May his departed soul rest in eternal peace... Hates off for his courage to save his wife and others... Political leader would have present if it would have been the time of election.... Seen a polite news....good...
Belegok dukh japi nidi...khyotipuron r katha Nokoi...govt t akol blame nokori simple koi baki bur koi diar babe deutak jon bhut pragya and gyan thoka,bhal manuh jen lagise...bohute kebol khyotipuron dabi Kore...poriyalor sakori bisare...govt blame Kore...this family is extremely exceptional even than so called media person , many intellectuals that regularly appear in news channel..
, aapunak ,🙏
দেউতা আপোনাক শত বাৰ প্ৰণাম।🙏🏻🙏🏻ইমান খিনি হোৱাৰ পিছত ও আপোনাৰ ভগবানৰ প্ৰতি আস্থা দেখি মোৰ ভাল লাগিল। এই ক্ষেত্ৰত কিছু লোকে ভগৱান ক দোষাৰোপ কৰা দেখিছোঁ,কিন্তু আপুনি পুত্ৰক হেৰুৱাই ও কৈছে পৰমেশ্বৰ ক ধন্যবাদ দিছে। ভক্তি সঁচাই আপুনি চিনি পাই।আপুনি ভক্তি ক্ষেত্ৰত,ধৰ্মীয় ক্ষেত্ৰত কিমান আগবঢ়া ব্যক্তি এইয়া ই শুনি বুজিব পাৰি।প্ৰথম ৰ পৰাই মই আপোনাৰ কথা খিনি শুনি শিক্ষক হব বুলি ধাৰণা কৰিছিলোঁ পিছত আপোনাৰ পৰা জানিব পৰিলোঁ। সহস্ৰ বাৰ প্ৰণাম আপোনাক। ধয্য কি বস্তু আপুনি শিকালে আমাক।🙏🏻🙏🏻😔🙏🏻🙏🏻
সাংবাদিক জনক ধন্যবাদ । আগতে অনুমতি লৈ নিউজ কৰিছে । কিছুমানে চিধাই গৈ মতামত ল'ব বিচাৰি মানসিক অশান্তি দিয়ে । মৃতকৰ আত্মাই সদগতি পাওঁক।
বাকী সাংবাদিক সকলেও এওঁৰ দৰে সংবাদ পৰিৱেশন কৰা উচিত
Hoi tome thikai koisa baa
@@digambrakonwar3661 Logote reporter jone deutakok dia hahokh khini dekhi val lagise
@@Ghbb2 hoi xundor reporter jon salut disu moi
Indresher is great man God bles your life
Good journalist ,
ভাল লাগিল সাংবাদিক জনৰ কথা খিনি
তেওঁ আত্মাই সদগতি পাওক
তেখেতক মৰণোত্তৰভাৱে সাহসিকতাৰ বঁটা প্ৰদান কৰিবলৈ চৰকাৰক অনুৰোধ কৰাৰ লগতে তেখেতৰ আত্মাৰ সদগতিৰ কামনা কৰিলো
Thank you all
🙏🙏🙏🙏🙏 😭😭😭😭😭😭
বহুত দুখ লাগিছে ।
প্রথম বাৰৰ বাবে এজন সাংবাদিক ৰ বাতৰি পৰিবেশন ভাল লাগিল। তেওঁৰ কথা খিনিয়ে পিতৃ গৰাকীক সাহস গোটাই বাকী জীৱন টো কটাবলৈ সহায় কৰে যেন!!
প্ৰথমতে ইন্দ্ৰেশ্বৰ বৰা মৃত্যুত সমবেদনা জ্ঞাপন কৰিছো আৰু লগতে তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ধন্য আদৰ্শ পিতৃ-মাতৃ। ইয়াৰ পিছত NKTV ৰ সাংবাদিক জনক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
🙏
🙏🙏enekua maa deota aru hantanok aantorik nomon....
Bhal manubu kele nu ghusi goiase bhogobaan🙏🙏🙏
সাংবাদিক হলে এনেকুৱাই হব লাগে
আদৰ্শ সাংবাদিকতা.... সচাকৈ ভাল লাগিল । শিক্ষক ইন্দেশ্বৰ বৰাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো 🙏🙏🙏
Bohut news salu....jonmor pora.!!ajihe Val lgil... !!!!apunar aatmai hotgoti pauk..
কথাখিনিৰ পৰা বুজিব পাৰি উপযুক্ত পিতৃ ৰ উপযুক্ত সন্তান আছিল। আত্মাৰ সদ্গতি কামনা কৰিলোঁ।
শ্ৰেষ্ঠ বাতৰি
Dhonyabad dada apuni real hangbadik hoi anekoi batori poribekhon korile kobole aku nai
এই প্ৰকিত সাংবাদিকৰ পৰিচয়... 👏👏👏
আৰু তেখেতৰ আত্মাৰ চিৰ শান্তিৰ কামনা কৰিছো... 🙏
ভাল মানুহক ভগৱানে কেতিয়াও বেছি দিন জীয়াই নাৰাখে😓😓🙏🙏🙏
সাংবাদিকজনৰ শলাগ লৈছো । এনেদৰেই সাংবাদিকতা কৰি যাওঁক ।
সাংবাদিকজনক মানিব লাগিব। প্ৰশ্নৰ লগতে সাহস ও দিছে।ভাল লাগিল
এইহাল পিতৃ -মাতৃৰ কথা শুনিলেই গম পোৱা যায় কিমান ভাল মানুহ।
জীৱনত প্ৰথমবাৰ আজি এজন আদৰ্শ সাংবাদিক দেখিলো।
Tq NKTV...SALUTE TO Mom and Dad...rip Indreswar Bora...May your name be written in Golden words...
অশেষ ধন্যবাদ!
সাহসৰ প্ৰতীক হৈ ৰব আপোনাৰ পুত্ৰ৷
চিৰ নমস্য পিতৃ -মাতৃ, ধন্য উদাৰ মানসিকতা বিদেহী আত্মা , ---------শতকটি প্ৰণাম জনাই আত্মাৰ সদ্গতি কামনা কৰিলো|
sundra sangbadik sundra pitre matre holag noloi nuari
অমৰ হক
আপোনালোক আদৰ্শ পিতৃ-মাতৃ । বুকুত সাহস বান্ধি দীৰ্ঘায়ু হওঁক তাৰে কামনা কৰিছোঁ। দেউতা আপোনাৰ কথা বোৰ সাহসৰ পৰিচয় । তেওঁ চিৰশান্তি লাভ কৰক..............।
সংবাদিক জনৰ কথা খিনি ভাল লাগিল । তেওঁ যেনেকৈ পৰিয়ালটোক সাহস দিছে, সচাঁকৈয়ে ভাল লাগিছে ।
Right
You are right.
সাংবাদিক জনৰ কথা নকৈ নোৱাৰিলোঁ । আপুনি এজন প্ৰকৃত সাংবাদিক বুলি মই ভাবিছোঁ । আত্মাৰ শান্তি কামনা কৰিছোঁ । ভগৱানে পৰিয়ালটোক শক্তি দিয়ক । 🙏
A real Reporter
We don't know the time of death when comes, so, don't die without knowing Jesus Christ in your life because end time is near God's judgement is near
Rip.🙏🙏🙏.
সাংবাদিক হ'লে এনেকুৱা হ'ৱ লাগে, সাংবাদিকজনে কোৱাৰ দৰেই পিতৃজন সচাঁকৈয়ে স্থিতপ্ৰজ্ঞ🙏
পিতৃ-মাতৃলৈ শ্ৰদ্ধা জনাইছো 🙏 মৃতকৰ আত্মাৰ সদগতিৰ কামনা কৰিছো। লগতে সাংবাদিক জনৰ সাংবাদিকতাক শলাগিছো 👍
এনেকুৱা সাংবাদিকৰ আমাৰ অসমত আৰু প্ৰয়োজন আছে
reporter jonk 100 ta salute...
আপোনাৰ দৰেই সাংবাদিক খুব কম । ভাল লাগিল আপোনাৰ ব্যক্তিত্ব ।
সাংবাদিক হিচাপে আপোনাক সলাগ নলৈ নোৱাৰি 👌👌👌👌....তেওঁৰ আত্মায় সদগতি পাওক ...🙏🙏🙏
কথাখিনি বৰ ভাল লাগিল।সুযোগ্য সন্তানৰ পিতৃ এখেত।সাংবাদিক জনে বৰ সুন্দৰ কৈ কথাবোৰ কৈছে।
নিজৰ জীৱন দহজনৰ কাৰণে দিয়াটো বহুত গৌৰৱৰ কথা ❤️❤️❤️
তেওঁ আদৰ্শ হওঁক সকলোৰে,
তেওঁৰ আত্মাৰ সতগতি কামনা কৰিলোঁ।
UPOJUKTO PITRIR UPJUKTO HONTAN..GRAND SALUTE
Ekho kouti pronam 🙏🙏🙏
Hangbadik Janak dhanyabad
বাতৰি পৰিৱেশন বৰ ভাল লাগিল, আচলতে এনে হ'ব লাগে, ধন্যবাদ।।
তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ ওম শান্তি 🙏🙏🙏
Bhut dug lagil 😭😭😭😭😭😭😭😭😭😭😭😭😭😭
He mohan pitri, apunak xeya jonaisu.🙏🙏🙏
Above all good reporting.. Great
তেখেতৰ আত্মাই চিৰ-শান্তি লাভ কৰক। পিতৃ-মাতৃৰ মানসিকতাক প্ৰণাম🙏
সাংবাদিক গৰাকীৰ বাতৰি পৰিৱেশন ভাল লাগিছে তেখেতে পৰিয়ালটিক সাহস দিছে ।
Best reporter.. Nktv. Zindabad
পৰিয়াল টো যথেষ্ট জ্ঞানী
Thanks.
Dada jonor aatmai hanti paok 😭😭😭😭😭😭😭😭
Upajukta pitri matrir upajukta putra.upajukta swamir upajukta patni.mahan poriyal..
Oo
You are great 👍👍👍
খুব ধুনীয়াকৈ বাতৰি পৰিবেশন কৰিলে আৰু অনুমতি লৈ প্রৱেশ কৰিছে বুলি জানি ভাল লাগিল। মৃতকে চিৰ শান্তি লাভ কৰিবই।😭😭🙏
Reporter jon ok logota salute 🙏 anekua news poribakhon korar karona
বাতৰি পৰিবেশন খুব ভাল লাগিল,, আগবাঢ়ি যোৱা👍👍,,লগতে মৃতকৰ আত্মাৰ সদগতি কামনা কৰিলোঁ🙏🙏🙏
Sangbadik janaloi dhainabad
🙏🙏🙏
Ki kobo khojibo
Reporter jon val, valkoi bujai dise, news hodai anekua krib lge. Jate emn dukhor majtu uthah pai
Xangbadik hole anekuwa hb lage
Hangbadik jonorr holag loisu. Maak aru deotakey nijor putrok heruai kiman dhorjyo hohokarey boktoibyo rakhisey haiya kolpona koribo nuari.
Rehman siror kothabilakeo ek bolistho aru manobotaar porichoi dangi dhorisey.
Bora dangoria shorgot thakok iakey
kamona korishu logotey tekhetor pitri, matri , poribar aru atmio hokolukey homobedona gyapon
Korisu.
Rlp 😭😭😭😭🙏🙏🙏🙏🙏
May his soul rest in peace 🙏
Thanks to Nk TV for your attention...
তেখেতৰ অত্মাই চিৰশান্তি লাভ কৰক।
ভাল মানুহবোৰক ঈশ্বৰে সোণকালে লৈ যায় । তেখেতৰ আত্মাই চিৰ শান্তি পাওঁক কৃষ্ণ ।
Yes
May his departed soul rest in eternal peace... Hates off for his courage to save his wife and others... Political leader would have present if it would have been the time of election.... Seen a polite news....good...
Khub hundor nidorkhon ...Rip
Riportar hle aneke hobo lage God Riportar
May .god .bless..him mai tewar matri pitrir charaney .pronam janaichu .anoka putrajanam diarvabey
🙏🙏
Manuh jone joyar aagote aan keijon manok jibon di gol... Aanok jibon di teyo Mohan kaam kori thoi gol... Dukh lagise... Teyor aatmai xiroshanti lab korok... Porom pitai teyor xoronot teyok thakiboloi olopmaan thai diyok..
🪔🪔🪔 tekhetor atmai Jen sirosanti labh kore
Real Reporter ❤
Rip sir jate mahadev apunk nijor charan ot jagah diye🙏
Hakhyatkar tu bhal lagil.bohut sradhdha Idreswar boraloi.teur porialoloi homobedona thakil.kintu pisfale manuh khini atorai noloi kio.fotua lage aru
আপোনাৰ দৰে সাংবাদিক হলে বাতৰি বিলাক ধয্য ৰে চাব পাৰি।অলপ ও কেযে নকৰি খুব শালিন ভাৱে খুব সুন্দৰ ভাৱে কথাখিনি কৈছে,সাহস দিছে পৰিয়ালক। একে কেইটা কথাকে যে কৈ থকা নাই সেয়ে ভাল লাগিল।
Belegok dukh japi nidi...khyotipuron r katha Nokoi...govt t akol blame nokori simple koi baki bur koi diar babe deutak jon bhut pragya and gyan thoka,bhal manuh jen lagise...bohute kebol khyotipuron dabi Kore...poriyalor sakori bisare...govt blame Kore...this family is extremely exceptional even than so called media person , many intellectuals that regularly appear in news channel..
Rest in peace
সাংবাদিক হলে এনেকুৱা হব লাগে ।
Respect for late I. Borah
Anamika Roy.tekhetor atmai boikunthot sthan pauk aye mur bhogoban or osorot parthona.😭🙏🙏🙏🌼🌼🌼 krishna krishna krishna🙏🙏🙏
Tekhetor atmai sirahanti lav korok reporter garaki k salute
Hoi tew Aatmai goti pale agolo yatra korise.sarir khansthyi..dukh korib nalage.krishna
তেখেতৰ ল'ৰা ছোৱালী যদি আছে এবাৰ দেখাব লাগিছিল।
Soku pani nokhorise muru..
Atmai hodgoti lav korok...😞
Lt.Indreswer bora tekhet ejon asomiya bhumi putro hoe sey karone teue nejor putro huwar rin adaei korile..joi aii asom ..defenetly teu sorgot stan lav korebo ru Indereswer bora amor rehe ..joi aii asom 😢😢🙏🙏
কবলৈ ভাষা নাই।
সাংবাদিক জনৰ নাম কি কোনোবাই জানে নেকি?
Best reporter
May his soul rest in peace in heaven, his best courage most praiseworthy.
😓😓😓🙏🏻🙏🏻
I love the repoter
May God bless them all
❤️😭
ফটুৱা
Eman val manuh asile...val manuh bur prithibit nathake...val kam korile manuhak kio eman punishment die