Adhoruwa Xopun || New Assamese Short Film || P-2
ฝัง
- เผยแพร่เมื่อ 19 ก.ย. 2024
- Story - Script - Direction
NABA KUMAR BORAH
Produser - NABA KUMAR BORAH
Co-Produser - MIHIR CHETIA
Starring
NABA KUMAR BORAH
DR JYOTI PRASAD KONWAR
DR CHABI GOGOI
ANKITA KALITA
NABANITA BORHA
LATUMONI RAJKONWAR
SUNIL DUTTA
DIBRAJ KONWAR
ASHIMA HAZARIKA DUTTA
Co- Actor / Actress
PROTIM GOGOI
POMPI PANSWATI SHARMA
SMITA GOGOI
SIKHA MONI SAIKIA
AMIYO GOGOI
DIPANKAR BORGOHAIN
DEEPJYOTI RAJKONWAR
GOURAB SUBBA
KARAN SUBBA
RANJAN DAS
MRINMOY GOGOI
UTPAL DUTTA
KALYAN BHAGAWATI
PRAKSH PRUSHUTROM HAZARIKA
JYANTA CHANGMAI
PRANJIT BEZBORUAH
MANASH DUTTA
Music : BHASKAR NEELOM
Flute : BISWAJIT SONOWAL
Cinematography : MRIDUL GOGOI & JOYDEEP (JD)
Assist : PRAKASH PRUSHUTROM
Drone : JOYDEEP (JD)
Make-up : MAINU GOGOI & PAPUMONI GOGOI
Editing : JOYDEEP (JD)
Lighting :- PRAKASH PRUSHUTROM
Assist :- BISWAJIT, MOUSAHJI & SANKAR
Gfx : ZONAK YUGANTAR BORAH
Special Thanks : KALPANA BORAH
DHRUBAJYOTI DAS
SUSMITA TRISHA
RAJIB BIKASH GOGOI
MUNMI SAIKIA GOGOI
Thanks
DINESH SONOWAL
SAMEER TANTI
ISHLAM ALI
RANJAN KARMAKAR
SUCHIL GOGOI
INDRAJIT KALITA
JUNDIP DUTTA
PABITRA BOSUMATARY
LONG TERANG
CORNELIUS BARHMA
BHADESWAR DAS
BHOBANADA DAS
Request to give constructive Suggestion from My Well Wishers
+91 6001039300
🙏🙏🙏🙏
বহুত ভাল লাগিল, অভিনয় খন , চাই
আজিকালি এই বোৰ কাহিনী হৈ আছে।
আৰু আজি কালি ল'ৰা ছোৱালী বোৰে মা দেউতা কক vridhashram থাকিবলৈ কয়, এজনী বিয়া পতাৰ পিছত, কিয় এনেকুৱা কাম কৰে, আজি এই সুন্দৰ পৃথিৱীখন দেখিবলৈ পালে মাক দেউতাকৰ পৰা আৰু ডাঙৰ হৈ এনে অৱস্থা কৰে।
বহুত ভাল লাগিল কাহিনী বোৰ 🙏🙏🙏🙏🙏🥰🥰🥰🥰
❤0😂
মজা । আধুনিকতাৰ ধামাকা । । বেছি শিক্ষীত কৰাৰ পৰিনাম ! এইয়াই আজিৰ সমাজ ব্যবস্থা । ।ইয়াতকৈ লাগেনে !!
বহুত বহুত বহুত ভাল লাগিল কাহিনীটো চাই, একেবাৰে হৃদয় চুই গৈছে, আৰু আগুৱাই যোৱা ।🥺💘❤️❤️❤️🙏🏻
Fyfhcy
Ki n in oh by gnkujnbg
0 I'm
❤lop
সুন্দৰ কাহিনী!বহুত ভাল লাগিল।
Bohut bohut val lagilll ❤❤❤❤❤ hidoy sui goll🎉❤❤❤❤❤❤ akha koru pat 3 ahe oti hungkale tare kamona korilu ❤❤❤I love you sotffilim ❤❤❤
Latu da❤️Bhaskar da💓... প্ৰতিজনলৈ bahuuut bahuuuut valpuwa💕
Bohut val lagise oo part 3 lage
Garman
Ki Xundor Film,Jaak Bhaxare Bujabo Nuwari, Congratulations To The All, May God Bless All
Really bohut val lagil...sokupani ulai gl....
Sir apunar channel r moi ajon fan... Mur ata ekebare 100% hosa kahini ase.... Take hokolure agot dangi dhorar hopun ata ase...
বৰ সুন্দৰ অভিনয় ৷ হৃদয় চুই গৈছে ৷ আজিৰ সমাজত চলিথকা বাস্তৱ কাহিনী ৷ বহুত ভাল লাগিব ৷
খুব সুন্দৰ ছবি👍👍👍এয়াহে অসমীয়া ছবি।❤❤❤আগুৱাই যোৱা । (বঙাইগাওঁ)
অভিনয় বোৰ চাই বহুত ভাল লাগিলে 🥰🥰🥰
ছাৰ, বহুত বহুত ভাল লাগিল | বাস্তৱ জীৱনৰ এক সুন্দৰ কাহিনী | সকলোৱে অভিনয় সুন্দৰ হৈছে | (নামৰূপ)
O
O
@@SadanandaSonowal-ky2epডডডডডডডডডডজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজডডডডটডতচতচচচতচতচচচচচচচচচচচটটচচটটচচচচচচচচচচচচচচচটচচচচচচটচচচচচচচচচচচচচচচচটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটদ.িিটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটচটটচক
Bohut bhal lagila ❤sir
Bor hundor abhinoy ❤😢
Eman dhuniya ekhon sort flim . Sai vl lagil . 🎉🎉🎉🎉
বহুত সুন্দৰ কাহিনী , সকলোকে congratulation 🎉💐
Very nice movie
Sundar Kahini Bohut Val Lagil 👍❣️🙏
সকলোৰে অভিনয় বৰ ভাল লাগিল আৰু দুখ লাগিল চকু পানি ৰখাব নোবাৰিলো
বৰ সুন্দৰ কাহিনী, উপভোগ কৰিব পায় বৰ ভাল লাগিল, sir
Bohut val lagil sir next episode nischoi pam hunkale
সুন্দৰ কাহিনী.. সুন্দৰ উপস্থাপন.... ভাল লগা এটা গাঁৱলীয়া কাহিনী...সকলোলৈকে শুভেচ্ছা থাকিল।।
Bohut val lagise oo
Majja lagil
ভাল লাগিল।
পিছৰ খণ্ডটিও পাই বহুত সুখী হলো..... বহুত বেছি ভাল লাগিল.... সকলোৱে বহুত ভাল অভিনয় কৰিছে.... লগতে সংগীটো খুব সুন্দৰ হৈছে..... 3 নম্বৰ খণ্ডটি পামনে জনাব......
o❤
P
খুব ভাল লাগিল ,
ইমান সুন্দৰকৈ অভিনয় কৰিছে।।
So Beautiful ❤
সঁচাকৈ চুই গৈছে কাহিনীটো.... বহুত বেছি ভাল লাগিল...
চিনাকী মুখবোৰ দেখি আৰু বেছি ভাল লাগিছে..
SPECIALLY, আমাৰ COLLEGE ৰ PRINCIPAL, আমাৰ মৰমৰ "জ্যোতি SIR" 🙏.
'SIR' ৰ অভিনয় সচাকৈ অতি দৰ্শনীয়....
বাকী সকলোৰেই অভিনয় সঁচাকৈ বহুত সুন্দৰ হৈছে...
ভণ্টী SUSHMITA ৰ সুন্দৰ কন্ঠত, আলাপ শুনি বহুত ভাল লাগিছে...
FIGHTING ACTION বহুত ভাল হৈছে...
"নব SIR" , বহুত বহুত শুভেচ্ছা যাঁচিলো.. 💐❤️
তৃতীয় খণ্ডলৈ, আগ্ৰহেৰে বাট চাই ৰম.... ❤️❤️❤️
Bohut bohut val lhagel video to sai
Jjj JJ í
Bohut vl ligesa ooo
P-3 ligebo amak
Sir bohot val lgil filim khn sai aru jate aguai juok tare kamona krilu 🙏✨
বহুত ভাল লাগিল কাহিনীটো ছাৰ❤️
অন্তৰ স্পৰ্শী গ'ল। সঁচাকৈ, চুটি ছবিখনৰ কাহিনী ভাগে বাস্তৱিকতে বৰ্তমান সমাজৰ প্ৰেক্ষাপটৰ বহু কথাই বৰ্ণনা কৰিছে। শ্ৰদ্ধাৰ নৱ কুমাৰ বৰা ছাৰ,, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় শ্ৰদ্ধাৰ জ্যোতিপ্ৰসাদ কোঁৱৰ ছাৰ প্ৰমুখ্যে ছবিখনৰ চিত্ৰনাট্যৰ লগত জড়িত সকলো লৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
Sir নমস্কাৰ আৰু ধন্যবাদ । আধৰুৱা সপোনৰ তৃতীয় খণ্ড দিলে ভাল আছিল । সচাকৈ বহুত ভাল লাগিছে ছবিখন চাই ।👍👌❤️🙏🇮🇳
খুবেই সুন্দৰ লাগিল ছাৰ ৷
Bohut bohut val lagil sai,janibologa kisuman kotha hikibo palu so val lgil,👌👍
Bohut bohut val lagile sai🥰❤️
সুন্দৰ 😍 Sir
Bohut bohut val lagil...💞
বহুত ভাল লাগিলে 👍
Masti video
বহুত বহুত ভাল লাগিল চাই ছাৰ।
Bht bht bhl lgil sir video tu sai
Bohut..vl.lagil.natokkhon.❤❤❤
Duita khondo Sai bohut val lagil
Bhal lagil nijor deutak heruwai Punor deuta ajon ghurai paise 😭😭😭 dukh lagil
Bhut vl lagil sai 👍🔥♥️👍👍🔥🔥🔥
Sir বহুত বহুত bhal লাগিলে 💐💐
নব প্ৰজন্মৰ বাবে সময়পোযগী ছবি।ধন্যবাদ।
চিনেমা খন ছাই বৰ ভাল লাগিল ধন্যবাদ
Sir hundor kahani apunar ai video sai axomia ciemar r uprt akorkhito krise ❤❤❤❤
Most like most like most like history many many thanks
Sochakoiye bor sundor , bohut bhal lagil
Film tu sai eman val lagise je sai thakote thakote 100 bar like dibo mon jay. Kintu ki korim upay nai like ebar he dibo pare
Very very happy
आजि मुक अखमर बहुत मनत परिसे अए🇮🇳🇮🇳🇮🇳🇮🇳🙏🏻🙏🏻🙏🏻⭐⭐💐💐👍👍
Xosakoi bhut Val lagise Video Tu Sai Xosa koi Bhut Sokur Pani ulay Goise da Very nice👍👍👍
বহুত ভাল লাগিছে
Sir bohut dhunia hoisa👍👍❤️
Thanks a lot.khub khundar kahinir cinema ekhan upabhog karilo.Again thank you so much.
বহুত বহুত ভাল লাগিছে আগলৈ অপেক্ষাত থাকিলোং দে video টো চাই বহুত বহুত ভাল লাগিছে অ দাদা❤❤
Sir bohut vl hoise
Nice ❤👌👌
সুন্দৰ
Really motivation story .. ..
Hsai tumalukr aviny sai bhut bhal lagise ATI hundra❤❤❤❤
Mojja ankita❤❤
TELL OF SHARMA FAMILY.
TWO BROTHERS.
MAKING OF A POLITICAL CINEMA.
AN ENDLESS JOURNEY..
Good good video
Bhal lagil chai
Nice
বৰ সুন্দৰ কাহিনী চাৰ চাই বৰ ভাল লাগিল
Sir Bohot Bohot val lagila si Very nice Short flim
Val lagil sir kota suni Thank you❤❤🙏🙏 sir congratulations🎉🎉 sir
Mjjjja
Bohut val lagisa..
Lastat saku pani ulai goisa. ❤
Val Lagile PT 3
কবলৈ ভাষা নাই ,❤️❤️❤️ অতি সুন্দৰ এটি মন পৰশা এটি কাহিনী , ❤️❤️❤️ কিন্তু তৃতীয় খণ্ডতি পোৱা হলে আৰু ভাল লাগিল হয় , কাঠ বেপাৰীৰ পুতেকৰ কি হল পুলিচে তাক বিচাৰি পালেনে নাই জানিবলৈ মনটো অস্থিৰ হৈ থাকিল🤩🤩🤩🤩🥰
এই বাৰ ধৰা পৰিব
@@poshakemon8495 বহুত মজা লাগিব তেন্তে এইবাৰ ..... সোনকালেই আগবঢ়াই দিব খণ্ডটি , বহুত প্ৰশ্নই মোক আমনি কৰিব ধৰিছে আগলৈ আৰু মমিৰ বা কি হব সঁচাকৈ কাহিনী ভাগৰ নামটোৰ দৰে মমিয়ে দেখা সপোন বোৰ মৰহি গৈ আধৰুৱা সপোন হৈ পৰিব নেকি ? কলেজৰ লৰাৰ প্ৰেমত পৰা বাবে মমিক আকৌ কলেজৰ প্ৰিন্সিপাল মহোদয়ে বেয়া পোৱা হব নেকি ? এতিয়াৰ দৰে তাইক বাৰু মৰম নকৰা হব নেকি? দেউতাকৰ কাগজত আমেৰিকা লৈ চহী নকৰাকৈ উভতি যোৱা লৰা জনে বোৱাৰীয়েকক লৈ অসম পাবহি নেকি? যদি তেনেকুৱা হয় মমি আৰু মাকক চাগৈ পাহাৰীয়া ঘৰখনলৈ পুনৰ উভতাই পঠিয়াব 😥 যদি তালৈ উভতি যায় কাঠ বেপাৰী পুতেক জনে আকৌ কিবা কৰিব 😥😥😥😥..........................
বেয়া নাপাব দেই ময়ো ফেচবুকৰ মজিয়াত জীৱন্ত কাহিনী লিখি থকা এজন লেখক সেইবাবেই কাহিনীৰ ভিতৰ চৰালৈ সোমাই যোৱাত এনেধৰণৰ প্ৰশ্ন বোৰে আমনি কৰিব ধৰিছে ------------------
🥰 মমিৰ অভিনয়ৰ হলে প্ৰেমত পৰি গৈছো বহুত ধুনীয়া অভিনয় মমিৰ 🤩
বহুত ভাল লাগিল 💖
বহুত ভাল লাগিল চাই চাৰ।
I love you sir mur bahut val lagila
KRISHOK. jiori uponnyaash khon jodi. korobat pay tenehole khondo khondo koi. sòrt film korar chesta. koribo ekebare gaolia poribesor kahinir uponnyaash khub bhal lagibo ☆☆☆ joy guru sonkor deb
Very nice story . and actor and actress are very nice . god bless them . thank you so much everybody. ❤❤❤😊😊😊
ভাল লাগিল
Good flim
Khub val hoise ... Apona lokor lgt enkoye support di jam hodai..
Moja majani
বহুত বহুত ভাল লাগিলে ।।❤️❤️
Mojjaa❤️
ভাল লাগিল টিপাম চাহ বাগিছা টিপাম পাহাৰিয়া প্ৰাকৃতিক প্ৰৰিবেশ লগতে আমাৰ সমাজৰ পৰা হেৰাই যোৱা ৰেদিঅ তো দেখি ❤❤❤❤❤
Sobi khanat Homajoloi ata xundar bartta peron kora dekha pua goise , gotike hokalu actor, actress aru kola koukgalik xuveshya gyapon korilu.🙏
Mazar lagil dai.
Bht call lgile video to sai khoske bht bht vlll lgise emn dhunia gyse kb nuwari bht bht vll hyse
Eman xundo ovinoi korise khokolua bohut val lagise sai agoloi anekuar video sabo pam buli akha korilu
Mojja lagil de ❤
Bohut bohut besi val lagile Sai 🙏🙏🙏🙏
13rti
Bujaboloi bakha nai sir ❤hundar abhinay hundar kahini ❤❤❤sokur Pani rokhabo nuarilu❤❤❤❤
Nice ❤❤❤