ভাগৱত ব্যাখ্যা।। গীতা শাস্ত্ৰৰ দৰ্শনৰ আলোচনা , স্থান : শ্ৰীমন্ত শংকৰদেৱ নামঘৰ, দুলীয়াজান। ভাগৱত পাঠ।

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ส.ค. 2024
  • ভাগৱত ব্যাখ্যা।। গীতা শাস্ত্ৰৰ দৰ্শনৰ আলোচনা , স্থান : শ্ৰীমন্ত শংকৰদেৱ নামঘৰ, দুলীয়াজান।। ভাগৱত পাঠ।।
    #ভাগৱতপাঠ #ভাগৱতব্যাখ্যা #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha #bhagawatkatha #কলি
    Your Queries:-
    ভাগৱতৰ ব্যাখ্যা
    দুলীয়াজান
    Timestamps:
    0:00- Introduction
    0:05- অৰ্জুনৰ বাবে কিদৰে যুদ্ধও ধৰ্ম হৈছিল ?
    18:02- কলিযুগত গীতাই কিদৰে মাৰ্গ দৰ্শন কৰিব পাৰে?
    28:12- গীতা অনুসৰি শাস্ত্ৰৰ ব্যৱস্থা কি?
    34:27- সংক্ষেপতে গীতাৰ বাণীৰ সাৰ কি ?
    Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fair Use'. Fair use is permitted by copyright statue that might otherwise be infringing, non-profit, education or personal use tips that balance in favour of fair use.
    Facebook: / madhurjya.borah.31521
    Instagram: madhurjya762?ig...
    Phone no: 6001380050

ความคิดเห็น • 14

  • @BinodHazarikachemtech
    @BinodHazarikachemtech 3 หลายเดือนก่อน +1

    🙏

  • @mridulraidihigia1818
    @mridulraidihigia1818 หลายเดือนก่อน +1

    Danwat pranam prubhu Krishna Krishna Krishna Krishna Krishna

  • @preranaburagohain2063
    @preranaburagohain2063 3 หลายเดือนก่อน +1

    🙏🌸

  • @rekhaneog1101
    @rekhaneog1101 3 หลายเดือนก่อน +4

    বহুত ভাল লাগিল শুনি

  • @user-oe9fq4ue1e
    @user-oe9fq4ue1e หลายเดือนก่อน +1

    Krishna

  • @basantigogoi8385
    @basantigogoi8385 3 หลายเดือนก่อน +1

    মাধুৰ্য তোমাৰ কথাখিনি অক্ষয় তৃতীয়া তিথিত শুনিবলৈ পাই নিজকে ধন্য মানিছো। আমাৰ আত্মাই পুৱাই ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত এই কথাখিনিৰ জ্ঞান পাই পুনৰ আত্মা তৃপ্তি পোৱা যেন অনুভৱ হৈছে। আমিও বৰাই ধাৰণ কৰিব লগীয়া কথাবোৰ শুনাৰ সৌভাগ্য হৈছে। ঈশ্বৰে কুশলে ৰাখক।ওম: শান্তি।

  • @dwipenphukon7460
    @dwipenphukon7460 3 หลายเดือนก่อน +5

    প্ৰভুজনা আপুনি আমাৰ তেনেই চিনাকী , আমাৰ ফালে পদাৰ্পনো হৈছে আপোনাৰ , আমি (মই নিজে) সম্পুৰ্ণ নিৰামিশ হবৰ চেষ্টা কৰিছো , পিছে আমিশৰ জড়িয়তে শৰীৰে আহৰণ কৰা খাদ্যপ্ৰাণ সমূহ কিদৰে বিকল্প পদ্ধতিৰে পুৰণ কৰিব পৰা যাব জনাবনেকি , কণী বিকল্প হব পাৰে জানো !? অৱশ্যে গ্ৰহণ কৰা নাই আমিশ বুলি ভাবি । অপৰাধ মাৰ্জনা কৰে যেন , জনাৰ স্পৃহা জগাত প্ৰশ্ন ভাগী কৰা হ'ল ।

  • @jayasaharia5055
    @jayasaharia5055 หลายเดือนก่อน +1

    ভগৱন্ত ঈশ্বৰৰ গুনানুকীৰ্তন কৰি শ্ৰৱণ কৰাই সুখ দিব পৰাটো ভাগ্য। ঈশ্বৰ প্ৰভুৱে আৰু ভাগ্য প্ৰদান কৰক যাতে আমাৰ দৰে মুৰ্হ মতি সকলে অলপ হলেও উপকৃত হব পাৰো । কৃষ্ণ

  • @dipisaikia287
    @dipisaikia287 3 หลายเดือนก่อน +2

    কৃষ্ণ হৰি ৰাম

  • @smritirekhaborah9936
    @smritirekhaborah9936 3 หลายเดือนก่อน +2

    🙏 আপোনাৰ সৎসঙ্গ পাই থাকো যেন।🙏

  • @anjalibaruah7669
    @anjalibaruah7669 3 หลายเดือนก่อน +1

    কৃষ্ণ, শতকোটি প্ৰণাম বাপ🙏❤🙏

  • @anjalibaruah7669
    @anjalibaruah7669 3 หลายเดือนก่อน +1

    বৰ সুন্দৰ ব্যাখ্যা🙏🙏🙏🙏🙏

  • @monjuchutia8791
    @monjuchutia8791 3 หลายเดือนก่อน +2

    Krishna Krishna