ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
তেজৰে কমলা পতি বৰগীত টি শুনি সঁচা কৈ বৰ ভাল লাগে
সঁচাকৈয়ে শুনিলেও হেঁপাহ নপলায়, মন-মগজু শীতল হৈ যায় হিয়া-মন জুৰ পৰি যায়।
হেঁপাহ নপলায় দেখোন ।বৰগীতবোৰৰ মহিমাই অপাৰ ।কৃষ্ণ কৃষ্ণ 🙏 🙏
হে বিশ্বৰ মহান শ্ৰেষ্ঠ যুগজয়ী শিল্পী যিমান দিন সৃষ্টি থাকিব তেতিয়ালৈকে আকাশ বতাহ জন হৃদ্য়ত মুখৰিত হৈ থাকিব এইদৰেই।❤
তেজৰে কোমলা পতি বৰগীত টো মাধৱদেৱৰ দ্বাৰা বিৰচিত। তাত ভূপেন হাজৰিকা দেৱৰ মাত সুন্দৰ সংযোজন।
Beautiful song
পুৱাই গুৰুজনাৰ সুমধুৰ গীতটো শুনি বহুতো ভাল লাগিল। কৃষ্ণ, কৃষ্ণ, কৃষ্ণ।🙏🙏🙏
মহাপুৰুষ মাধৱদেৱ গুৰুজনাই,এটা সুন্দৰ ৰাতিপুৱাৰ বৰ্ণনা অঙ্কিত কৰিছে,লালিতা মাতৃ যশোদাই মাতিছে উঠা গোপাল তোমাৰ সমনীয়া দাদা বলোভদ্ৰ,দাম-সুদাম সকলোৱে গৰু চৰাবলৈ গ'ল , কৃষ্ণই হাতত বাঁহীটো লৈ শুই আছে।সুধকণ্ঠই প্ৰাণ ঢালি গোৱা বৰগীতটিয়ে যেন নিজক আত্মস্থ কৰি এটি সুন্দৰ মনোবল স্থিতি বঢ়াই দিব পাৰে,ৰাতিপুৱাই এই গীতটি শুনিলে যেন সঙ্গীত শুনি ভাল পোৱা মানুহে বুজি পায় মনটো কিমান ভাল লাগে, গুৰুজনালৈ ভক্তি অঞ্জলী যাঁচিলো,🙏🙏🙏সুধাকণ্ঠলৈ মোৰ প্ৰণাম যাঁচিলো।🙏🙏🙏
কৃষ্ণ 🙏 কৃষ্ণ গুৰুজনাক ও সুধাকনঠ জনাক ভক্তি ভৰা সেৱা জনাইছোঁ
পুৱাৰ সুন্দৰ গান শুনিয়েই মনটো ভাল লাগে 🙏🙏🙏🙏
বহুতে তেজৰে কমলাপতি গাইছে, কিন্তু সুধাকণ্ঠৰ দৰে প্ৰকৃত ৰাগত কোনেও গাব পৰা নাই।
ভূপেন হাজৰিকাৰ নামৰ আগত পয়াত শব্দ টোৱে মনত দুখ দিয়ে।
অপূৰ্ব্ব বৰগীত,অপূৰ্ব্ব ভূপেনদাৰ কণ্ঠ ।পুৱাই বিচনাতে শুনিহে উঠি আহো।
এই বৰ গীত টো ভূপেন হাজৰিকাৰ কণ্ঠত শুনি মুগ্ধ হৈ পৰো।
সচা কথা, পয়াত ভূপেন হাজৰিকাৰ মানে বৰগীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয়, সেয়ে আহক ভূপেন দাৰ দৰে হবলৈ মনতে ধাৰণা এটা লও এই মানসেৰে ই,,,
ৰাতিপুৱাতে এই সুমধুৰ বৰগীতটি শুনি ভাল লাগি গ'ল ।। ❤️🙏
ভগৱানৰ দান আমাৰ অতি মৰমৰ ভুপেনদা ।হে কৃষ্ণ।
Morning fresh Lyrics of Hazarika dev, So nice ( Borgeet ).
ইমানযে সুন্দৰ ! প্ৰণাম ভূপেনদা
অতি সুন্দৰ , অপূৰ্ব, অন্যন্য চিৰ সেউজ কণ্ঠ
ভূপেন দাৰ কণ্ঠত সকলো গীতেই ভাল লাগে।
কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম ৰাম
ৰাতিপুৱা তে এই সুমধুৰ গীত টি শুনি ভাল লাগি গল সচায়ে
Praise the Lord❤❤❤
বৰগীত ভাগি শুনি সৰু কাললৈ মনত পৰি গ'ল।দেউতালৈ মনত পৰি চকু পানী ওলায়।
🙏😍💋 জয় কৃষ্ণ জয় ৰাম ❤️❤️❤️❤️❤️❤️❤️❤️❤️
পুৱা বৰগীত শুনিলে ভাল লাগে
তেজৰে কমলাপতি বৰ গীত তটিত ভাল লাগিল 😊😊😊😊
শংকৰ দেৱৰ ৰচিত এই বৰগীতটিত আমাৰ চিৰসেউজ ,,মহান শিল্পী ড ভূপেন হাজৰিকাদেৱৰ কন্ঠ ই আৰু বেছি গভীৰতৰ কৰি তুলিছে।
ZawNice
Bhupenda A mar Maj at Atiyuo Jiyai Asses, Thank you,
শংকৰদেৱ নহয়,মাধৱদেৱৰ দ্বাৰা ৰচিত এই বৰগীতটি
শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত বৰগীত।
শঙ্কৰদেৱৰ ৰচিত এই গীতটো আমাৰ চিৰসেউজ মহানশিলপী ভূপেন হাজৰিকাৰ কনথ্্আৰু গভীৰ তৰকৰি তুলিছে,,,,,,
Krishna Krishna Krishna bahut bahut val lagil 🙏🙏🙏♥️♥️
Bhupen hajorikak mur Antar khanat bandi rakhisu 🙏🙏🙏
দুখতাপ হৰণ কৰা প্ৰভু
গুৰুজনাৰ সৃষ্টি ৰাজি বৰগীত, অমৃততুল্য সমান।
Bohut. Bhal. Lagil
জৈ। ভূপেন। হাজৰিকা।
এই বৰগীতটো মই ভূপেন হাজৰিকাৰ বাহিৰে আন কাৰো কণ্ঠত শুনি ভাল নাপাওঁ।
সুন্দৰ
অতি সুন্দৰ কণ্ঠ, অতি সুন্দৰ বৰগীত।
Ratipu.bargeeto.sunile.bar.bhal.lage.aru.suniba.lage.bhagawanaok.log.pua.gen.lage.krishna.krishna
সুন্দৰ।
I do not understand its song meaning but I am listening lejend Dr. Bhupendra hajarika i like much more
এই ভক্তিমূলক গীত টি এগৰাকী মহিলা শিল্পীৰ কণ্ঠত শুনি আকৌ ভূপেন হাজৰিকা দেৱৰ কণ্ঠত শুনিলো, হাজৰিকা দেৱৰ কণ্ঠত শুনি ভক্তি ভাৱ জাগিছে।
🙏🙏🙏শত কোটি প্ৰণাম।
Bhupen Hazarika Gaan Too Bhal Hoise Srimanta Sankardev Birosito Borgeet He Is A King Of Great Singer Nice Song ❤️👌🤘🙏🎵
এইটোক গান বুলি নকৈ বৰগীত বুলি কোৱা হয় ৷ ৰছক শ্ৰীমন্ত শংকৰদেৱ নহয় ৷ ৰছক শ্ৰীশ্ৰী মাধৱদেৱ ৷
joi guru shree shreemanta sankar dev❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
🙏🙏🙏Kuti pranam 🙏 jotei Ase Amr Suijya kontha Dev Santiye Thakok ,OM. santi,🙏
বৰগীতটিৰ আগত গুৰুবন্দনা কৰি লোৱা হলে আৰু ভাল লাগিলহেতেন 🙏 জয় গুৰু শংকৰ ❤️🙏
খুব সুন্দৰ হৈছে। আগুৱাই যোৱা। ভগৱান তোমৰ সাৰথি হক । ধন্যবাদ ।
অতি উত্তম 🙏
তেজৰেৰ ঠাইত ত্যজৰে হব লাগে।
তজ্যৰে ৰে তেজৰে কোমল উচ্ছাৰণ গীত বোৰত কোমল ৰূপবোৰ ব্যৱহাৰ হয় বাকৰে।
Hare Krishna
I was so mesmerized it is a beautiful song
Super ❤
Very fine. ❤❤❤
Om namah bhagawate vasudevaya.
অতি সুমধুৰ।
Hare Krishna ❤
শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত এই বৰগীতটিত আমাৰ ড· ভূপেন হাজৰিকা ❤❤😢😢😢😮😮😅😅😊😊🎉🎉🎉
Nice🙏🙏❤️❤️
Bestsongofmylife
🎉🎉
তেজেৰে কমলাপতি
❤
II. JOI. GURU SANKAR. II
mesmerising
So beautiful song ❤️❤️💞❣️
আগৰ ৰেডিওৰ বন্দনা অনুস্থানটিলৈ মণত পৰি কিবা দুখ দুখ লাগিছে দেখোন।
❤❤❤
Best. Song❤️🙏😎🕺💃
Very nice
Bestsongofmorning
মোৰ অতি প্ৰিয় বৰ গীত
🙏🙏🙏🙏🙏
There is so good song 4:52
🙏🙏🙏
🌹🌹🌹🌹🌹🌹🌹
মই সদায় বিছনাতে সুনো
পুৱাৰ সুমধুৰ গীত এইটোৱেই
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
🙊🌚
Ki voice bhupenda
0:50 lyrics of tejore kamalapati
❤️🙏🙏🙏🙏
Good
❤😂
তেজৰে ঠাইত ত্যজৰে হব লাগে।
♥️🙏🙏🙏🙏🙏
"ৰয়নি" বুলি কিয় গাইছিল বাৰু ভূপেনদাই?
ৰয়নী মানে ৰজনী বা ৰাতি।
🥰🥰🥰🥰😍😍😍😍😍😍😍💚💞💞
Nobodysingitasbhupenda
তেজৰে ঠাইত ত্যজৰে হোৱা উচিত।
Hudhakonthar konthar pora ulaise, kiman je humodhur.
Nobodycansingitbhupenda
🌻🌻🌻🌻🙏🙏🙏🙏🌼🌼🌼🌼🐂🐂🐂🐂🐂
🕯🕯🕯🪔🪔🪔
Good morning
❤❤❤❤❤❤
মাত্ৰ চকুপানী
H Das
Aaei borgeet tu madhabdev r rsita Kora borgeet hoi
P
❤❤

বৰগীতটিৰ আগত গুৰুবন্দনা কৰি লোৱা হলে আৰু ভাল লাগিলহেতেন 🙏
জয় গুৰু শংকৰ ❤️🙏