ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Very good ,thank you sir
Thank you!
Thank you sir
L.p scholot 2 jon teachers , 5 ta class , class keneke solabo , eyar uporot video banabo
Thank you so much Sir for your Valuable topic.
Amaro same condition
Good
🙏🙏🙏
সকলো ছাত্ৰ ছাত্ৰীক একে পদ্ধতিৰেই শিক্ষাদান দিব নোৱাৰি। য'ত যিটো উপযুক্ত তাত সিটো ব্যৱহাৰ কৰিব লাগে। উল্লেখিত পদ্ধতিটো এটি সমূহীয়া আভাষ দিয়াৰ পদ্ধতি বুলি ভাবি ললে ভাল।
শিক্ষাদানৰ ক্ষেত্ৰত নিজৰ পদ্ধতি য়েই হৈছে আচল শিক্ষাদানৰ পদ্ধতি।
Chamu koi kauk sir,pakai-ghurai nakale bhal pau
আপুনি সদায় চৰকাৰি অৰ্ডাৰ বিলাকহে শিক্ষকসকলক জনাই থাকে । শিক্ষকসকৰ সমস্যাবিলাকো চৰকাৰক জনাব লাগে। আপুনি CRCC হৈ শিক্ষকৰ একো অভাব অভিযোগ দেখা নেপায়নেকি ?
Sir Droup out হোৱা সকলোক কেনেকৈ ঘুৰাই আনিব পৰা যাব জনাব বুলি আশা ৰাখিলোঁ।
হয়, পিছে কাৰ্যপত্ৰ কেতিয়া পাম ?
PDF khon diok sir
কথাবোৰ সঁচা হ'লেও কিন্তু স্কুল সমূহত নকলেও চলি গৈ আছে।এইয়া মাত্ৰ শিক্ষক জনৰহে বুদ্ধিমত্তাৰ কথা।কাম নোহোৱা ভিডিঅ' বনাইছে।কিতাপ কত,,,,?চৰকাৰৰ পক্ষত কথা কৈ একো লাভ নাই।শিক্ষকৰ সমস্যা ওপৰত মাত মাতক।এজনীয়া শিক্ষকৰ কি অৱস্থা হয় ভি ডি অ কৰক।
Pdf kon share koribo
Amaloke nai powa
চাৰ শুনি শুনি আমনি লাগিছে ,।
আপোনাৰ আমনি লাগিছে কোনে কয় আপোনাক শুনিবলৈ ,স্কুলত পঢ়া ও তে চাগে আপোনাৰ আমনি লাগে ।
Apuni tutor bilakor news nidiye kiyo imane selfish neki apuni