত্য পাঁচ সম্প্ৰদায়ৰ ভক্তি ধৰ্ম আচৰণক কাকো নিন্দা অপমান কৰিব দিয়া নহব ভক্তি ধৰ্ম কৰাৰ নামত ।কোনোৱাই শিৱক ভজিছে তেওঁ বৈষ্ণৱ কোনোবাই বিষ্ণুক ভজিছে তেওঁ বৈষ্ণৱ ,কোনোৱাই নাৰায়নী বৈষ্ণবী আদি শক্তি মাতা দুৰ্গাক লক্ষ্মী সৰস্বতীক ভজিছে তেওঁ বৈষ্ণৱ ,কোনোবাই ঈশ্বৰৰ বিভূতি স্বৰূপ দেৱ দেৱীক ভজিছে তেওঁ বৈষ্ণৱ দেৱ দেৱীক ঊজিলেও দেৱ দেৱী ৰূপত ঈশ্বৰকে ভজিছে ,কোনোৱাই ঈশ্বৰৰ মুৰ্তি ভজিছে সেজাও বৈধ ,কোনোৱাই ঈশ্বৰৰ পূজা তপ জপ যাগ যজ্ঞ ব্ৰত কৰিছে সেয়াও বৈধ ,কোনোবাই বেদৰ বিহিত ব্যৱস্থাৰে মৃতকৰ শ্ৰাদ্ধ পিণ্ড দান ব্ৰত মুণ্ডন কৰিছে সেয়াও বৈধ ভক্তি ধৰ্মৰ বিধান ।
      তুমি কৈছা মই বেয়াকৈ কমেণ্ট কৰো হয় অনিল তাতী হতৰ একপক্ষীয় স্বাৰ্থপৰ ভুল বিকৃত অপব্যাখ্যা কৰাৰ বাবেহে কৈছো ।অনিল তাতী হতে কৰ্ম কাণ্ডক ঘৃণ কৰে ইাপ কৰ্ম বুলি কৰ্ম কাণ্ড বৰ্জনীয় নহয় বুলি গীতাত কৃষ্ণই কৈছে গতিকে কৃষ্ণৰ উপদেশ অনিল তাতী হতে বিৰোধ কৰি ভুলকৈ বিকৃত কৰি অপব্যাখ্যা কৰিব ভক্তি ধৰ্মৰ নামত শংকৰদেৱৰ নামত তেনে দুৰাচাৰী ভণ্ডক তাৰ আচৰণ মতে কোৱাটো তাৰ প্ৰাপ্য ।যদি মোৰ ভুল দেখিছা তেন্তে কি কি ভুল কৈছো যুক্তি সহ ভুল আঙুলীয়াই দিলে ভুল ভাঙিব শুদ্ধ হম ।ভাল হবলৈ শুদ্ভ পথ বিচাৰি আছো ।🙏

    • @ikklive5333
      @ikklive5333  2 หลายเดือนก่อน +1

      আপুনি যদি বেয়া পাইছে video নাচাব আপোনাৰ কমেণ্টৰ বাবে কোনে ও আশা কৰি নাথাকে বুজিলে আৰু মুখৰ ভাষা বোৰ ভাল কৈ কব আপোনাৰ ভাষাতে গম পোৱা যায় আপুনি কি ভকত আপুনি কি মাৰ্গ দেখুৱাব সেই বাবে আপোনাৰ একো একো ডাল নাই মোৰ video ত এটা বেয়া কথা নাই,আপুনি ও যাতে next মোৰ চেনেলত কমেণ্ট নকৰিব ,,নহলে আপোনাৰ ভাষাৰ কমেণ্ট সকলো মজুত আছে সাজু হৈ থাকক,,,,আমি জোৰ কৰা নাই নহয় আমাৰ video চাবলৈ আপোনাৰ নিচিনা ভকতৰ কাৰণে চেনেলৰ video uplod দিয়া ও নাই,,,,

    • @poragboruah4156
      @poragboruah4156 2 หลายเดือนก่อน

      ​@@ikklive5333যি কোনো ব্যৱস্থাৰে আপোনাৰ চেনেলত এই জনক নিষিদ্ধ কৰক ।

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 2 หลายเดือนก่อน

      ​@@ikklive5333bhokot buli eko nai tohot adhormi ,,assamese manuhe tohotok bhal6 chiniche ,,miar nichina tohotor katha challa