#Bhagwa_Path

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ต.ค. 2024

ความคิดเห็น • 275

  • @pranabjyotibora2342
    @pranabjyotibora2342 2 ปีที่แล้ว

    ইমান সুন্দৰ ব্যাখ্যা,,,,,,,,,,এনেকুৱা ব্যাখ্যা শুনি নিজকে ভাগ্যৱান মানিছো,,,,
    ৰাম কৃষ্ণ,,,,,,ৰাম কৃষ্ণ,,,,,, ৰাম কৃষ্ণ,,,,,

  • @daduldas1643
    @daduldas1643 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ ভগৱন্তই আপোনাক ভালে ৰাখিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @DipKumer-ld5sx
    @DipKumer-ld5sx 3 วันที่ผ่านมา

    প্রভু কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @nanibora871
    @nanibora871 4 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপ জনাৰ শ্ৰী চৰনলৈ সেৱা জনালো ।ভাগৱতৰ অমৃত ৰসেৰে সকলোৰে হৃদয় ভক্তিপূৰ্ণ কৰিবলৈ আপোনাক ভগৱন্তই শক্তি দিয়ক কৃষ্ণ কৃষ্ণ ।

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 4 ปีที่แล้ว +1

    Krishna baap ! Aji bhagawat path bhagi huniboloi ati xumodhur hoise.xai babe bare bare shrawan korisu. Bhagawantoi kripa korok !krishna 🙏

  • @lakhiborah4897
    @lakhiborah4897 2 หลายเดือนก่อน

    জয় শ্ৰী ৰাম প্ৰণাম প্ৰভূ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @diptiborah413
    @diptiborah413 ปีที่แล้ว

    কৃষ্ণ বাপ ইশ্বৰ সেৱা জনালো আপোনাৰ কন্ঠত ভাগৱত পাঠ সুনিবলৈ পাই আমি সৱ ও নিজকে ধন্য মানিছো,কৃষ্ণ

  • @rinachutia3723
    @rinachutia3723 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভূ আমাৰ সেৱা গ্ৰহণ কৰিব প্ৰভু, কৃষ্ণ ।

  • @mahendraborah4575
    @mahendraborah4575 6 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম 🙏

  • @name5041
    @name5041 2 หลายเดือนก่อน +1

    Krishna ❤

  • @bhubenthakuria9006
    @bhubenthakuria9006 4 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @manjulabora8219
    @manjulabora8219 2 ปีที่แล้ว

    🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ‌ সেৱা আগবঢ়ালোঁ 🙏🙏❤️❤️

  • @utpal-verynicedas6072
    @utpal-verynicedas6072 4 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱাহে ।

  • @মুনমিবৰাদাস
    @মুনমিবৰাদাস 3 ปีที่แล้ว

    কৃষ্ণ প্ৰভু আপোনাৰ চৰনত শেৱা জনালোঁ

  • @nabajyotidas6117
    @nabajyotidas6117 ปีที่แล้ว

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏

  • @nabajyotidas6117
    @nabajyotidas6117 2 ปีที่แล้ว +1

    🙏 bap 🙏3🙏 krishna 🙏 bisno 🙏 ohari 🙏 oram 🙏

  • @ratuldeka3368
    @ratuldeka3368 4 ปีที่แล้ว +1

    Krishno prabhu hay mahavagowot

  • @lilakalita6705
    @lilakalita6705 4 ปีที่แล้ว

    কৃষ্ণ বাপ কিমান যে ভাল লাগিছে কবলৈ ভাষা নাই ,সেয়া জনালোঁ ।

  • @purabichetia3799
    @purabichetia3799 4 ปีที่แล้ว

    Path huni thakute soku pani ulai jaige ..provu ..krishna krishna

  • @kuhideka
    @kuhideka 2 ปีที่แล้ว

    কৃষ্ণ আপোনাৰ চৰণত আমি শ্ৰোতাসবে সদায় ঋণী ।আপোনাৰ অমৃতময় ভাগৱত পাঠ শুনি আমাৰ জীৱন ধন্য হৈছে প্ৰভু । আপোনাৰ চৰণত আমাৰ শত কৌটি প্ৰণাম ।

  • @KritanjaliDevi-m7g
    @KritanjaliDevi-m7g 9 หลายเดือนก่อน

    ইমান সুন্দৰ ব্যাখ্যা শুৱলা সুৰ বহুত বহুত ভাল লাগে। শুনিলে শুনি থাকিবলৈ মন যায়। বাপ প্ৰভূ জনলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ।

  • @urmilagogoi336
    @urmilagogoi336 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ।

  • @ranudas4561
    @ranudas4561 3 ปีที่แล้ว

    হে প্ৰভু তোমাৰ মহিমাত কৌটি কৌটি প্ৰণাম জনাইছো🙏🙏🙏🙏

  • @swarnalatagogoi1774
    @swarnalatagogoi1774 4 ปีที่แล้ว +2

    Apunar bhagowt kotha honi bohut bhal lage .Krishna Krishna.

  • @gitanjalipathak1375
    @gitanjalipathak1375 ปีที่แล้ว

    কৃষ্ণ প্ৰভু বাপ সশ্ৰদ্ধ প্ৰণাম জনালোঁ কৃষ্ণ 🙏

  • @pinkumonibhuyan5276
    @pinkumonibhuyan5276 ปีที่แล้ว

    Krishna bap.. Pranam🙏🙏🙏

  • @mantuvallagilkalita1969
    @mantuvallagilkalita1969 4 ปีที่แล้ว +1

    Krishna krishna krishna.

  • @bhabanidas6326
    @bhabanidas6326 4 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ মাধব

  • @daisyrabha2343
    @daisyrabha2343 4 ปีที่แล้ว +1

    🙏🙏 Namo Hari Namo Hari 🙏🙏

  • @kabitadas61
    @kabitadas61 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপজন আপোনাক শতকোটি প্ৰণাম প্ৰভূ আপোনি ৰসৰ সাগৰ ।কৃষ্ণ

  • @deepbora1676
    @deepbora1676 4 ปีที่แล้ว +1

    Krishna Krishna bap. Pronam

  • @khasdipilasipajhar3232
    @khasdipilasipajhar3232 4 ปีที่แล้ว

    বৰ সুন্দৰ হৈছে প্ৰভু

  • @manashidevi9262
    @manashidevi9262 2 ปีที่แล้ว

    Joi guru Sankar 🙏🙏🙏🙏

  • @sanjeebkonwar853
    @sanjeebkonwar853 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম হে বাপ সেৱা জনালো

  • @joyramnathhazarika2750
    @joyramnathhazarika2750 4 ปีที่แล้ว

    প্ৰভু বাপজন
    সেৱা গহণ কৰিব ।কৃষ্ণ কৃষ্ণ

  • @hemantidas9051
    @hemantidas9051 4 ปีที่แล้ว +1

    হৰি হৰি কৃষ্ণ কৃপাময় হৰি পৰম ভক্তএজন এনে গতি সুণি আমাৰো শংকা হৈছে ।ভয়তে বাৰ বাৰ শ্ৰৱণ কৰিছো প্ৰভূ । সোকলো ভূলৰ ক্ষমা বিছাৰি কৌতি কৌতিবাৰ প্ৰণাম কৰিছো প্ৰভূ কৃপাময় । শ্ৰদ্ধাৰ বাপজনক কিহেৰে সুৱৰিম আমাৰ ভাষা নাই । হে নিৰাকাৰ প্ৰভূ বাপজনক কুষলে ৰাখিবা প্ৰভূ আমাক যেন সদায় এনেদৰে শ্ৰৱণ কৰাব পাৰে ।তাৰে কমণা কৰিলো কৃপাময় হৰি ।কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম

    • @RijuPathakSatradhikar
      @RijuPathakSatradhikar  4 ปีที่แล้ว

      কৃষ্ণ কৃপাৰে সমৃদ্ধ হওক

  • @deepanajlidas4523
    @deepanajlidas4523 3 ปีที่แล้ว

    Krishna Bap aponar xoronot xeuwa jonalo 🙏🙏🙏

  • @mamonisaikia3727
    @mamonisaikia3727 4 ปีที่แล้ว

    ৰাম ৰাম আপোনাৰ চৰণত শত কোটি প্ৰণাম🙏🙏

  • @prasantakumarnath9469
    @prasantakumarnath9469 3 ปีที่แล้ว

    Oti sundar krishna krishna bapjon

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 9 หลายเดือนก่อน

    Krishna Krishna Krishna prabhudev pronam to you

  • @subhasishmedhi5191
    @subhasishmedhi5191 4 ปีที่แล้ว

    প্রভু সেৱা জনালো।

  • @nilimapathak7486
    @nilimapathak7486 4 ปีที่แล้ว +1

    Krishna pravu 🙏🙏

  • @bhupendas1971
    @bhupendas1971 4 ปีที่แล้ว

    কৃ্ষ্ণ বাপ. !
    প্ৰভূ, সেৱা এভাগ যাচিলোঁ আপোনালৈ, গ্ৰহণ কৰিব |
    অতি মনোৰম ভাগৱতৰ মধুময় ব্যাখ্যাৰে সমৃদ্ধ পাঠ ভাগ হৃদয়ংগম কৰিলো বাপ |অতিকে আপ্লুত হৈছো
    | ভাল লাগিছে ভাগৱতৰ মধুময় অনুষ্ঠান ভাগ ভাদ মাহৰ পবিত্ৰ ক্ষণত আমি শ্ৰৱণ কৰিবলৈ সুবিধা পাই ধন্য হৈছোঁ | সেৱা এটি পুনৰ
    ধৰিলো...... কৃষ্ণ |

  • @anupsaikia9773
    @anupsaikia9773 11 หลายเดือนก่อน

    Jai Shree Krishna

  • @babaneog9822
    @babaneog9822 ปีที่แล้ว

    Krishna Pranam prabhu

  • @ganeshkoch561
    @ganeshkoch561 3 ปีที่แล้ว

    Krishna'ram provu pronam jonalu apunak 🙏🙏🙏

  • @pratapdas1113
    @pratapdas1113 3 ปีที่แล้ว +1

    Prabhu sewahe

  • @rekhadas5058
    @rekhadas5058 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ গুৰুজনা

  • @rumiborah8710
    @rumiborah8710 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপজন আপোনাৰ এই মহান ভাগৱত পাঠ.দিনটোত এবাৰ নুশুনিলে ভালেই নালাগে বাপ শতকুটি নমস্কাৰ জনালো

  • @PaurabKhamon100million
    @PaurabKhamon100million 3 หลายเดือนก่อน

    কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bharatborah4271
    @bharatborah4271 4 ปีที่แล้ว +2

    Krisno krisno Bap pronam krisno

  • @lakhinandanphukan1711
    @lakhinandanphukan1711 3 ปีที่แล้ว

    🙏ৰাম কৃষ্ণ হৰি🙏 প্ৰণাম বাপ, আপোনাৰ চৰণত কোটি কোটি নমস্কাৰ ।

  • @rupadutta9005
    @rupadutta9005 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ👏

  • @Kuldeep-v6k
    @Kuldeep-v6k 4 ปีที่แล้ว +1

    !কৃষ্ণ কৃষ্ণ বাপ ।আপোনাৰ মহানুভবনতাৰ বাবে আমি ধন্য হলো ।ঈশ্বৰে আপোনাক কুশলে ৰাখক ।কৃষ্ণ

  • @bulbulisarma8578
    @bulbulisarma8578 3 ปีที่แล้ว

    🙏🙏 কৃষ্ণ কৃষ্ণ

  • @archanakalitaphukan4281
    @archanakalitaphukan4281 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ 🙏 !

  • @nilimadas1784
    @nilimadas1784 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @ganeshkoch561
    @ganeshkoch561 2 ปีที่แล้ว +1

    Krishna 🙏🙏🙏

  • @ranjudutta2234
    @ranjudutta2234 4 ปีที่แล้ว +1

    Krishno Krishno Krishno

  • @barbiesaikia7081
    @barbiesaikia7081 4 ปีที่แล้ว +1

    Krisna bap

  • @jayantarabha8353
    @jayantarabha8353 3 ปีที่แล้ว +1

    কৃষ্ণ 🙏🙏🙏

  • @minakshideka1470
    @minakshideka1470 3 ปีที่แล้ว

    Krishna krishna 🙏🙏

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 2 ปีที่แล้ว

    🙏oum santi santi krishna 🙏

  • @jugalkaibartta2567
    @jugalkaibartta2567 4 ปีที่แล้ว

    Krishna he prita apunar vagobot r katha suni bahut Val lage moi sodai suno khup Sundar pita .

  • @dipalidevi507
    @dipalidevi507 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ প্ৰভু। প্ৰণিপাত জনাইছোঁ ।

  • @ranjukonwar7919
    @ranjukonwar7919 4 ปีที่แล้ว +3

    Pranam prabhu, Krishna krishna Ram joy joy Ram.

  • @anjalihazarika7760
    @anjalihazarika7760 4 ปีที่แล้ว +1

    Krishna krishnaprovu xewa jonalu

  • @amiyaborah9305
    @amiyaborah9305 2 หลายเดือนก่อน +1

    কৃষ্ণ।

  • @mohonsaikia1433
    @mohonsaikia1433 4 ปีที่แล้ว

    Jai shri krishna 🙏🙏🙏

  • @dipanjalibailung1180
    @dipanjalibailung1180 4 ปีที่แล้ว +2

    কৃষ্ণ প্ৰভু ভগৱন্তই কৃপা কৰক

  • @protibadassame7697
    @protibadassame7697 4 ปีที่แล้ว

    Krishna Porvu ram ram guru jona pronam jonalu apunak I 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ranunayak3161
    @ranunayak3161 4 ปีที่แล้ว

    KRISHNA🙏🙏

  • @saratkalita4808
    @saratkalita4808 ปีที่แล้ว

    Krishna Krishna...

  • @dipakborah1152
    @dipakborah1152 3 ปีที่แล้ว

    🙏🌺Krishna🌺🙏

  • @binadeka9674
    @binadeka9674 4 ปีที่แล้ว +1

    Krishna Krishna bap .

  • @thanuramngatey6541
    @thanuramngatey6541 3 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ

  • @cimigayan4901
    @cimigayan4901 4 ปีที่แล้ว

    কৃষ্ণ ভাল লাগিল 🙏🙏

  • @dipanjalibailung1180
    @dipanjalibailung1180 4 ปีที่แล้ว

    কৃষ্ণ প্ৰভু

  • @nagendrasonowal7907
    @nagendrasonowal7907 4 ปีที่แล้ว

    প্ৰণাম প্ৰভু

  • @rupalikonwarhazarika5251
    @rupalikonwarhazarika5251 4 ปีที่แล้ว +1

    krishna krishna krishna

  • @dipsikhaboruah2817
    @dipsikhaboruah2817 4 ปีที่แล้ว +2

    Krishna provu 🙏🏻🌷🌷🌷🙏🏻

  • @DipangkarMadahi
    @DipangkarMadahi 2 หลายเดือนก่อน

    Krishna ❤🙏

  • @anandatalukdar7182
    @anandatalukdar7182 4 ปีที่แล้ว +1

    Krishna krishna bap sewa jonalo.

  • @manjulanath2645
    @manjulanath2645 4 ปีที่แล้ว +9

    কৃষ্ণ কৃষ্ণ,, বাপ ৰজা পৰীক্ষিত ৰ দৰে আমাৰো একে অৱস্থা হৈছে ।যিমান শুনিছোঁ সিমানে আৰু জানিবৰ ইচ্ছা জন্মে ।মুঠতে হেঁপাহ নপলাই । বাপ ,আপোনাক অশেষ ধন্যবাদ ।ঈশ্বৰে আপোনাক আমাৰো আয়ুস খিনি দিয়ে যেন ।কাৰণ পৃথিৱীত আপোনাৰ দৰে এজন মহান আত্মাৰ বহুত দৰকাৰ ।🙏

    • @RijuPathakSatradhikar
      @RijuPathakSatradhikar  4 ปีที่แล้ว

      ধন্যবাদ জ্ঞাপন কৰিছোঁ

    • @abhijitborah6673
      @abhijitborah6673 4 ปีที่แล้ว +1

      বাপ ঈশ্বৰ, প্রণাম গ্রহণ কৰিব। আপুনি ভগৱানৰ কথা আমাক শ্ৰৱণ কৰাৰ সুবিধাকন দি আমাৰ কিমান উপকাৰ সাধন কৰিছে সেই কথা ভাবি আপোনাৰ শ্রীচৰনত পৰি পৰি সেৱা কৰাৰ হেপাহ জাগে। আশা কৰো ভগৱানে সেই সুবিধাকনৰ কেতিয়াবা কৃপা কৰে যেন। বাপ ঈশ্বৰ বৈকুণ্ঠৰ জয় আৰু বিজয়েই দিতিৰ পুত্ৰ হিৰণ্য কিশিপু আৰু হিৰণাখ্য নহয় জানো ? জনাবছোন।

  • @pranabdas7121
    @pranabdas7121 4 ปีที่แล้ว +1

    ৰাম ৰাম ৰাম

  • @smritirekhagogoiphatowali6480
    @smritirekhagogoiphatowali6480 4 ปีที่แล้ว

    🙏🙏

  • @ronjitborah1997
    @ronjitborah1997 3 ปีที่แล้ว +1

    Sewa jonalu.vaitir sote.porom aanondo Palu.

  • @krishnatamang7248
    @krishnatamang7248 4 ปีที่แล้ว +2

    কৃষ্ণ বাপ 🙏🙏সেৱাঁ ভাগি জনালোঁ গ্রহণ কৰিব বাপ। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। আপোনাৰ শ্রীমুখে ৰসময় অমৃত বাণী শ্রৱণ কৰিব পাই আনন্দিত হৈছোঁ। এনেকৈ যেন ভগৱন্তৰ গুণ নাম কীৰ্ওন কৰিবলৈ সদায় ভালে কুশলে ৰাখক তাৰেই কামনা কৰিলোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏

  • @benukurmi2527
    @benukurmi2527 4 ปีที่แล้ว +1

    Krishna bap

  • @rajivkachari9342
    @rajivkachari9342 4 ปีที่แล้ว +2

    কৃষ্ণ বাপ শতকোতি প্ৰণাম কৰুনা ময় ৰাম।

  • @archanasaikiadas9058
    @archanasaikiadas9058 4 ปีที่แล้ว +1

    Ram krishan bap.

  • @akhilburagohain381
    @akhilburagohain381 4 ปีที่แล้ว +2

    Krishna Krishna Prabhu bapjan

  • @binakalita4108
    @binakalita4108 2 ปีที่แล้ว

    শতকোটি প্ৰণাম প্ৰঙু

  • @rukminitalukdar425
    @rukminitalukdar425 4 ปีที่แล้ว +1

    Krishna bap sewa jaasilo bahut val lagese aapunar amrit bani jan sadai suni takim

  • @binadeka9674
    @binadeka9674 3 ปีที่แล้ว

    Krishna Krishna Bap.

  • @purabichetia3799
    @purabichetia3799 4 ปีที่แล้ว

    Pronam provu

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 ปีที่แล้ว +2

    কৃষ্ণ প্রভু ঈশ্বৰ আপোনালৈ সশ্রদ্ধ প্রণিপাত। শ্রৱন কৰি থকা আপোনাৰ সকলো ভক্ত আই মাতৃ সকলোলৈ মোৰ আন্তৰিক সেৱা নিবেদিলো। কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @umeshdas1011
    @umeshdas1011 4 ปีที่แล้ว +1

    সেবা লব

  • @rajukoch9884
    @rajukoch9884 4 ปีที่แล้ว +1

    কৃষ্ণ

  • @agogoiagogoi8723
    @agogoiagogoi8723 4 ปีที่แล้ว +2

    Krishna bap🙏