Nimati Ghat /Jorhat Nimati Ghat / নিমাতি ঘাট / Palash Borah
ฝัง
- เผยแพร่เมื่อ 9 ก.พ. 2025
- নিমাটি ঘাটৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ আহিছেনে কেতিয়াবা // Jorhat Nimati Ghat // Palash Borah
যোৰহাট জিলাত অৱস্থিত নিমাটিঘাট যি ইংৰাজে নিৰ্মাণ কৰি গৈছিল । এতিয়াও সেই নিমাটি ঘাটত ফেৰী চলাচল কৰে এটা সময়ত ইয়াত জাহাজ চলিছিল । কিন্তু ব্ৰহ্মপুত্ৰ খনি বাম হৈ পৰাত জাহাজ চলাচল বন্ধ হৈ পৰিল । নিমাটি ঘাটত বহুতো পৰ্যটক ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহে । যদি কেতিয়াবা আপুনি সময় পাই ব্যস্ততাৰ মাজতো আহিবচোন অলপ সময় কটাবলৈ । ব্ৰহ্মপুত্ৰৰ বিশাল পাৰত ক্ষন্তেক সময় আপোন পাহৰা হবলৈ ।
Nice👍👍👍
Nice vlog Sensei
Vl lgil
Beautiful
❤️
Supr