Niyor Tupal l Zubeen Garg l Official lyrical video l Sankardev Music Studio l Album King
ฝัง
- เผยแพร่เมื่อ 6 ต.ค. 2024
- SONG TITLE: NIYOR TUPAL
ALBUM: KING
Song Credits :
🎤SINGER: ZUBEEN GARG
🎼MUSIC: DIPKESH BORGOHAIN
✍LYRICS & TUNE: CHAMPAK SAIKIA
RECORDED BY PALASH GOGOI AT STUDIO MAA, GUWAHATI
MIXING & MASTERING: MANAB PHUKAN
PRODUCER: CHAMPAK SAIKIA
CO. PRODUCER: BISMRITI GOGOI SAIKIA
To download and streaming the song please check the below link❤️❤️💖💖
social.tunecor...
আশা কৰো গীতটি সকলোৱে শুনিব আৰু চেনেলটি subscribe কৰিব নাপাহৰিব❤
নিয়ৰ টুপাল শেৱালি পাহি
জোনৰো জোনাকী মেলা
সুভাসত হল জোনকী জনীৰও
মন মতলীয়া
আইৰে চাকি তুলসি তলত
জ্বলিব সন্ধিয়া চোতালৰ আগত
পদুলি মুখৰ বকুল জুপি
খিৰিকিৰে চাও আছে হালি
মনেও আছে লুকাভাকু খেলি
সপোনৰ দলিচা পাৰি বহি
জিৰাম দুয়ো তাতে বহি
দোলে মন আবেগত অজানিতে
হিয়াৰে মৰমত দোৱাৰতে
মৰম মৰম বুকুৰ মাজত
আউসীৰ এন্ধাৰ মোৰে লগত
তোমাৰ স্মৃতিয়ে দোলা দি যায়
মনৰ মাজেৰে মৰম বৈ যায়
সাতুৰিম দুয়ো আপোন মনে
আশাৰ তৰি আমি সজামে
টুলবুল টুলবুল এখনি নাও
বিচাৰি কাষতে তোমাকে পাও
Contact at 9706038446 for LYRICS AND COMPOSITION in between 11.00 am to 12 noon.
***Any uploads of this song on social platform without consent of producer, legal action will be taken under copyright Act **
**Don't upload the song illegally **
বগে ধৰি খালে লুইতৰে শিহু বিহু গৈ আছিলে ক'ত হুৰাই লৈ ধান খেৰৰ ছাই বহাগৰ বিহুটি আছেহি ৰৈ অসমীয়া ই। গভ শিপাই খামুচি বহাগৰ বিহুটি বছৰৰ টোৰ কাৰণে এনেকৈ য়ে মৰহি যাই শদিয়াই যে। আছিলে ৰৈ উৰুকাই আনন্দ উলাহত মতলীয়া হৈ মতলীয়া হৈ ইতি তোমাৰ মৰমৰ বন্ধু প্ৰিয়ে মোৰ চিঠিৰ ভাজতে মৰম আৰু কিছু হৃদয়ৰ কল্পনা পুথিৰ মধুৰ শ্মৃতি ৰে প্ৰিয়ে❤❤
Supar Zubeen da song aru nuhunake thakib paru ne😘😘😘🥰
Zubeenda khub mon -pran di enjoy kori gaantu gua jen lagise.sundar hoise
Oti sundar j. dada❤❤❤
হিয়া মন চুই যায় এই বোৰ গানে
Zubeen dar protitu gaanei mur priyo aru xuni val lage 🙏💚💝
❤❤
Jiman hunile u hepah nopolai aibur gaan... Thank you zubeen da❤❤❤❤
বৰ সুন্দৰ হৈছে
Ufff ki mat😢❤❤
Buhut vall lagal
অতি মনোমুগ্ধকৰ 🙏
ধুনীয়া কবিতাৰ গান
জুই 🔥 একুৰা জুই 🔥
জুবিন গাৰ্গৰ এটা underrated কিন্তু অতি ধুনীয়া এলবাম আছিল KING ❤ মই অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই মুক্তি পাইছিল এলবামটো । ৰিলিজ হোৱাৰ দিনাই দেউতাক যে কিমান কামুৰিছিলো যে মোক গানকেইটা মেমৰি কাৰ্ডখনত ভৰাই আনি দিব লাগে , দেউতাই কামোৰ সহ্য কৰিব নোৱাৰি পিছদিনাই অৰ্থাৎ ২ জানুৱাৰী ২০১৫ ৰ দিনাই নলবাৰী টাউনলৈ গৈ মোক কেছেটখন আনি দিছিল । বৰকৈ মনত পৰে সেই দিনবোৰ । সময়বোৰ চোন তেতিয়াই ভাল আছিল । এতিয়া ডাঙৰ হৈ কেৱল যন্ত্ৰণা 😫 জীৱনটো মাৰ বুকু আৰু দেউতাৰ কোলাত থকালৈকেই সুখৰ আছিল 💔🥺 আকৌ এবাৰ ধন্যবাদ চম্পক ককাইদেউ , এনেকুৱা এটা এলবাম আমাক উপহাৰ দিয়াৰ বাবে । আকৌ আপোনাৰ প্ৰযোজনাৰে জুবিন গাৰ্গৰ কন্ঠত এনেকুৱা এটা এলবাম পাবলৈ ৰৈ থাকিম ❤️
সুন্দৰ গীত ❤❤❤।
Xundor hoise❤😊
she is a god for me ❤🙏🔥
Moja❤❤
Apunar hokolu gane Amar piyo...apuni hodai vle thakok tare kamona koru... bhogobane amar hokolure aiukh apunak diye j.... jate notun pojotmoi apunar dre bhogoban,aru hokolure moromor zubeen Dak pai bohut hukhi hb....
Zubeen Da Very Song 🎉😊
মৰম মৰম আমিয়া সুৰ শুৱালা গান পোহৰে উজ্জ্বলাই জান যেন মোৰ ঈশ্বৰৰ আবান। শুভসন্ধ্যা জানু ❣️❣️❣️😘🦚🥰👀💞❤❤
Masterpiece 💫
lovely 🥰😘
তত্ত্বগধুৰ গান, ❤ জুবিন দা ❤
Xundar gan
Jai zubeen da 🔥🔥🔥🔥🔥🔥🔥🔥🔥
I love Zubeen daa ❤❤❤❤
Bhal lagil
ভগৱান 🙏💞💗
Uff my zubeen da❤❤❤❤ what a voice ❤ uuuuu
Uff what a song Love you Zubeen Da❤❤❤❤
সুন্দৰ গান ।।
অতি সুন্দৰ 🙏
𝙗𝙖𝙜𝙝 𝙝𝙤𝙞 𝙗𝙖𝙜𝙝😮😮😮
ইমান অভিমান কিয় কৰা নো
জুবিন দা ঐ। মই কৈ আছো যাম বুলি গৰম টো কমক চোন ৰবা গৰম কৰিলে যাম তুমি লগ দিবা বাৰে বাৰে কিয় অভিমান বোৰ কৰা পাৰিলে কেইদিন মানতে যাম নহয় বিশ্বাস নাই মানে যাম বুলি কলো নহয় যাম💞❤বাৰে বাৰে কৈ থাকিলে বেয়া লাগে 😭😓
I❤ you zubin daaaa
❤
What a sweet voice 😒😒😒💕💕
nyc❤😊
❤❤❤❤😊😊😊
❤❤❤❤
❤️❤️❤️❤️🥰🔥😘🎤🎧
Op
❤❤
Dada❤
My legend
Vl lagil
Sundar ❤
বুজাব নোৱাৰা শান্তি দিয়ে আপোনাৰ গান বোৰে ❤️
Lovely❤ song
Uff 😌❤️
🎶♥️🎶♥️🎶♥️🎶
God's give for us like a diamond for assam❤
❤❤❤❤❤
🌼🌼🌼🌼🌼💮💮💮💮💮💮🏵️
😢🙏
😘
Jio Saavan t di dibo songtu
😢😢💔💔
I love you Zubeen Garg ❤❤❤❤❤😈😈😈😈😈😈😈😈😈😈😈😈😈💯💯💯💯🤟🤟🤟🤘🤘🤘🤘
😪
Oti sundar j. dada❤❤❤
❤
❤❤❤
Love you zuben da
❤