Thanks sir really, apuni video tu bonowa karne Great 🙏🙏🙏 aji network marketing industry logat mur ji obostha hoise bhgawane Jane Extra dhrne Struggle kori aso with in 4 years 😇😇
আপোনাৰ সকলো বিলাক video মই জনাইছোঁ বৰ ভাল লাগে।তাত এটা কথা বাৰে বাৰে কয়, সৰু ৰ পৰা কিতাপৰ মাজত থকা বুলি কয়। কিন্তু এটা কথা বুজি নাপালো অধ্যয়ন নকৰাকৈ কাৰোবাৰ কথা শুনি এই বোৰ কি কৈ পালে।shooline University MLM course আৰম্ভ কৰিছে,APJ Abdul Kalam ছাৰৰ ওপৰত কৈ পেলালে সেয়েহে বৰ ভাল নালাগিল।
Every thing is right.... But i have a request to you why Robert kiyosaki wrote the book abot network marketing ?? you will explain an other video... Tq
Network marketing when used not to disguise a pyramid scheme is very nice to market products with prices cheaper than market. Will make a video on true sense of network marketing. Thank you for your encouragement and suggestion. Thanks 🙏🏼
ব্যক্তিগত কোনো লোকৰ বিষয়ে মোৰ অধ্যয়ন নাই। সকলোৰে ক্ষেত্ৰত এটা কথা লক্ষ্য কৰিব, কোনো scheme এ minimum guaranteed ROI (return on investment) ৰ মৌখিক প্ৰতিশ্ৰুতি দিছে নেকি। এনে কৰিলে সাৱধান। Most cases ত এইবোৰ পূৰণ নকৰে যিটো CrPc 420।
Thanks sir really, apuni video tu bonowa karne Great 🙏🙏🙏 aji network marketing industry logat mur ji obostha hoise bhgawane Jane Extra dhrne Struggle kori aso with in 4 years 😇😇
Be patient and persistent. Thank you 🙏🏼
Best
বৰ ধুনীয়াকৈ কথাবোৰ উপস্থাপন কৰিছে। একেবাৰে সত্য। বহুত সময় খৰচ কৰিলো এনেবোৰ M.L.M ৰ কামত। বহু টকা খৰচ হল।
উৎসাহিত হলো।
সুন্দৰ
ধন্যবাদ 🙏🏼
Apuna vidio bor bor vall lage Thank you dada
ধন্যবাদ 🙏🏼
Nice
Thank you 🙏🏼
Eman dhunia koi bujai dise..mor o bahu basar agot anekuwa hoisel
সকলো সাৱধান হোৱা উচিত। কিন্তু নতুনকৈ আৰম্ভ কৰা সকলে মানি ল'বলৈ টান পায়।
Sir,Aponar kothabor bhal lagil. Sir,Yashika trading and marketing companytor bikhoye jonaboson.
Ok
আপুনি কোৱা কথা খিনি সঁচা❤️.. মই নিজে এই ক্ষেত্ৰত বেয়াকৈ ঠগন খাইছো,,বহুত টকা বৰ্বাদ হৈছে মোৰ,, Indus viva network marketing t.. আপোনাৰ video টো ত কথা খিনি সুন্দৰ কৈ প্ৰকাশ পাইছে,,বহুত ভাল লাগিল,,❤️
ধন্যবাদ জনালো 🙏🏼
আপোনাৰ সকলো বিলাক video মই জনাইছোঁ বৰ ভাল লাগে।তাত এটা কথা বাৰে বাৰে কয়, সৰু ৰ পৰা কিতাপৰ মাজত থকা বুলি কয়। কিন্তু এটা কথা বুজি নাপালো অধ্যয়ন নকৰাকৈ কাৰোবাৰ কথা শুনি এই বোৰ কি কৈ পালে।shooline University MLM course আৰম্ভ কৰিছে,APJ Abdul Kalam ছাৰৰ ওপৰত কৈ পেলালে সেয়েহে বৰ ভাল নালাগিল।
বিশ্ব প্ৰসিদ্ধ direct selling executive Randy Gage ৰ RIP mlm menifesto খন পঢ়ি চাবচোন। Ponzi scammer ৰ হাতত নপৰাকৈ থকা হ'লে free enterprising ৰ বাবে mlm model টোৱে world economic scenario সলনি কৰিব পাৰিলেহেতেন। কিন্তু পৃথিবীত ভাল মানুহৰ সংখ্যা কম। যি দিনা mlm এ deal কৰা product বা service টোৰ নাম, সুখ্যাতি company টোৰ নামত কৈ বেছি হ'ব, স্বীকাৰ কৰিম ই এটা সফল scheme। ধন্যবাদ 🙏🏼
You would keep on putting this type of videos on the TH-cam tube , that will definitely be helpful to everyone.
Thank you for your encouragement 🙏🏼
আপোনী কোৱা কথাখিনী হচা মোৰ লগতে হৈছে তেনেকুৱা
ধন্যবাদ 🙏🏼
Sir Moi atomy Ulm buisness kori asu.ei bikhoye alop jonabosun
Ok
Every thing is right.... But i have a request to you why Robert kiyosaki wrote the book abot network marketing ?? you will explain an other video... Tq
Network marketing when used not to disguise a pyramid scheme is very nice to market products with prices cheaper than market. Will make a video on true sense of network marketing. Thank you for your encouragement and suggestion. Thanks 🙏🏼
Apuni hosa koise
ধন্যবাদ 🙏🏼
Sir, ai bibek bindra r company tu o ekei neki baru jonabo sun.
ব্যক্তিগত কোনো লোকৰ বিষয়ে মোৰ অধ্যয়ন নাই। সকলোৰে ক্ষেত্ৰত এটা কথা লক্ষ্য কৰিব, কোনো scheme এ minimum guaranteed ROI (return on investment) ৰ মৌখিক প্ৰতিশ্ৰুতি দিছে নেকি। এনে কৰিলে সাৱধান। Most cases ত এইবোৰ পূৰণ নকৰে যিটো CrPc 420।
@@prasangik dhonoyobad sir🙏🙏🙏
Teur kothabur eman aggressive mur doubt hoi asil. Apunar pora aru bohut bohumulia upodekh paam buli akha korilu...
🙏🏼
Mor tenekoi hoise
Hmm
dada pls scame 1992 story uport ata vdo bonawok pls
অনুৰোধৰ বাবে ধন্যবাদ জনালো। বিষয়টো ভালকৈ study কৰি লওঁ। Harshad Mehta ৰ ওপৰত বহু কথা প্ৰকাশ পায় কিন্তু তেওঁ কি loopholes ব্যৱহাৰ কৰিছিল আৰু সেইবোৰৰ সমাধান চৰকাৰে কৰিলে নে নাই সেইটো অতি interesting হ'ব। ধন্যবাদ 🙏🏼
Apuni akebare hosa kotha koise
ধন্যবাদ জনালোঁ
Nice
Thank you 🙏🏼