Gaurav Gogoi Latest News | ‘ৰাইজৰ মৰম টকা-পইচাৰে কিনিব নোৱাৰি’-গৌৰৱ গগৈ | কিয় এই কথা কলে গৌৰৱে? N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ธ.ค. 2024

ความคิดเห็น • 545

  • @Randeep-kb1xh
    @Randeep-kb1xh 8 หลายเดือนก่อน +185

    সুন্দৰ উত্তৰ দিছে আজিৰ ৰাজনীতি ক্ষেত্ৰখনৰ এজন ভদ্ৰ নম্ৰ নেতা । নামেই যাৰ পৰিচয় গৌৰৱ গগৈ সঁচাকৈ অসম আৰু অসমীয়াৰ গৌৰৱ অসমৰ সুসন্তান ।
    অদূৰ ভবিষ্যতে এদিন পিতৃৰ দৰে তেওঁ অসমৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হব আৰু অসমৰ মুখ্যমন্ত্ৰী আসন শুৱনি কৰিব ।
    গৌৰৱ গগৈ ডাঙৰীয়া লৈ শুভেচ্ছা জনালোঁ ।

    • @dulumonigogoi2318
      @dulumonigogoi2318 8 หลายเดือนก่อน

      th-cam.com/video/82k87J3wbVs/w-d-xo.htmlsi=2Wvm0_KA5DhaGdTI

    • @nogensarma4174
      @nogensarma4174 7 หลายเดือนก่อน +1

      আগতে আমাৰ বাপতি সাহোন ভাষাটো শিকাওক

  • @jayaborah2926
    @jayaborah2926 8 หลายเดือนก่อน +134

    ইমান ধূনীয়া, ধূনীয়াকৈ প্ৰ্তিটো প্ৰশ্নৰে উত্তৰ দিছে মাননীয় গৌৰৱ গগৈ দেৱে শুনিলে শুনি থাকিবলৈ মন যায়। তথাপিও কোনো কোনোৱে
    আকৌ কয় , মাতৃ ভাষাটোকে ভালকৈ ক'ব নোৱাৰে।👍👍👍

    • @Popcorngaming072
      @Popcorngaming072 8 หลายเดือนก่อน +5

      june koi j gourav gogoi dangriyai a axomiya kobo njaney buli haibilak 15000 t biki hua manuh 😂

    • @dulumonigogoi2318
      @dulumonigogoi2318 8 หลายเดือนก่อน

      th-cam.com/video/82k87J3wbVs/w-d-xo.htmlsi=2Wvm0_KA5DhaGdTI

    • @RitulDutta
      @RitulDutta 8 หลายเดือนก่อน

      ​@@Popcorngaming072right 👍

  • @BhabaniPrasadBora
    @BhabaniPrasadBora 8 หลายเดือนก่อน +7

    আকাশ পাতাল পাৰ্থক্য বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈদেৱৰ ব্যক্তিত্বৰ, ইমান নম্ৰ-ভদ্ৰ। অকল ভাল ব্যক্তিয়েই নহয়, ভাল ৰাজনীতিবিদো। সদনত বিৰোধী দলৰ এটা শক্তিশালী মাত। সেই বিৰোধ ইমান সুন্দৰভাৱে উপস্থাপন কৰে যে শুনিলে শুনি থাকিবলৈ মন যায়। তেওঁৰ দৰে অসংখ্য ৰাজনীতিবিদৰ জন্ম হওঁক অসম তথা ভাৰতত।

  • @adityapayeng
    @adityapayeng 8 หลายเดือนก่อน +114

    গৌৰৱ গগৈ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ❤❤❤❤❤❤

    • @drishanipatowary2018
      @drishanipatowary2018 8 หลายเดือนก่อน

      th-cam.com/video/_TtoxBZ5WUA/w-d-xo.htmlsi=ivZ72Vb_VaePCfQx

    • @dulumonigogoi2318
      @dulumonigogoi2318 8 หลายเดือนก่อน

      th-cam.com/video/82k87J3wbVs/w-d-xo.htmlsi=2Wvm0_KA5DhaGdTI

    • @mdfakir9424
      @mdfakir9424 8 หลายเดือนก่อน

      Good ❤❤❤❤❤

  • @nabamohan7554
    @nabamohan7554 8 หลายเดือนก่อน +40

    গৌৰৱ গগৈ জিন্দাবাদ।

  • @SurajitSharma-nh2un
    @SurajitSharma-nh2un 8 หลายเดือนก่อน +294

    অত্যুক্তি কৰা নাই, কিন্তু এটা কথা ঠিক যে আজি অসমৰ কোনো মানুহেই বুকুত হাত থৈ ক'ব নোৱাৰে যে গৌৰৱ গগৈ ডাঙৰীয়া তপন গগৈতকৈ কোনো গুণে বেয়া বা দুৰ্বল- লাগিলে তেওঁ বিৰোধীয়েই নহওক কিয়! কিয়নো আমি কেতিয়াও তেওঁক দেখা নাই কাৰোবাৰ বিষয়ে অসন্মানসূচক মন্তব্য দিয়া, বোকা দলিওৱাৰ ৰাজনীতি খেলা, গুণ্ডাবাহিনী লৈ ফুৰা। তেওঁ নতুন প্ৰজন্মৰ বাবে অসমৰ ৰাজনীতিত এক সুস্থ বাতাবৰণ আনিবলৈ চেষ্টা কৰিছে। এয়া আদৰণীয় নহয় জানোঁ..??

    • @BipinBora-sl8sn
      @BipinBora-sl8sn 8 หลายเดือนก่อน +17

      Gourav Assam gourav gourav jindabad

    • @ParashBorah-i7z
      @ParashBorah-i7z 8 หลายเดือนก่อน +17

      গৌৰৱ দা আমি আপোনাৰ লগত আছো।

    • @mrinmoy13
      @mrinmoy13 8 หลายเดือนก่อน +10

      Yes

    • @FuczHsc
      @FuczHsc 8 หลายเดือนก่อน +12

      আমি ও আছ গৌৰৱ লগত

    • @NilaSarmah-t2n
      @NilaSarmah-t2n 8 หลายเดือนก่อน +12

      আমিও আছো যোৰহটীয়া ভোটাৰ।

  • @ritubora4782
    @ritubora4782 8 หลายเดือนก่อน +56

    Gaurav gogoi zindabad ❤❤

  • @userrb_1234
    @userrb_1234 8 หลายเดือนก่อน +8

    আজি গৌৰৱ গগৈক লগ পাই সঁচাই বৰ ভাল লাগিল.. ইমান সহজ-সৰল ,নম্ৰ-ভদ্ৰ মানুহ..

  • @SimilarAhmed
    @SimilarAhmed 8 หลายเดือนก่อน +222

    বি জে পি দলত ইমান ডাঙৰ ডাঙৰ নেতা থকাৰ পাছতু এজন গৌৰৱ গগৈ য়ে পুৰা বি জে পি হিলাই দিছে বে,, গৌৰৱ গগৈ জিন্দাবাদ ❤❤❤

    • @denishamsih5726
      @denishamsih5726 8 หลายเดือนก่อน +12

      Ghenta hilaise...4th june ot gom pabi 😂

    • @ayangentertainer9975
      @ayangentertainer9975 8 หลายเดือนก่อน +17

      ​@@denishamsih5726orunudoir faki form toi bila..bhakto

    • @PrajenBorman-ud9ih
      @PrajenBorman-ud9ih 8 หลายเดือนก่อน +1

      Tur jolise neki

    • @ilovemytravel9681
      @ilovemytravel9681 8 หลายเดือนก่อน

      ​@@denishamsih5726evm manage korib neki BJP biscuits khowa

    • @everything1268
      @everything1268 8 หลายเดือนก่อน +7

      ​@@denishamsih5726 Gaurav gogoiye mane bjp r pali pohoriya khiniku hilai dise😂😂😂

  • @SrimitalisaikiaSrimitalisaikia
    @SrimitalisaikiaSrimitalisaikia 8 หลายเดือนก่อน +143

    গৌৰৱ গগৈ জিন্দাবাদ

    • @JituDutta-v1q
      @JituDutta-v1q 8 หลายเดือนก่อน +4

      G Gogoi zindabad

    • @ujjalchaliha2793
      @ujjalchaliha2793 8 หลายเดือนก่อน

      নিজৰ চৰকাৰ নহলে সদনত আৰু চিয়ঁৰি থাকিলেও কাম নাই,কংগ্ৰেছতকৈ বিজেপিয়ে উন্নয়ন বেছি কৰিছে,তাৰ ভিতৰত বেয়া কাম ও কিছু নোহোৱা নহয় কিন্তু তুলনামূলকভাৱে কংগ্ৰেছতকৈ ভাল।

    • @drishanipatowary2018
      @drishanipatowary2018 8 หลายเดือนก่อน +1

      th-cam.com/video/_TtoxBZ5WUA/w-d-xo.htmlsi=ivZ72Vb_VaePCfQx

    • @dulumonigogoi2318
      @dulumonigogoi2318 8 หลายเดือนก่อน

      th-cam.com/video/82k87J3wbVs/w-d-xo.htmlsi=2Wvm0_KA5DhaGdTI

  • @nibeditahazarika327
    @nibeditahazarika327 8 หลายเดือนก่อน +35

    গৌৰৱ গগৈ জীন্দাবাদ ❤

  • @AbuHannansekh56
    @AbuHannansekh56 8 หลายเดือนก่อน +42

    Congratulations 🎉

  • @saralmonineog7403
    @saralmonineog7403 8 หลายเดือนก่อน +99

    ❤"Gaurav GoGoi"❤ JindaBaad ✊

    • @denishamsih5726
      @denishamsih5726 8 หลายเดือนก่อน

      Murdabad

    • @dulumonigogoi2318
      @dulumonigogoi2318 8 หลายเดือนก่อน

      th-cam.com/video/82k87J3wbVs/w-d-xo.htmlsi=2Wvm0_KA5DhaGdTI

  • @smpvillage
    @smpvillage 8 หลายเดือนก่อน +86

    জয় গৌৰৱ গগৈ
    জয় অখিল গগৈ
    জয় লোৰিণজোতি
    জয় ৰাহুল গান্ধী
    জয় অৰবিন্দ
    কেজৰিয়াল
    জয় কংগ্ৰেছ
    জয় জয় জয়

    • @RatulPanging-ir8dv
      @RatulPanging-ir8dv 8 หลายเดือนก่อน +1

      Yes joy joy. Disang ligiri bari

    • @SatyajitGogoi-ft8wn
      @SatyajitGogoi-ft8wn 8 หลายเดือนก่อน +1

      অৰবিন্দ কোন.নোবোজিলো

    • @DilipBoruah-i8c
      @DilipBoruah-i8c 8 หลายเดือนก่อน +1

      Gaurav Gogoi zindabad,INC jindabad jindabad

    • @smpvillage
      @smpvillage 8 หลายเดือนก่อน +3

      @@SatyajitGogoi-ft8wn দিল্লী ৰ মূখ্যমন্ত্ৰী যাক হিমন্ত মোদীয়ে ভয় কৰে সেইবাবে জেলত ভৰাই থৈছে অখিল গগৈ দৰে।

    • @dulumonigogoi2318
      @dulumonigogoi2318 8 หลายเดือนก่อน

      th-cam.com/video/82k87J3wbVs/w-d-xo.htmlsi=2Wvm0_KA5DhaGdTI

  • @NabakumarKutum
    @NabakumarKutum 8 หลายเดือนก่อน +56

    Gourav Gogoi jindabad

  • @smilegirl4545
    @smilegirl4545 8 หลายเดือนก่อน +68

    Gorouv gogoi jindabad😊

  • @dipjyotigogoi8964
    @dipjyotigogoi8964 8 หลายเดือนก่อน +15

    Assamot future krone Gourav Gogoi jikatu bht besi important hoi ru governmentte orunodoi hok ba jiyei scheme hok diye thakibo but
    Hosakei please sobei Gourav Gogoik vote dibo.

  • @NakulGogoi-f5s
    @NakulGogoi-f5s 8 หลายเดือนก่อน +30

    Gaurav gogoi jindabad

  • @nilimachangkakoty2981
    @nilimachangkakoty2981 8 หลายเดือนก่อน +52

    Right gaurab gogoi zindabad

  • @simantagogoi6563
    @simantagogoi6563 8 หลายเดือนก่อน +58

    Gourov gogoi❤

  • @busylife1235
    @busylife1235 8 หลายเดือนก่อน +75

    Gourav Gogoi zindabad 🎉

    • @dulumonigogoi2318
      @dulumonigogoi2318 8 หลายเดือนก่อน

      th-cam.com/video/82k87J3wbVs/w-d-xo.htmlsi=2Wvm0_KA5DhaGdTI

  • @bipulborah2193
    @bipulborah2193 8 หลายเดือนก่อน +8

    আপোনাৰ এষাৰ কঠাই ৰাইজৰ অন্তৰ গলালে ধন্যবাদ।

  • @KamalKhataniar-s9x
    @KamalKhataniar-s9x 8 หลายเดือนก่อน +46

    Gourav da jindabad 🎉🎉🎉

  • @nidhikashyap3574
    @nidhikashyap3574 8 หลายเดือนก่อน +71

    গৌৰৱ গগৈ অসমীয়াৰ ভবিষ্যত, অসমীয়া জাতিয়ে কব l

    • @dulumonigogoi2318
      @dulumonigogoi2318 8 หลายเดือนก่อน

      th-cam.com/video/82k87J3wbVs/w-d-xo.htmlsi=2Wvm0_KA5DhaGdTI

  • @AbdulMaleque-k5d
    @AbdulMaleque-k5d 8 หลายเดือนก่อน +9

    Gaurav Gogai,: Diligence is the mother of good luck

  • @rinkubaruah1972
    @rinkubaruah1972 8 หลายเดือนก่อน +62

    গৌৰৱ গগৈ জিন্দবাদ

    • @dulumonigogoi2318
      @dulumonigogoi2318 8 หลายเดือนก่อน

      th-cam.com/video/82k87J3wbVs/w-d-xo.htmlsi=2Wvm0_KA5DhaGdTI

  • @sashibhatta5198
    @sashibhatta5198 8 หลายเดือนก่อน +52

    গৌৰৱ গগৈয়ে মৰমেৰে মৰম কিনিব পাৰিছে ৷ তপন গগৈয়ে যদি গৌৰৱ গগৈতকৈ অধিক পৰিমাণে মৰম কিনিব পাৰিলে তেঁৱেই নিৰ্বাচনত জিকিব পাৰিলে ৷ দুয়ো গৰাকী হেভীৱেইট প্ৰাৰ্থী অগ্নিপৰীক্ষাৰ সন্মুখীন হৈ পৰিছে ৷ সময়ে বা কি কয় !

    • @PrajenBorman-ud9ih
      @PrajenBorman-ud9ih 8 หลายเดือนก่อน +10

      Heavy wait bulibole eku nai toponor kebol toka aru selefu keitaman logot ase

    • @gunjanofficial7141
      @gunjanofficial7141 8 หลายเดือนก่อน +3

      right 100%❤

    • @miggg7799
      @miggg7799 8 หลายเดือนก่อน

      2:32

    • @dipakgogoi5084
      @dipakgogoi5084 8 หลายเดือนก่อน

      তপন গগৈ একো হেভিউয়েত নহয়। এজন জাতিৰ স্বাৰ্থত মাত মাতিব পৰা ব্যক্তি নহয়। গৌৰৱ গগৈ লগত তুলনা নহয়। তপন গগৈৰ কৈ মিছা প্ৰচাৰ নচলাব।

    • @dulumonigogoi2318
      @dulumonigogoi2318 8 หลายเดือนก่อน

      th-cam.com/video/82k87J3wbVs/w-d-xo.htmlsi=2Wvm0_KA5DhaGdTI

  • @santanurajkonwar4093
    @santanurajkonwar4093 8 หลายเดือนก่อน +48

    ভাল হৈছে।👌 ৰাইজৰ মৰম লাগিবই। কিন্তু, সেই মৰমবোৰ ১৯ এপ্রিল তাৰিখে ভোটলৈ পৰিবৰ্তন হ'ব লাগিব। তেহে জয় অনিবার্য।

    • @dulumonigogoi2318
      @dulumonigogoi2318 8 หลายเดือนก่อน

      th-cam.com/video/82k87J3wbVs/w-d-xo.htmlsi=2Wvm0_KA5DhaGdTI

  • @Guljar__khan__786__
    @Guljar__khan__786__ 8 หลายเดือนก่อน +36

    Gaurav ko koi jindabad❤❤❤

  • @shimantakanchanmusical4271
    @shimantakanchanmusical4271 8 หลายเดือนก่อน +13

    আমাৰ গৌৰৱ অসমৰ গৌৰৱ গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍😍 এজন সহজ সৰল শিক্ষিত সঁচা মনৰ গৰাকীয়েই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। আমাৰ অসমৰ জনসাধাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক ভোট দি কৰক জয় যুক্ত, তেতিয়াহে উন্নতিৰ পথত অসম খন হ'ব মুক্ত। কংগ্ৰেছৰ জয় ৰাইজৰ জয় গৌৰৱ গগৈ ডাঙৰীয়াৰ জয় ৰাইজৰ জয়। কংগ্ৰেছলৈ স্বাগতম জনাইছো সকলোকে।সকলো জনসাধাৰণলৈ মোৰ ফালৰ পৰা সৰুকৈ এটি বিনম্ৰ অনোৰোধ। অসমৰ জনসাধাৰণক যদি শান্তি লাগে,তেন্তে নিজৰ বিবেকে প্ৰাৰ্থী চাই ভোট দিয়ক।🙏🙏🙏

    • @dulumonigogoi2318
      @dulumonigogoi2318 8 หลายเดือนก่อน

      th-cam.com/video/82k87J3wbVs/w-d-xo.htmlsi=2Wvm0_KA5DhaGdTI

  • @nayankumarpawe2671
    @nayankumarpawe2671 8 หลายเดือนก่อน +41

    মোৰ দৃষ্টিত যোৰহাট সংসদীয় সমষ্টিত বি জে পি য়ে যিমান পইচাৰ বৰষুণ দিলেও কাম নহব কাৰণ যোৰহাট সমষ্টিৰ ৰাইজে আৱেগ নহয় বিৱেকেৰে ভোট দান কৰিব।

    • @dulumonigogoi2318
      @dulumonigogoi2318 8 หลายเดือนก่อน

      th-cam.com/video/82k87J3wbVs/w-d-xo.htmlsi=2Wvm0_KA5DhaGdTI

    • @NabaijthMili
      @NabaijthMili 8 หลายเดือนก่อน +2

      Gaurav Gogoi jindabad

  • @SangitaboruahSangitaboruah-j9l
    @SangitaboruahSangitaboruah-j9l 8 หลายเดือนก่อน +27

    বিজেপি দলক গৌৰৱ গগৈয়ে হিলাই দিছে । এতিয়া যোৰহাটত মিনি দিছপুৰলৈ পৰিনত হৈছে। গৌৰৱ গগৈ জিন্দাবাদ❤❤❤❤।

  • @hiranlahkar1534
    @hiranlahkar1534 8 หลายเดือนก่อน +29

    Congratulation

  • @BISHWAJITDUTTABABA-gw5te
    @BISHWAJITDUTTABABA-gw5te 8 หลายเดือนก่อน +7

    RIGHT❤

  • @mulanpegu6921
    @mulanpegu6921 8 หลายเดือนก่อน +9

    Right g g jindabad

  • @iamTakla
    @iamTakla 8 หลายเดือนก่อน +8

    Gaurab.you...are...great

  • @kamalbhengraviadmet4630
    @kamalbhengraviadmet4630 8 หลายเดือนก่อน +9

    Nice g, g🎉🎉🎉

  • @ruyaltv4546
    @ruyaltv4546 8 หลายเดือนก่อน +1

    Love you গৌৰৱ গগৈ ❤

  • @ramendeka4892
    @ramendeka4892 8 หลายเดือนก่อน +7

    Real talent gowrav Gogoi dangariyak.sangkhad kapay thaka assam santan..anekowa bekti powa tan real manho hay tekht

  • @ramjanali5782
    @ramjanali5782 8 หลายเดือนก่อน +7

    Very nice sir

  • @mf-xz6es
    @mf-xz6es 8 หลายเดือนก่อน +2

    অতি সুন্দৰ ককাই গৌৰৱ গগৈ জিকিব ❤

  • @RabinDeka-jq6tc
    @RabinDeka-jq6tc 8 หลายเดือนก่อน +3

    One of the best politicians Assam has ever produced❤❤

  • @NiruBorah-r4b
    @NiruBorah-r4b 8 หลายเดือนก่อน +6

    Moja.Moja

  • @utpalteron1461
    @utpalteron1461 8 หลายเดือนก่อน +7

    Assam Cm gogoi dangoria❤

  • @RabinDeka-jq6tc
    @RabinDeka-jq6tc 8 หลายเดือนก่อน +7

    যোৰহাটত নতুন প্ৰজন্মৰ প্ৰায় ৯৯.৯ শতাংশই গৌৰৱ গগৈক দিল্লীত বিচাৰে। এজন উদীয়মান, সুদক্ষ, যুৱ নেতাক নিবিচাৰি কি টোপনি মাৰি থকা অদক্ষ মানুহক বিচাৰিব লাগে নেকি???

  • @SantanuSaikia-f8m
    @SantanuSaikia-f8m 8 หลายเดือนก่อน +9

    গৌৰৱ গগৈ অসমৰ ৰাজনিতিত সদায় এটা উজ্বল নক্ষত্ৰ হৈ জিলিকি থাকক।

  • @BikashDas-cp1nk
    @BikashDas-cp1nk 8 หลายเดือนก่อน +8

    ❤❤❤❤❤❤❤❤❤

  • @mrinmoy13
    @mrinmoy13 8 หลายเดือนก่อน +11

    HBS, PIYUSH, MODI GO BACK... VOTE FOR G GOGOI

  • @PankajPegu-ek1jl
    @PankajPegu-ek1jl 8 หลายเดือนก่อน +1

    Gogai sir zindabad zindabad ❤❤❤

  • @neone4759
    @neone4759 8 หลายเดือนก่อน +22

    অসমৰ ৰাইজ জাগক , জাতি , মাটি , ভেটি উচন কৰা বোৰক উৎখাত কৰক 🙏 নহ'লে জাতি থাকে নে নাই নাজানো, মাটি আৰু ভেটি কিন্তু অসমীয়াৰ নাথাকে।

  • @NaliKhan-r6y
    @NaliKhan-r6y 8 หลายเดือนก่อน +4

    Gaurav Gogoi jikiboi 💯 to 💯

  • @souromoydas8211
    @souromoydas8211 8 หลายเดือนก่อน +27

    My favourite

  • @SatyajitGogoi-ft8wn
    @SatyajitGogoi-ft8wn 8 หลายเดือนก่อน +12

    সুন্দৰ প্ৰত্যুত্তৰ,এজন পৰিপক্ক ৰাজনীতি বিদৰ পৰা এয়াই কামনা কৰো

  • @dasampatar693
    @dasampatar693 8 หลายเดือนก่อน +1

    সুন্দৰ

  • @prokashbora1087
    @prokashbora1087 8 หลายเดือนก่อน +2

    Jindabad✋

  • @SachinHazarika-u2u
    @SachinHazarika-u2u 8 หลายเดือนก่อน +7

    Gourab Gogoi Asamar Naynar Moni ❤ ❤ ❤ ❤ ❤ 201% Win .

  • @RunuBora-s2x
    @RunuBora-s2x 8 หลายเดือนก่อน +38

    গৌৰৱ গগৈৰ মনোগ্ৰাহী কথা 😂😂😂

  • @mridusmitasaikia83
    @mridusmitasaikia83 8 หลายเดือนก่อน +16

    ইমান ভাল লাগে কথা খিনি শুনি,,,তেওঁ কথা বিলাক শুনি থাকিলে আমনি নালাগে,,এটা বাক্য ও যেন faki fuka ৰ নহয়, কতো প্ৰলোভণ নাথাকে,কোনো অসন্মান সূচক শব্দ,বাক্য নাথাকে,কোনো টকা পইচা, গুণ্ডা গিৰি চিনি নোপোৱা এজন নিকা মানুহ,,মাত্ৰ ভদ্ৰতা যাৰ পৰিচয়,😊

  • @ontheroad4650
    @ontheroad4650 8 หลายเดือนก่อน +5

    Smart , Handsome, Down to Earth.

  • @saniyadeuri9728
    @saniyadeuri9728 8 หลายเดือนก่อน +2

    গৌৰৱ সচাঁ কথা কৈছে মানুহ কেতিয়া কিনিৱ নোৱাৰে মানুহ ভাল কাম কৰাতো লাগে ।

  • @BitdiyadhorPhukon
    @BitdiyadhorPhukon 8 หลายเดือนก่อน +8

    our ldol gogoi gaurav gogoi.

  • @binudas8708
    @binudas8708 8 หลายเดือนก่อน +19

    সুন্দৰ উত্তৰ এজন সংসদৰ।

    • @drishanipatowary2018
      @drishanipatowary2018 8 หลายเดือนก่อน +1

      th-cam.com/video/_TtoxBZ5WUA/w-d-xo.htmlsi=ivZ72Vb_VaePCfQx

  • @bharatiborah8630
    @bharatiborah8630 8 หลายเดือนก่อน +5

    অন্য নহলেও গৌৰৱ গগৈয়ে কিন্তু বৰ ধুনীয়া বিহু নাচিছে দেই বহু ভাল নাচনীকো চেৰ পেলাব এতিয়া যিনহলেও বিহু নাচিবলৈতো শিকিলে ধন্যবাদ।

    • @mridusmitasaikia83
      @mridusmitasaikia83 8 หลายเดือนก่อน

      নাচনী নে বিহুৱা ক তল পেলাব শুদ্ধ কৈ কব,,,

  • @jyotiphukon4917
    @jyotiphukon4917 8 หลายเดือนก่อน +8

    Moi shivasagar pora kolu nice

  • @ainudutta7314
    @ainudutta7314 8 หลายเดือนก่อน +20

    Nice g gogoi❤❤❤❤

  • @RatulPanging-ir8dv
    @RatulPanging-ir8dv 8 หลายเดือนก่อน +6

    Gaurav Gogoi jindabad sivsagar . jindabad '

  • @RameshTamuliphukan
    @RameshTamuliphukan 8 หลายเดือนก่อน +1

    আপুনি সদায় আমাৰ মাজত থাকিব।

  • @ritashree
    @ritashree 8 หลายเดือนก่อน +10

    সিংহ অকলে পাৰে ❤ সিংহ গৌৰৱ গগৈ♥️

  • @mriduldas7259
    @mriduldas7259 8 หลายเดือนก่อน +3

    ✍️💐🙏. Gaurav Gogoi..
    Education..Unemployment..
    Corruption

  • @SatyajitGogoi-ft8wn
    @SatyajitGogoi-ft8wn 8 หลายเดือนก่อน +15

    যি সকলৰ জনপ্ৰিয়তা নাথাকে,সেই সকলেহে লীদাৰ ওপৰত নিৰ্ভৰ কৰে

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 8 หลายเดือนก่อน

    সুন্দৰ বক্তব্য! কাম আৰু কথাৰ মাজত পাৰ্থক্য থাকিব নালাগে। আসুৰিক স্বভাবেৰে মানুহৰ মন জয় কৰিব নোৱাৰি। মানুহৰ মন জয় কৰিবলৈ লাগিব দৈৱীক স্বভাবেৰে এখন সুন্দৰ অন্তৰ। এয়াই হল দোষত দন্ড গুনত পূজা।

  • @Ebrajsvlog
    @Ebrajsvlog 8 หลายเดือนก่อน +1

    Gourav goigoi jindabat🎉🎉😊

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my 8 หลายเดือนก่อน +20

    Hundor koise

  • @Rahul-e2x7z
    @Rahul-e2x7z 8 หลายเดือนก่อน

    অসমৰ ভিতৰতে আটাইতকৈ বেছি ভোটত জয় হ'ব গৌৰৱ গগৈ দাঙৰিয়া

  • @harendas9061
    @harendas9061 8 หลายเดือนก่อน +4

    God bless you

  • @khogenborah8276
    @khogenborah8276 8 หลายเดือนก่อน +2

    ধন্যবাদ 🙏🙏🙏

  • @deepikainduwar7540
    @deepikainduwar7540 8 หลายเดือนก่อน +1

    Gourav Goigoi Jindabad 🎉

  • @biswajitborah6330
    @biswajitborah6330 8 หลายเดือนก่อน +6

    Gourab Gogoi jindabad

  • @KabitaRabha-e8j
    @KabitaRabha-e8j 8 หลายเดือนก่อน +2

    Vote for G Gogoi Jindabad

  • @dibyabaruah8877
    @dibyabaruah8877 8 หลายเดือนก่อน +7

    right

  • @improveyourfocus6706
    @improveyourfocus6706 8 หลายเดือนก่อน +4

    Vote for Gaurav Gogoi .

  • @justinsangma8144
    @justinsangma8144 8 หลายเดือนก่อน +4

    ❤❤❤

  • @jyotismitadeka8808
    @jyotismitadeka8808 8 หลายเดือนก่อน +4

    Vote 4 gaurab gogoi✊

  • @dhon3599
    @dhon3599 8 หลายเดือนก่อน +6

    G gogoi jindabad

  • @bishaldas3964
    @bishaldas3964 8 หลายเดือนก่อน +2

    Assamar gaurab ♥️♥️♥️

  • @RojitaDas
    @RojitaDas 8 หลายเดือนก่อน +13

    Gourav daa ami 💯 person apunar logot asu

  • @SanjibTaid8453
    @SanjibTaid8453 8 หลายเดือนก่อน +7

    Yes GG

  • @Kia12301
    @Kia12301 8 หลายเดือนก่อน +2

    You will be the CM of Assam one day love you Gaurav daa from Tinsukia

  • @LALITBARUAH-np1ji
    @LALITBARUAH-np1ji 8 หลายเดือนก่อน +12

    Future lidder

  • @anjanbora6504
    @anjanbora6504 8 หลายเดือนก่อน +1

    Gourob Da Zindabad ❤❤❤

  • @rajibkalita2879
    @rajibkalita2879 8 หลายเดือนก่อน +1

    Moja 🙏🙏🙏

  • @JumisWorld-rn1mo
    @JumisWorld-rn1mo 8 หลายเดือนก่อน +2

    Gaurav Gogoi jindabad

  • @ArchanaBordoloi-m5b
    @ArchanaBordoloi-m5b 8 หลายเดือนก่อน +2

    Gaurav Gaurav gaurab vorte for gaurab ❤❤❤

  • @achintaborah186
    @achintaborah186 8 หลายเดือนก่อน

    গৌৰৱ গোগৈক জিকাবলৈ ৰাইজে লিডাৰ।বেলেক লিডাৰ কিয় লাগে।ৰাইজে বহুত বহুত ভোটত জিকিব ❤❤❤❤❤

  • @lashmonchasa2543
    @lashmonchasa2543 8 หลายเดือนก่อน +1

    Gourav Gogoi Zindabad

  • @monitayung2332
    @monitayung2332 8 หลายเดือนก่อน +9

    Gourav gogoi jindabad ❤❤❤❤❤❤

  • @bharatibora5533
    @bharatibora5533 8 หลายเดือนก่อน +5

    Gourbgogoi gindabad

  • @rinkigogoi7455
    @rinkigogoi7455 8 หลายเดือนก่อน +7

    আমাৰ সমষ্টিত আপোনাক জয়ী হোৱাটো বিচাৰোঁ,আমি সদাই আছোঁ আপোনাৰ লগত।এজন দক্ষ ব্যক্তি জয়ী হোৱাটো নিশ্চিত।

  • @SpPoemsstory
    @SpPoemsstory 8 หลายเดือนก่อน

    গৌৰৱ গগৈ জিকিবই আমাৰ ইয়াত❤❤❤

  • @jurigogoi1
    @jurigogoi1 8 หลายเดือนก่อน +1

    hahitooo bor dhuniyaaaa dei gogoi sir