I Mejmel with Editor-in-Chief Prasanta Rajguru I Watch only at Prag News

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 ก.ย. 2024
  • I Mejmel with Editor-in-Chief Prasanta Rajguru I Watch only at Prag News
    Watch the full clip to know more about this story.
    #pragnews #mejmel #prasantarajguru #assam
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

ความคิดเห็น • 39

  • @assa516
    @assa516 4 หลายเดือนก่อน +18

    বৰ সুন্দৰ আলোচনা কৰা হৈছে যদিও এই আলোচনা পৰ্বটো বহুত বেছি দেৰি হ’ল৷তথাপি এই বিষয়টো নিৰন্তৰ চৰ্চালৈ আহিব লাগে৷তীব্ৰ জনমতৰ প্ৰয়োজন গঢ়ি তোলাৰ সময় সমাগত৷

  • @gobindastidar2082
    @gobindastidar2082 4 หลายเดือนก่อน +2

    বিশ্বৰ কোনো দেশৰ নিৰ্বাচনত ব্যৱহাৰ নোহোৱা এই বিষধৰ ৰুপী ই ভি এম বোৰ আমাৰ ভাৰত দেশত চৰকাৰে বৰ সহজ ভাবে লোৱা কথাটোৱেই অতি ভয়াবহ বুলি সৰ্ব স্তৰতে বিবেচিত হৈছে । এই ই ভি এমক অতি সোনকালে বিসৰ্জন দিয়াৰ ক্ষেত্ৰত দেশৰ জনগণ এতিয়া ৰাজপথলৈ ওলাই আহিব লাগিব ।
    বোৰ আমাৰ ভাৰত দেশত

  • @manashjyotidas1924
    @manashjyotidas1924 4 หลายเดือนก่อน +1

    পোলিং শেষ হোৱাৰ পিছত পাৰ্টীৰ এজেন্টবোৰক ভোটদান কিমান হল তাৰ সংখ্যা জনোৱা হয়। পিছত মেচিনৰ টোটেল আৰু 17C ৰ টোটেল মিলাই দেখোৱাব লাগে। তাৰ পিছত এজেন্টৰ সন্মুখত মেচিন ক্লছ কৰা হয় আৰু ছিল কৰা হয়। কন্ট্ৰল ইউনিটত ক্লছ বুটাম টিপাৰ পিছত তাত আৰু কোনো ধৰণৰ বেলট ইচ্ছুও নহয় তাৰ মানে নতুন কৈ ভোট দিবও নোৱাৰি। সেই কাৰণে ইভিএম মেনেজৰ কথাটো বিশ্বাস নহল।

  • @runuborah7323
    @runuborah7323 4 หลายเดือนก่อน

    সুন্দৰ আলোচনা। জনসাধাৰণ জাগৃত হবৰ হল। নহলে দেশ ৰসাতলে নিহে এৰিব এই চৰকাৰ খনে।

  • @minapatiri7350
    @minapatiri7350 4 หลายเดือนก่อน +2

    Good news Rajguru

  • @mineswardutta722
    @mineswardutta722 4 หลายเดือนก่อน

    Good discussion.

  • @BirinchiPathak
    @BirinchiPathak 4 หลายเดือนก่อน +4

    কংগ্ৰেছৰ দিনত এই আলোচনা কিয় নহল? কংগ্ৰেছৰ দিনত evm ব্যবহাৰ হোৱা নাছিল নেকি?

  • @matiurrahman7833
    @matiurrahman7833 4 หลายเดือนก่อน

    Good news, aponar talk show hole mai hamay uliyai saboloi try Karo

  • @mycreativetalentartcraftma1603
    @mycreativetalentartcraftma1603 4 หลายเดือนก่อน

    So valuable🎉 discussion

  • @NobinBora-t6o
    @NobinBora-t6o 4 หลายเดือนก่อน

    যদি election commission সবে'সবা তেনেহলে election পাতি
    লাভ নাই ৷সমগ্ৰ ভাৰতবষ'ৰ নাগৰিকক election commissionএ বুব'ক বনাই দিলে ৷জনসাধাৰন জাগিব লাগে৷ একেদিনাই সমগ্ৰভাৰতবষ'ত নিবাচন হব লাগে আৰু পিছদিনা গননা হব লাগে

  • @nawanitapator3572
    @nawanitapator3572 4 หลายเดือนก่อน +6

    কংগ্রেছ হাৰিলে ইভিএম ৰ দোষ আহিৱ. যদিহে জিকে তেতিয়া হলে ইভিএম ঠিক আছে বুলি কব

  • @303zahir
    @303zahir 4 หลายเดือนก่อน

    How 33% vote increased after few days of voting without any documentary evidence from chief election commission.?

  • @MilanBasumatary-qh5uh
    @MilanBasumatary-qh5uh 4 หลายเดือนก่อน

    EC ৰ সম্পূৰ্ণ কৰ্মচাৰীৰ ওপৰত বৰ্খাস্তৰ নিছিনা ব্যৱস্থাৰ প্ৰয়োজন ।

  • @SadullhaAhmed
    @SadullhaAhmed 4 หลายเดือนก่อน

    Good news

  • @UmeshBarman-tr5mv
    @UmeshBarman-tr5mv 4 หลายเดือนก่อน

    P. Rajguru sir mor aponar prnal sundar alo sana salise. My bhabo j eai j satan tra sangstha borok naki lagaba kone? Aru nabha be ne? Jadi eai dharane sali thake, tene hale desh kon dishe jaba.

  • @ChandanKalita-vx5wj
    @ChandanKalita-vx5wj 4 หลายเดือนก่อน

    If there is something related to EVM...our opposition should go with some techie to proof the mistakes...please take initiative Chaliha sir as no one than you from the panel belong to any political party...

  • @hndekari8011
    @hndekari8011 4 หลายเดือนก่อน

    আজিৰ মেজ মেল ভাৰতীয় সংবিধান আৰু গণতন্ত্ৰৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ । আমি তেনেই সামান্য বুদ্ধিৰ সাধাৰণ নাগৰিক । অথচ, ভাৰতৰ সংবিধান আৰু গণতন্ত্ৰক আঘাত সানিব পৰা ইভিএম্ মেচিনৰ অপ-প্ৰয়োগক কোনোপধ্যে মানি ল'ব নোৱাৰোঁ যাৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিবাদ হ'ব লাগে ।।

  • @NobinBora-t6o
    @NobinBora-t6o 4 หลายเดือนก่อน

    Re election হব লাগে
    যদি হাতত ভোট দিলে পদুমলৈ যায় আচল সত্যটো নোলাব

  • @duluduttadulu2138
    @duluduttadulu2138 4 หลายเดือนก่อน

    এই আলোচনা শুনি বুজিব পৰা গল জনসাধাৰনে যদি নিৰ্বাচনীবষযাৰ ওপৰত শাৰিৰীক ভাবে চিন্তা কৰিব লাগিব

  • @manjubarman1855
    @manjubarman1855 4 หลายเดือนก่อน

    ষ্টুডিঅত বহি আলোচনা কৰি থাকিলে নহ'ব।জনমত গঠন কৰি হাতে কামে লাগিব লাগে।সমস্যা সমাধান কৰিব লাগে।

  • @relaxatnature7562
    @relaxatnature7562 4 หลายเดือนก่อน +1

    মোৰ বহুত দুখ লাগিছে এইবাৰো বিজেপিয়ে গৰিষ্ঠ সংখ্যক আসনেৰে চৰকাৰ গঠন কৰব।

  • @ManowaraBegum-g1y
    @ManowaraBegum-g1y 4 หลายเดือนก่อน +1

    আমিৰ মনুহে আগতেই ভোট দিয়তে কৈছে যে হাতত ভোট দিলে ফুলে কিয় পাই লগতে মই নিজেও গম পাইছোঁ এনেকুৱা হ'লে ভোট কয় খেলাব লাগে

  • @dwipenbaruah1865
    @dwipenbaruah1865 4 หลายเดือนก่อน

    আলোচনা বোৰ আলোচনা হৈয়েই থাকে।সহজ ভাযাত কবলৈ গলে মেকুৰীৰ ডিঙিত তিলিঙা পন্ধাব কোনে ।

  • @samudranathdeka4879
    @samudranathdeka4879 4 หลายเดือนก่อน

    একপক্ষীয় আলোচনা ! কংগ্ৰেছ হাৰিলে EVM ৰ দোষ হব ! দুই চাৰিটাত যে কংগ্ৰেছ জিকিব তেতিয়া কি বুলি কব ।

  • @nawanitapator3572
    @nawanitapator3572 4 หลายเดือนก่อน +1

    Punjab dellhi Kolkata Evm keaita bar vl xihote AAp tmc k vote d diye

  • @pulakkhanikar7948
    @pulakkhanikar7948 4 หลายเดือนก่อน

    Yar Assamese words parfect nohoi

  • @purnaborah2910
    @purnaborah2910 4 หลายเดือนก่อน

    Pijush hazarika koli interview ki hol

  • @ashinigogoi1006
    @ashinigogoi1006 4 หลายเดือนก่อน

    🎉। ।ড ।। 😅😅😅😅😅😅

  • @madanbordoloi717
    @madanbordoloi717 4 หลายเดือนก่อน

    কংগ্ৰেছী কেইটাৰ আলোচনা😅😅

  • @harkantaray3123
    @harkantaray3123 4 หลายเดือนก่อน

    কাম নাই ।

  • @purnaborah2910
    @purnaborah2910 4 หลายเดือนก่อน

    Kali ki hol

  • @kushalrou9680
    @kushalrou9680 4 หลายเดือนก่อน

    Mudi hotau India basau

  • @purnaborah2910
    @purnaborah2910 4 หลายเดือนก่อน +1

    Rajguru fsltu

  • @purnaborah2910
    @purnaborah2910 4 หลายเดือนก่อน +1

    Faltu

  • @amarrabha7783
    @amarrabha7783 4 หลายเดือนก่อน +1

    Toka ki kotha koy hey