Aaku Nobow By Ridip Rankit || Ramen Danah || Ujjwal Aarong || New Assamese Video Song 2022
ฝัง
- เผยแพร่เมื่อ 29 ส.ค. 2024
- Hridoy Presents DHEMALI Vol - 7
🎥Video:-
Video Programming:-
Pranjal Boruah
Jinku Handique
Nitiya Handique
Partha Pratim Borgohain
Mridul Gogoi
Jayprakash Gogoi
Mridul Saikia
Papu Gogoi
Tultul Gogoi
Choreographer: Bimal Bora
Assist: Amarjit Chowhan
DOP: Prithviraj Dutta
Editor: Moni Rajkonwar
Drone Operator: Paresh
Makeup: Abhijit Bhuyan
Starring: Moonmi Phukan
Ridip Rankit
Shimanta Deka
Labumoni Amsong
Elahi
Rani
Dhiraj Kashyap
Drama Music: Mukunda Madhav
🎶Audio:-
Song - Aaku Nobow
Singer - Ridip Rankit
Lyrics & Tune - Ridip Rankit
Ramen Danah
Music - Ujjwal Aarong
Special Addition Tune - Bharat Saikia
Mrinmoy Mrittik
Kussum Kailash
Mix & Mastered - Diganta Bordoloi
Recorded Studio - Srishti The Creative Eye , Moran
Lyrical Video & Photography - Satyajit D Phukon
Digital Market & Media Diretor - Junaak Milon (@DhwaniMusic )
Lyrics:
দাদাৰ সময় নাই হাততে পূৱাতে ওলাই কামলে
নবৌনো যায় সদায় সদায় ল’ৰা স্কুলত থবলে
স্কুল বহাৰ পাছতে ন’বৌ যায় পাৰ্লাৰলে
শুনিছো নবৌ তামাম popular
পিলিঙা ডেকাৰ মাজতে
ফুল বুলি ভাবি শূলকে
নকৰিবা দেই ভূল
জীৱনৰ আধা বাটতে
লাগিব গণ্ডগোল
হ’বা গৈ চাবা দেই অ’ ন’বৌ
এলাগী মদাৰ ফুল
বান্দৰে বেজাৰ কৰে বেঙেনা বাৰীলৈ চাই
নখজুৱা হ’লে গোটেই সোপা পেলালোহেতেন খায়
ধুনীয়া ন’বৌ সাজি-কাচি যেতিয়া ওলাই যায়
চেনিৰাম কেইটাই ভাবে চাগে ( ইচ ৰাম )
এইজনীক পোৱা হ’লে পাই
ফুল বুলি ভাবি শূলকে
নকৰিবা দেই ভূল
জীৱনৰ আধা বাটতে
লাগিব গণ্ডগোল
হ’বা গৈ চাবা দেই অ’ ন’বৌ
এলাগী মদাৰ ফুল
অ’ ভন্টী দিপলীনা
মাৰি থবা নঙলা
বাৰীৰে জপনা
নহ’লে সোমাব উদঙীয়া জাকুৱা গৰু
অ’ ভন্টী দিপলীনা
বিয়া বাৰু কথা
ভাবিলে ভয় লগা
যেনি-তেনি যিবোৰ হে গৰম গৰম ঘটনা শুনো
ফুল বুলি ভাবি শূলকে
নকৰিবা দেই ভূল
জীৱনৰ আধা বাটতে
লাগিব গণ্ডগোল
হ’বা গৈ চাবা দেই অ’ ন’বৌ
এলাগী মদাৰ ফুল
#Ridip_Rankit#Aaku_Nobow#Ramen_Danah
Ridip Da এইবাৰ হে জেগাত পৰিছে 👌👍
❤❤🎉😊🎉❤
❤❤❤🎉🎉🎉
Assam fet juiii, "বাপৰৰ মূৰটো, মই আছোঁ চলিয়া মালৰ ধান্দাত! তই চালিয়া গড়ীৰ ধান্দাত 🔥🔥🔥
🤣🤣 mjja
.mkkk👖🎓🎓🎓👗👗👗👗
Tamam
@@NeelNayan999 nice
Assam fet nhoi assam jet.
ৰিদীপ দা 🔥🔥🔥 অপেক্ষা অন্তত মন ভৰিল আজি। উত্তৰ লক্ষীমপুৰ পৰা মৰম জাছিলো ❤️❤️💐💐💐💐
Lakhimpur main....✌️
লক্ষীমপূৰ বিহপুৰীয়াৰ পৰা 🤗♥️
th-cam.com/video/82iy6REw2MA/w-d-xo.html
Mojjaaa lagil
Lakhimpur pohumora pora👍👍👍👍
তিনিচুকীয়া কাকপথাৰ পৰা মৰম যাচিলোঁ।❣️😍😘
Tinsukian❤️
বহুত বহুত ভাল লাগিল কঁকাই ,,, ভাল লগা মানুহৰ মাজত এজন আপুনি ❤️❤️❤️
ৰিদীপ দা এই videoটোলৈ বহুত অপেক্ষা কৰি আছিলো 🥰 ইতিমধ্যে videoটো পালো বহুত ভাল লাগিল। ধন্যবাদ 🙏🙏
অ সোন মই তুমাৰ গান সোনি বহুত ভাল পাও অ সোন=তুমি সদাই ভালে থাকা❤
Popiya ni apuni😂
Popiya nki apuni😂😂
গীতৰ কথাৰ লগত বৰ্তমানৰ নবৌ হতৰ মিল আছে ।। জাৰন টো মজ্জা পৰিছে সেই নবৌ হতৰ ওপৰত 😛
aji kali r lora boro kom nohoi keitaman to tiri pagol
Apuni kwa kotha to hoi baru gotei nwhwa nohoi
😂😂😂
😮
@@anamikakalita6424 Sob bodmas ki lora ki suwali
বঢ়িয়া। এই বছৰৰ হিট গান। ভাল লাগিল শুনি❤️❤️❤️🔥🔥🔥
Boria
@@ajitdeka9644 we sa
Next level video song aru Jit dar dylog tu 😂😂😂 moja dile aisat ❤️❤️❤️❤️
বহু অপেক্ষাৰ পাছত ভিডিঅ টিৰ অন্ত পৰিল.....ভাল লাগিল ৰিদিপ দা...আকৌ নবৌ পৰিয়ালটিলৈ আগুৱাই যাবলৈ শুভেচ্ছা থাকিল ❤❤👌👌
0
Val.lagil.ganto.ridip.da
Ridip da ganar duniyat belegatkoi beleg🔥🔥🔥🔥🔥❤️❤️❤️👍👍👍
ৰিদিপ দা জুই 🔥 আপোনাৰ গানলৈ আগ্ৰহেৰে বাট চাই থাকোঁ 😍👌🏻
Kotha-hur birat dhunia.. Nobou tamaam dhuniya 😁 elaaagi modaar phoowul.. Elaagi modaar phool.. 😍
সময়ৰ লগত খাপখোৱা গীত । ভাল হৈছে ।
Mur baldal hoise
l
@@dhireswarboro7543 ಜೆಜೆಪಿಜೆಜೆಜೆಪಿಜೆಪಿಜೆಕೆಜೆಜೆಜೆ
গান টো ধুনীয়া হৈছে। Assam Jet ki acting korisa bey 🔥😁😁😁😁😁
অপেক্ষাৰ অন্তত ❤️❤️
Juiii🔥🔥🔥🔥🔥🔥
অপেক্ষাৰ অন্তৰত আজি গান টো শুনিবলৈ পাই ভাল লাগিল
Love form borpather♥️🥀🔥
I'm borpather
@@_assamgeming9281 Really
@@mayashri3564hi
@@deepbarman5051 hello
@@mayashri3564 Barpeta kt gr
বহুত ধুনীয়া লাগিল ৰিদিপ দা ভিডিও টো😍😍😍😍
খাপ খাই পৰা গান আজিৰ দিনত এ মজ্জা ককাই😂😂🥰🥰🥰love from Mumbai
Gf da the iw in.
des
Apuni mumbait thake ni
@@anarabjiaapyouuptoortookbe627 1q
💘বান্দৰে বেজাৰ কৰে বেঙেনা বাৰীলৈ চাই 💘
💘নখজুৱা হ’লে গোটেই সোপা পেলালোহেতেন খায়❣️♥️♥️♥️
@Samujjal Hira na ban llæ6
@Samujjal Hira to
Hosa dei dhunia dise
Ridip da 🔥🔥moi Jishnu Borah Tengakhat ৰ পৰা কৈছো যে আপোনাৰ গীতবোৰ বহুত ধুনীয়া আৰু শুনিলে শুনিয়ে থাকিব মন যায়। আৰু যাতে আগন্তুক দিনলৈ আৰু ভাল ভাল কাম কৰি যোৱা তাকে কামনা কৰিছোঁ।
Hi
বহচশম
Sb thik ase kin2 abar apuni ru ako abar tumi asorit kin2 tmi apuni
@@harunali1242 x हंस 😂
Lovely song ridip da amazing👌👌👌👌👌👌👌👍👍👍👍💛💛💛💛💛💛
ভাল লাগিছে গিতটি বৰ্তমান সময়ৰ উপৰত ভিত্তি কৰিছে।
ৰিদিপ দা আপোনাৰ প্ৰতিটো গানেই যুগৰ লগত খাপ খোৱা। মোৰ আপোনাৰ প্ৰতিটো গানেই প্ৰিয়।
শেষত গৈ সকলো ধ্বংস😂😂😂
Moja lagise de redip da😘❤️
Love from patchala
World no 1 best song video, my favourite video, best song video, I love you this video.
Excellent song video, my favourite video, best song video, my favourite video, best song video, I love you this video.
Ridip Daa mojjjaa HoiSe...🥰😍💕
আপোনাৰ গীতবোৰৰ কথাবোৰ সঁছাই অপৃৰ্ব। ভিডিঅটো খুবেই ভাল লাগিল। এনেদৰে সংগীতৰ জগতখনত আগবাঢ়ি যাওঁক তাকে কামনা কৰিছোঁ।
Ok
lilu88i
L
Apunar gaan bur hasai bahut vala lage
অসমৰ তেল উৎপাদন আৰু মই অভিজ্ঞ ইষ্ট ইউনাইটেড দলত ফৰৱাৰ্ড ব্লক দিম তাতে ♥️♥️♥️♥️♥️😘😘😘♥️♥️
বাস্তৱ সত্যক উপস্থাপন কৰিছে।
সুন্দৰ কথা, সুৰ,সংগীত, ভাল লাগিল।
তোমাৰ ভিডিঅ' বোৰ চাই বহুত ভাল লাগে। কথা কোৱাৰ ধৰণটো বিশেষকৈ ভাল লাগে। আৰু আগুৱাই যোৱা, লক্ষীমপুৰৰ পৰা বহুত বহুত শুভকামনা জনালোঁ। 🙏🙏
08
Mojja ridip da bohut duniya hoise
বহু অপেক্ষা অন্ততঃ আহি গল আকৌ নবৌ ❤️🤗 খুব সুন্দৰ 👌
Umardada Mojaaa so beautiful labudada 😋😋😊😊🤗🤗🤗
সুন্দৰ, সময় উপযোগী এটি গীত।
Dada apuni🔥🔥🔥hoday enekoi aguwai jaouk aru Amar মাজলৈ পঠিয়াই থাকি আমাৰ মনটো ফুৰ্তি কৰি ৰাখক।
বহু অপেক্ষাৰ অন্তত ❤
ৰিদীপ দা ❤️ ❤️গান টো শুনি বৰ ভাল লাগিলে ❤️ । আগলৈ আৰু ধূনীয়া গান শুনাব বুলি আশা ৰাখিলোঁ ্্্্্্্্্্্ ৰিদিপ দা লৈ সকলোৱে 👍🏻👍🏻 কৰিব ্্্্্্্্্্🥰🥰🥰👌🏼👌🏼👌🏾👌🏼💐💐💐
Ridip da Next lv... Songs 👍👍👍
Dhuniya hoise Ridip da bhut morom jasilu Bobgaigaon pa tumale dei
Ultimate video created korile dei😂😂
Mojja lagil dei Ridep kokaideu😍❤️
Moja dada fali desa aru 🤟🤟🤟
আপোনাৰ গানবোৰ বহুত ভাল লাগে দাদা❤️🔥 love from jorhat😍😍
Moonmi Phukan ba aapunar acting exact to the point hoise ..... Birat bhal acting korise....
Video choreography ultimate 😍😍
Song---- what a voice 😱😱ridip da
Qkh hu
ধুনীয়া
Outstanding ridip da
😍🔥dhemajir pora
💐💐অতি সুন্দৰ ৰিদিপ দা ❤️👌👌 নাজিৰা ৰ পৰা মৰম লবা ❤️❤️
দাদা বেলেগৰ গান বেলেগ আপোনাৰ গান কিবা এটা বেলেগ।।। ধুনীয়া লাগিল❤
😍সুন্দৰ হৈছে ককাই♥️♥️👌
Best song video, my favourite video, best song video, my favourite video, I love you this video.
আগন্তুক ❤️ৰঙালী বিহুৰ ❤️ আন্তৰিক শুভেচ্ছা জনালোঁ
Guiness world record book world no 1 best song video.
Ridip da tumi 🔥🔥🔥 hitt number of 2 022 🥰 Lots of love
ৰিদীপ দা Music🔥🔥🔥🔥🔥🔥🔥🔥🔥💖
বহুত বহুত ভাল লাগিল 💗🥰🥰
Mooojjjjaaaa 🔥🔥🔥🔥🔥🔥
Mind blowing ridip ronkit da, your all songs my frevaret ♥️♥️♥️🥰
ভাল লাগিল দাদা। গানৰ মাজেৰে বহুত কৈ দিলে..
এনেকুৱা হৈয়েই থাকে গাঁৱে গাঁৱে।
Hi❤❤
Last moment is fire🔥
Ridip da bujabole baki nai. Emanei vl lgise gan2. Akebare mili goise ❤
বহুত ধুনীয়া হৈছে দাদা ❤️👌👌
Ridip daaa moi Dekhor himantor pora koi aasu ..... KASMIR
Ghrorr durot thoka dukhotu aaji ei gantut logor gutei kijone khub nasilu....
From tinsukia, jurhat, sivsagar, lokhimpur🤩🤩🤩💯💯💯💯💯💯💯💯💥💥💥💥💃💃💃💃🧑✈️👨✈️👨✈️👨✈️👨✈️
Love From Duliajan Assam India🇮🇳
Me 2 bruh
Dhuniya lagise
Moi tipling r bro
অতি সুন্দৰ অতি সুন্দৰ গান 💙💙💙💙বিহুবৰ ৰ পৰা Ananda Danoh
Love this song ❤️😍😍
Ridip dar gan buli kole mjjjaaaa beldg lagi jai ooo🔥🔥🔥
Ridipt da this song is one of my favourt song.Love from HAJO🥰🥰
Mojaa lagise de dada love you dada😍😍😍❤️❤️❤️❤️😍😍❤️❤️❤️
❤️❤️❤️❤️❤️❤️❤️
Moja ridip da❤
Nice story...nice choreography
ৰিদিপ দা.... ❤🥀...... ঢকুৱাখনা পৰা মৰম জাছিছো🌎..... আৰু মজা গান ...আৰু.... লাগে....
Love this song ♥️♥️♥️
Xundar
আপুনি হে যদি নবৌ হঁতক ঠিক কৰিব পাৰে 😑 আমাৰ কথা নুহোনেই
Hosa amiu nuaru hunabo🥰
Right bro😂
Thik koi sa 😂
😅😅
Kokaideu bohut dhuniya hoyse song to huni khub val lagil dei 💞👌👌
A different voice ,soo sweet
mja ridip da nd soboke agotiakoi bihur khuveshya jonalu
বৰ ধুনীয়া লাগিল দাদা 😍
Eman dhunia bohut bohut val lagil Eman dhuniya nobow so beautiful 😍
Lovely song for awareness . Keeps going bro.....
Ultimately ridip da,labumoni moja
Ridipদা আপোনাৰ ভাইটি মই মোৰ তৰফৰ পৰা এটা মন্তব্য দিলো
Videoটো খুবেই Intrestingহৈছে যেনেকোৱাChoreography কৰাহৈছে আচলতে এইইVideoটো MILLIONলৈকে যাব লাগে
🔰LOVE FROME 👇
#rockyraietc
Gantu bahut bahut bhall lagill.aaji Kali poribakhat r lagat Mili juwakoi aidorei Git bilak aru hunibole pam buli aakha thakill.Dhanyabad
ধুনীয়া হৈছে দাদা ❤️🥰🥰
Ridip borhiya lagise aaji Kali choli thoka kahinir geet mojjaaa.
Hlw Ridip da your all song my favourite.
June June nalbari r pora sai asa like kora
Nice video song 🔥🔥 Ridip da ❤️
অ' ককাই বৰ সুন্দৰ হৈছে ভিডিঅ'টো ❤
Mojaa
Dada 🔥🔥🔥🔥🔥kinto da koi tholu 👍👍🎹🎹🎹🤟🤟nobou apuni jui 🔥
Ridip da superhit hoise akow noboww..... Lots of love ❤❤ frm golaghat
💥💥💥💥💥💥💥guli ridip da
Nice song.... Love from Lakhimpur , Assam Ridip da