ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
জয় কৃষ্ণগুৰু 🙏 প্ৰভুৰ ওচৰত শৰণ পাই সছাকৈ আমি বহুত ভাগ্যৱাণ প্ৰভুৰ ওচৰত এটাই পৰ্থানা তেওঁ যাতে অনায়সে হৃদ্য়ত থাকি লোকৰ হিতৰ হৈ কাম কৰিবলৈ শক্তি প্ৰদান কৰে 🙏 জয় কৃষ্ণগুৰু জয় কৃষ্ণ গুৰু
জয় কৃষ্ণগুৰু🙏🙏🙏 খুউব সুন্দৰ কথা কৈছে। ভকতে ভক্তি কৰি লোকহিতকৰ কৰ্ম কৰাৰহে বাঞ্ছা কৰে। দাসীয়ে আপোনাৰ চৰণত সেৱা নিবেদিলোঁ। জয় কৃষ্ণগুৰু🙏🙏🙏
6
গুৰু অবিহনে জ্ঞান নহয় | কৃষ্ণক জানিবলৈও এজন গুৰু লাগিব | ঈশ্বৰৰ অৱতাৰি পুৰুষ হিচাবে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকহে জানো | যদি গুৰু অবিহনে কৃষ্ণক জানো তেনেহলে আমি কিমান জ্ঞানী পুৰুষ চিন্তা কৰকছোন |আপুনি এটা কথা কৈছে যে মানুহে মানুহক শৰণ দিব পাৰে জানো? ইয়াৰ উত্তৰত অধমে এটা কথা কওঁ যে এজন শুদ্ধ আৰু একান্ত ভকত বা সমাজ , অনুস্থান আদিয়ে স্বীকৃতি দিয়া একোজন অভিজ্ঞ,জ্ঞানী লোককহে উপদেশ দাতা গুৰু হিচাব এজন শিষ্যক শৰণ দিয়া আমি দেখিবলৈ পাইছো | কৃষ্ণক পাইবা যেন ভকতেহে পন্থ , কহি আছে গীতা ভাগৱত গ্ৰন্থ | মানুহে মানুহক শৰণ দিয়া দেখা নাই পোৱা |
জয় কৃষ্ণগুৰু🙏🙏🙏 আমাৰ সেৱা গ্ৰহণ কৰিব প্ৰভূ🙏পোন প্ৰথমে অশেষ ধন্যবাদ, আপোনাৰ মূল্যবান সময় কণত আমাৰ ভিডিঅ' চাই আপোনাৰ মন্তব্য ৰখাৰ বাবে। ঈশ্বৰৰ কথা মেচেজৰ জৰিয়তে লিখি প্ৰকাশ কৰাটো আমাৰ বাবে সম্ভৱ নহয় প্ৰভূ। আমি মাথো নিমিত্ত হৈ ঈশ্বৰৰ গুনানুকীৰ্তন কৰাৰহে যত্ন কৰিছো। ভূল ভ্ৰান্তিৰ বাবে ক্ষমা প্রার্থনাহে 🙏।ভক্তি মাৰ্গ আৰু জ্ঞান মাৰ্গ । জ্ঞান মাৰ্গেৰে গৈ কোনেও কাহানিও ঈশ্বৰক পোৱা নাই আৰু নাপায় এই কথা আমি জানো নহয় নে। গতিকে আমি যুক্তি তর্ক কৰিলে তাৰ পৰা নিশ্চিয় ঈশ্বৰক লাভ কৰিব নোৱাৰো। গতিকে ভক্তি ভাৱেৰে বিচাৰিলে ঈশ্বৰক নিশ্চয়ই পাম। গতিকে আমি ঈশ্বৰৰ দূত হিচাপে নিমিত্ত হৈ তেৰাৰ গুনানুকীৰ্তন কৰি তেৰাৰ গুন যশ প্ৰচাৰহে কৰিব পাৰো। গতিকে তাৰেহে প্ৰয়াস কৰিছোঁ প্ৰভূ। কাৰণ আমি সকলোৱে জানোঁ , আৰু ভাগৱত শাস্ত্ৰতো নিশ্চয়কৈ পাইছোঁ যে যুগে যুগে যেতিয়া ধৰ্মৰ গ্লানি হয়, ভকত সজ্জনৰ ওপৰত অত্যাচাৰ উৎপীড়ন হয় তেতিয়া পৰম ব্ৰহ্ম, চৰাচৰ জগতৰ গৰাকী নিজেই ধৰাৰ বুকুত আৱিৰ্ভাব হয় । আৰু দুষ্টক দমন, সন্তক পালন কৰি সনাতন ধৰ্ম ৰক্ষা কৰেহি। গতিকে সেইজনা পৰম গুৰুৱে সময় অনুসৰি ৰাম , কৃষ্ণ, শ্ৰীমন্ত শংকৰদেৱ, যীশু, আল্লাহ আদি বিভিন্ন নামেৰে ধৰাৰ বুকুলৈ গুৰু ৰূপে আহিছে আৰু একনাম প্ৰদান কৰি মনুষ্যক উদ্ধাৰ কৰি গৈছে। গতিকে শাস্ত্ৰই আমাক তেনেজন গুৰুত শৰণ লোৱাৰ কথাহে কৈছে।আৰু আমি ভাবোচোন আমি ক'ৰ পৰা আহিছো! আমি ঈশ্বৰৰ পৰা আহিছো, শেষত ঈশ্বৰৰ ওচৰলৈহে যাব লাগিব। গতিকে মাজৰ সময়চোৱাতো ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ তেৰাৰ নাম লোৱাহে আমাৰ প্ৰধান কৰ্তব্য। প্ৰতি যুগে যুগে ঈশ্বৰে মনুষ্য ৰূপে অৱতাৰ হৈছে যেতিয়া বৰ্তমান কলিৰ কাল সন্ধিক্ষণত নিশ্চয়ই তেৰাৰ আৱিৰ্ভাব হৈছে। গতিকে সেইজনা সদগুৰুক বিচাৰি তেৰাৰ শ্ৰীচৰণত শৰণাপন্ন হৈ তেৰাই কৰ্ণপথে দিয়া একনাম জপ কৰাই হৈছে মনুষ্যৰ জীৱনৰ প্ৰধান কৰ্তব্য, নহয় নে! এইখিনিতে আৰু এটা কথা যে ভক্তিৰ বলতহে ঈশ্বৰক চিনি পাব পাৰি। ভক্তি অবিহনে অৰ্থাৎ যাৰ ফলত কংশ মামাই জগতৰ হৰিক চিনি নাপায় মাৰিবলৈ বিচৰাৰ দৰে, ৰামক বনবাস দিয়াৰ দৰে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক কোচবিহাৰলৈ খেদি পঠিওৱাৰ দৰে ঘটনা আমাৰ জীৱশ্ৰেষ্ঠ সমাজতে ঘটি গৈছে। সেইসময়ত আমি বা সেই সময়ৰ সমাজে গুৰুসকলক চিনিয়েই নাপালোঁ অথচ আজি সেইজনা কৃষ্ণ/ৰামৰ মুৰ্তিতে পূজা অৰ্চনা কৰিছো। মহাপুৰুষ শংকৰদেৱ গুৰুজনাক গুচি যোৱা ৫৫০ বছৰ পাছত আমি গুৰুজনাক চিনি পাইছোঁ, বুজি পাইছোঁ আৰু গুৰুজনাক বিচাৰিছোঁ। কিবা জানো লাভ হ'ব কওকচোন প্ৰভূ🙏। যিসকলে সেই সময়ত চিনি পালে তেঁওলোক তৰি গ'ল।কাৰণ আমাক শাস্ত্ৰই কৈছে যুগোপযুগী সদগুৰুত শৰণাপন্ন হোৱা, যুগোপযোগী নাম লোৱা। তেন্তে নিশ্চয়কৈ আমি বৰ্তমানৰ সদগুৰুজনাক বিচাৰিব লাগিব। যিদৰে পুৰণি ৫০০ টকাৰ নোট খনো টকাই হয় আৰু বৰ্তমানৰ ৫০০ টকাৰ নোট খনো টকা হয়।পাৰ্থক্য মাথো পুৰণি নোট খনৰ সময় উকলি অচল হৈ পৰিল। গতিকে আমি বৰ্তমানৰ খন ব্যবহাৰ কৰিব লাগিব। কাৰণ তেনে নোহোৱা হ'লে ৰাম অহাৰ পিছত কৃষ্ণ নাহিল হেতেন বা কৃষ্ণ অহাৰ পিছত মহাপুৰুষ শংকৰদেৱ গুৰুজনা নাহিল হেতেন। নিশ্চয়কৈ সময় অনুসৰি আহিব লগা হৈছে। গতিকে ভক্তি কৰি ঈশ্বৰক বিচাৰিলে নিশ্চয়কৈ পোৱা যাব। ভক্তিয়েহে ঈশ্বৰক চিনাকি কৰে। সত্য শুদ্ধ কথা যে বৰ্তমান পৰমব্ৰহ্মই সাকাৰ ৰূপ ধাৰণ কৰি নসত্ৰ ধামত কৃষ্ণগুৰু ৰূপে আছে। আমি আত্মপক্ষৰ সমৰ্থনৰে কোৱা বুলি নাভাবি এবাৰ আশ্ৰমলৈ আহিব , গুৰু ঈশ্বৰক চাই যাব। আজি আমাৰ পৰা হয়টো এটা বা দুটা প্ৰশ্নৰ উত্তৰ পাইছে,হয়টো নাপাবও পাৰে। কিন্তু আপোনাৰ মনত হাজাৰটা প্ৰশ্ন চলি আছে। গুৰুজনাৰ ওচৰলৈ আহিলে আপুনা-আপুনি প্ৰশ্নৰ উত্তৰ পাব। আৰু ইয়ালৈ আহিলে এনে নহয় যে শৰণ লব লাগিব, গুৰুজনাৰ আদৰ্শ গ্ৰহণ কৰিব লাগিব। সেয়া সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত। মনুষ্য জীৱন দুৰ্লভ। কৌটি কৌটি জন্মৰ পূণ্যৰ ফলত লাভ কৰা মনুষ্য জীৱনটি সদগুৰু নভজিলে বিফলে যাব। আজি কৃষ্ণগুৰু ৰূপে ঈশ্বৰে অৱতাৰ হৈছে। আজি আমি চিনি নাপাই , ৫০০,৫৫০ বছৰৰ পিছত বুজি পাই লাভ নহ'ব। সেই সময়লৈ ঈশ্বৰে অন্য অৱতাৰ ধাৰণ কৰিব। আমি সত্য শুদ্ধ কথাষাৰ প্ৰকাশ কৰাৰহে যত্ন কৰিছো প্ৰভূ, ভূল নুবুজে যেন🙏। পুনৰবাৰ আপোনাৰ চৰণত দাসীয়ে সেৱা জনালোঁ প্ৰভূ, জয় কৃষ্ণগুৰু🙏🙏🙏
Uú
ঈশ্বৰৰ ওচত আমি শৰণ ল'ব লাগে সচাঁ কিন্তু এই কলি যুগত ঈশ্বৰ প্ৰভু কৃষ্ণ ভাগৱত শাস্ত্ৰত বাঙময় ৰূপে বিৰাজমান গতিকে আমি তেওঁৰ ভক্তৰ যোগেদি প্ৰভুৰ ওচৰত শৰণ লবই লাগিব, আই আপুনি যিজনা গুৰুৰ আশীষ লৈ এই মহান বাণী প্ৰচাৰ কৰিছে তেওঁ নিশ্চয় মানুহ হ'ব ? তেওঁ নিশ্চিত ভাৱে স্বয়ং ভগৱান হ'ব নোৱাৰে ! আপোনালোকে আত্ম পক্ষৰ সমৰ্থনেৰে এই বাণী ভাগ প্ৰচাৰত বেছি গুৰুত্ব দিছে !
Eibor ehotor mone soja katha
@@dhrubajyotisarmah6733 Right
@@dhrubajyotisarmah6733 আপুণি শৰন লৈ চালেহে গম পাব ,আমিও আপোনাৰ দৰে ভাবিছিলো ।পূজা পাতল কৰা লোকে কি বুজি পাব ।ভাগরতত এইবোৰ কৈ থৈছে ।বিনা গুৰুৰ চৰনে ভকতি ৰকতি মূকুতি কেতিয়াও নহয় ।জয় কৃষ্ণগুৰু
@@barasharajbangshi719 murtue dhuki paine hindu dhormo kiman puroni murtut mal ache jodi chabo mor upadhi sarma
@@dhrubajyotisarmah6733 হিন্দু ধৰম নহয় সনাতন ধৰম ।মূৰত নাই নেকি ?
Bar sundar katha janale Aponak Bhagawane Mangal karak Ram Krishan
বহুত সুখী হলো আই গৰাকী আই মাতৃ বাইদেউ।বৃদ্ধাশ্ৰম নিপাত যাওক।
ধন্যবাদ।সেৱাৰে জয় কৃষ্ণগুৰু🙏🙏🙏
জয় শ্রী কৃষ্ণ মাতৃ আপোনাক শত সহস্ৱ প্রণাম।
ভাল লাগিল। ধন্যবাদ।
Jai jagat guru sri Manta sankar dev
জয় কৃষ্ণগুৰু🙏🙏🙏
Jai shiri krishna
জয় কৃষ্ণগুৰু 🙏🙏🙏
Joi jogot guru sri manta sankar 🙏🙏
Joy sree krishna 🙏🙏🙏
jay krishno guru
🙏🙏জয় কৃষ্ণগুৰু
Joi krishno guru🙏🙏
JOY KRISHNA GURU
Jai jagat guru Sankara....Jai jagat guru Maddhava..
Apunak prnam jonaisu🙏🙏🙏🌺🌺🌺Krishna🌺🌺🌺🙏🙏🙏
জয় কৃষ্ণগুৰু 🙏🙏🙏 সেৱা গ্ৰহণ কৰিব আমাৰ
Joy krishna guru🙏
জয় কৃষ্ণ গুৰু🙏🙏🙏❤❤
Joi krishna gru
He krishaguru provu kripa Kora🙏🙏
বৰ সুন্দৰ হৈছে 🙏🙏🙏 কৃষ্ণ কৃষ্ণ ৰাম 🙏
ধন্যবাদ,জয় কৃষ্ণগুৰু🙏🙏🙏
Joy krishna guru
Joy Krishna guru
Joi shri hori Bishnu.Joi guru sankar.joijaganath joi jaganath.
Joy Krishnaguru 🙏🙏🙏🙏
কথাংশ সুন্দৰ হৈছে। সু শ্ৰাব্য হৈছে। কিন্তু শাস্ত্ৰীয় কোনো উদ্ধৃতিৰে কথাবোৰ বুজাই দিব নোৱাৰাত ইয়াত শৰণৰ আচল কথাবোৰ অহা নাই।
বৰ সুন্দৰ কথা ভাল লাগিল
ধন্যবাদ প্ৰভূ🙏সেৱা জনালোঁ জয় কৃষ্ণগুৰু🙏🙏🙏
Joy Krishna Krishna Krishna garu
জয় কৃষ্ণগুৰু জয় কৃষ্ণগুৰু জয় কৃষ্ণগুৰু জয় কৃষ্ণগুৰু
জয় কৃষ্ণগুৰু🙏🙏 🙏
জয় কৃষ্ণগুৰু
Akdam satya katha jai Krishna guru
Jay Krishnaguru ❤️
@@aadhyaatmiktatva jay krishnaguru
Joy Krishna guru porvu
🙏🙏 Jay krishanguru🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Jai Krishnaguru 🙏
Jai Krishna guru
Joy Krishnaguru
কৃষ্ণ আই মাতৃ
Jay Krishnaguru Jay Krishnaguru Jay Krishnaguru 🙏🙏🙏
🙏🏿🙏🏿🙏🏿Joy krishnaguru
Jay Krishna Guru
জয় কৃষ্ণ গুৰু 🙏🙏
Krishna krishna krishna🙏🙏🙏
ধুনীয়া বাপ শব🙏🙏🙏🙏
Jay Krishnaguru 🙏🙏
শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাই আমাক শৰণ কি শিকাই গৈছে ৷জয় গুৰু শংকৰ ৷
So good topic.
জয় কৃষ্ণগুৰু 🙏
Joy guru
Joi Krishna guru
Joi shri Krishna
জয় কৃষ্ণ গুৰু
Joy Krishna guru 🙏🙏🙏
কৃষ্ণই যদি গুৰু হয় তেতিয়া ঈশ্বৰ কোন হয়। কৃষ্ণৰ প্ৰকৃত সত্বাৰ বিষয়ে কবছোন।ভাগৱত ঈশ্বৰৰ বাঙময় স্বৰূপ।শঙকৰ দেব আৰু মানব দেবৰ সঙকলণৰ আধ্যাত্মিক সাৰতত্ব ৰ ওপৰত আৰু সাৰতত্ব উদ্ধাৰ কৰি নিজকে গুৰু বুজাবলৈ যোৱাৰ ফলত ঈশ্বৰৰ প্ৰকৃত সত্বাৰ পৰা হিন্দু ধৰ্মৰ ক্ষেত্ৰত বিভেদ ভিন্নতা পৰিলক্ষিত হৈছে।সত পথৰ পৰা আতৰি আহি হিন্দু বোৰৰ কিছু মুছলিম হৈছে কিন্তু। ধৰ্মীয় কৰ্ম কৰিবলৈ যাওতে আমিবোৰ অধৰমী হোৱা নাইতু। ধৰ্মীয় কৰ্ম হ্ৰিদয়ৰ ধাৰণ ক্ৰিয়া প্ৰক্ৰিয়া মাত্ৰ।্্্্্।্্্্।
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
🙏🏼🙏🏼 কৃষ্ণ 🙏🏼🙏🏼
আমি বৰ্তমানেও দাপৰ যুগতে স্থবিৰ হৈ আছোঁ! সেই কাৰণে আমাৰ উণ্ণয়ন দেখা নাযায় !
জয় কৃষ্ণগুৰু...বৰ সুন্দৰ ভাৱে বিষয়টি যুগুত কৰি উপষ্ঠাপন কৰিছে, ভাল লাগিল। ভক্তিধৰ্মৰ অতি গুৰুত্বপূৰ্ণ বিষয়। আজি এই বিষয়ে মই গীতা মন্থনত পঢ়িছিলো আৰু ৰাতি এই প্ৰসংগতে ভিডিঅটি পায় ভাল লাগিল। সেৱা গ্ৰহণ কৰিব আই - জয় কৃষ্ণগুৰু
জয় কৃষ্ণগুৰু🙏 ঈশ্বৰৰ ইচ্ছা হৈছে প্ৰভূ, সেয়ে সকলো মিলাই দিছে। আমাৰো সেৱা গ্ৰহণ কৰিব। জয় কৃষ্ণগুৰু🙏🙏🙏
@@aadhyaatmiktatva একেবাৰে আই , জয় কৃষ্ণগুৰু...
সচাঁ কথা মানুহে মানুহৰ বাবে অকণমান হলেও সহায় নকৰি কেৱল ভাগৱত পাঠ কৰিলেই ভগৱনতক পোৱা নোবোযায় | কাৰণ কোনো মানুহেই বতাহ খাই জীয়াই নেথাকে . . . .
Joi krishnaguru
Om. Nomu. Shabia 2:32
জয়কৃষ্ণগুৰু ভাল লাগিল বহু কথা শিকিব পালোjoykrishnaguru!!
Like it 🌹🙏🌹কৃষ্ণ কৃষ্ণ
Krishna krishna ram🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
Hare Krishna
বহুতো ভাল লাগিল শুনি লৈ বুজি পায় কৃষ্ণ প্রভু 🙏❤কোটি কোটি🙏❤ প্রনাম জনালো গ্রহন কৰিব জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভু 🙏🙏🙏🙏🙏🙏🙏🙏❤❤❤🙏🙏🙏❤❤❤
🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
জয় কৃষ্ণ গুৰু।🙏🙏🙏
🙏🙏🙏🙏
Krishna🙏🙏🙏🙏🙏
🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
কৃষ্ণ
Ram krisn
কৃষ্ণ কৃষ্ণ🙏🙏🙏
🙏
জয় কৃষ্ণ গুৰু আপোনাৰ এই মূল্যবান আলোচনাতিৰ পৰা আমি নথৈ আনন্দিত হৈছোঁ শৰণ আৰু পৰমেশ্বৰৰ বিযয়ে যথেষ্ট জ্ঞান লাভ কৰিব পাৰিলো আপোনালৈ বহুত ধন্যবাদ থাকিল
জয় কৃষ্ণগুৰু🙏🙏🙏 আপোনালৈও অশেষ ধন্যবাদ, আমাৰ সেৱা জনালোঁ, জয় কৃষ্ণগুৰু🙏🙏🙏
জয় কৃষ্ণ গুৰু।
Joi krishna guru 🙏🙏
Joi krisna
নজনা কথা জানিলো বহুত ভাল লাগিলে আগলে আৰু নতুন নতুন ভিডিও পাম বুলি আপোনাৰ নটিফিকেশন চাই ৰম।
অশেষ ধন্যবাদ🙏🙏🙏 নিশ্চয় যত্ন কৰিম আমিও নতুন নতুন সুন্দৰ ভিডিঅ' আগবঢ়াবলৈ। সেৱাৰে জয় কৃষ্ণগুৰু🙏🙏🙏
Krishna 🙏🙏
Krishana
Kirshna🙏 Kirshna 🙏 Kirshna 🙏 Kirshna 🙏 aayegaraki🙏 kirshna 🙏 Kirshna 🙏 Kirshna 🙏 Kirshna 🙏
জয় কৃষ্ণ গুৰু আই ভাল লাগিল আপুনি কোন ঠাই কোন চক্ৰ পাৰিলে জনাব আমাৰ মৰিগাঁও চক্ৰ হয় জয় কৃষ্ণ গুৰু
Om hari hara a namh
🙏🙏🙏
Bar sundar katha sunilo.
Joy,krishnaguru
Jai krishnaguru 🙏🙏🙏💙
আজি আপোনাৰ ভিদিঅ পথম চালো। বহুত ভাল লাগিল আগলৈও পাম বুলি আশা কৰিলো।লগতে আপোনাৰ কণ্ঠশ্বৰ বৰ সুন্দৰ।
আপোনালৈ অশেষ ধন্যবাদ। ঈশ্বৰৰ কৃপা হ'লে নিশ্চয়কৈ পাব আই। আমাৰ সেৱা জনালোঁ, জয় কৃষ্ণগুৰু🙏🙏🙏
Krishna provu
Hoi kishna guru
Apunar ktha khinir pra bhut giyan palu.
জয় কৃষ্ণগুৰু🙏🙏🙏 সেৱা জনালোঁ
জয় কৃষ্ণগুৰু🙏
May God change your life.... hallelujah
🙏🙏🙏🙏🙏
Joi mata di
সুন্দৰ বৰ্ণনা আই ।শৰণ দুই প্ৰকাৰৰ ।বাক্য শৰণ আৰু সাক্ষাত শৰণ ।সাক্ষাত শৰণ সম্ভৱ নে ?
Praise him who can give you salvation.Praise him who had scrified for our sin.
Val Iagil
ধন্যবাদ🙏জয় কৃষ্ণগুৰু🙏🙏🙏
🎉
জয় কৃষ্ণগুৰু 🙏 প্ৰভুৰ ওচৰত শৰণ পাই সছাকৈ আমি বহুত ভাগ্যৱাণ প্ৰভুৰ ওচৰত এটাই পৰ্থানা তেওঁ যাতে অনায়সে হৃদ্য়ত থাকি লোকৰ হিতৰ হৈ কাম কৰিবলৈ শক্তি প্ৰদান কৰে 🙏 জয় কৃষ্ণগুৰু জয় কৃষ্ণ গুৰু
জয় কৃষ্ণগুৰু🙏🙏🙏
খুউব সুন্দৰ কথা কৈছে। ভকতে ভক্তি কৰি লোকহিতকৰ কৰ্ম কৰাৰহে বাঞ্ছা কৰে। দাসীয়ে আপোনাৰ চৰণত সেৱা নিবেদিলোঁ। জয় কৃষ্ণগুৰু🙏🙏🙏
6
গুৰু অবিহনে জ্ঞান নহয় | কৃষ্ণক জানিবলৈও এজন গুৰু লাগিব | ঈশ্বৰৰ অৱতাৰি পুৰুষ হিচাবে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকহে জানো | যদি গুৰু অবিহনে কৃষ্ণক জানো তেনেহলে আমি কিমান জ্ঞানী পুৰুষ চিন্তা কৰকছোন |আপুনি এটা কথা কৈছে যে মানুহে মানুহক শৰণ দিব পাৰে জানো? ইয়াৰ উত্তৰত অধমে এটা কথা কওঁ যে এজন শুদ্ধ আৰু একান্ত ভকত বা সমাজ , অনুস্থান আদিয়ে স্বীকৃতি দিয়া একোজন অভিজ্ঞ,জ্ঞানী লোককহে উপদেশ দাতা গুৰু হিচাব এজন শিষ্যক শৰণ দিয়া আমি দেখিবলৈ পাইছো | কৃষ্ণক পাইবা যেন ভকতেহে পন্থ , কহি আছে গীতা ভাগৱত গ্ৰন্থ | মানুহে মানুহক শৰণ দিয়া দেখা নাই পোৱা |
জয় কৃষ্ণগুৰু🙏🙏🙏 আমাৰ সেৱা গ্ৰহণ কৰিব প্ৰভূ🙏
পোন প্ৰথমে অশেষ ধন্যবাদ, আপোনাৰ মূল্যবান সময় কণত আমাৰ ভিডিঅ' চাই আপোনাৰ মন্তব্য ৰখাৰ বাবে।
ঈশ্বৰৰ কথা মেচেজৰ জৰিয়তে লিখি প্ৰকাশ কৰাটো আমাৰ বাবে সম্ভৱ নহয় প্ৰভূ। আমি মাথো নিমিত্ত হৈ ঈশ্বৰৰ গুনানুকীৰ্তন কৰাৰহে যত্ন কৰিছো। ভূল ভ্ৰান্তিৰ বাবে ক্ষমা প্রার্থনাহে 🙏।
ভক্তি মাৰ্গ আৰু জ্ঞান মাৰ্গ । জ্ঞান মাৰ্গেৰে গৈ কোনেও কাহানিও ঈশ্বৰক পোৱা নাই আৰু নাপায় এই কথা আমি জানো নহয় নে। গতিকে আমি যুক্তি তর্ক কৰিলে তাৰ পৰা নিশ্চিয় ঈশ্বৰক লাভ কৰিব নোৱাৰো। গতিকে ভক্তি ভাৱেৰে বিচাৰিলে ঈশ্বৰক নিশ্চয়ই পাম। গতিকে আমি ঈশ্বৰৰ দূত হিচাপে নিমিত্ত হৈ তেৰাৰ গুনানুকীৰ্তন কৰি তেৰাৰ গুন যশ প্ৰচাৰহে কৰিব পাৰো। গতিকে তাৰেহে প্ৰয়াস কৰিছোঁ প্ৰভূ। কাৰণ আমি সকলোৱে জানোঁ , আৰু ভাগৱত শাস্ত্ৰতো নিশ্চয়কৈ পাইছোঁ যে যুগে যুগে যেতিয়া ধৰ্মৰ গ্লানি হয়, ভকত সজ্জনৰ ওপৰত অত্যাচাৰ উৎপীড়ন হয় তেতিয়া পৰম ব্ৰহ্ম, চৰাচৰ জগতৰ গৰাকী নিজেই ধৰাৰ বুকুত আৱিৰ্ভাব হয় । আৰু দুষ্টক দমন, সন্তক পালন কৰি সনাতন ধৰ্ম ৰক্ষা কৰেহি। গতিকে সেইজনা পৰম গুৰুৱে সময় অনুসৰি ৰাম , কৃষ্ণ, শ্ৰীমন্ত শংকৰদেৱ, যীশু, আল্লাহ আদি বিভিন্ন নামেৰে ধৰাৰ বুকুলৈ গুৰু ৰূপে আহিছে আৰু একনাম প্ৰদান কৰি মনুষ্যক উদ্ধাৰ কৰি গৈছে। গতিকে শাস্ত্ৰই আমাক তেনেজন গুৰুত শৰণ লোৱাৰ কথাহে কৈছে।আৰু আমি ভাবোচোন আমি ক'ৰ পৰা আহিছো! আমি ঈশ্বৰৰ পৰা আহিছো, শেষত ঈশ্বৰৰ ওচৰলৈহে যাব লাগিব। গতিকে মাজৰ সময়চোৱাতো ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ তেৰাৰ নাম লোৱাহে আমাৰ প্ৰধান কৰ্তব্য। প্ৰতি যুগে যুগে ঈশ্বৰে মনুষ্য ৰূপে অৱতাৰ হৈছে যেতিয়া বৰ্তমান কলিৰ কাল সন্ধিক্ষণত নিশ্চয়ই তেৰাৰ আৱিৰ্ভাব হৈছে। গতিকে সেইজনা সদগুৰুক বিচাৰি তেৰাৰ শ্ৰীচৰণত শৰণাপন্ন হৈ তেৰাই কৰ্ণপথে দিয়া একনাম জপ কৰাই হৈছে মনুষ্যৰ জীৱনৰ প্ৰধান কৰ্তব্য, নহয় নে! এইখিনিতে আৰু এটা কথা যে ভক্তিৰ বলতহে ঈশ্বৰক চিনি পাব পাৰি। ভক্তি অবিহনে অৰ্থাৎ যাৰ ফলত কংশ মামাই জগতৰ হৰিক চিনি নাপায় মাৰিবলৈ বিচৰাৰ দৰে, ৰামক বনবাস দিয়াৰ দৰে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক কোচবিহাৰলৈ খেদি পঠিওৱাৰ দৰে ঘটনা আমাৰ জীৱশ্ৰেষ্ঠ সমাজতে ঘটি গৈছে। সেইসময়ত আমি বা সেই সময়ৰ সমাজে গুৰুসকলক চিনিয়েই নাপালোঁ অথচ আজি সেইজনা কৃষ্ণ/ৰামৰ মুৰ্তিতে পূজা অৰ্চনা কৰিছো। মহাপুৰুষ শংকৰদেৱ গুৰুজনাক গুচি যোৱা ৫৫০ বছৰ পাছত আমি গুৰুজনাক চিনি পাইছোঁ, বুজি পাইছোঁ আৰু গুৰুজনাক বিচাৰিছোঁ। কিবা জানো লাভ হ'ব কওকচোন প্ৰভূ🙏। যিসকলে সেই সময়ত চিনি পালে তেঁওলোক তৰি গ'ল।কাৰণ আমাক শাস্ত্ৰই কৈছে যুগোপযুগী সদগুৰুত শৰণাপন্ন হোৱা, যুগোপযোগী নাম লোৱা। তেন্তে নিশ্চয়কৈ আমি বৰ্তমানৰ সদগুৰুজনাক বিচাৰিব লাগিব। যিদৰে পুৰণি ৫০০ টকাৰ নোট খনো টকাই হয় আৰু বৰ্তমানৰ ৫০০ টকাৰ নোট খনো টকা হয়।পাৰ্থক্য মাথো পুৰণি নোট খনৰ সময় উকলি অচল হৈ পৰিল। গতিকে আমি বৰ্তমানৰ খন ব্যবহাৰ কৰিব লাগিব। কাৰণ তেনে নোহোৱা হ'লে ৰাম অহাৰ পিছত কৃষ্ণ নাহিল হেতেন বা কৃষ্ণ অহাৰ পিছত মহাপুৰুষ শংকৰদেৱ গুৰুজনা নাহিল হেতেন। নিশ্চয়কৈ সময় অনুসৰি আহিব লগা হৈছে। গতিকে ভক্তি কৰি ঈশ্বৰক বিচাৰিলে নিশ্চয়কৈ পোৱা যাব। ভক্তিয়েহে ঈশ্বৰক চিনাকি কৰে।
সত্য শুদ্ধ কথা যে বৰ্তমান পৰমব্ৰহ্মই সাকাৰ ৰূপ ধাৰণ কৰি নসত্ৰ ধামত কৃষ্ণগুৰু ৰূপে আছে। আমি আত্মপক্ষৰ সমৰ্থনৰে কোৱা বুলি নাভাবি এবাৰ আশ্ৰমলৈ আহিব , গুৰু ঈশ্বৰক চাই যাব। আজি আমাৰ পৰা হয়টো এটা বা দুটা প্ৰশ্নৰ উত্তৰ পাইছে,হয়টো নাপাবও পাৰে। কিন্তু আপোনাৰ মনত হাজাৰটা প্ৰশ্ন চলি আছে। গুৰুজনাৰ ওচৰলৈ আহিলে আপুনা-আপুনি প্ৰশ্নৰ উত্তৰ পাব। আৰু ইয়ালৈ আহিলে এনে নহয় যে শৰণ লব লাগিব, গুৰুজনাৰ আদৰ্শ গ্ৰহণ কৰিব লাগিব। সেয়া সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত।
মনুষ্য জীৱন দুৰ্লভ। কৌটি কৌটি জন্মৰ পূণ্যৰ ফলত লাভ কৰা মনুষ্য জীৱনটি সদগুৰু নভজিলে বিফলে যাব। আজি কৃষ্ণগুৰু ৰূপে ঈশ্বৰে অৱতাৰ হৈছে। আজি আমি চিনি নাপাই , ৫০০,৫৫০ বছৰৰ পিছত বুজি পাই লাভ নহ'ব। সেই সময়লৈ ঈশ্বৰে অন্য অৱতাৰ ধাৰণ কৰিব।
আমি সত্য শুদ্ধ কথাষাৰ প্ৰকাশ কৰাৰহে যত্ন কৰিছো প্ৰভূ, ভূল নুবুজে যেন🙏। পুনৰবাৰ আপোনাৰ চৰণত দাসীয়ে সেৱা জনালোঁ প্ৰভূ, জয় কৃষ্ণগুৰু🙏🙏🙏
Uú
ঈশ্বৰৰ ওচত আমি শৰণ ল'ব লাগে সচাঁ কিন্তু এই কলি যুগত ঈশ্বৰ প্ৰভু কৃষ্ণ ভাগৱত শাস্ত্ৰত বাঙময় ৰূপে বিৰাজমান গতিকে আমি তেওঁৰ ভক্তৰ যোগেদি প্ৰভুৰ ওচৰত শৰণ লবই লাগিব, আই আপুনি যিজনা গুৰুৰ আশীষ লৈ এই মহান বাণী প্ৰচাৰ কৰিছে তেওঁ নিশ্চয় মানুহ হ'ব ? তেওঁ নিশ্চিত ভাৱে স্বয়ং ভগৱান হ'ব নোৱাৰে ! আপোনালোকে আত্ম পক্ষৰ সমৰ্থনেৰে এই বাণী ভাগ প্ৰচাৰত বেছি গুৰুত্ব দিছে !
Eibor ehotor mone soja katha
@@dhrubajyotisarmah6733 Right
@@dhrubajyotisarmah6733 আপুণি শৰন লৈ চালেহে গম পাব ,আমিও আপোনাৰ দৰে ভাবিছিলো ।পূজা পাতল কৰা লোকে কি বুজি পাব ।ভাগরতত এইবোৰ কৈ থৈছে ।বিনা গুৰুৰ চৰনে ভকতি ৰকতি মূকুতি কেতিয়াও নহয় ।জয় কৃষ্ণগুৰু
@@barasharajbangshi719 murtue dhuki paine hindu dhormo kiman puroni murtut mal ache jodi chabo mor upadhi sarma
@@dhrubajyotisarmah6733 হিন্দু ধৰম নহয় সনাতন ধৰম ।মূৰত নাই নেকি ?
Bar sundar katha janale Aponak Bhagawane Mangal karak Ram Krishan
বহুত সুখী হলো আই গৰাকী আই মাতৃ বাইদেউ।বৃদ্ধাশ্ৰম নিপাত যাওক।
ধন্যবাদ।সেৱাৰে জয় কৃষ্ণগুৰু🙏🙏🙏
জয় শ্রী কৃষ্ণ মাতৃ আপোনাক শত সহস্ৱ প্রণাম।
ভাল লাগিল। ধন্যবাদ।
Jai jagat guru sri Manta sankar dev
জয় কৃষ্ণগুৰু🙏🙏🙏
Jai shiri krishna
জয় কৃষ্ণগুৰু 🙏🙏🙏
Joi jogot guru sri manta sankar 🙏🙏
জয় কৃষ্ণগুৰু🙏🙏🙏
Joy sree krishna 🙏🙏🙏
jay krishno guru
জয় কৃষ্ণগুৰু🙏🙏🙏
🙏🙏জয় কৃষ্ণগুৰু
জয় কৃষ্ণগুৰু🙏🙏🙏
Joi krishno guru🙏🙏
জয় কৃষ্ণগুৰু🙏🙏🙏
JOY KRISHNA GURU
জয় কৃষ্ণগুৰু🙏🙏🙏
Jai jagat guru Sankara....Jai jagat guru Maddhava..
জয় কৃষ্ণগুৰু🙏🙏🙏
Apunak prnam jonaisu🙏🙏🙏🌺🌺🌺Krishna🌺🌺🌺🙏🙏🙏
জয় কৃষ্ণগুৰু 🙏🙏🙏 সেৱা গ্ৰহণ কৰিব আমাৰ
Joy krishna guru🙏
জয় কৃষ্ণগুৰু🙏🙏🙏
জয় কৃষ্ণ গুৰু🙏🙏🙏❤❤
Joi krishna gru
জয় কৃষ্ণগুৰু🙏🙏🙏
He krishaguru provu kripa Kora🙏🙏
জয় কৃষ্ণগুৰু🙏🙏🙏
বৰ সুন্দৰ হৈছে 🙏🙏🙏 কৃষ্ণ কৃষ্ণ ৰাম 🙏
ধন্যবাদ,জয় কৃষ্ণগুৰু🙏🙏🙏
Joy krishna guru
জয় কৃষ্ণগুৰু🙏🙏🙏
Joy Krishna guru
জয় কৃষ্ণগুৰু 🙏🙏🙏
Joi shri hori Bishnu.Joi guru sankar.joijaganath joi jaganath.
জয় কৃষ্ণগুৰু 🙏🙏🙏
Joy Krishnaguru 🙏🙏🙏🙏
জয় কৃষ্ণগুৰু🙏🙏🙏
কথাংশ সুন্দৰ হৈছে। সু শ্ৰাব্য হৈছে। কিন্তু শাস্ত্ৰীয় কোনো উদ্ধৃতিৰে কথাবোৰ বুজাই দিব নোৱাৰাত ইয়াত শৰণৰ আচল কথাবোৰ অহা নাই।
বৰ সুন্দৰ কথা ভাল লাগিল
ধন্যবাদ প্ৰভূ🙏সেৱা জনালোঁ জয় কৃষ্ণগুৰু🙏🙏🙏
Joy Krishna Krishna Krishna garu
জয় কৃষ্ণগুৰু🙏🙏🙏
জয় কৃষ্ণগুৰু জয় কৃষ্ণগুৰু জয় কৃষ্ণগুৰু জয় কৃষ্ণগুৰু
জয় কৃষ্ণগুৰু🙏🙏 🙏
জয় কৃষ্ণগুৰু
জয় কৃষ্ণগুৰু🙏🙏🙏
Akdam satya katha jai Krishna guru
Jay Krishnaguru ❤️
জয় কৃষ্ণগুৰু🙏🙏🙏
@@aadhyaatmiktatva jay krishnaguru
জয় কৃষ্ণগুৰু🙏🙏🙏
Joy Krishna guru porvu
জয় কৃষ্ণগুৰু🙏🙏🙏
🙏🙏 Jay krishanguru🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Jai Krishnaguru 🙏
জয় কৃষ্ণগুৰু🙏🙏🙏
Jai Krishna guru
জয় কৃষ্ণগুৰু🙏🙏🙏
Joy Krishnaguru
জয় কৃষ্ণগুৰু🙏🙏🙏
কৃষ্ণ আই মাতৃ
Jay Krishnaguru
Jay Krishnaguru
Jay Krishnaguru
🙏🙏🙏
জয় কৃষ্ণগুৰু🙏🙏🙏
🙏🏿🙏🏿🙏🏿Joy krishnaguru
জয় কৃষ্ণগুৰু🙏🙏🙏
জয় কৃষ্ণগুৰু🙏🙏🙏
Jay Krishna Guru
জয় কৃষ্ণগুৰু🙏🙏🙏
জয় কৃষ্ণ গুৰু 🙏🙏
জয় কৃষ্ণগুৰু 🙏🙏🙏
Krishna krishna krishna🙏🙏🙏
ধুনীয়া বাপ শব🙏🙏🙏🙏
Jay Krishnaguru 🙏🙏
জয় কৃষ্ণগুৰু 🙏🙏🙏
শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাই আমাক শৰণ কি শিকাই গৈছে ৷জয় গুৰু শংকৰ ৷
So good topic.
জয় কৃষ্ণগুৰু 🙏
জয় কৃষ্ণগুৰু🙏🙏🙏
Joy guru
জয় কৃষ্ণগুৰু🙏🙏🙏
Joi Krishna guru
জয় কৃষ্ণগুৰু 🙏🙏🙏
Joi shri Krishna
জয় কৃষ্ণগুৰু🙏🙏🙏
জয় কৃষ্ণ গুৰু
Joy Krishna guru 🙏🙏🙏
জয় কৃষ্ণগুৰু🙏🙏🙏
কৃষ্ণই যদি গুৰু হয় তেতিয়া ঈশ্বৰ কোন হয়। কৃষ্ণৰ প্ৰকৃত সত্বাৰ বিষয়ে কবছোন।ভাগৱত ঈশ্বৰৰ বাঙময় স্বৰূপ।শঙকৰ দেব আৰু মানব দেবৰ সঙকলণৰ আধ্যাত্মিক সাৰতত্ব ৰ ওপৰত আৰু সাৰতত্ব উদ্ধাৰ কৰি নিজকে গুৰু বুজাবলৈ যোৱাৰ ফলত ঈশ্বৰৰ প্ৰকৃত সত্বাৰ পৰা হিন্দু ধৰ্মৰ ক্ষেত্ৰত বিভেদ ভিন্নতা পৰিলক্ষিত হৈছে।সত পথৰ পৰা আতৰি আহি হিন্দু বোৰৰ কিছু মুছলিম হৈছে কিন্তু। ধৰ্মীয় কৰ্ম কৰিবলৈ যাওতে আমিবোৰ অধৰমী হোৱা নাইতু। ধৰ্মীয় কৰ্ম হ্ৰিদয়ৰ ধাৰণ ক্ৰিয়া প্ৰক্ৰিয়া মাত্ৰ।্্্্্।্্্্।
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
🙏🏼🙏🏼 কৃষ্ণ 🙏🏼🙏🏼
আমি বৰ্তমানেও দাপৰ যুগতে স্থবিৰ হৈ আছোঁ! সেই কাৰণে আমাৰ উণ্ণয়ন দেখা নাযায় !
জয় কৃষ্ণগুৰু...বৰ সুন্দৰ ভাৱে বিষয়টি যুগুত কৰি উপষ্ঠাপন কৰিছে, ভাল লাগিল। ভক্তিধৰ্মৰ অতি গুৰুত্বপূৰ্ণ বিষয়। আজি এই বিষয়ে মই গীতা মন্থনত পঢ়িছিলো আৰু ৰাতি এই প্ৰসংগতে ভিডিঅটি পায় ভাল লাগিল। সেৱা গ্ৰহণ কৰিব আই - জয় কৃষ্ণগুৰু
জয় কৃষ্ণগুৰু🙏 ঈশ্বৰৰ ইচ্ছা হৈছে প্ৰভূ, সেয়ে সকলো মিলাই দিছে। আমাৰো সেৱা গ্ৰহণ কৰিব। জয় কৃষ্ণগুৰু🙏🙏🙏
@@aadhyaatmiktatva একেবাৰে আই , জয় কৃষ্ণগুৰু...
জয় কৃষ্ণগুৰু🙏🙏🙏
সচাঁ কথা মানুহে মানুহৰ বাবে অকণমান হলেও সহায় নকৰি কেৱল ভাগৱত পাঠ কৰিলেই ভগৱনতক পোৱা নোবোযায় | কাৰণ কোনো মানুহেই বতাহ খাই জীয়াই নেথাকে . . . .
Joi krishnaguru
জয় কৃষ্ণগুৰু🙏🙏🙏
Om. Nomu. Shabia 2:32
জয়কৃষ্ণগুৰু ভাল লাগিল
বহু কথা শিকিব পালো
joykrishnaguru!!
Like it 🌹🙏🌹কৃষ্ণ কৃষ্ণ
জয় কৃষ্ণগুৰু🙏🙏🙏
Krishna krishna ram🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
Hare Krishna
বহুতো ভাল লাগিল শুনি লৈ বুজি পায় কৃষ্ণ প্রভু 🙏❤কোটি কোটি🙏❤ প্রনাম জনালো গ্রহন কৰিব জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভু 🙏🙏🙏🙏🙏🙏🙏🙏❤❤❤🙏🙏🙏❤❤❤
জয় কৃষ্ণগুৰু🙏🙏🙏
🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
জয় কৃষ্ণ গুৰু।🙏🙏🙏
জয় কৃষ্ণগুৰু🙏🙏🙏
🙏🙏🙏🙏
Krishna🙏🙏🙏🙏🙏
জয় কৃষ্ণগুৰু🙏🙏🙏
🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
কৃষ্ণ
জয় কৃষ্ণগুৰু🙏🙏🙏
Ram krisn
কৃষ্ণ কৃষ্ণ🙏🙏🙏
জয় কৃষ্ণগুৰু🙏🙏🙏
🙏
জয় কৃষ্ণগুৰু🙏🙏🙏
জয় কৃষ্ণ গুৰু আপোনাৰ এই মূল্যবান আলোচনাতিৰ পৰা আমি নথৈ আনন্দিত হৈছোঁ শৰণ আৰু পৰমেশ্বৰৰ বিযয়ে যথেষ্ট জ্ঞান লাভ কৰিব পাৰিলো আপোনালৈ বহুত ধন্যবাদ থাকিল
জয় কৃষ্ণগুৰু🙏🙏🙏 আপোনালৈও অশেষ ধন্যবাদ, আমাৰ সেৱা জনালোঁ, জয় কৃষ্ণগুৰু🙏🙏🙏
জয় কৃষ্ণ গুৰু।
জয় কৃষ্ণগুৰু🙏🙏🙏
Joi krishna guru 🙏🙏
Joi krisna
জয় কৃষ্ণগুৰু🙏🙏🙏
নজনা কথা জানিলো বহুত ভাল লাগিলে আগলে আৰু নতুন নতুন ভিডিও পাম বুলি আপোনাৰ নটিফিকেশন চাই ৰম।
অশেষ ধন্যবাদ🙏🙏🙏 নিশ্চয় যত্ন কৰিম আমিও নতুন নতুন সুন্দৰ ভিডিঅ' আগবঢ়াবলৈ। সেৱাৰে জয় কৃষ্ণগুৰু🙏🙏🙏
Krishna 🙏🙏
Krishana
জয় কৃষ্ণগুৰু🙏🙏🙏
Kirshna🙏 Kirshna 🙏 Kirshna 🙏 Kirshna 🙏 aayegaraki🙏 kirshna 🙏 Kirshna 🙏 Kirshna 🙏 Kirshna 🙏
জয় কৃষ্ণ গুৰু আই ভাল লাগিল আপুনি কোন ঠাই কোন চক্ৰ পাৰিলে জনাব আমাৰ মৰিগাঁও চক্ৰ হয় জয় কৃষ্ণ গুৰু
Om hari hara a namh
🙏🙏🙏
জয় কৃষ্ণগুৰু🙏🙏🙏
Bar sundar katha sunilo.
Joy,krishnaguru
Jai krishnaguru 🙏🙏🙏💙
আজি আপোনাৰ ভিদিঅ পথম চালো। বহুত ভাল লাগিল আগলৈও পাম বুলি আশা কৰিলো।লগতে আপোনাৰ কণ্ঠশ্বৰ বৰ সুন্দৰ।
আপোনালৈ অশেষ ধন্যবাদ। ঈশ্বৰৰ কৃপা হ'লে নিশ্চয়কৈ পাব আই। আমাৰ সেৱা জনালোঁ, জয় কৃষ্ণগুৰু🙏🙏🙏
Krishna provu
Hoi kishna guru
Apunar ktha khinir pra bhut giyan palu.
জয় কৃষ্ণগুৰু🙏🙏🙏 সেৱা জনালোঁ
জয় কৃষ্ণগুৰু🙏
May God change your life.... hallelujah
🙏🙏🙏🙏🙏
Joi mata di
সুন্দৰ বৰ্ণনা আই ।শৰণ দুই প্ৰকাৰৰ ।বাক্য শৰণ আৰু সাক্ষাত শৰণ ।সাক্ষাত শৰণ সম্ভৱ নে ?
Praise him who can give you salvation.
Praise him who had scrified for our sin.
Val Iagil
ধন্যবাদ🙏জয় কৃষ্ণগুৰু🙏🙏🙏
🎉