@@smile5432 hoi diya dangariya thike koisa tumi aibor manuhe sur dokait nakore kam kori khowa manuh bujija dangariya hoito kako tel malis kora manuh nahoi kijani
মোৰ তাত এটা লেখা আছে (বৰ্তমান বিচািৰবলৈ অসুবিধা), য’ত লিখা আছে ৷কিদৰে চহীদ কুশল কোঁৱৰৰ পত্নীয়ে ৰাইজৰ পৰা সাহায্য বিচাৰি ফুৰিছিল ৷কোনোৱে অনুগ্ৰহ কৰি সামান্য সাহায্য দিছিল ৷
অসম গন পৰিষদ এটা ৰাজনৈতিক দল নহয় এটা ক্লাব হয়। সিহতে নিজৰ হাতীতোকে বি জে পি ক বেচি দিলে নিজৰ বোলিবলে আজিৰ দিনত একোৱে নাই ক্ষেত্রত প্রাক্তন বিধায়কৰ কথা কৰা পৰা চিন্তা কৰিব। বিজেপিয়ে দিলেহে আমাৰ এজিপিৰ মন্ত্রী মহোদয় কিজন চলিব পাৰে এসময়ত ইমান এটা শক্তিশালী দল এতিয়া ক্ষমতাৰ লোভত বিজেপিৰ চোৱা চেলেকা হৈ আছে
KI karone aneke kole.tekhetr bapake he korisl teu nije nijor kam kri aguai jauk moi xei2e bisaru.apuni ji koise xeia vol.lukr onugroht jiai thakibo nalage
AGP crashed only because of lobby and selfish attitude of the "MOY BOR"ones.Some of them boasted and projected themselves in front of poor supporters as Divine Kings.Highly qualified job-seekers were demeaned by articulated questions.Prafullyaji made lakhs of qualified people jobless for 15 consecutive years by signing MOU but never even pretended to resign.
Tauk kam debolaga loratu keman val eyata buja jai ja ...tau poisa khujanai ghor khujanai,, kam besaresa kam kore tau bake neja korelobo hohae korebo laga kam debolaga 🙏
Politician buror tat e enukuwa teoloke o jane Jikar piost mnahur strot bahut besi harar pisot kune i nahe kunodin, xeikarone aji r politician e Corruption kore..
Akai ghotona mur logotu hoisa kintu mur dauta MLA nasila but brindabon gushyami siror logot bohutai Val asila buli moi ou gom paou mur pahi hota kwa hesaba aji mur neja ghor nai mur boyokh 25 bosor kintu kunu dhoronor kam bon koribo pora nai aru mur dauta ou 2007 sonor 24septemborotai dhukala
সত্যযুগ আৰু কলিযুগৰ মাজত এয়াই পাৰ্থক্য।
ভাল মানুহৰ অৱস্থা এইয়াই আৰু।।।
বহুত মহান সাংবাদিক জন তেওঁৰ কথা কিতা শুনি বহুত বেছি ভাল লাগিল এতিয়া। বিধায়কক কোৱা কথা কিতা
অনুৰোধ কৰিছোঁ এই ল'ৰা জনক অতি শীঘ্ৰে চাকৰি এটা দিয়ক
দুখজনক খবৰ, চৰকাৰে তেখেতসকলক সহায় কৰা প্ৰয়োজন
তেওঁলোক সত বিধায়ক আছিল,সেইকাৰণে আজি এই অৱস্থা
বৰ্তমান সময়ত MLA ভৰি চেলেকি থকা কেইটা ঘৰত সোমাবলৈ হলেও ছেণ্ডেল বাহিৰতে থবলৈ লাগিব ৷
বিধায়ক পেন্সনৰ বাবে ৰজাঘৰীয়াসকলে সহায় কৰি দিলে ভাল হয়
বৰ দুখ দিলে । এতিয়াৰ ৰাজনীতিত নিষ্ঠাৱান কৰ্মীৰ কাম নাই । এতিয়া চুৰ ডকাইট দগাবাজ চৰিত্ৰৰ মানুহে মন্ত্ৰী এম,এৰ,এ হ'ব পাৰিব । সেই দিন আৰু নাই । বস্তাক বিস্তাই টকা বিলাওক জয়ী হৈ ৰাইজলৈ পিঠি দি নিজৰ সম্পত্তি গঢ়ি তোলা । অসম শেষ হৈ গৈছে । অসমত ভাল মানুহবোৰ মৰিলে ।
মই দেখা নাই আজিহে শুনিলো । নৰেন তাঁতী চাগে এজন সৎ লোক আছিল। সেই কাৰণে এনেকুৱা অৱস্থা হল।
নৰেন তাঁতি আজিৰ অগপৰ কৌটিপতি নেতাসকলৰ স্বাৰ্থপৰতাৰ বলি হ'ল!
মানুহ যে অতিপাত ভাল হলেও বেয়া তাৰে উদাহৰন বৰমুৰিয়া হতৰ সময়নো কত এইবোৰ ভাল মানুহৰ খবৰ লবলৈ
Right
মানুহ জন যে ভাল আছিল তাৰ একো প্রমান নাই,,,,,, কিন্তু বিধায়কৰ ল'ৰা হৈ আজি এনে দিন কিয়, কিবা কর্মৰ দোষ, বহি বহি খাওতে তলি উদং হল বাপুৰাই এতিয়া আকাশৰ তৰা গুণি থাকক ।।।
।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।
@@smile5432 তৰা গুনি নহয় তৰা গনি অসমীয়া ভালকৈ শিকি লোৱা আৰু মানুহ দেখিলে গম পাই বহি খোৱা নে কাম কৰি খোৱা
@@smile5432 hoi diya dangariya thike koisa tumi aibor manuhe sur dokait nakore kam kori khowa manuh bujija dangariya hoito kako tel malis kora manuh nahoi kijani
দুখ লগা কথা...!!!
চৰকাৰে সিহঁত ঘৰ খনক পেনচন দিয়া ব্যবস্থা কৰিব লাগে
অতুল বৰা ডাঙৰীয়া এজন নিজৰ সতিৰ্থৰ কথা যাৰ মনতে নপৰে আলয় আথনিত পূত যোৱা ৰাইজৰ কথা মনত পাৰিবনে সিহত বোৰে পেঞ্চন পাই কিয় পৰিয়াল কেইটাত সেই কাম ফেৰা কৰিব নোৱাৰিলে ইয়াকৈ হাৰাম চাগে পৃথিৱীত নহ'ব,,,
এতিয়া বিধায়কৰ সাত পুৰুষলৈ চিন্তা নাই আৰু নালাগে । এতিয়া বিধায়কৰ পকীবেৰৰ জনসাধাৰণৰ বঞ্চিতৰ চেকা থাকিব পাৰে । কিন্তু এইজনা ভগা পজাত তেনেকুৱা চেকা নাই আৰু লাগিবলৈ নিদিলে । সেইবাবে তেওঁ লোকৰ বিষয়ে কবলৈ ও নাই আৰু লিখিবলৈও নাই , সেইবাবে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিব পৰা নাই ।
দুখ লগা অৱস্থা । নৰেণ তাতী ডাঙৰীয়া সৎ হোৱাৰ ফল পুত্ৰই ভোগ কৰিছে ! যদি তেখেতৰ পৰিয়ালটোক অ গ প মন্ত্ৰী কেইজনে সংস্থাপনৰ ব্যৱস্থা কৰি নিদিয়ে তেনেহ'লে ভৱিষ্যত প্ৰজন্মৰ বাবে বেয়া বাৰ্ত্তা দিয়াৰ দৰে হব । অৰ্থাৎ" অসৎ ৰ হে সুখ "।
সচাকৈ দুখ লাগে, যদি দুই নম্বৰী কাম কৰিব পাৰিলে এই অৱস্থা নহলহেতেন।এয়ে প্ৰমাণ মানুহ কিমান সৎ ,অসৎ।
তেওঁ এসময়ত বিধায়ক আছিল। তেওঁ সৎ আছিল আমি সকলোৱে জানে। সেইটো পৰিয়ালৰ বাবে অতি গৌৰৱৰ কথা।
বৰ্তমান অসমৰ বিয়াগোম নেতাৰ পুত্ৰৰ 17 বছৰত 17 টা কোম্পানিৰ মালিক হল, কিন্তু লাভ নাই বৰ্তমান সেই নেতাৰ একমাত্র পুত্ৰৰ গাত অসমৰ জনসাধাৰণৰ অভিশাপ লাগিছে ফলত ড্ৰাগছ আষক্ত হৈ পাগলৰ দিশে গতি কৰিছে, বৰ্তমান চিকিৎসা প্ৰদান কৰি আছে বুলি চৰ্চা হবলৈ আৰম্ভ কৰিছে
সহায় কৰক চৰকাৰে আমি দাবী কৰিছোঁ,
আজিৰ সময়ত ৰাইজক আপোনাৰ দৰে সাংবাদিকৰ প্ৰয়োজন । ঈশ্ৱৰে আপোনাক আশীৰ্বাদ কৰক। নহ'লে সাংবাদিকতাৰ ওপৰত ৰাইজৰ বিশ্বাস হেৰাই গৈছে। পৰিয়ালটোক চৰকাৰে দেউতাকে ৰাইজৰ কাৰণে কৰা সেৱাৰ খাতিৰতে কিবা এটা ব্যৱস্থা কৰি দিয়াটো আমি বিচাৰোঁ।
এজিপিয়ে হাতি টু বিক্রি করি দিলে বিজেপির হাতত
মোৰ দেউতাৰ মৃত্যুৰ পাছত আমাৰো একে গতি হৈছিল।সৎ পথত থাকিলে এয়ে গতি হয়।অসম আন্দোলনৰ সময়ত মোৰ দেউতা মৰিগাঁও জিলা গনসংগ্ৰাম পৰিসদৰ সভাপতি আছিল তথা উকীল হিচাবে বিনা পৰিশ্ৰমিকেৰে আন্দোলনৰ মুকৰ্দমা বোৰ কৰিলে।কিন্তু মৃত্যুৰ পাছত আমাৰ পৰিয়াল তোক এবাৰো চাবলৈ কাৰো আহৰি নহল এই অগপ তথাকথিত নেতা বোৰৰ।ঘৃণা জন্মে এইবোৰ নেতা বুলি কবলৈ।আমি তিনি ভাইক মায়ে বহু কষ্টৰে ডাঙৰ কৰি শিক্ষিত কৰিলে।প্ৰফুল্ল মহন্তই কেৱল নিজৰ ধন ভঁৰাল গৰম কৰিলে।মোৰ দেউতা এই নেতাবোৰৰ দাদা ,কাৰোবাৰ খুড়া আছিল।কিন্তু আমাৰ দুখত কোনেও এষাৰ মাত দিবৰ সময় নহল।এয়ে অগপ দল যি নিজৰ সৎ নেতাবোৰ তথা তেওঁলোকৰ পৰিয়ালৰ কাৰণেই একো নাভাবে, দেশৰ কথা কি ভাবিব,ধিক্কাৰ এনে দলৰ প্ৰতি।
Right😭
মোৰ তাত এটা লেখা আছে (বৰ্তমান বিচািৰবলৈ অসুবিধা), য’ত লিখা আছে ৷কিদৰে চহীদ কুশল কোঁৱৰৰ পত্নীয়ে ৰাইজৰ পৰা সাহায্য বিচাৰি ফুৰিছিল ৷কোনোৱে অনুগ্ৰহ কৰি সামান্য সাহায্য দিছিল ৷
ৰাজনীতিৰ এটা নিয়ম।
বেয়া লাগিল
অ,গ,প, ৰ নেতা মখা সৰ্বকালৰ নিকৃষ্ট ব্যক্তিত্ব । নহ'লেনো একালৰ সতীৰ্থৰ পৰিয়ালৰ খবৰ ল'বলৈ সময় নহ'ল নে এওঁলোকৰ । যিসকলে নিজৰ দহ বছৰীয়া শাসন কালত শ্বহীদ সকলক সন্মান দিবলৈ সক্ষম নহ'ল । পৰৱৰ্তীকালত বি,জে, পি ৰ বোকোচাত উঠি শ্বহীদ সকলক স্মৰণ কৰিবলৈ সমৰ্থ হ'ল । এওঁলোক ধিক্কাৰ জনাওঁ ।
অসম গন পৰিষদ এটা ৰাজনৈতিক দল নহয় এটা ক্লাব হয়। সিহতে নিজৰ হাতীতোকে বি জে পি ক বেচি দিলে নিজৰ বোলিবলে আজিৰ দিনত একোৱে নাই ক্ষেত্রত প্রাক্তন বিধায়কৰ কথা কৰা পৰা চিন্তা কৰিব। বিজেপিয়ে দিলেহে আমাৰ এজিপিৰ মন্ত্রী মহোদয় কিজন চলিব পাৰে এসময়ত ইমান এটা শক্তিশালী দল এতিয়া ক্ষমতাৰ লোভত বিজেপিৰ চোৱা চেলেকা হৈ আছে
Akash was a very briliant studen .
Super
Val news krise dada.val lagil
এনে নীতিৰ বাবে AGP ঠাৰি চিগা বেগেনা।
আজিৰ বিধায়কৰ কথা বাদেই দিলো বিধায়কৰ সোহাঁতে বাওঁহাতে থকা সকলৰ ওচৰলৈ যাব পাৰিবনে ?
Thik koise
সঁচাকৈয়ে দুখ লগা খবৰ।
সঁচা কথা।
বিধায়ক পেন্সন পাব লাগে।
সুন্দৰ কথা কৈছে মানুহ গৰাকীয়ে
ৰাজনীত ত দুৰ্নীতি নকৰিলে এনেকুৱা হয়। ভাল মানুহৰ লগত ভাল হয় বুলি মাত্ৰ কিতাপত হে পঢ়িবলে পোৱা যায়
MLA hole je daangr building hob lagib luxury car thakib laagib ? teulokr monthly payment kimaan.
তেঙৰ নহলে আজিৰ দিনত কি হয়গৈ
অতুল বৰাই সতে চব পাহৰি থাকিলে ।গাদী পইচা আৰু কি লাগিছে।এবাৰ মনত পেলাব লাগিছিল তেওঁলোকৰ কথা ।
বৰ্তমান অগপ দল মানে অতুল আৰু কেশব হে, সেই হেতুকে অগপ দলৰ কৰ্মী সকলে অতুল আৰু কেশবক ৰাজ ভোগ খোৱাই থকাৰ চিন্তা কৰি একো লাভ নাই, বৰ্তমান অগপ দলৰ কৰ্মী সকলৰ বাবে ইহতৰ চিন্তা কৰিবলৈ সময় নাই, নিজৰ পৰিয়ালৰ ভাই ককাই লৰা ছোৱালী পত্নীৰ নামত অবাধ সম্পত্তি আহৰণ কৰাৰ হে চিন্তা
অসম গণ পৰিষদ কি কাৰণে বিখ্যাত -সকলোৱে জানে | বৰ্তমানৰ অসম গণ পৰিষদৰ আখ্যান কৈ শেষ কৰিব নোৱাৰি | কি অতুল বৰা , কি ফণীভূষন , কি কেশৱ মহন্ত শসনৰ সোৱাদ এতিয়াহে পাইছে |১৫ বছৰ মান মাখি মাৰি কটাইছিল দেখোন |এতিয়া বি জে পি ৰ অস্কিজেন লৈহে জীয়াই আছে |বাকীবোৰতো ৰণত পৰি কলিয়া -হল |অ.গ.প.ই ৮৫৫ জনৰ কথাই ভাবিব নোৱাৰিলে , এতিয়া হিতাধিকাৰীৰ মাজতহে অ.গ.প., বাকী অসমীয়া ৰাইজে ইহঁতক কেতিয়াবাই কবৰ দিলে |
Hosa kotha.
অসম গণ পৰিয়ালে সভাপতিয়ে অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালৰ খবৰ লবলৈ আহৰি নাই প্ৰাত্তন বিধায়কৰ অন্তত খবৰ লব লাগিছিল অসম গণ পৰিষদৰ সভাপতি কি দল ঢলাব।
Very nice news
বৰষুণ যোৱাৰ পাছত জাপিৰ কাম নাই
তেনে হৈছে 😳
পাক্তন MLA নৰেন তাঁতী , দেৱৰ লৰাটোক চৰকাৰে পাৰিলে চাকৰি এটা ব্যবস্থা কৰি দিব লাগে । মন্ত্ৰী অতুল বৰা দেৱ , আপুনি বিষয় টো গুৰুত্ব দিব লাগে । আপোনাৰ লোকৰ সহ নেতা আৰু ৰাইজৰ হকে কাম কৰা ব্যক্তি আছিল । আজি এনে অৱস্থা দেখি আমি সাধাৰণ মানুহে লাজ পাইছো ।
KI karone aneke kole.tekhetr bapake he korisl teu nije nijor kam kri aguai jauk moi xei2e bisaru.apuni ji koise xeia vol.lukr onugroht jiai thakibo nalage
চন্দন চৰকাৰ, বসন্ত দাস আদিয়ে ৭ পিৰিয়ে খাব পৰাকৈ টকা কৰি লৈছে।
I would like to request the honourable CM of Assam to help the family.
অতুল বৰাই AGP ক বিক্ৰী দিলে ।
সন্মানীয় অতুল বৰা ডাঙৰীয়াক কিয় গালি দিছে সাংবাদিক মহোদয় ? গালি দিব লাগে প্ৰফুল্ল মহন্তক / বৃন্দাবন গোস্বামী / হিতেন্দ্ৰ গোস্বামী / অতুল বৰা ছিনিয়ৰক আৰু অগপৰ ভাল দিনত লুটি পুতি খোৱা সকলক । শিক্ষকৰ চাকৰিৰ নামত বজাৰ গঢ়ি তোলাসকলক গালি দিয়ক ।
লগতে জয়নাথ শৰ্মাও কম নহয়। সিহতে বিদেশী খেদিম বুলি সম্পত্তিৰ পাহাৰ বনালে
@@sikhamoninath2152 সেইজনৰ নামটো পাহৰিছিলো । সোণৰ অসম গঢ়াৰ ঠিকাদাৰ আছিল সিহঁত ।
সহায় কৰিব লাগে
ৰাজনীতিৰ খেলা কি কৰিব দুঃখ লাগে
Government should provide a service to the poor family.
বিধায়কজনে সন্তানৰ শিক্ষা দীক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল নেকি ? সন্তান কিয় হাজিৰা কৰিবলগীয়া হ’ল ?
এইটো কিবা খবৰ হল নে? প্ৰাক্তন বিধায়কৰ পুত্ৰ বোৱাৰীয়ে দিন হাজিৰা কৰি খাইছে- তাতে কি হল? তেওলোকে চোৰ কৰি খোৱা নাই নহয়। নে তেওঁলোকৰ বিধায়ক পিতৃয়ে দুৰ্নীতি কৰি সম্পত্তিৰ পাহাৰ গঢ়ি পিছৰ ১৪ টামান প্ৰজন্মই আৰামত ঘৰতে বঢ়ি বঢ়ি খোৱাৰ ব্যৱস্থা কৰি থৈ যাব লাগিছিল?
Umm Obama r jiyek e u hotel t kam korisl
Tor mathnai
😂
Good job tanti bobua
Great news
আছলতে এনেধৰনৰ বিধায়ক হোৱাতকৈ নোহোৱা ভাল আছিল
We think Hon ble C M sir will take the matter seriously.
Right kota kaise aaponi salute you
কিয় মেনেজ কৰিব নোৱাৰিলে---???? অগপয়ো তো লুটি পুতি খাইছিল!!!!!মানুহ অতিষ্ঠ হৈ উঠিছিল
Birudhi hoi Rupjyoti Kurmi e khobor lole, kintu A.G.P r khoborei nai. Eman baibanir phol edin Bhogobane diboi dibo.
Very sad news.
নৰেন তাতীয়ে হয়তো দুই নম্বৰ কৰি টকাৰে পাহাৰ বনাবলৈ যত্মনকৰিলে চাগে।সেইটোৱেই তেওৰ ভুল হল।
Rajnity hekh, parichaya hekh,kam-naam-salam
AGP crashed only because of lobby and selfish attitude of the "MOY BOR"ones.Some of them boasted and projected themselves in front of poor supporters as Divine Kings.Highly qualified job-seekers were demeaned by articulated questions.Prafullyaji made lakhs of qualified people jobless for 15 consecutive years by signing MOU but never even pretended to resign.
কিনো ডাঙৰ কথা হ`ল,কৰ্ম্মহে কৰিব,বিধায়কৰ লৰা হলেই নহব নহয়
Goswami Mahanta Phukan aadir somoi naei😮😮😮
Right
Ei e abastha hoi June axom aru axomnakhi k bhal pai aru raijok nothogai... Ami teulokk mullyo e nidu
ঠিকেই আছে____বাতৰিটো দেখিলে বৰ্তমানৰ বিধায়কসকলে নিজৰ সন্তানৰ ভবিষ্যতৰ বাবে আৰু অধিক ধন -সম্পত্তি গোটাবলৈ লাগি যাবলৈ উৎসাহ পাব ।
এইবোৰ বৰ লাজ লগা কথা ।ধৃষ্টতা জন নেতা।
অতি সুন্দৰ ঘৰ ইয়াতকৈ কি ভাল লাগে।
ঠিকেই কৈছে। খবৰটো অনুসৰি এওঁলোকৰ বিধায়ক পিতৃয়ে সম্পত্তিৰ পাহাৰ গঢ়ি পুতেক বোৱাৰীয়েকহতে ঘৰতে বঢ়ি আৰামত খাব পৰা ব্যৱস্থা কৰি থৈ যাব লাগিছিল।
মুখ্যমন্ত্ৰীয়ে বিষয়টোত গুৰুত্ব দি এই পৰিয়ালটোক মৰ্যাদাপূৰ্ণ জীৱন এটাৰ ব্যৱস্থা কৰি দিব লাগে।
শিক্ষাগ্ৰহণ নকৰিলে নিজকে বহত বা
Mojja
Atul Bora ki Naren Tantik chini napai? Hi A GP
Pl contact Assemly Sectt Dispur for pension
Soli jai baba
সৎ লোকৰ আদৰ নাই
Otti dhukh loga news . Assa korisu AGP guruta di porialtu help koribo
Bya kotha. Pahoribo nalagisil
Tauk kam debolaga loratu keman val eyata buja jai ja ...tau poisa khujanai ghor khujanai,, kam besaresa kam kore tau bake neja korelobo hohae korebo laga kam debolaga 🙏
Sad news
vl news krisa gd ..❤️
Nijor Dokhor karne... Manuha Dukhiya hoi... Beya Sobavor manuha dukhiya hoi
Hosake bohut dukh lagil dekhi
That is politic today
Upai kori deok
Very sad
He was a very good person
He was a very popular person at
That time a g p should do something for his family
Politician buror tat e enukuwa teoloke o jane Jikar piost mnahur strot bahut besi harar pisot kune i nahe kunodin, xeikarone aji r politician e Corruption kore..
Naren Tati তেওঁ পেঞ্চন নাপাইছিল নেকি?
Tenehle ki BMW loi ghuribo lage ???
চৰকাৰে পৰিয়ালটিৰ সোনকালে কিবা এটা বিশেষ ব্যৱস্থা কৰি দিব লাগে৷
Val neta
Homvob. Nijor nhole hkolu misa.
Mla pension tawlukur paipo asil aikhi sorkoradiajan 🙏
Sasakoiye bar dukh lagise. Sat manuh asil sage.
Akai ghotona mur logotu hoisa kintu mur dauta MLA nasila but brindabon gushyami siror logot bohutai Val asila buli moi ou gom paou mur pahi hota kwa hesaba aji mur neja ghor nai mur boyokh 25 bosor kintu kunu dhoronor kam bon koribo pora nai aru mur dauta ou 2007 sonor 24septemborotai dhukala
Rupjyoti kurmi ye hohai koribo sagoi
Rajniti anekuai