ASSM POLICE ONLY REELS HERO,,, ,,,,,N MOR NISINA COMMON PEOPLE HOLE KI KORIBO,,,, ,,,,,,EMAN KOLIJA KOT PAI AI HAMARI KAITA,, HATIHAR NASIL KIJANI SIR KAIJONOR N EXCELLENT MARA BA LONG JUMP MARA HERO KAITA KI HOL NA KHALI MOTA DORMOHA LOBO JANE N FAMILY K ,,,
ইয়াতকৈ আৰু লাজৰ কথা কি আছে I
অসম পুলিচ কিছুমানে দুখীয়া অসমীয়া মানুহৰ ওপৰতহে দাদাগিৰী কৰিব পাৰে I বেলেগত যে একো কৰিব নোৱাৰে তাৰেই প্ৰমাণ এইটো I
Thik koise 👍👍👍
Right
বৰ সুখ পালো ।অসমত যিহে দম ইহঁতৰ
এয়া প্ৰকৃত ছৱি! সাধাৰণ অসমৰ মানুহ হ'লে তো কথাই বেলেগ হ'ল হয় নিশ্চয় |
Of course....
Right
Very true.....if you visit the areas in our area....I become confused whether it's assam or nagaland.....plz......help us know......vote bank
Assam police se akomor manuhok.maribo jane nogak kiyo maribo nowarile nogak .goli maribo kiyo.dum nai
Commando kaita kot goll
অসম পুলিচ কেইটাই ৰীল বনাবহে জানে
Dada apuni police t join korok aru aguwai jawk ...cmnt dia to horu ktha kintu dayitto palon kra tu blg ktha ...
Aru ata ktha assam police a jdi vbe nagaland safa korim buli tenete 10 mnt time lgb ..
😂@@bishwajitthakuria3802
Right kotha kole
@@bishwajitthakuria3802gnta buli klu tumar mntoboitt...
অসম পুলিছ কিটা বহুত দম দেখাই অসমীয়া মানুহৰ ওপৰত।এতিয়া নাগাক কি ঘাণ্টা কৰিবি।নাগা Public/Police মানুহৰ comunity বহুত ভাল আছে,অসমৰ ঘোচখোৰ পুলিচৰ দৰে নহয়(from NL Kohima✊)
Anoka loi jola kita tenekoi a jabo
Assam police ki Manu nohoi neki
Gutei hupake .. khedibo lage .. nak akol police r kota ni .. amaru katile ...
থুই কেলা লাজ পাইছোঁ,
Good....
Moja kela আজি অসমত কিমানক এনকাওণ্টাৰ কৰিলে পুলিচৰ পিষ্টল লৈ পলাবলৈ বিচাৰিছিল বুলি কৈ । আজি যে কেলা নগাৰ কাতন খাই আহিলে । অসমত খিলঞ্জী়াক যিমান অত্যাচাৰ কৰিবি নগাই কেলা কণিও কাটি কানফুলি পিন্ধাই পঠাব অসম পুলিচক । Moja
Tik koisa...
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂 কণী কাটি দিব 😂😂😂😂😂😂
Assam police sok loi tur Jole neki
অসম পুলিচৰ Hero কেইটা 😂😂😂😂
🤣
ৰিল বনাব পাৰিলি নাই ? অসম পুলিচ মখাই ৰিল বনোৱাতহে পাৰ্গত ।
স্মাৰ্ট পুলিচ
অসমৰ জনসাধৰণৰ ওপৰত স্মাৰ্ট গিৰি।কিন্তু নাগা, মিজো আদিৰ আগত ভিজা মেকুৰী। সাধাৰণ মানুহৰ ওপৰত স্মাৰ্ট গিৰি দেশাই লাভ নাই ।
😂😂😂😂😂😂😂😂 নিলাজ অসম পুলিচ ৷😂😂😂😂 তহতি পানী নথকা পুখুৰীত পৰি নমৰ কিয়।ু?
Good 👍
😂😂😂😂
😂😂😂😂😂😂
কথাষাৰ শুনি অসমৰ লৰা হিচাপে বৰ লাজ পালো । অসমৰ সাধাৰন জনতাৰ ওপৰত ৰজা আৰু অসমৰ বাহিৰত ভিজা মেকুৰিটো । যি কি নহওক মুঠতে কেনেবাকৈ কষ্টই মষ্টই ছাকৰিটো পালেই হল । দৰমহা কেইটা লৈ ঘৰখন চলি থাকীলেই হল। পিছৰটো পিছত আছে।
চিঃ লাজ লাগে।
অকৰা নগাই অসম পুলিচৰ নাকত ধৰি ঘূৰালে
😆😆😆😆😛😛😛😛😛
😂😂😂
আকৌ বোলে আমাৰ অসম পুলিচে আলফা মাৰিব যাই………এতিয়াই এনে অৱস্থা😂😂😂😂😂
অসম আৰক্ষী দম অসমত।বাহিৰত হলে পিটন খাই আহে
অসমত নগা আৰক্ষীয়ে চোৰ ধৰিবলৈ এনেকৈ অহা হ'লে ভাত-পানী এৰি দিনে-নিশাই নগা পুলিচৰ তলতীয়া জোৱানৰ দৰে পাছে-পাছে ঘুৰি ফুৰিলে হেঁতেন। নগা বা নগা পুলিচ দেখা পোৱাৰ লগে লগে অসম আৰক্ষী সেও হৈ যায়। কিন্তু নগাই একো নামানে।
অসম আৰক্ষীৰ বন্দুকত গুলি নেথাকে নেকি, অসম আৰক্ষী ফাইন কাতাত Expert এইবোৰ কামত এটা মস্তো 0️⃣
চি চি লাজৰ কথা।
থাকিব লাগিছিল বিছনাত চুৰ আছে গৈ পুলিচ 😅😅😅
সাধাৰণ ৰাইজৰ ওপৰত বীৰত্ব কি চাবা,নগা,মিজুৰ ওচৰত ভিজা মেকুৰী। এইবাৰ নগাৰ ঘাপ খাই আহিল নে।
খুব বেয়া কথা হৈছে! কেইজনমান বাইক চুৰে অসম পুলিচ ৰ এনে অৱস্থা কৰিলে। অসম পুলিচৰ এনে কান্দয়ে police ৰ ইমেজ বেয়া কৰিছে। এনেয়ে অসমৰ মানুহে অসম পুলিচ ৰ ব্যৱহাৰ, কৰ্ম কাণ্ডতত সন্তুষ্ট নহয়, তাতে আকৌ এনে অৱস্থা।
অসম পুলিচ মানে ঘৰতে থাকি চাকৰি কৰিম বুলি ভবাটো ভূল(সকলোৱে নহয় দে)।মাহৰ 30দিনৰ ভিতৰত কিছুমানে টো 10দিন বা 5দিনহে নিশ্চয়?সাধাৰণ ৰাইজৰ কষ্টৰ টকা-পইছাৰ পিছত নদৌৰি ইউনিফৰ্ম ৰ মান সন্মানৰ কথা ভাবিলে ভাল হয।Basic Training বিলাক revise হৈ থাকিলে এনে অৱস্থাৰ নহল হয় চাগে।
Power of Smart Assam police😂
কথা টো সুনি হাঁহি উঠি যাই 😅😅😅
Good news
Very good noga bhai
A mojja mojja
Mojja kenekua lagise😅😅
Assam police politeness❤
Anything against police i support...
বহুত ভাল পাইছোঁ
এতিয়া কেনে মজা, গুণ্ডামী কেৱল সাধাৰন মানুহৰ উপৰত এতিয়া নগালে কিঅ ভয় 😂😂😂😂😂
Nogai thik korise 😂
Thank you naga police❤
Nagai val korise
Power of Assam police .
😂
জেমাটো ,ঠেলাওলা,ৰিস্কাবালা , ড্ৰাইভাৰ, আৰু সাধাৰণ মানুহ পালে 😅😅😅😅😅😅😅😅😅
Mojja😂
একো নহয় !! কনিষ্টবলেহে দুখ পাইছে । কোনোবা ডাঙৰ অফিচাৰে দুখ নাই পোৱা নহয় !!!
তহঁতি reel বনা অ reel বনা 😂
অসমত থকা নগা বোৰক গৰু পিতন দিয়ক আকৌ 50/50
Amr axomiya manhu bilakor uprot dekhun bor mota 😂😂😂
Mojja 😅😅😅😅
Moja 😂
অ অসমীয়া কেইটাৰ ওপৰত ভোটাচায্ ইমান খিনি হৈ যোৱা পিচতো কিয় এনকাউণ্টাৰ কৰি নগাক লগত লৈ আহিবলৈ সক্ষম নহল অসম পুলিচ কাপুৰুষ 😭
😅😅😅
😂😂😂😂
Moja
আনন্দ মিস্ত্ৰ চাৰ গোটেই পুলিছ বিভাগটো ৰ সাহস আছিল আজি চাৰ নাই 😭 । কিন্তু এই বিষয় টো অসমৰ কাৰনে বহুত লাজৰ বিষয় হল
Commando battalion বোৰ কি কাৰনে বনাইছে। তাত পঠাই দিব লাগে ৪০০-৫০০ commando
Reels bonabole rakhise
Rells r hero kela sihot😂😂😂😂laorahe.....
Ji keitahe body commando keitai. Horu loratu u voy nakhai
Upai ny...
Assam police okol assam r manuhok harahasti koribo he jane tar bahire aku koribo nuare....
Mojja bohut vl lagil. Black comando namor hei burok kebol reel bonabole he rakhise.
এই বিলাক পুলিচ বিষয়া দেখোন বহিৰাগত হে!
😂😂😂😂 reels bonai Axomiya lorak mara police aukaad dekhi gol nijor, Assam police nohoi eitu Bongali/Marwari/Bihari police
Smart police ☹️
আমাৰ খিলঞ্জীয়াৰ ওপৰত দাদাগিৰী কি চাব । কিন্তু নগাৰ ওচৰত গোটেই ৰাতি নিমাতি কইনা হৈ বহি থাকিল আমাৰ অসম পুলিচ । ছিহ: বৰ লাজ পালো দেই
Very Good News. Nagaland man ok
It's call unity.
Hi hai Assam police
Good news ❤❤❤
চালান কাটিবহে জানে😂
বৰমূৰীয়া কেইজনক প্ৰেছমিট দিবলৈ কব লাগে ।
Assam police best and smart police.
And quickly recover the magzine box .
Good
Axomiyar uporot ha mota dekhuwai
থুই ৰাস্তাত আমাক বীৰ দেখাই এই পুলিচে বোৰে
Val karise
অনুমতি অবিহনে কিয়নো বেলেগ ৰাজ্যত যাব লাগে
Mojjja
Assomr hadharon manuhr uport hae dadagrie.
ভালেই হল
Bhal a lagise dei vai xuni..karon..Ami jdi thanat jbo.lga hoi.tetya ki utpat sihotar..ki ktha.ki dom..kot gol dom..ghrt he bagh..blgt mekuri......
অসমীয়া মানুহৰ ওপৰত পুলিচ অ না অসমীয়া ওপৰত নহয় ভয় কৰে
Good naga support you❤❤❤
এই ৰিৰ্পটাৰ কেইটাৰ হাথিয়াৰ হে কাটিব লাগিছিল!!
অসম ৰাইফলচ্ ৰ জোৱানে যেতিয়া গুলি চলাইছিল আক্ৰান্তাৰ ওপৰত যেতিয়া অসমৰ ছাত্ৰসংগঠনে মমবাতি জ্বলাইছিল। এতিয়া সংগঠন বিলাক নিমাত কিয়? ১৯৮৫ চনতো অসমপুলিচক আক্ৰমণ কৰিছিল।। পাহৰিলে নেকি অসম পুলিচে? নে অসমীয়াৰ ওপৰতহে দাদাগিৰী? অলপ দিনৰ আগতে মই হেলমেট নিপিন্ধাকৈ স্কুটি চলাই আহিছিলো। হে প্ৰভূ,, ঘৰ নোপোৱালৈকে বুকুখন ঢিপঢিপায়ে থাকিল ঐ.... পুলিচে দেখিছে নেকি,, চাই আহোঁতে আহোঁতে পৰিবই খুজিছিলো ঐ.. আৰু সেই পুলিচৰ এই দুৰ্দশা!!
অসমৰ ৰাইজো নিমাত! প্ৰতিবাদ কৰিলেই অসমৰ পুলিচে বাধা দিব? এই দৰেই আমি অসমীয়া অসমীয়া কৈ চিঞঁৰি মৰিব লাগিব। আজি পুলিচৰ ওচৰত আক্ৰমণ,, কালিলৈ ৰাইজৰ ওপৰতো আক্ৰমণ কৰিব পাৰে! আমাক হিতাধীকাৰী আঁচনি লাগে। অসম খন কি হয় দৰকাৰ নাই। ছয় জনগোষ্ঠীৰ দাবী পূৰণ নহ'লে বিজেপি ক ভোট নিদিওঁ........ আমাৰ দাবী এই বোৰহে।।।। পুলিচৰ মানুহকহে মাৰিছে! আমাৰ কি!! চৰকাৰে কি কৰে কৰিব!! কিন্তু পুলিচৰ মানুহ জনো আমাৰ কাৰোবাৰ ভাই-ককাই বা কিবা সমন্ধীয় হ'ব পাৰে.. তাক আমি পাহৰি যাওঁ।।
Excellent
Assam police okk Indian Army onder ott 6 mah man training atadl diya bibosta kore jen
Axom policok bhalkoi training dibo lagibo
প্ৰতিবাদ কৰা সাধাৰণ মানুহক গুলিয়াই মাৰিব পাৰে এতিয়া কিয় একো কৰিব নোৱাৰিলে হাই অসম পুলিচ.....
Lovely
This is the negligence of administration .
Nagalnd zindabad.
যি কৰিছে নগাই ভাল কৰিছে
Reels bonabo val koi jane kintu
আমাৰ যোৰহাটৰ পুলিচক ISBT ত বাইক-গাড়ী ধৰিবলৈ দিয়ক। Level বেছি অকল ......
Assam pulic Kam ni
Axomia uport he ddagiri korebo pare aibure.... Bonduk keita pujat ulua aselnki. Kio dea aikieta bonduk. Jode solaboi nuare
Karma hits
আমাৰ ৰুপু দা ক'ত গল..?Black Belt😂😂
Poisa khbo pare Kam nai polic
ASSM POLICE ONLY REELS HERO,,,
,,,,,N MOR NISINA COMMON PEOPLE HOLE KI KORIBO,,,,
,,,,,,EMAN KOLIJA KOT PAI AI HAMARI KAITA,,
HATIHAR NASIL KIJANI SIR KAIJONOR
N EXCELLENT MARA BA LONG JUMP
MARA HERO KAITA KI HOL
NA KHALI MOTA DORMOHA LOBO JANE
N FAMILY K
,,,
Bangla Desiyee kadhile BSF gunn...Indiat
Assam police k .Daa ree. Katilee...
Aru ki baki thakil nuu..
Dada giri ulaisil pabo lage
Mojja😂😂😂😂
দুখৰ বিষয়। আজি দুদিন আগত বাংলাদেশী মীয়াই BSF ক আক্ৰমণ কৰি অস্ত্ৰ শস্ত্ৰ কাঢ়ি লৈ যায়। কেতিয়াবা Assam Rifles ক মণিপুৰী এ আক্ৰমণ কৰে ।
Smart police Or ai obosta. Laz palu. Guli kiyo kora nai
অসম পুলিচে মিঞাঁ দুখীয়াৰ ওপৰত দম্ভালিব পাৰে ...
অসম পুলিচ বাঘৰ দৰে হবে লাগে কিন্তু মেকুৰীৰ দৰে দেখা পালো লাজ পাইছো
Assam Police biloi 😂
Black panther Commando ky hol 🤭
Traffic police keitak pothauk, ehot khub expert byke ,gari dhorat
ইয়াত কৈ আৰু লাজৰ কথা একো নাই।
ৰিল বনোৱা, বাইক গাড়ীৰ চালান কটা আদিৰ বাহিৰে বাকী ট্ৰেইনিং পোৱাই নাই চাগে বেচেৰাহঁত।
অসমে নগাক একো কৰিব নোৱাৰে
আমাৰ অসমৰ পুলিচ😂😅
Assam police bike helmetor pisot laagi thakutei jabo