বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈয়ে।
ฝัง
- เผยแพร่เมื่อ 30 ม.ค. 2025
- ৰাষ্ট্রীয়-আন্তঃৰাষ্ট্রীয় কেইবাটাও সংস্থাকে ধৰি শেহতীয়াকৈ নিটি আয়োগৰ প্রতিবেদনত বিভিন্ন ক্ষেত্রৰ উন্নয়নত অসমৰ স্থান দেশৰ ভিতৰত অতি চকুত লগাকৈ পিছপৰিছে। আৰু ভিন্ন সংস্থাৰ এই তথ্যসমূহ ৰাজহুৱা কৰি বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈয়ে।
#pratidintime #gauravgogoi #PRESSMEET
Right sir ❤
Gourov sir thik kotha koise.. So ahibo loga din bur ami vote tu sai sinti diu jate..!!
Gaurav Is Right
Mama kot দেশৰ ভিতৰত কৰা পঞ্চম স্থান. আপোনাৰ দিনত হোৱা উন্নয়নৰ ফোপোলা স্বৰূপ দেশে জানে. কেৱল ফুল জাৰী মাৰী শিৰ ফুলাই ভাষণ দি assamiya ৰাইজক বোৰবক বনাই আহিছে. সময়ে কাকো ক্ষমা নকৰে. বুঢ়া সকলোৰে দাৰী চুলি পকা কথা সাৰ....
Hosa Kotha CMor Maiky Crorpoti