ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Most brave youtuber From Assam
চীনা ছোৱালী ভাল পোৱা সকলে like kora
Eeeeehiiiiii😅
bulok nahai... bolok
Apuni kaile uthai diyok jauk kaile 😂
I love China girls love from assam❤
China নিজৰ ভাষাটোৰ প্ৰতি কিমান সচেতন।আৰু আমাৰ ইয়াত অসমীয়া এজনে (বিশেষকৈ celebraty) অসমীয়া কলে english শব্দৰ প্ৰয়োগ বেছি। আমাৰ লৰাজনে অসমীয়া ভালকৈ নাজানে বুলি গৌৰৱ কৰে। একেদৰে bollywood ৰ actor বা actress এগৰাকীয়ে কথা কলেওঁ হিন্দী কব লাজ কৰে।South India ৰ মানু্হ কিন্তু ভাষাৰ ক্ষেত্ৰত সচেতন।
হিন্দী ভাৰতৰ প্ৰধান ভাষা নহয় যে হিন্দী কব লাগিব। মই হিন্দী নকওঁ আৰু নাজানো বুলি গৌৰৱ অনুভৱ কৰোঁ। হিন্দী হৈছে এটা অতি দমনবাদি ভাষা, যি ভাষাই ইতিমধ্যে অৰুনাচল ৰ জনগোষ্ঠী বোৰৰ নিজৰ ভাষা কাঢ়ি ললে। ইংলিছ কব লাগে, ইংলিছ লাগিবই আমাক।
Khei karone axomor manuh khini uddha Patanot goise
বলক তো বোলক বুলি কৈ অসমীয়া ভাষাৰ ভাল প্ৰচাৰ কৰিছে
একেবাৰে ঠিক কথা কৈছা
চীনৰ ৰাজধানী ভাৰতৰ ৰাজধানী দিল্লীত কৈ বহু সুৰক্ষিত, দিল্লীত নতুন মানুহ অকলে যতে ততে দিনতো অসুৰক্ষিত।
বহুত ভাল হৈছে ভিডিঅ'বোৰ। কিতাপৰ বিষয়ে কোৱা বাবে তোমাক ধন্যবাদ। চীনৰ পৰা আমি কিয় ভালখিনি গ্ৰহণ কৰিব পৰা নাই আজিলৈকে!!
উন্নত আৰু ধনী দেশৰ মহানগৰৰ মানুহে চাইকেল চলাই অহা-যোৱা কৰে আৰু আমাৰ গুৱাহাটীৰ মানুহ ঘৰভাৰাৰ টকা কেইটাৰে Car এখন লৈ ট্ৰাফিক জাম লগাই লেবেল দি ঘুৰি থাকে😂😂
Asha kintu
সঁচাই, fortuner,xuv700 লৈ ফুৰিব কিন্তু মানুহ থাকিব অকল এটা 😂😂
@@assameseboy2264 China r manuh r toka..nijor taka nhoi nohoi..govt r toka hee..mon golei karhi nibo..jak maa tarei udahoron..
@@capricorn9186bor jana de toi , China>India,india r kam nai xei a kolu tok gadha toxic
আমাৰ ইয়াত চাইকেল চলোৱা লৰালৈ ছোৱালী নাহে। ছোৱালীয়ে ঘুৰীয়েই নাচায়
কেৱল ৰঙা চীন বুলিয়ে কৈ থাকিলে আমি শুনি থাকিলো। আছলতে চিন শ্ৰভ্ৰ। সাজপাৰত তেওঁলোকৰ স্বাভিমান, নিজৰ মাতৃভাষা তেওঁলোকৰ গৌৰৱ। কোনে কয় চীনা বোৰ বেয়া আছলতে চীনাবোৰ মৰমীয়াল তেওঁলোক চহকী। এক কথাত আমাৰ ধনী হোৱাৰ গৌৰৱ কৰো আৰু তেওঁলোকে মানুহ হোৱাৰ গৌৰৱ কৰে।
Right
ভাৰতৰে লগতে লাগি থকা দেশ ইমান আকাশ পাতল পাৰ্থগো
চৰাইদেউ সোণাৰিৰ পৰা চাই আছো তোমাৰ ভিডিঅ প্ৰথমৰ পৰা আজি লৈকে চাই আছো চীন দেশবৰ ধুনীয়া ।
Jiman saleo ai goru2r pora Eko gyan napay....iyat koi val dimpur vdo a soa
@@bandeepdas6289 dimpur videot kiba ata janibo pari
Bohiya
বহুত বহুত সুন্দৰ ধুনীয়া লাগিছে চাই । ❤❤❤❤
চীনৰ ছোৱালীবোৰৰ ব্যৱহাৰ যেনেকৈ ভাল দেখাটো বহুত ধুনীয়া।
পৃথিৱীৰ ভিতৰত আটাইতকৈ ধুনীয়া মানুহ আছে যদি সিহঁতেই হৈছে আমাৰ মংগোলীয় মানুহখিনি। ( চীন, নেপাল, জাপান, কোৰিয়া, বাৰ্মা, নৰ্থ ইষ্ট,আদিৰ) । কিন্তু আপোনাৰ ভাৰতীয়মুলীয় বিলাকেহে আমা আমাক বেয়া চকুৰে চাই, ঘিণ কৰে।
Dekhat eko dhuniya nohoi ...Turkish aru middle East r bilak bohut dhunia
সুন্দৰ পৰিবেশ, জীৱন ধাৰণৰ শৈলী লেখত ল'বলগীয়া।
আপোনাক একদম কথাই বতৰাই গাঁৱৰ পৰা নতুনকৈ টাউনলৈ যোৱাযেন লাগিছে। মজা..........এইকেইদিন আপোনাৰ কন্টেন্ট বিছাৰি থাকো.....❤❤❤❤❤
Val lagil sai❤❤❤❤
বহুত ধুনীয়া আচৰিত
Dhuniya lagile dada ❤️
বহুত ভাল লাগিল❤❤
Val lagil ,dhunia content.... great
Video sai mojja lagil ❤❤❤
সুন্দৰ ভিদিও ।❤❤🎉🎉😊😊
বৰ সুন্দৰ বৰ সুন্দৰ, ভাল লাগিল 👍
Val Magill video tu sai 👍❤️
খুবেই সুন্দৰ।
Ei2 video suar pora mur chinar manuhor proti ji2 negative thought asil ajir pora naikia hoi gol bro...Good job bro ..keep it up...❤❤
ভাল লাগিল দৃশ্য বোৰ চাই ৷ সুন্দৰ পৰিবেশৰ ধুনীয়া ঠাই ৷
Amr India t ako English t khotha kobo parile he manuh…hosake bhutt hikibo logia ase china Japan r dre country r pora…❤❤
চীনত কেৱল এটা ভাষা আছে কিন্তু ভাৰত 22 schedule language আছে... হিন্দী national language নহয় যুনে যে কয় কব আৰু কি?????
India t o only one language hole beleg language r importance nathakil hoi..But India khn khisiri type.
@@hrishikeshbaruah7570 কাৰণ before indipendent there No India ....there only provinces ...
Fr
Khihot a nijor language use kori a kimn devlop kintu amr India t forener vakha use korute korute rokhar tole jabo dhorse
Assam or fast youtuber bhukhan da ❤
সঁচাই বৰ ধুনীয়া লাগিছে...❤❤❤❤
ভুষনক বেয়া comments নকৰিব 🙏🙏🙏🙏🙏
Right 💯
Bus khao bhukhan
Haat marba a baki
@@energy803 Baipe masil na mayek kunba blge masil
@@bikashkalita5864 tor mayek na
Khub dhuniya
Video Tu really vahut vl lgise..
Dhuniya lagil ❤❤❤❤🎉🎉
বহুত ভাল লাগিল ভাই ❤❤
সচাই বহুত শিকিবলগা আছে অসমীয়াই ।
নিজ দেশতেই অকলে ঘূৰিব নোৱাৰি। চোৰ ডকাইট কিডনি চোৰ ক'ত কি আছে আমাৰ দেশত! এখন ৰাজ্যৰ মানুহক অন্য ৰাজ্যৰ মানুহে বেয়া পাই!!! ধুৰ কি দেশত জন্মিলো।
এচাম এ আকৌ মিয়া মুছলিম হিন্দু😅
You are right ❤❤
China bahut bhal buli bhabisa..🤣🤣🤣🤣
@@dimbeswardeka4949ভাৰতৰ নিচিনা লেতেৰা মানুহৰ দেশ বুলি ভাবিছ নেকি?? ভাৰতৰ এটা প্ৰান্তৰ ভাৰতৰ অন্য প্ৰান্তত স্বাধীনভাৱে থাকিব নোৱাৰে। দেশ হল নেকি এইখন?? সৰ্বাধিক ৰেচিজিম চলে ভাৰতত
বহুত ভাল লাগিল তোমাৰ৷সহায়ত৷চীন খন দেখিলো৷ধন্যবাদ৷
❤❤ mojja
Bohut val lagil❤❤❤
Very good Content bhukhan bhai
ভাল লাগিল ❤
Bahut Val lagise dada vedio bor sai..
Bhal lagile daa
Oo aiya heri dekhuun
বহুত সুন্দৰ ভিডিঅ ।share কৰিলো।
Very nice video ❤❤ bohut val lagise❤❤
ভাল লাগিল চাই
Book storeটো বহুত ধুনীয়া লাগিছে।❤❤
Beautiful video Love from Barama Baksa ❤️
Dhuniya lagise vedio kisoman saru saru bosto sai val lage
Val lagil video tu sai
Bohut dhunia lagise 🙏
সুন্দৰ ভাল লাগিল
Amazing experience , Book store looks great, Keep sharing 💚
Nice video bhukhon daa
Bohut bhal paisu video bur Bhukhan
❤❤❤❤সুন্দৰ সুন্দৰ video দি যোৱা। ভগৱান সহায় হওঁক তোমাৰ।
Video to bar val lgise Bisrskoi mithai bilak Than you bhaity
ভাল লাগিল চাই।
Hundor video
ধুনীয়া দেখিবলৈ পুতিভৰাল 👏💖
Mozzaa🎉🎉🎉
অতি সুন্দৰ ❤😊
Bhukhan video xai bahut Val lagise....
সুন্দৰ। তোমাৰ যোগেদি চীন দেশ চাই আছো।
ভাল লাগিল
Good, aguwai jawk 🎉
Dhuniya lage se dada
Mojja bhukhon tumar babe saina dekha paisu tumi aagbahi jua 🎉🎉🎉
ভাল লাগিছে ভিডিওসমূহ চাই।
bhal video bonaiche.
বহুত ভাল video বনাইছা ভূষণ ❤❤❤❤
Mojaaaaa 🎉🎉🎉🎉
Xokolue Mur video buru sabo buli asxha korilu...bhukhan da rock ✌️
Bohut dhuniya lagise🥰😍🥰
Tumar China video bohut val lagise
Ekdom 🔥🔥
Mxaaaa ❤❤❤❤
সুন্দৰ ভিডিঅ' । বহুত বহুত ধন্যবাদ তোমাক , সুন্দৰ সুন্দৰ ভিডিঅ' বোৰ আমাক উপহাৰ দিয়াৰ বাবে । 🎉🎉
Bhal lagesa video sai
Bohut mozza,D Dutta, Duliajan
Xundor video ❤
সুন্দৰ ভিদীয় 👍👍
Bht vl lgse sai
Luv a lagil
Mojja
Mozaaa🎉
Ultimate video❤
Beautiful, beautiful, all is well 🙏🙏🙏
Val lagil bahut bahut
বঢ়িয়া 👌👌
Good👍👍👍
Nice chaina
MozA Bro❤❤❤ Love from Barpeta Road 👍👍👍
Dada apuni juii assams no1 youtuber
o bhai mojaa bikash ot ke tuk vl pau ❤
Val lagise bhai vedio sai.mn jai jabr karane
বহুত ভাল লাগিছে।
Tumar joriyote China khon salu diya 👍👍👍👍
Love from Golaghat❤
Most brave youtuber From Assam
চীনা ছোৱালী ভাল পোৱা সকলে like kora
Eeeeehiiiiii😅
bulok nahai... bolok
Apuni kaile uthai diyok jauk kaile 😂
I love China girls love from assam❤
China নিজৰ ভাষাটোৰ প্ৰতি কিমান সচেতন।
আৰু আমাৰ ইয়াত অসমীয়া এজনে (বিশেষকৈ celebraty) অসমীয়া কলে english শব্দৰ প্ৰয়োগ বেছি। আমাৰ লৰাজনে অসমীয়া ভালকৈ নাজানে বুলি গৌৰৱ কৰে। একেদৰে bollywood ৰ actor বা actress এগৰাকীয়ে কথা কলেওঁ হিন্দী কব লাজ কৰে।
South India ৰ মানু্হ কিন্তু ভাষাৰ ক্ষেত্ৰত সচেতন।
হিন্দী ভাৰতৰ প্ৰধান ভাষা নহয় যে হিন্দী কব লাগিব। মই হিন্দী নকওঁ আৰু নাজানো বুলি গৌৰৱ অনুভৱ কৰোঁ। হিন্দী হৈছে এটা অতি দমনবাদি ভাষা, যি ভাষাই ইতিমধ্যে অৰুনাচল ৰ জনগোষ্ঠী বোৰৰ নিজৰ ভাষা কাঢ়ি ললে। ইংলিছ কব লাগে, ইংলিছ লাগিবই আমাক।
Khei karone axomor manuh khini uddha Patanot goise
বলক তো বোলক বুলি কৈ অসমীয়া ভাষাৰ ভাল প্ৰচাৰ কৰিছে
একেবাৰে ঠিক কথা কৈছা
চীনৰ ৰাজধানী ভাৰতৰ ৰাজধানী দিল্লীত কৈ বহু সুৰক্ষিত, দিল্লীত নতুন মানুহ অকলে যতে ততে দিনতো অসুৰক্ষিত।
বহুত ভাল হৈছে ভিডিঅ'বোৰ। কিতাপৰ বিষয়ে কোৱা বাবে তোমাক ধন্যবাদ। চীনৰ পৰা আমি কিয় ভালখিনি গ্ৰহণ কৰিব পৰা নাই আজিলৈকে!!
উন্নত আৰু ধনী দেশৰ মহানগৰৰ মানুহে চাইকেল চলাই অহা-যোৱা কৰে আৰু আমাৰ গুৱাহাটীৰ মানুহ ঘৰভাৰাৰ টকা কেইটাৰে Car এখন লৈ ট্ৰাফিক জাম লগাই লেবেল দি ঘুৰি থাকে😂😂
Asha kintu
সঁচাই, fortuner,xuv700 লৈ ফুৰিব কিন্তু মানুহ থাকিব অকল এটা 😂😂
@@assameseboy2264 China r manuh r toka..nijor taka nhoi nohoi..govt r toka hee..mon golei karhi nibo..jak maa tarei udahoron..
@@capricorn9186bor jana de toi , China>India,india r kam nai xei a kolu tok gadha toxic
আমাৰ ইয়াত চাইকেল চলোৱা লৰালৈ ছোৱালী নাহে। ছোৱালীয়ে ঘুৰীয়েই নাচায়
কেৱল ৰঙা চীন বুলিয়ে কৈ থাকিলে আমি শুনি থাকিলো। আছলতে চিন শ্ৰভ্ৰ। সাজপাৰত তেওঁলোকৰ স্বাভিমান, নিজৰ মাতৃভাষা তেওঁলোকৰ গৌৰৱ। কোনে কয় চীনা বোৰ বেয়া আছলতে চীনাবোৰ মৰমীয়াল তেওঁলোক চহকী। এক কথাত আমাৰ ধনী হোৱাৰ গৌৰৱ কৰো আৰু তেওঁলোকে মানুহ হোৱাৰ গৌৰৱ কৰে।
Right
ভাৰতৰে লগতে লাগি থকা দেশ ইমান আকাশ পাতল পাৰ্থগো
চৰাইদেউ সোণাৰিৰ পৰা চাই আছো তোমাৰ ভিডিঅ প্ৰথমৰ পৰা আজি লৈকে চাই আছো চীন দেশবৰ ধুনীয়া ।
Jiman saleo ai goru2r pora Eko gyan napay....iyat koi val dimpur vdo a soa
@@bandeepdas6289 dimpur videot kiba ata janibo pari
Bohiya
বহুত বহুত সুন্দৰ ধুনীয়া লাগিছে চাই । ❤❤❤❤
চীনৰ ছোৱালীবোৰৰ ব্যৱহাৰ যেনেকৈ ভাল দেখাটো বহুত ধুনীয়া।
পৃথিৱীৰ ভিতৰত আটাইতকৈ ধুনীয়া মানুহ আছে যদি সিহঁতেই হৈছে আমাৰ মংগোলীয় মানুহখিনি। ( চীন, নেপাল, জাপান, কোৰিয়া, বাৰ্মা, নৰ্থ ইষ্ট,আদিৰ) । কিন্তু আপোনাৰ ভাৰতীয়মুলীয় বিলাকেহে আমা আমাক বেয়া চকুৰে চাই, ঘিণ কৰে।
Dekhat eko dhuniya nohoi ...Turkish aru middle East r bilak bohut dhunia
সুন্দৰ পৰিবেশ, জীৱন ধাৰণৰ শৈলী লেখত ল'বলগীয়া।
আপোনাক একদম কথাই বতৰাই গাঁৱৰ পৰা নতুনকৈ টাউনলৈ যোৱাযেন লাগিছে। মজা..........এইকেইদিন আপোনাৰ কন্টেন্ট বিছাৰি থাকো.....❤❤❤❤❤
Val lagil sai❤❤❤❤
বহুত ধুনীয়া আচৰিত
Dhuniya lagile dada ❤️
বহুত ভাল লাগিল❤❤
Val lagil ,dhunia content.... great
Video sai mojja lagil ❤❤❤
সুন্দৰ ভিদিও ।❤❤🎉🎉😊😊
বৰ সুন্দৰ বৰ সুন্দৰ, ভাল লাগিল 👍
Val Magill video tu sai 👍❤️
খুবেই সুন্দৰ।
Ei2 video suar pora mur chinar manuhor proti ji2 negative thought asil ajir pora naikia hoi gol bro...Good job bro ..keep it up...❤❤
ভাল লাগিল দৃশ্য বোৰ চাই ৷ সুন্দৰ পৰিবেশৰ ধুনীয়া ঠাই ৷
Amr India t ako English t khotha kobo parile he manuh…hosake bhutt hikibo logia ase china Japan r dre country r pora…❤❤
চীনত কেৱল এটা ভাষা আছে কিন্তু ভাৰত 22 schedule language আছে... হিন্দী national language নহয় যুনে যে কয় কব আৰু কি?????
India t o only one language hole beleg language r importance nathakil hoi..But India khn khisiri type.
@@hrishikeshbaruah7570 কাৰণ before indipendent there No India ....there only provinces ...
Fr
Khihot a nijor language use kori a kimn devlop kintu amr India t forener vakha use korute korute rokhar tole jabo dhorse
Assam or fast youtuber bhukhan da ❤
সঁচাই বৰ ধুনীয়া লাগিছে...❤❤❤❤
ভুষনক বেয়া comments নকৰিব 🙏🙏🙏🙏🙏
Right 💯
Bus khao bhukhan
Haat marba a baki
@@energy803 Baipe masil na mayek kunba blge masil
@@bikashkalita5864 tor mayek na
Khub dhuniya
Video Tu really vahut vl lgise..
Dhuniya lagil ❤❤❤❤🎉🎉
বহুত ভাল লাগিল ভাই ❤❤
সচাই বহুত শিকিবলগা আছে অসমীয়াই ।
নিজ দেশতেই অকলে ঘূৰিব নোৱাৰি। চোৰ ডকাইট কিডনি চোৰ ক'ত কি আছে আমাৰ দেশত! এখন ৰাজ্যৰ মানুহক অন্য ৰাজ্যৰ মানুহে বেয়া পাই!!! ধুৰ কি দেশত জন্মিলো।
এচাম এ আকৌ মিয়া মুছলিম হিন্দু😅
You are right ❤❤
China bahut bhal buli bhabisa..🤣🤣🤣🤣
@@dimbeswardeka4949ভাৰতৰ নিচিনা লেতেৰা মানুহৰ দেশ বুলি ভাবিছ নেকি?? ভাৰতৰ এটা প্ৰান্তৰ ভাৰতৰ অন্য প্ৰান্তত স্বাধীনভাৱে থাকিব নোৱাৰে। দেশ হল নেকি এইখন?? সৰ্বাধিক ৰেচিজিম চলে ভাৰতত
বহুত ভাল লাগিল তোমাৰ৷সহায়ত৷চীন খন দেখিলো৷
ধন্যবাদ৷
❤❤ mojja
Bohut val lagil❤❤❤
Very good Content bhukhan bhai
ভাল লাগিল ❤
Bahut Val lagise dada vedio bor sai..
Bhal lagile daa
Oo aiya heri dekhuun
বহুত সুন্দৰ ভিডিঅ ।share কৰিলো।
Very nice video ❤❤ bohut val lagise❤❤
ভাল লাগিল চাই
Book storeটো বহুত ধুনীয়া লাগিছে।❤❤
Beautiful video Love from Barama Baksa ❤️
Dhuniya lagise vedio kisoman saru saru bosto sai val lage
Val lagil video tu sai
Bohut dhunia lagise 🙏
সুন্দৰ ভাল লাগিল
Amazing experience , Book store looks great, Keep sharing 💚
Nice video bhukhon daa
Bohut bhal paisu video bur Bhukhan
❤❤❤❤
সুন্দৰ সুন্দৰ video দি যোৱা। ভগৱান সহায় হওঁক তোমাৰ।