ভয়াৱহ বানৰ কলবত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পানীৰ তলত ৯৫টা বন শিবিৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 มิ.ย. 2024
  • 📌ভয়াৱহ বানৰ কলবত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পানীৰ তলত ৯৫টা বন শিবিৰ। আৱদ্ধ হৈ পৰিছে বিভিন্ন জীৱ-জন্তু। ওখ ঠাই বিচাৰি ৰাজপথলৈ ঢাপলি মেলিছে বন্যপ্ৰাণীয়ে। কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ব্যক্তিগত যান-বাহনৰ চলাচলতো বান্ধি দিয়া হৈছে নীতি-নিয়ম।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 16

  • @rinkigogoi7455
    @rinkigogoi7455 6 วันที่ผ่านมา +20

    বানপানী অসমৰ জ্বলন্ত সমস্যা।দুখ লাগিছে এই অজান প্ৰাণী বোৰক দেখি।খুব কষ্ট পাইছে

  • @bandanagayan1929
    @bandanagayan1929 6 วันที่ผ่านมา +2

    জীৱৰ প্ৰতি সকলোৱে সহাই কৰক

  • @newassamgogoi4627
    @newassamgogoi4627 6 วันที่ผ่านมา +1

    সকলো ভাল লাগে কিন্তু এটা কথা বহুত দুখ লাগে অসমত উপৰ পৰ্যায়ৰ চাকৰী বিলাক অনা অসমীয়াই কিয় পাই😢😢

  • @Assamboy-ou6yh
    @Assamboy-ou6yh 6 วันที่ผ่านมา +1

    কাজিৰঙাত flyover ব্যৱস্থা হ'ৱ লাগে।

  • @saikia20k
    @saikia20k 6 วันที่ผ่านมา +2

    😢😢

  • @thedevogramstory7483
    @thedevogramstory7483 6 วันที่ผ่านมา +2

    Enai press meet dilai flood naikia hba na???

  • @SunuDas-js1kl
    @SunuDas-js1kl 6 วันที่ผ่านมา +2

    😭😭😭😭

  • @woman178
    @woman178 6 วันที่ผ่านมา

    Banpani prepare hoi asili niskarma duta sini paa lora suwali loi tur

  • @TultulDas-hs6ud
    @TultulDas-hs6ud 4 วันที่ผ่านมา

    Sorkare Goru vati nisina uxo Vati bonuwa bibsta koribo lage.

  • @irragiglesias8896
    @irragiglesias8896 6 วันที่ผ่านมา +1

    Kolobot/kobolot😢

  • @user-dw9cr3cr1r
    @user-dw9cr3cr1r 3 วันที่ผ่านมา

    Sri.amihumgard

  • @utpalgoswami1990
    @utpalgoswami1990 6 วันที่ผ่านมา +1

    আমাৰ গৃহ মন্ত্ৰী ডাঙৰীয়া "অমিত চাহে" , দিয়া আইদিয়া লওক আমাৰ মূখ্য মন্ত্ৰীয়ে । তেওঁৰ জ্ঞানৰ মহিমা অপাৰ ডাঙৰ ডাঙৰ পুখুৰী খন্দোৱায় দিলে বানপানীৰ সময়ত ৰাজ্যত বানপানীয়ে নোহোৱা হ'ব , আৰু তাৰ পৰাই মোটা কমিছনো ওলাব নহয়নে ? এক গুলীত দুই চিকাৰ । পিছে ঠিকাটো ভূঞা বাইদেউক দিয়া ভাল হ'ব নেকি ?

  • @gitashrihazarika1253
    @gitashrihazarika1253 6 วันที่ผ่านมา +1

    Proti bosore kazaringa t ban pni hoi

  • @BornaliBora-cv4py
    @BornaliBora-cv4py 3 วันที่ผ่านมา +1

    😂😂😂