Matsya Avatar Part-2 || মৎস্য অৱতাৰ ভাগ-২ || Assamese Vauna-2021|| ভাওঁনা || অংকুৰণ নাট্য গোষ্ঠী

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ต.ค. 2024
  • ভাগ-১👉 • ভাওঁনা-মৎস্য অৱতাৰ চাৰ...
    অংকুৰণ নাট্য গোষ্ঠী , আমগুৰি
    তাৰিখ = ০৮-১১-২০২১
    শিল্পী সকললৈ আমাৰ anupom bitupon TH-cam channelৰ তৰফৰ পৰা বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছোঁ......কৃষ্ণ
    #assamese_vawna
    #vawna
    #matsyaavatar
    আমাৰ groupৰ বাবে click কৰক
    www.facebook.c...
    আমাৰ pageৰ বাবে click কৰক
    / anupom-bitupon-6614546...
    আমাৰ pageৰ বাবে click কৰক
    / bitupon-anupom-1197726...

ความคิดเห็น • 260

  • @golapboruah241
    @golapboruah241 2 ปีที่แล้ว +3

    বৰ সুন্দৰ হৈচে

  • @nomoskarbondhu8099
    @nomoskarbondhu8099 2 ปีที่แล้ว +9

    তৃতীয় খণ্ডৰ বাবে অপেক্ষাৰত

  • @tarunpegu8602
    @tarunpegu8602 2 ปีที่แล้ว +6

    অতি সুন্দৰ ভাওনা।।। জয় গুৰুৰ শংকৰ।।।মৎস্য অৱতাৰ ভাওনা।।।

  • @sintamondhadumia6376
    @sintamondhadumia6376 2 ปีที่แล้ว +2

    Video moja lagi

  • @santanumahanta8946
    @santanumahanta8946 2 ปีที่แล้ว +25

    সৰস্বতীৰ অভিনয় বৰ ধুনীয়া হৈছে ❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏

  • @LakhiDaS-eh2kk
    @LakhiDaS-eh2kk 11 หลายเดือนก่อน +1

    নাৰদ moja

  • @jitubordoloi1396
    @jitubordoloi1396 ปีที่แล้ว +8

    Besi hoise,natokor mote thoka nai

    • @bokulgogoi8892
      @bokulgogoi8892 3 หลายเดือนก่อน +1

      Hoi gol nahai vauna vag, nahale olop kom koribo kalu hai, kuwa karone baya napabo, 🙏🙏🙏

  • @7stuhin.mmedia
    @7stuhin.mmedia 2 ปีที่แล้ว +32

    ভাওনাবোৰ চাই সচাই বহুত বেছিয়েই ভাল লাগে...❤❤
    Proud to be a অসমীয়া...
    #জয়_আই_অসম
    চাই ভালপোৱা সকলে Like এটা কৰি যাব Please 😉

  • @brosgaming2703
    @brosgaming2703 2 ปีที่แล้ว +10

    জ্ঞানৰ দেৱীৰ চুঙা চাই সোপা ..ভাল লাগিল ৷

  • @funny2.062
    @funny2.062 2 ปีที่แล้ว +4

    Loxmi a kotha Kua to Vl hua nai

  • @arpangogoi2167
    @arpangogoi2167 2 ปีที่แล้ว +2

    🙏🙏🙏

  • @ChumpiBahboria
    @ChumpiBahboria 7 หลายเดือนก่อน +1

    Joy Shri ram

  • @sports_guru_149
    @sports_guru_149 ปีที่แล้ว +16

    অসমৰ শ্ৰেষ্ঠ নাৰদ নৱজ্যাতি দা

    • @jogotguhain2533
      @jogotguhain2533 10 หลายเดือนก่อน +1

      Bitupon

    • @beautyDas-ku4ue
      @beautyDas-ku4ue 3 หลายเดือนก่อน

      ​@@jogotguhain2533Lllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllll

  • @ShantanuDas2100
    @ShantanuDas2100 2 ปีที่แล้ว +2

    অতিসুন্দৰ next...

  • @apbremix8610
    @apbremix8610 2 ปีที่แล้ว +5

    Dada vauna khon majot kati nidibo beya lge... ru 1khon vauna 3ta vagot vag kori dibole sabo

  • @mukulhszarika1395
    @mukulhszarika1395 2 ปีที่แล้ว +1

    Very nice

  • @prasantaborah1101
    @prasantaborah1101 ปีที่แล้ว +9

    লক্ষ্মী দেৱী মজা🙏🙏

  • @babugaming1858
    @babugaming1858 2 ปีที่แล้ว +5

    Lakshmi bason kwa hua nai aru narodu akai hoise ...

  • @pallabideka5426
    @pallabideka5426 2 ปีที่แล้ว +62

    সৰস্বতী ৰ শেষৰ বাক্য শাৰী ভুল হৈছে । আৰু নাৰায়ন লক্ষ্মী দেৱী ক এবাৰ তই বুলি কোৱা পৰিলক্ষিত হৈছে।

  • @আজীৱনভাওনাপ্ৰেমী
    @আজীৱনভাওনাপ্ৰেমী 2 ปีที่แล้ว +15

    Sound quality and video quality is 🔥🔥🔥

  • @PKrNeogAssameseculture
    @PKrNeogAssameseculture 2 ปีที่แล้ว +37

    খণ্ডটি চালো। অভিনয় / পৰিৱেশন সকলো সুন্দৰ হৈছে । পিছে নাট্যকাৰ কোন নাজানিলো। নাটখনৰ ৰচনাত নাট্যকাৰে ভক্তি সাহিত্যৰ যি পুৰাতন গদ্যৰ ধাৰা সেইটো ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই । ইয়াত একেবাৰে আধুনিক সৰল শব্দৰ প্ৰয়োগ কৰাত নাটখনৰ গুৰু গাম্ভীৰ্যতা ম্লান পৰিছে । আজিৰ পৰ্দা মঞ্চৰ একাংকিকা নাটৰ দৰে কিছু পাতল শব্দৰ প্ৰয়োগ কৰি ৰচনা কৰাত অভিনেতা সকলৰো অভিনয়ৰ সাৱলীলতা হ্ৰাস হৈছে । এই কথাবোৰ কলা কুশলীসকলৰ লগতে নাট পৰিচালক সকলে নাট নিৰ্বাচন কৰাৰ সময়ত লক্ষ্য কৰা প্ৰয়োজন। আজিকালি বহু নাট পৰিচালকে শংকৰী সাহিত্য সংস্কৃতিৰ আৰু ভক্তিসাহিত্য সমূহৰ চাৰিচুক অধ্যয়ন নকৰাকৈ নাটসমূহ সম্পাদনা কৰি প্ৰতিয়োগিতামুখী কৰি তোলাৰ বাবেই আজিৰ ভাওনাই ভক্তিসাহিত্যৰ ওজস্বী গদ্যৰ পৰা আঁতৰি আহিছে। এই কথাবোৰ তৰুণ পৰিচালকসকলে চিন্তা কৰাৰ প্ৰয়োজন আছে ।
    শংকৰী সংস্কৃতিৰে অসমীয়া জাতি এটা চহকী জাতি । গুৰুজনাৰ এই মহান সংস্কৃতি আমিয়েই সুন্দৰভাৱে আগুৱাই নিব লাগিব। আমিও এতিয়ালৈকে জীৱনৰ সময়খিনি গুৰুজনাৰ সাহিত্য সংস্কৃতি তথা সৃষ্টিৰাজি আৰু ভক্তি সাহিত্যৰ অধ্যয়ন চৰ্চাত মনোনিৱেশ কৰি অপাৰ আনন্দ লাভ কৰিছো। এজন শুভ চিন্তক হিচাপে দুটা পৰামৰ্শ আগবঢ়ালো । অপৰাধ মাৰ্জনীয়। আপোনালোক সকলোকে আৰু আগুৱাই যোৱাত ঈশ্বৰে কৃপা কৰক।
    কৃষ্ণ ৷

  • @Ridipaxom
    @Ridipaxom 2 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ

  • @sumiborah2823
    @sumiborah2823 2 ปีที่แล้ว +7

    বৰ সুন্দৰ ভাষা নাই কবলৈ

  • @দীপাংকৰতামুলী
    @দীপাংকৰতামুলী 2 ปีที่แล้ว +8

    অভিজিত দাই মজা কৰিছে কিন্তু

  • @AllTypesWithLorence354
    @AllTypesWithLorence354 6 หลายเดือนก่อน +1

    কাৰোবাৰ যদি হাহিঁবলৈ মন যায় এইটো ভিডিঅ' চালেই হৈ যাব😂😂

  • @himanshugogoi5036
    @himanshugogoi5036 2 ปีที่แล้ว +18

    Nari জেদী এইটো dilog kiba hojom nohol besi আধুনিক হল নেকি?

  • @KrishnaDas-zz5wy
    @KrishnaDas-zz5wy 2 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ == ভাওনা ভাগ ভাল হৈছে, কিন্তু কিছুমান চৰিত্ৰৰ অভিনয় প্ৰয়োজনতকৈ বেছি হৈছে। অৰ্থাৎ ভ্ৰাম্যমান নাটকৰ দৰে হৈছে। তাৰ প্ৰতি লক্ষ্য কৰিব । বিশেষকৈ লক্ষ্মীৰ চৰিত্ৰৰ সংলাপ আৰু অভিনয় ।

  • @nielkamalnkh5792
    @nielkamalnkh5792 2 ปีที่แล้ว +9

    সুন্দৰ অভিনয় দাদা

  • @axomjitengogoi5589
    @axomjitengogoi5589 2 ปีที่แล้ว +24

    অনুপম দাদা , আপুনাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
    এই ভাওনা ভাগ আমগুৰিৰ মোৰ নিজৰ পেহী পেহা বাসগৃহত আগবঢ়োৱা হৈছিল । তাত ম‌ইয়ো গৈছিলো। ভাওনা ভাগী ব‌‌হুত ভাল হৈছিল।

    • @bijuborah5251
      @bijuborah5251 2 ปีที่แล้ว

      Val lagile said auko saboli pambuli akha korixu

  • @surjyasaikia9228
    @surjyasaikia9228 2 ปีที่แล้ว +3

    Apunar contract no Tu dbo vauna akhon lage... Vagobotot kriboloi

  • @bohnilahon7725
    @bohnilahon7725 ปีที่แล้ว +3

    অনুপম দা নাৰদ আমাৰ নৱ দা নহয় নে

  • @tinadeka3545
    @tinadeka3545 2 ปีที่แล้ว +8

    Bohut val lagile vaunakhon sai❤

  • @sanatraidingia2241
    @sanatraidingia2241 2 ปีที่แล้ว +8

    বৰ সুন্দৰ হৈছে অভিনয় ভাল লাগিছে ❤️

  • @bitupanju1988
    @bitupanju1988 2 ปีที่แล้ว +9

    সুন্দৰ দৃশ্য শ্ৰব্য, তৃতীয় খণ্ডৰ বাবে অধীৰ আগ্ৰহৰে অপেক্ষাত,,

  • @junbora8688
    @junbora8688 2 ปีที่แล้ว +2

    Baby1⃣

  • @babulalbhaiti8846
    @babulalbhaiti8846 2 ปีที่แล้ว +6

    KRISHNA

  • @dhrubajyotikonwar1150
    @dhrubajyotikonwar1150 2 ปีที่แล้ว +6

    Bohut vl lagil 🥰🥰🥰 moi u vauna koru bohut basi vl lage 😍

  • @bidyothandique361
    @bidyothandique361 2 ปีที่แล้ว +11

    মোৰ দৃষ্টিত লক্ষীৰ চৰিত্ৰটিৰ অভিনয় বহু বেছি টুলুঙা যেন হৈছে । এজন সাধাৰণ দৰ্শক হিচাপে কৈছোঁ ।

  • @chiranjidas8835
    @chiranjidas8835 2 ปีที่แล้ว +2

    Good

  • @durlabhsaikia7779
    @durlabhsaikia7779 2 ปีที่แล้ว +3

    দাদু নেকি লক্ষ্মী লোৱা টো

  • @anurajgogoi4804
    @anurajgogoi4804 2 ปีที่แล้ว +6

    Anupam dada bain ot moi u asilu 🙏🏻

    • @anurajgogoi4804
      @anurajgogoi4804 2 ปีที่แล้ว +1

      Anupam daa apunar nmbr 2 j loi silu ..... Dlt hoi gol muk msg ata kori dibo ...... অনুৰাজ asil msg ata kori dibo daa

    • @BUSfanAssam
      @BUSfanAssam 2 ปีที่แล้ว

      Muk cini paisane anuraj ??

  • @niranjanbhattacharyya5569
    @niranjanbhattacharyya5569 2 ปีที่แล้ว +4

    Xundar hoise alop dui eta khutiniti ase bhal haba

  • @dabojitroaster9457
    @dabojitroaster9457 2 ปีที่แล้ว +6

    Bohut dhuniya lagila sai 🙏🏻

  • @sanjeebbhuyan7858
    @sanjeebbhuyan7858 2 ปีที่แล้ว +31

    লক্ষ্মী দেৱীৰ অভিনয় থিয়েটাৰৰ দাইলগ কোৱা যেন লাগিছে। লক্ষ্মী দেৱীৰ চৰিত্ৰ ৰ আৰু লয় লাসৰ বিষয়ে অধ্যয়ন কৰিলে পৰৱৰ্তী ভাল হ'ব বুলি অনুমান কৰিব পাৰি...👍

  • @okkobailong2940
    @okkobailong2940 2 ปีที่แล้ว +3

    Eman eko hoi ase mat tu val lga nai

  • @pabangohain5884
    @pabangohain5884 2 ปีที่แล้ว +4

    part 6 nai dekhun

  • @uttambora419
    @uttambora419 2 ปีที่แล้ว +1

    2k complete kora dia gugs

  • @Vaonawithbitu
    @Vaonawithbitu 2 ปีที่แล้ว +4

    Lakshmi akdom motajenai lagila acting tu

  • @achyutlordgogoi9016
    @achyutlordgogoi9016 2 ปีที่แล้ว +3

    Part 3 upload korok plz

  • @tapanchandrakalita6420
    @tapanchandrakalita6420 2 ปีที่แล้ว +4

    এই ভাওনা ‌বোৰ থিয়েটাৰ বোৰে দেখুওৱা ব নোৱাৰে নে

  • @nityanandsaikia2812
    @nityanandsaikia2812 2 ปีที่แล้ว +3

    Natok kohon ramayanor ne mahabarotor ?

  • @NilutpalSaikia-Axom02
    @NilutpalSaikia-Axom02 2 ปีที่แล้ว +7

    সুন্দৰ অভিনয়

  • @papuborah4281
    @papuborah4281 2 ปีที่แล้ว +3

    A bar bjraboli Sab bisariso

  • @sanjibbora1789
    @sanjibbora1789 2 ปีที่แล้ว +30

    লক্ষ্মী চৰিত্ৰ ভাগি বেছি তুলুঙা হৈছে।

  • @fluteminal538
    @fluteminal538 2 ปีที่แล้ว +4

    Hundor🥰

  • @nityanandsaikia2812
    @nityanandsaikia2812 2 ปีที่แล้ว +3

    Hoi sahabor olop besi hise

  • @surojdas6100
    @surojdas6100 2 ปีที่แล้ว +3

    Pobykh2 vl lagisy dai

  • @janumoniburagohain6429
    @janumoniburagohain6429 2 ปีที่แล้ว +5

    Dada part3 to debo

  • @gautamdutta340
    @gautamdutta340 2 ปีที่แล้ว +61

    লক্ষ্মী-নাৰদৰ বচন সাৱলীল হোৱা নাই.... ভ্ৰাম্যমাণ নাটকৰ সংলাপৰ দৰে কৈছে বচনবোৰ

    • @madhushmitamadhu341
      @madhushmitamadhu341 2 ปีที่แล้ว +8

      সঁচাকৈ ,, অতি আধুনিক কৰিবলৈ গৈ অসমীয়া সংকস্কৃতি ধ্বংশ কৰিবগৈ,, এনেকুৱা দেখা নাই ৰু,,, (ফকতিয়া সংলাপ)

    • @monuranjangohain9452
      @monuranjangohain9452 2 ปีที่แล้ว +2

      Nije ahi dekhai dile vl hoi.. nije ba kei khon vauna korise..

    • @pallabdas2593
      @pallabdas2593 2 ปีที่แล้ว +3

      একদম কিতাপ পহা দি পহিছে।

    • @JanmoniVideo
      @JanmoniVideo 2 ปีที่แล้ว +2

      Hoxakoi

    • @ritusmanbordoloi9271
      @ritusmanbordoloi9271 2 ปีที่แล้ว +5

      Narod Jun kun gom paine apuni, pua hole teneke nokole heten....all Assam rr best hoi..

  • @borchetiavlog8532
    @borchetiavlog8532 2 ปีที่แล้ว +4

    Nic val lagil sa

  • @tultul_dutta
    @tultul_dutta 2 ปีที่แล้ว +3

    বায়নৰ চাপৰ নায় হোৱা

    • @dimbeswarboruah5943
      @dimbeswarboruah5943 2 ปีที่แล้ว +1

      আপুনি বজাবলৈ 😡শিকাই দিবগে চোন🤔😡🤬🙏

  • @threemensbluger3509
    @threemensbluger3509 2 ปีที่แล้ว +1

    Acting not good....

  • @abhijitsaikia421
    @abhijitsaikia421 2 ปีที่แล้ว +1

    Sarasoti 2 minal hoi nki bru.

  • @bubenthengal2873
    @bubenthengal2873 2 ปีที่แล้ว +2

    কালি চালো

  • @jitenphukon9537
    @jitenphukon9537 2 ปีที่แล้ว +4

    Val lagil sai goi silu sab ami❤❤❤❤💖💖💖💕💕💕😍😍😍😘😘😘😘

  • @pratimdutta5184
    @pratimdutta5184 2 ปีที่แล้ว +1

    Lakhi not ok.

  • @sangitasangita9589
    @sangitasangita9589 2 ปีที่แล้ว +4

    Bhut val lagil sai

  • @pradipgogoi3182
    @pradipgogoi3182 2 ปีที่แล้ว +4

    সুন্দৰ লাগিল অভিনয়।

  • @rinabora2243
    @rinabora2243 2 ปีที่แล้ว +1

    L akhi s ak

  • @Vaonawithbitu
    @Vaonawithbitu 2 ปีที่แล้ว +2

    Saraswati Boson vhul hol

  • @dgisvlocks2178
    @dgisvlocks2178 2 ปีที่แล้ว +4

    মজা

  • @BhanuBhanu-su4mz
    @BhanuBhanu-su4mz 2 ปีที่แล้ว +3

    Moja

  • @geetarthakashyap1637
    @geetarthakashyap1637 2 ปีที่แล้ว +3

    কৰ্ষণ

  • @krishnabharali8829
    @krishnabharali8829 2 ปีที่แล้ว +3

    Hompurna vaouna vagi pam na dada

  • @bkmbabu5329
    @bkmbabu5329 2 ปีที่แล้ว +3

    Moja

  • @kalpanahazarika7631
    @kalpanahazarika7631 2 ปีที่แล้ว +7

    সচাই অভিভূত হৈ পৰিছো।কৃষ্ণ।

  • @rameshgohain8786
    @rameshgohain8786 2 ปีที่แล้ว +3

    সুন্দৰ

  • @ratuldas6252
    @ratuldas6252 2 ปีที่แล้ว +3

    Projapoti bormhak koy neki

  • @__b_e_e_n_i__007
    @__b_e_e_n_i__007 2 ปีที่แล้ว +5

    Moja anupam dada

  • @manojpawe3101
    @manojpawe3101 2 ปีที่แล้ว +3

    Nice 3D

  • @entertainmentviewsassam5037
    @entertainmentviewsassam5037 2 ปีที่แล้ว +2

    যমৰাজৰ পুণৰ জন্ম সপ্তকল্প উদ্ধাৰ নাটকখন চাবলৈ ইচ্ছা আছিল , পাৰিলে জনাবচোন...

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  2 ปีที่แล้ว +1

      Dimdim

    • @entertainmentviewsassam5037
      @entertainmentviewsassam5037 2 ปีที่แล้ว +1

      @@অনুপমবিতোপন গোলাঘাট/যোৰহাটৰ নাট্যদলটোৰ লগত যোগাযোগ কৰিব বিচাৰো ।

  • @RohitDas-zq5mr
    @RohitDas-zq5mr 2 ปีที่แล้ว +5

    আজি 6টা বছৰৰ মূৰত চাইছোঁ এইভাগ ভাওনা অতি সোনকালে তৃতীয় খণ্ড প্ৰকাশ কৰক বহুত ভাল লাগিছে সুন্দৰ অভিনয় ♥️♥️♥️♥️🙏🙏🙏💥💥💥💥🔥

  • @nabajitdutta5343
    @nabajitdutta5343 2 ปีที่แล้ว +5

    Nabo da bht dhunia narod kore

    • @arupgogoi1194
      @arupgogoi1194 2 ปีที่แล้ว

      লক্ষ্মীৰ চৰিত্ৰটি অকনমান আসোৱাহ আছে বুলি আমি ভাৱো

  • @anjansaikia2500
    @anjansaikia2500 8 หลายเดือนก่อน +2

    Valei lagise sai

  • @bibhujitgogoi5950
    @bibhujitgogoi5950 2 ปีที่แล้ว +3

    Bitupon part 3

  • @samirangogoiofficial8354
    @samirangogoiofficial8354 2 ปีที่แล้ว +2

    সুন্দৰ

  • @putuboruah2947
    @putuboruah2947 2 ปีที่แล้ว +3

    oo

  • @mbora2125
    @mbora2125 2 ปีที่แล้ว +3

    Very good👍👍

  • @Jyotsna-lj1qq
    @Jyotsna-lj1qq 6 หลายเดือนก่อน +1

    কোনেনো চাই

  • @dilipdas9924
    @dilipdas9924 2 ปีที่แล้ว +2

    মজা

  • @SagarSNofficialSAGAR30
    @SagarSNofficialSAGAR30 ปีที่แล้ว +1

    हय देत्य बुलि लक्ष्मी माता ओइ कोइसे किन्तु हय देत्य नहई वेद व्यासे रसाना करा श्रीमादभागवत पुरानत भगवान विष्णुर अवतार हयग्रिव बुलि उल्लेख करा आसे, हम्पादक अरु नाटक लिखक जने आकोउ बिसार करिबो बुलि अनुरोध जनालो 🙏🙏
    आरु भगवाने अभिनय करात हेइटो भालदरे सिन्ता करिबो जे आमी भगवानर अभिनय करि आसो कोनो दैत्यर बा देत्यार नहाई

  • @papuboruah580
    @papuboruah580 ปีที่แล้ว +1

    Laxmi r ake bare val lga ni

  • @JanmoniVideo
    @JanmoniVideo 2 ปีที่แล้ว +6

    I m Vaona addicted ❤️

    • @badandutta7019
      @badandutta7019 2 ปีที่แล้ว

      বৰ সুন্দৰ হৈছে

  • @lakhijan2366
    @lakhijan2366 2 ปีที่แล้ว +5

    Wcome
    Great
    Congratulations

  • @gitamonigogoi7398
    @gitamonigogoi7398 2 ปีที่แล้ว +3

    ব্ৰহ্মা ৰ অভিনয় ভাল পালো

  • @durnadas6562
    @durnadas6562 2 ปีที่แล้ว +4

    Val lagese 👃👃

  • @JagatDas-xy9xd
    @JagatDas-xy9xd 2 หลายเดือนก่อน +1

    Vouna.na.mana..moja❤❤❤😮

  • @ANUJ_CHUTIA
    @ANUJ_CHUTIA 2 ปีที่แล้ว +2

    Amr amguri r dekhun

  • @AssamRocks12
    @AssamRocks12 2 ปีที่แล้ว +3

    খুব ধুনীয়া হৈছে

  • @kakoli9366
    @kakoli9366 2 ปีที่แล้ว +3

    ভাল লাগিল