In 1651 AD, Gadjadhar Singha was not a king. How can he killed Mowamamia Satradhikar Baikunthadev in 1651 AD. Actually, Gadhadhar Singha reined from 1681 AD.
Mottock hakal kot gol. Mottock hakal muwamoriya judhar hamayat nasil neki. Apuni mottock hakalar nam2 kiyo ussaron karibo nuwarile. Ne Mottock ata jati nahayneki? First, u clarify it.
মতক এটা ধৰ্মীয় পন্থাৰ নাম হে, একশৰণ বৈষ্ণৱ ধৰ্মত বিশ্বাসী। এওঁলোকে শক্তিক পূজা নকৰে।দেৱ -দেৱীক পূজা নকৰে। মতক মানে হৈছে একমত(মত+এক)। এই ধৰ্মত আহোম, কছাৰী, চুতীয়া, কলিতা, কৈৱৰ্ত আদি বহুতো সম্প্ৰদায় অন্তৰ্ভুক্ত হৈ আছে। গৰিষ্ঠসংখ্যক মৰাণ সম্প্ৰদায়ৰ লোক আছে। মতক এটা জাতিৰ নাম নহয়। মই এই ধৰ্মৰ আহোম সম্প্ৰদায়ৰ জীয়াৰী হয়। কথাটো বুজাই দিয়াৰ কাৰণে বেয়া নাপায় যাতে।অযথা বিতৰ্ক নিবিচাৰোঁ।
ahoms were defeated by momariyas rebellion 😂 in fear of momariyas ahom run help from British and brought British to Assam 😂😂😂 Momariyas were moran matak chutia kachari ❤
ভিডিঅ'টো ভাল লাগিল , কিন্তু মোৱামৰীয়া বিপ্লৱ হব লাগিছিল, বিদ্ৰোহ নহয় ।
Val lagil sir
Thnkiu your video nice
Val lagil jani
Fine.
🙏🙏
ধন্যবাদ জনালোঁ।
This video was very interested 😊
Vall lagese
Clear point
You are deliverance very good topic.
God bless.
🙏🙏
@@GreenKnowledgepoint good
Tnq bro
Vaal lagil
অনিৰুদ্ধ দেৱে কেতিয়াও ভূঞা উপাধি লিখা নাছিল ডাঙৰীয়া.. তেওঁ পিতৃ প্ৰদত্ত নাম আছিল হৰকন্থ ডেকা গিৰি... অনিৰুদ্ধ নাম টো গুৰু গোপাল দেৱৰ ওচৰত শৰণ লোৱা পিছত হে দিছিল...
আৰু এটা কথা গুৰু নিত্যানন্দ দেৱে আহোম ৰজাৰ সমকক্ষ বুলি দাবী কৰা কথা টো আপুনি কোন খন চৰিত পুথিৰ পৰা পাইছে জনাব চোণ ।
বিদ্ৰোহৰ ৪থ কাৰণ টো বুজাই দিব চোণ
❤❤❤❤❤
Thank you so much 😊
ৰাধা-ৰুকুৃণীৰ বিষয়ে জনাবচোন৷
Nice video
অনিৰূদ্ধদেৱৰ ভূঞা উপাধিটো আপুনি ক’ত পালে ? উল্লেখ কৰিবচোন ৷
নমস্কাৰ 🙏
ata kotha godadhar singha hakto nasil...teu amr phura lung dharma bishakh krisl
In 1651 AD, Gadjadhar Singha was not a king. How can he killed Mowamamia Satradhikar Baikunthadev in 1651 AD.
Actually, Gadhadhar Singha reined from 1681 AD.
🤟🤟🤟🤟🤟🤟
Good knowledge.
Subscribed ur channel
Muru atta sanal ase mun axom
aru jetia godadhar polai phurute hotro r mohonto e ghin krisl heikrne godadhar singha e eiulukok hasti disl
Ahom ohar agot momariyas buror kingdom asil
Hati tu kor hisape dibo goisil, nahorkhua aru raghav a
Boniya khokolr bikhoye jonabo sun
Kolita xokol o asil
হয়
حبیبی
বুজি পোৱা নাই কি লিখিছে
Ahom ki khiristAn asil neki koshari hokolo ki khiristan asil neki agote ha ki puja korisil hihote kowasun .....
আহোম বুৰঞ্জীৰ মতে আহোম সকল "আহোম ধৰ্ম" ৰ লোক আছিল। আৰু কছাৰী সকল "জনজাতীয় স্তৰৰ" ধৰ্মীয় লোক আছিল।
Ahome ki debotak puja korisil aru koshari hokol ki debotak puja korisil kowasun?
আহোম সকলে "চোমদেও" দেৱতাক পূজা কৰিছিল আৰু কছাৰী সকলে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ আগত "প্ৰকৃতি বস্তু" ক পূজা কৰিছিল।
Mottock hakal kot gol. Mottock hakal muwamoriya judhar hamayat nasil neki. Apuni mottock hakalar nam2 kiyo ussaron karibo nuwarile. Ne Mottock ata jati nahayneki? First, u clarify it.
Tatiya motok nasel pasole Moranr pora fati motok ulaisel
Sorry hazarika da tatia motok buli kunu jatia nasil motok ata khismis dharmik jati hoi.
মতক এটা ধৰ্মীয় পন্থাৰ নাম হে, একশৰণ বৈষ্ণৱ ধৰ্মত বিশ্বাসী। এওঁলোকে শক্তিক পূজা নকৰে।দেৱ -দেৱীক পূজা নকৰে। মতক মানে হৈছে একমত(মত+এক)। এই ধৰ্মত আহোম, কছাৰী, চুতীয়া, কলিতা, কৈৱৰ্ত আদি বহুতো সম্প্ৰদায় অন্তৰ্ভুক্ত হৈ আছে। গৰিষ্ঠসংখ্যক মৰাণ সম্প্ৰদায়ৰ লোক আছে। মতক এটা জাতিৰ নাম নহয়। মই এই ধৰ্মৰ আহোম সম্প্ৰদায়ৰ জীয়াৰী হয়। কথাটো বুজাই দিয়াৰ কাৰণে বেয়া নাপায় যাতে।অযথা বিতৰ্ক নিবিচাৰোঁ।
ahoms were defeated by momariyas rebellion 😂 in fear of momariyas ahom run help from British and brought British to Assam 😂😂😂
Momariyas were moran matak chutia kachari ❤
Moran jati tu 60%he asa kosari jati 99%asa apune mesa Kotha koisa , boro, dimasa,garo ,raba,mesh,hajong,
,hunuwalkosari,kokborok,Nepalmese,kuss,sakma ebilak agot sop kosari bule jonajai ......jun roja jitibo he ha etiha likhebo na etu na lop mesa likhesa
Kochari Mane Tibetan migrants to assam
@@nituponboruah sob ke Bodo bonai aso madarchod. Bodo buli kunu jati history t nai
Chakma aru hazong Bangladesh r tribe asil... Matha to solabi alp
Hg gauss Buddha issue cricket ugg boots add look grass kana
Sukafa kar ghar juwai asil kobo nki.
@Daniil Medvedev আধুনিক দৃষ্টিভগ্ঙিৰে আৰু সমসাময়িক পৃথিবীৰ ৰাজতন্তৰ ধ্বংসৰ মূল কাৰনেই আছিল তেওঁ লোকে প্ৰজাৰ দুখবেদনা আৰু সমস্যা সমুহ সমাধান কৰাত অপৰাগ হৈছিল। আহোম ৰাজত্বও ইয়াৰ ব্যতিক্ৰম নাছিল।এইদৃষ্টিভঙ্গীৰে বিশ্লেষণ কৰিলেহে অসম তথা অসমীয়াৰ ভবিষ্যতৰ পথ সুগম হব।নহলে নিশকৱতীয়া জাতি হিচাবে আনৰ চৰ লাঠী খাই কেকোৰাজাতি বুলি নিজেই নিজকে ঘৃনাৰে হায়ঔ-বিঔ কৰি থকাৰ বাহিৰে গতন্তৰ নাই। ৬০০ বছৰীয়া অহংকাৰ তেতিয়া হে কৰিব পাৰিম।
Moran tairbe aal the king bodosa
Moranr ghar juwai asil 😅
Moran Roja bodousar ghrr juwai asil