14 Apr-22, গীতাৰ জ্ঞান, সাংখ্যযোগ-১, নৃপেন শ‌ইকীয়া।

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • গীতাৰ সাংখ্যযোগ, অদ্বৈত ঈশ্বৰৰ আধ্যাত্মিক জ্ঞান। ভাগ-১
    #Bhagawatkatha #Bhagawatpath
    NIPEN SAIKIA THANKS.
    Disclaimer -
    video is for educational purpose only.Copyright Disclaimer Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting,
    teaching, scholarship, and research. Fair use is a use permitted by copyright statute that
    might otherwise be infringing. Non-profit,
    educational or personal use tips the balance
    in favor of fair use.
    Thanks for watching...

ความคิดเห็น • 36

  • @kumudgayan1664
    @kumudgayan1664 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ।‌গীতামৃত পান কৰি ধন্য হলো । কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @jayabhuyan640
    @jayabhuyan640 2 ปีที่แล้ว +2

    Ha prabhu. Pran am. 🙏🙏🙏

  • @buluborah4646
    @buluborah4646 2 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ আপোনাৰ গীতা। শুনি ধন্য। হোৱা। যেন। লাগিযায় কৃষ্ণ। প্ৰনাম। জনাইছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ,

  • @adtags2791
    @adtags2791 2 ปีที่แล้ว +3

    কৃষ্ণ হৰি ৰাম ৰাম ৰাম

  • @sarajonisardar429
    @sarajonisardar429 2 ปีที่แล้ว +2

    Krishna Krishna Krishna 🙏🙏🙏

  • @nabinchutia4318
    @nabinchutia4318 2 ปีที่แล้ว +3

    শুনিভাল পালো কৃষ্ণ ।

  • @rupalikonwarhazarika8009
    @rupalikonwarhazarika8009 2 ปีที่แล้ว +2

    Krishna ram prabhu

  • @debajitborah1643
    @debajitborah1643 ปีที่แล้ว +1

    Om Namah Narayan 🙏

  • @jitamonimech9670
    @jitamonimech9670 ปีที่แล้ว +2

    Krishna 🙏🙏

  • @bontiborah5014
    @bontiborah5014 2 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্রভু আপোনাৰ শ্ৰীচৰণত নৱবৰ্ষৰ সশ্ৰদ্ধ সেৱা জনাই সমস্ত শ্ৰোতা ভক্তবৃন্দৰ চৰণত সেৱা জনালোঁ ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @tulanbora2015
    @tulanbora2015 2 ปีที่แล้ว +2

    Krishna Krishna

  • @khirodbhuyan5967
    @khirodbhuyan5967 2 ปีที่แล้ว +3

    Krishna

  • @anjanarupadas6601
    @anjanarupadas6601 2 ปีที่แล้ว +3

    🙏🙏হে গুৰুজন আমাৰ শতকোটি প্ৰণাম গ্রহণ কৰিব🙏🙏

    • @nipensaikia3763
      @nipensaikia3763  2 ปีที่แล้ว +1

      কৃষ্ণ কৃষ্ণ।প্ৰণাম।

  • @tokariassames5871
    @tokariassames5871 ปีที่แล้ว +2

    🙏🙏

  • @sanahigogoi381
    @sanahigogoi381 2 ปีที่แล้ว +3

    কৃষ্ণ

  • @r.saikia3334
    @r.saikia3334 2 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ প্রণাম প্রভু |হে গুৰুজন গীতা শাস্ত্ৰৰ অমূল্য বিশ্লেষণ আজি আগবঢ়াই আমাক ৰঙালী বিহুৰ এটি সুন্দৰ উপহাৰ প্ৰদান কৰিলে যাৰ বাবে আমি কৃতকৃত হৈছো |জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ গোবিন্দ ৰাম |

  • @rumigogoi8881
    @rumigogoi8881 2 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ হে বাপ জনা আপোনাসবৰ শ্রী চৰণত সেৱা জনালো। লগতে অসমীয়া নতুন বছৰ ও ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। অনাগত দিনবোৰত ঈশ্বৰে আপোনাসবক কুশলে ৰাখক কৃষ্ণ।

  • @sunilkrdas8972
    @sunilkrdas8972 2 ปีที่แล้ว +2

    Krishna Krishna Bapjona very Happy Rangali Bihu.wish you long life

  • @r.saikia3334
    @r.saikia3334 2 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ হে গুৰুজন আপোনাৰ শ্ৰী চৰণত বিহু উপলক্ষে সহস্ৰ কৌটি সেৱা অৰ্পণ কৰিছোঁ |হে প্রভু আপোনাৰ শ্ৰী মুখে গীতাৰ তত্বৰূপে নিহীত হৈথকা কুৰুক্ষেত্র যুদ্ধৰ পাণ্ডৱ পক্ষ আৰু কৌৰৱপক্ষৰ প্রত্যেকটি তত্বৰে সত্য শুদ্ধ পৰমাৰ্থিক তাত্বিক বিশ্লেষণ শ্ৰৱণ কৰি বিস্ময়ত অভিভূত হৈ যোৱা, যি শ্ৰৱণকাৰীৰ দৃষ্টিভঙ্গীয়েই সলনি কৰি দিব পাৰে |হে গুৰুজন আপোনাৰ বিশ্লেষণে পবিত্র আত্মতত্বৰ অমৃতময় পৰম তত্বৰ সন্ধান দি কৃপা কৰিব পৰা |হে পবিত্ৰ মহান আত্মা আপোনাক ঈশ্বৰে দীৰ্ঘায়ু কৰি কুশল কৰে যেন |হে গুৰুজন আপোনাৰ শ্ৰী চৰণত বাৰম্বাৰ কৌটি কৌটি সেৱা নমস্কাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ,কৃষ্ণ কৃষ্ণ ৰাম |জয় গুৰু শংকৰ |

  • @sovanakakati2340
    @sovanakakati2340 2 ปีที่แล้ว +2

    কৃষ্ণ বাপ। ইমান সুন্দৰ আধ্যাত্মিক তত্ত্ব জ্ঞান আৰু মনত ৰখা শক্তি। আপোনাক সহস্ৰ প্ৰণাম জনাইছোঁ।

    • @nipensaikia3763
      @nipensaikia3763  2 ปีที่แล้ว +1

      কৃষ্ণ কৃষ্ণ প্ৰণাম।

  • @reetabordoloi5258
    @reetabordoloi5258 2 ปีที่แล้ว +3

    হে কৃপালু প্রভু গুৰু জন , আপোনালৈ নৱবৰ্ষৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ভক্তিপুৰ্ন সেৱা ভাগি ধৰিছো | প্রভু গ্রহন কৰিব | কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @jintudutta278
    @jintudutta278 2 ปีที่แล้ว +2

    Krishna Krishna Bapjana

  • @rizrajborah4533
    @rizrajborah4533 2 ปีที่แล้ว +1

    Krishna Ram

  • @gitikakalita5413
    @gitikakalita5413 2 ปีที่แล้ว +2

    Ram. 🌹🌹🌹🙏🌹🌹🌹

  • @nijaradas4894
    @nijaradas4894 2 ปีที่แล้ว +3

    🙏🏼🙏🏼🙏🏼🙏কৌটি কৌটি প্ৰণাম প্ৰভু ,🙏🏼🙏🏼🙏🏼🙏🏼

  • @ramcharandeka9143
    @ramcharandeka9143 2 ปีที่แล้ว +2

    Sastrara uttama gita bhagawat dharmara uttama nama devara uttama daibaki Nandana charane karo pranam.

  • @jaganathsonowal2365
    @jaganathsonowal2365 2 ปีที่แล้ว +3

    🙏 কৃষ্ণ 👣👈🙌

  • @jibonbordoloi6284
    @jibonbordoloi6284 2 ปีที่แล้ว +3

    হে মোৰ চিৰ পুজনীয় শ্ৰদ্ধাৰ গুৰু জনা , আপোনাসৱলৈ অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলো । ভগৱানে ওচৰত আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো ।

  • @pulokborah1491
    @pulokborah1491 2 ปีที่แล้ว +2

    Krishna Krishna

  • @gantirajkonwar377
    @gantirajkonwar377 2 ปีที่แล้ว +2

    Krishna

  • @user-uj3ej5rk1q
    @user-uj3ej5rk1q 2 ปีที่แล้ว +2

    🙏🙏

  • @prasannadaimary7872
    @prasannadaimary7872 2 ปีที่แล้ว +1

    🙏🙏🙏