ভাগিনৰ নৃত্য চাই আত্মাহাৰা হৈ পৰিল মামা-মামী।

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.พ. 2022
  • মাজুলীৰ কণমানি বৈষ্ণৱৰ অপূৰ্ব নৃত্য। ভাগিনৰ নৃত্য চাই আত্মাহাৰা হৈ পৰিল মামা-মামী।

ความคิดเห็น • 181

  • @namitaphukan1171
    @namitaphukan1171 2 ปีที่แล้ว +42

    কি সুন্দৰ আৰু নিখুঁত প্ৰদৰ্শন 👏👌। অভিভূত হৈ পৰিছোঁ। সৰু গোসাঁই সকললৈ মোৰ বহুত বহুত মৰম আৰু শুভকামনা থাকিল 🙏

  • @madhabilataramchiary6646
    @madhabilataramchiary6646 2 ปีที่แล้ว +21

    কণ কণ ভকত সকলৰ অনুপম মাটি আখৰা দেখি অজানিতে চকু পানী নিগৰি গল৷তেওলোকৰ ভৱিষ্যত উজ্বল কামনা কৰিলো৷🙏

  • @alpanahazarika7178
    @alpanahazarika7178 2 ปีที่แล้ว +17

    মনত পৰিছে সেই মহান ব্যক্তিজন লৈ যি
    গৰাকী মহান সত্বাই বিচাৰি পাইছিল এনে
    অভিনৱ, অনুপম, নজহা-নপমা সংস্কৃতিৰ
    কঠিয়া। যিয়ে চিৰকাল অসমৰ সংস্কৃতিৰ
    বৰপথাৰখন ৰহনীয়া কৰি ৰাখিব। তেখেতৰ অনুগামীসকলক এনেদৰে সন্মানিত কৰা বাবে মহান মামাগৰাকীলৈ
    থাকিল অশেষ ধন্যবাদ। সংস্কৃতি অবিহনে
    এটা জাতি অংগহীন শৰীৰ। শিল্পী সকললৈ
    আৰু তেওঁৰ মামা, গৰাকীলৈকো জনালোঁ
    আন্তৰিক অভিনন্দন।

  • @nilimakalita4583
    @nilimakalita4583 2 ปีที่แล้ว +21

    মাজুলী অসমৰ পৰিচয়।

  • @pranitatalukdar8707
    @pranitatalukdar8707 2 ปีที่แล้ว +10

    কনমানি বৈষ্ণৱ ভকতলৈ মোৰ শুভেচ্ছা থাকিল ।সুন্দৰ প্ৰদৰ্শন।

  • @rohiniborgohain7654
    @rohiniborgohain7654 2 ปีที่แล้ว +17

    অতি মনোৰম পৰিবেশন ।আতাইলৈকে ধন্যবাদ জনাইছোঁ । মোৰ আন্তৰিক মৰম জনাইছো । আৰু আগুৱাই যাওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ।

  • @bantineog6722
    @bantineog6722 2 ปีที่แล้ว +5

    বহুত ভাল লাগিছে। সন্মানীয় মূখ্যমন্ত্ৰী মহোদয় য়ে গুণীৰ গুণ বুজি পোৱা এজন মহান ব্যক্তি বুলি ভাবিছোঁ।

  • @amarsarmah6619
    @amarsarmah6619 2 ปีที่แล้ว +26

    সচাই গৌৰৱ অনুভৱ কৰিছো।অসমৰ সুন্দৰ নৃত্য গীত সমূহ এনে মন্সত উপস্থাপনৰ সুবিধা কন কৰি দিয়াৰ বাবে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা জ্ঞাপন কৰিলো।

  • @benudhardas3036
    @benudhardas3036 2 ปีที่แล้ว +10

    অতি ভাল লগা পৰিৱেশন। ই এক ভবিষ্যৎ শুভ লক্ষণ! সুন্দৰ নিদৰ্শনৰ পৰিচালক।

  • @gourirajowar9
    @gourirajowar9 2 ปีที่แล้ว +6

    সুন্দৰ ,মনোমোহা দৃশ্য৷কণমানিসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো

  • @beautygogoi8013
    @beautygogoi8013 2 ปีที่แล้ว +2

    Joi guru sankar🙏🙏 Thanks CM sir

  • @priyankabaruah2311
    @priyankabaruah2311 2 ปีที่แล้ว +11

    গুৰুজনাই আমাক তেতিয়াৰ দিনতে বহুত কিবাকিবি দি থৈ গৈছে। গাৱে- ভূঞে এই সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ হ'লে আৰু বহুত ভাল হ'ব । অসমীয়াৰ আৱেগ অনুভূতি জড়িত থকা এই সংস্কৃতিৰ পূজাৰী তথা সাধক সকললৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো ।

  • @lakhyahiragohain2011
    @lakhyahiragohain2011 2 ปีที่แล้ว +10

    কৃষ্ণ কৃষ্ণ 🙏🏼 অভিভূত হৈ পৰিলোঁ।🙏🏼🙏🏼

  • @montudutta7017
    @montudutta7017 2 ปีที่แล้ว +4

    মুখ্যমন্ত্রী ডাঙৰীয়াই বহুত মহান পদক্ষেপ এটা ল'লে । কণমানি ভকত কেইজনলৈ বহুত বহুত ধন্যবাদ 🙏🙏🙏🙏🙏

  • @monigogoi6257
    @monigogoi6257 2 ปีที่แล้ว +4

    কি সুন্দৰ লাগিল বুজাব নোৱাৰা ।

  • @janbabaali3294
    @janbabaali3294 2 ปีที่แล้ว +2

    সংস্কৃতি জীয়াই ৰখাৰ এয়া এক শুভ ইংগিত। শুভেচ্ছা জ্ঞাপন কৰিলো।🙏🙏🙏🙏

  • @nirmalanath8127
    @nirmalanath8127 2 ปีที่แล้ว +8

    কৃষ্ণ সুন্দৰ পৰিবেশন 🙏🙏🙏🙏

  • @niruprovaboraborah5282
    @niruprovaboraborah5282 2 ปีที่แล้ว +1

    সচাই আমাৰ অসমীয়া নৃত্য বহুত সুন্দৰ ৷ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া

  • @nipujiyanshentertainment6397
    @nipujiyanshentertainment6397 2 ปีที่แล้ว +10

    Axomi aair swabhiman.....great performance.

  • @UnstoppableVoice
    @UnstoppableVoice 2 ปีที่แล้ว +11

    অন্ধবিৰোধীবোৰ জ্বলিবই বাৰু😂😂😂
    মামা তুমি সচাই 🔥🔥🔥🔥🔥🔥
    গুৰুজনাৰ অনুপম সৃষ্টিক এনেদৰে উৎসাহ জগোৱাৰ বাবে|দেশৰ সংস্কৃতিক(বৈদিক সংস্কৃতি) আগোৱাই নিয়াৰ বাবে অশেষ ধন্যবাদ|আপোনাৰ দৰে মূখ্যমন্ত্ৰী পোৱাৰ বাবে আমি সমগ্ৰ দেশপ্ৰেমী অসমীয়া সচাকৈয়েই গৌৰৱান্বিত😊🙏🏻
    মামাৰ 🔥🔥🔥দীৰ্ঘায়ু কামনা কৰিলো|সচাকৈয়েই হৃদয় চুই গল❤❤❤❤❤
    জয় হৰি বোলা,জয় ৰাম বোলা🙏🏻🙏🏻
    জয় শ্ৰী কৃষ্ণ ❤জয় শ্ৰী ৰাম🔱🔱🔱
    🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

  • @prabingogoigogoi8327
    @prabingogoigogoi8327 2 ปีที่แล้ว +1

    কি সুন্দৰ । কবলৈ ভাষা নাই ।

  • @mridulbharali7130
    @mridulbharali7130 2 ปีที่แล้ว +3

    সকলো লৈ অশেষ ধন্যবাদ থাকিল

  • @jogendranathborah843
    @jogendranathborah843 ปีที่แล้ว

    পৰ্ভু ভগবন্তই তোমালোকৰ ভবিষ্যত উন্নতি বিধান কৰক । কৃষ্ণ ।

  • @gautamdey3221
    @gautamdey3221 2 ปีที่แล้ว +3

    Fantastic- Mind-blowing. My heartiest love and respect to these Child. God bless them

  • @pirendranrbaruah3470
    @pirendranrbaruah3470 2 ปีที่แล้ว +2

    অতি সুন্দৰ প্ৰদৰ্শন ।ভকত সকলো লৈ আন্তৰিক শুভেচ্ছা জনালোঁ ধন্যবাদ থাকিল ।

  • @BandanaDas-lo8wz
    @BandanaDas-lo8wz 2 ปีที่แล้ว +4

    জয় গুৰু শংকৰ মাধৱ,

  • @daimusmitadaimary6532
    @daimusmitadaimary6532 2 ปีที่แล้ว +8

    কৃষ্ণ 🙏

  • @hamantagogoi8904
    @hamantagogoi8904 2 ปีที่แล้ว +3

    Stemina... balance... power ..advod..khub hundar hoise.... 🙏🙏

  • @JikMikDailyLife
    @JikMikDailyLife 2 ปีที่แล้ว +2

    বহুত সুন্দৰ ভাষা নাই কবলৈ অভিভূত হৈ পৰিছো ।

  • @ajantachoudhury5937
    @ajantachoudhury5937 2 ปีที่แล้ว

    Oti xundor netya ovivuto hoi potilu bhokot xokololoi pronam jonalu

  • @JatinBhuyan01
    @JatinBhuyan01 2 ปีที่แล้ว +3

    এয়াহে মাজুলীৰ power অসম গৌৰব

  • @kanakrabha3239
    @kanakrabha3239 2 ปีที่แล้ว +11

    কি কম কবলৈ ভাষা নাই ❤️❤️❤️❤️❤️

  • @awaneeshmahanta2645
    @awaneeshmahanta2645 2 ปีที่แล้ว +7

    বহুত ভাল ও ভক্তি উপজিছে ।

  • @dipanjalisaikia1926
    @dipanjalisaikia1926 2 ปีที่แล้ว +1

    বহুত বহুত ধন্যবাদ থাকিল ❤️❤️❤️❤️❤️

  • @harenhazarika989
    @harenhazarika989 2 ปีที่แล้ว

    সকলোৱে সুন্দৰ আৰু নিখুটভাৱে প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ ভবিষ্যত উজ্জ্বল কামনা কৰিছোঁ ।।

  • @alokbhowal4139
    @alokbhowal4139 2 ปีที่แล้ว +3

    Bohat achha.. Yeh aaj kar bachhe sanskritik virasat ke dharohar hai.. 🙏 ...

  • @minudey7657
    @minudey7657 2 ปีที่แล้ว +13

    তোমালোকৰ ভবিষ্যত উজ্জল হওঁক

  • @amiokachari4375
    @amiokachari4375 2 ปีที่แล้ว

    সুন্দৰ,গুৰুজনাৰ ওচৰত প্ৰণাম জনাইছোঁ।লগতে প্ৰদৰ্শন কৰা ভকত বৃন্দ তথা সাংবাদিক বন্ধু সকলো লৈ আমাৰ তৰফৰ পৰা বহুত বহুত ধন্য বাদ আৰু শুভ কামনা কৰিলো ।🙏🙏

  • @biradattadas9216
    @biradattadas9216 2 ปีที่แล้ว +2

    ATI SUNDAR. MAMA MAMI VHAGINOR ARU SIKHYA GURU SOKOLOR APURBA
    PRADARSHAN,

  • @monjugogoi6107
    @monjugogoi6107 2 ปีที่แล้ว +1

    সুন্দৰ শুভ কামনা থাকিল সকলোটিলৈ

  • @gitashreedas5803
    @gitashreedas5803 2 ปีที่แล้ว

    Eman Sundar nritya geet ,Ami axomiai gaurav onuvab korisu🙏🙏🙏

  • @ramennath7241
    @ramennath7241 2 ปีที่แล้ว

    Deh mon jur pori gol...Jai Guru Sankar....🙏🙏🙏

  • @anilzbaruah4135
    @anilzbaruah4135 2 ปีที่แล้ว +1

    সুন্দৰ প্ৰদৰ্শন সৰু গোহাঁই সকলৰ 🙏🙏🙏

  • @UnstoppableVoice
    @UnstoppableVoice 2 ปีที่แล้ว +16

    জয় গুৰু শংকৰ🙏🙏🙏কৃষ্ণ -ৰাম🔱
    মামা তুমি 🔥🔥🔥🔥🔥🔥

  • @subhasinibarua432
    @subhasinibarua432 2 ปีที่แล้ว

    এক সুন্দৰ পৰিবেশন। সকলোলৈকে অশেষ ধন্যবাদ 🙏।

  • @dulumonibarukiyal6229
    @dulumonibarukiyal6229 2 ปีที่แล้ว +2

    We proud of them,Assam culture is the best Satra of Mauli. God gifted divine of Assam.

  • @dhaijyaburagohain6838
    @dhaijyaburagohain6838 2 ปีที่แล้ว

    সুন্দৰ অতি অতি সুন্দৰ👍👍

  • @vickyacharjee5279
    @vickyacharjee5279 2 ปีที่แล้ว +3

    Beautiful...that's amazing...what a talent...lots of love

  • @runuphukan9954
    @runuphukan9954 2 ปีที่แล้ว +2

    সকলো ভক্ত লোকলৈ সেৱাহে জনাইছো দূৰৰ পৰাই কৃৃঞ্চ

  • @daisyrabharabha2078
    @daisyrabharabha2078 2 ปีที่แล้ว +1

    কি সুন্দৰ

  • @bontiborgohainneog9320
    @bontiborgohainneog9320 2 ปีที่แล้ว +2

    আমাৰ ইমান মহান কৃষটি আছে

  • @nirmitaborthakur547
    @nirmitaborthakur547 2 ปีที่แล้ว +1

    অভিভূত হৈ পৰিছো।কি কম কাৰণ চকুটিপ মাৰিবলৈ পাহৰি গৈছো। 🙏🙏

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 2 ปีที่แล้ว +1

    ক়্ষ্ণ ক়্ষ্ণ ...গুৰুজনাৰ এনেবোৰ আহিৰে বিশ্বত জিলিকাব লাগে !কি যে সুন্দৰ প্ৰদশন 🙏🙏🙏

    • @alpanagogoi5429
      @alpanagogoi5429 2 ปีที่แล้ว

      বৰ সুন্দৰ পৰিবেশন সুৰু গোশাই সকল লৈ প্ৰনাম জনাইছো |

    • @alpanagogoi5429
      @alpanagogoi5429 2 ปีที่แล้ว

      ভাৰতৰ বিভিন্ন ঠাইত এই নৃত্য বোৰ পৰিবেশন কৰিব লাগে

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 ปีที่แล้ว +1

    Good step to our Chief Minister sir.Majuli is a cultural heritage of Assam. we're proud our Vaishnavi culture.Go ahead. All the best. Thanks for All participate and our Chief Minister sir.God bless to all.

  • @moneybear7836
    @moneybear7836 2 ปีที่แล้ว

    অতি সুন্দৰ হৈছে।

  • @nirmaliboruah5669
    @nirmaliboruah5669 2 ปีที่แล้ว

    Iman decipline aru neat moi ekebare motramugdho hoi porilu,mur onek hubhokamona aru shardha aru morom jonalu,konmani bhokot hokololoi bohut bohut hubhokamona morom jonalu.

  • @prabinchandradas1523
    @prabinchandradas1523 2 ปีที่แล้ว

    What a nice scenery! God bless them.

  • @pngentertainment3044
    @pngentertainment3044 2 ปีที่แล้ว +3

    ধুনীয়া লাগিছে

  • @Assamesemix191
    @Assamesemix191 2 ปีที่แล้ว +1

    bahut bahut val lagil majuli khong sargo hoi ami kot poisa poisa kori doiri thaku asol bosto hol harir naam krishna Ram narayan

  • @progatigogoi
    @progatigogoi 2 ปีที่แล้ว

    Majuli Kristi hangkristi loi kouti kouti pranam. Bahiror dekh homuhotu jodi aylukok uposthapon koriboloi hubidha kori dile aaru Vaal hobo. Saai aamoni nologa ata program.

  • @pratapkalita8894
    @pratapkalita8894 2 ปีที่แล้ว +2

    ভগবানে তেওঁলোকক কূশলে ৰাখক

  • @dhaneswardeka2139
    @dhaneswardeka2139 2 ปีที่แล้ว +9

    অতি সুন্দৰ পৰিবেশন ঈশ্বৰে তেওঁলোকক মংগল কৰক

  • @ronjitborah1997
    @ronjitborah1997 2 ปีที่แล้ว +3

    Puate dorshon korilu.sundor

  • @aftabahmed-cx5qp
    @aftabahmed-cx5qp 2 ปีที่แล้ว +2

    Hokoluloi bohut bohut 🌹🌹🙏🙏

  • @tulasinath3977
    @tulasinath3977 2 ปีที่แล้ว +5

    Beautiful ❤️❤️❤️❤️ god bless you ❤️

    • @aparajitadevi3622
      @aparajitadevi3622 2 ปีที่แล้ว +1

      কন কন গোসাই প্ৰভূত সকলৰ পৰিবেশন বৰসুন্দৰ ,
      এই চেগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া ক ধন্যবাদ জ্ঞাপন কৰিলো

  • @babulborah4700
    @babulborah4700 2 ปีที่แล้ว

    Ati uttam , God bless you.

  • @jitenkumarbora617
    @jitenkumarbora617 2 ปีที่แล้ว

    ATI Sundar eshware krepa Karok krishna

  • @jitudeka8959
    @jitudeka8959 2 ปีที่แล้ว

    জয় গুৰু শংকৰ

  • @prasantabhatta3428
    @prasantabhatta3428 2 ปีที่แล้ว

    krishna jadobo gubinda mohaprobhu. iman sundor mati akhora . bohut bhal lagil. biswa basiye amar apurugiya kristi sonskritir ak uman pabo. porjotonoru ak notun bat mukoli hobo. joy Jadoborai Gubinda mohaprobhu. sokolure monglol kamona korilu

  • @User12414
    @User12414 2 ปีที่แล้ว +1

    Joi guru sankar 👏👏👏🙏

  • @KrishnaSharma-fj9qx
    @KrishnaSharma-fj9qx 2 ปีที่แล้ว

    Bohut hundar

  • @ujjwalgogoi4620
    @ujjwalgogoi4620 2 ปีที่แล้ว

    অতি সুন্দৰ আকৰ্ষণীয়। জয় আই অসম।

  • @nirmalikhanikar7081
    @nirmalikhanikar7081 2 ปีที่แล้ว

    অতি সুন্দৰ

  • @probindas5084
    @probindas5084 2 ปีที่แล้ว +1

    জয় গুৰু শংকৰ 🙏🕉

  • @user-nb3yp1vn3q
    @user-nb3yp1vn3q 2 ปีที่แล้ว

    সুন্দৰ 🙏🙏🙏🙏

  • @thaneswardutta9056
    @thaneswardutta9056 2 ปีที่แล้ว

    Khub bhal lagil

  • @cisfparth9073
    @cisfparth9073 2 ปีที่แล้ว

    সুন্দৰ ।।।।।।।।।।

  • @dmsister92
    @dmsister92 2 ปีที่แล้ว +1

    বহুত ভাল লাগিল।

  • @_feels_good___99
    @_feels_good___99 2 ปีที่แล้ว

    Krishan🙏🙏🙏🙏🙏

  • @joylakhipayengofficial
    @joylakhipayengofficial 2 ปีที่แล้ว +1

    Bohut dhuniya 👌

  • @gagangoswami4101
    @gagangoswami4101 2 ปีที่แล้ว

    Dhuniya performance

  • @dipaagamacharyya5004
    @dipaagamacharyya5004 2 ปีที่แล้ว

    Bhut dhuniya

  • @jalukgutimomo8373
    @jalukgutimomo8373 2 ปีที่แล้ว +4

    Mama tumi hadai assmia jatyk agay loi jua mama

  • @paramasaikia8540
    @paramasaikia8540 2 ปีที่แล้ว

    Bahut val lagil kanmani keitar nityo podorkhan
    Gugale ki goti koile buli gaise Jen lagise kio vulke gaise mur huna vul hbow pare ji a commant2 pohise ebar huni rply koribo sun plz 2:00

  • @gitashrihazarika1253
    @gitashrihazarika1253 2 ปีที่แล้ว +1

    সুন্দৰ 👍

  • @krhazarika5280
    @krhazarika5280 2 ปีที่แล้ว +1

    Good

  • @Hotbebe420
    @Hotbebe420 2 ปีที่แล้ว +5

    অতি সুন্দৰ পৰিৱেশন।

  • @bitupondas898
    @bitupondas898 2 ปีที่แล้ว +1

    Hoxakoi Majuli Bule kole bohut vl lge dai abar goi majuli are ahibo mon juwa naxile kn2 ako ktya majuli jbo pm jnu

  • @jyotirmoybarman9810
    @jyotirmoybarman9810 2 ปีที่แล้ว

    🙏🙏🙏🙏🙏🙏Bhagabane aru Bhagin hatok sakti Diok aru jate val hoy moramor bhagin hatok mor falor pora marom jasilo Jyotirmoy barman Singimari

  • @pradipboruah2624
    @pradipboruah2624 2 ปีที่แล้ว

    Bohut val lagil👌

  • @binagohain9329
    @binagohain9329 2 ปีที่แล้ว

    Bor hundor bht vl lagil

  • @manojbora2244
    @manojbora2244 2 ปีที่แล้ว +1

    অপূৰ্ব

  • @rupaliphukan1951
    @rupaliphukan1951 2 ปีที่แล้ว +1

    Excellent .proud of you all

  • @pritikonwar3933
    @pritikonwar3933 2 ปีที่แล้ว

    khub dhuniya hoise...kon kon lora suwali khini...

  • @amulyaahom8471
    @amulyaahom8471 2 ปีที่แล้ว +4

    CM চাৰ আপুনি ভাগবান আৰু মহান ।

  • @bhagirathphukan353
    @bhagirathphukan353 2 ปีที่แล้ว

    Waw nice❤

  • @s.centerprise1090
    @s.centerprise1090 2 ปีที่แล้ว

    Waw. Ki hundor. God bless you.

  • @PrinceKumar-ih6ek
    @PrinceKumar-ih6ek 2 ปีที่แล้ว

    বৰ ভাল লাগিল ৷

  • @gopeshtalukdar9726
    @gopeshtalukdar9726 2 ปีที่แล้ว

    V V nice

  • @priyamhazarika3864
    @priyamhazarika3864 2 ปีที่แล้ว +2

    Future of Assam🙏