কিয় অভিনয় এৰিলে?অভিনেতাৰ পৰা পশুপালকলৈ এক যাত্ৰা,Spondan gogoi, Motivational video, positive story

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ธ.ค. 2020
  • Travel Zindagi : / @travelzindagi4464
  • บันเทิง

ความคิดเห็น • 796

  • @pujaborah8652
    @pujaborah8652 3 ปีที่แล้ว +335

    এজন অভিনেতা হিচাপে এনে কাম হাতত লোৱাটো অতিকৈ প্ৰশংসনীয় । যুৱ প্ৰজন্মৰ বাবে আদৰ্শ তেওঁ।

    • @birajcreation1233
      @birajcreation1233 3 ปีที่แล้ว +2

      Mur chanmel2 subscribe koriba moi tumak korim

    • @COD-xj-gaming
      @COD-xj-gaming 3 ปีที่แล้ว +1

      Right

    • @birajcreation1233
      @birajcreation1233 3 ปีที่แล้ว

      @@COD-xj-gaming korilu tumar channel2

    • @minakshinath750
      @minakshinath750 3 ปีที่แล้ว

      Right

    • @BukuandHiya
      @BukuandHiya 3 ปีที่แล้ว +1

      Khai bhal pai jodi amar channel tuyo sabosun.❤️🍗 Bhal ple like comment aru subscribe kori dibo

  • @ritamoniborah8744
    @ritamoniborah8744 3 ปีที่แล้ว +8

    প্ৰতিভা বা দিগ্ৰীক লৈ গৌৰৱাম্বিত নহৈ অসমীয়া নৱপ্ৰজন্মৰ বাবে আদৰ্শনীয় কাম কৰাৰ বাবে বহুত ধন্যবাদ । পৰাধীনতাৰ মনি - মুকুতাতকৈ স্বাধীনতাৰ ধূলি বালিয়েই শ্ৰেয় ।তুমি অনুপ্ৰেৰণাৰ উৎস ।

  • @priyankahazarika8967
    @priyankahazarika8967 3 ปีที่แล้ว +89

    এসময়ৰ প্ৰিয় অভিনেতাজনৰ কৰ্মস্পৃহা দেখি আপ্লুত হ'লো। আশা কৰোঁ তেওঁ বহুতৰ বাবে আদৰ্শ হওঁক। সদায়ে শুভ কামনা তেনে লোকলৈ ।

  • @menpower7759
    @menpower7759 3 ปีที่แล้ว +37

    অসমৰ মানুহ হৈ গৌৰৱ অনুভৱ কৰিছো এইবিলাক আচলতে সচাঁ অসমীয়া অভিনেতা

  • @anzansaikia6522
    @anzansaikia6522 3 ปีที่แล้ว +22

    স্পন্দন গগৈ ক অভিনেতা হিচাপে ৰেটিং কিমান দিম নাজানো কিন্তু যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা যোগাব পৰা এজন ব্যক্তি হিচাপে আজি ১০/১০ দিম। খুব সুন্দৰ পদক্ষেপ । আগুৱাই যোৱা অসমীয়া ✊✊🙏

  • @priyankagogoi5648
    @priyankagogoi5648 3 ปีที่แล้ว +24

    ভাল লাগিছে স্পন্দন দাৰ কামৰ হাবিয়াস দেখি | তেওঁক দেখি নবপ্ৰজন্ম কৃষিকৰ্ম আৰু পশুপালনৰ প্ৰতি আগ্ৰহী হব

  • @dipashreeborah5364
    @dipashreeborah5364 3 ปีที่แล้ว +116

    আত্মনিৰ্ভৰশীলতাৰ সুন্দৰ নিদৰ্শন 🙌💓

    • @birajcreation1233
      @birajcreation1233 3 ปีที่แล้ว

      Mur chanmel2 subscribe koriba moi tumak korim

    • @Phukonsir123
      @Phukonsir123 3 ปีที่แล้ว

      অতি সুন্দৰ

  • @pubalichetia9770
    @pubalichetia9770 3 ปีที่แล้ว +13

    স্পন্দন তোমাৰ কৰ্ম স্পৃহা দেখি আপ্লুত হলো তুমি আৰু আগুৱাই যোৱা শুভেচ্ছা থাকিল

  • @bhaskarjyoti4199
    @bhaskarjyoti4199 3 ปีที่แล้ว +7

    স্পন্দন দাক বহুত বছৰৰ মোৰত দেখা পালোঁ ভাল লাগিল, আত্মনিৰ্ভলতাৰ এক অনন্য উদাহৰন🔥
    Love from Sivasagar❤️🙏

  • @kalpanakalita2749
    @kalpanakalita2749 3 ปีที่แล้ว +9

    খুব সুন্দৰ অনুপ্ৰেৰণা মূলক পদক্ষেপ। নিবনুৱা সকলৰ বাবে অতি সুন্দৰ নিদৰ্শন।
    ভাল লাগিল চাই। লগতে গাভৰুদলং ৰ ভিডিঅ'টো খুবেই ভাল লাগিল।
    স্পন্দন গগৈ লৈ আন্তৰিক অভিনন্দন থাকিল।

  • @monusmritysaikia1057
    @monusmritysaikia1057 3 ปีที่แล้ว +23

    নিলোৎপল দা, পাৰিলে এনেকুৱা ধৰণৰ ভিডিঅ' বোৰ বেছিকে দেখাব চেষ্টা কৰিব🙏🙏🙏
    বহুত কথায়ে শিকিব পাৰি😊😊😊

  • @neelkantha8146
    @neelkantha8146 3 ปีที่แล้ว +6

    স্পন্দন দাক দুৰ্গা পূজাত দেখিছিলো......আজি দেখি পাই ভাল লাগিল....স্পন্দন দা আপোনি আগুৱাই যাওক....❤❤❤👌👍👍👍

  • @dipanjalimonjai6186
    @dipanjalimonjai6186 3 ปีที่แล้ว +57

    সকলোৱে অনুকৰণীয় সুন্দৰ কাৰ্য্য...👍

  • @juntimoni5340
    @juntimoni5340 3 ปีที่แล้ว +14

    এজন অভিনেতা হিচাপে এনে এটা কাম কৰাটো সচাঁকৈয়ে আদৰণীয়.. বৰ্তমানৰ যুব প্ৰজন্মৰ বাবে ই এক অনুপ্ৰেৰনা..

  • @Phukonsir123
    @Phukonsir123 3 ปีที่แล้ว +9

    অতি সুন্দৰ নিদৰ্শন, অভিনেতা আৰু you tuber দুয়োজনকে শুভকামনা জনাইছোঁ , ভাল হ ওক.....

  • @mridulaboruah7164
    @mridulaboruah7164 3 ปีที่แล้ว +25

    Khub val lagil dekhi, eman hundor koi rakhise hosai bohut besi val lagil ... Sapondar acting sai khub val lage

    • @birajcreation1233
      @birajcreation1233 3 ปีที่แล้ว

      Mur chanmel2 subscribe koriba moi tumak korim

  • @rashmirekhadutta8964
    @rashmirekhadutta8964 3 ปีที่แล้ว +1

    বৰ ভাল লাগিল দেখি। ভবিষ্যতৰ কথা চিন্তা কৰি কৰা পদক্ষেপ সচা অতি সুন্দৰ আৰু আদৰ্শনীয় তথা প্ৰশংসনীয়। যি সময়ত বিদেশী বাংলাদেশী সকলে অসমৰ সাৰুৱা মাটিৰ লোভত অসমলৈ প্ৰবজন হৈ মাটি দখল কৰি খেতি কৰি লাভাম্বিত হৈছে। সেই সময়ত যুব প্ৰজন্মৰ আদৰ্শ হৈ খেতিত মনোনিবেশ কৰিছে। আৰু আগুৱাই যাওক।

    • @BukuandHiya
      @BukuandHiya 3 ปีที่แล้ว

      Khai bhal pai jodi amar channel tuyo sabosun.❤️🍗 Bhal ple like comment aru subscribe kori dibo. #Bukuandhiya

  • @parikhitkalita1309
    @parikhitkalita1309 3 ปีที่แล้ว +84

    Dislike কৰা কেইটাই কি বেয়া পালি অ', নে তহতৰ ইয়াতকৈ ভাল কিবা আছে ? আছে যদি দেখা আমিও চাওঁ।

    • @axomiayt2285
      @axomiayt2285 3 ปีที่แล้ว +1

      Dhoni manuh hehot

    • @parikhitkalita1309
      @parikhitkalita1309 3 ปีที่แล้ว +1

      @@axomiayt2285 ara , pise dhonorhe monor nohoi...

    • @sudipdas-kq5nj
      @sudipdas-kq5nj 3 ปีที่แล้ว +2

      সিহঁত কেইটা আন্দোলনৰ খেতি কৰে

    • @parikhitkalita1309
      @parikhitkalita1309 3 ปีที่แล้ว

      @@sudipdas-kq5nj right

    • @junbasuram7129
      @junbasuram7129 3 ปีที่แล้ว

      Heikeita hingkhakuriya

  • @hemantahazarika9715
    @hemantahazarika9715 2 ปีที่แล้ว +1

    স্পন্দন দা, মোৰ আগতেওঁ প্ৰিয় আছিল, এতিয়াওঁ প্ৰিয়, আৰু ভৱিষ্যতলৈওঁ প্ৰিয় হৈয়েই থাকিব

  • @Thaneswarbaro2
    @Thaneswarbaro2 3 ปีที่แล้ว +1

    আজিৰ যুগত কৰ্মবিমূখ মানসিকতা নোহোৱা কৰি নিজেই নিজৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে এক উৎকৃষ্ট নিদৰ্শন! ভাল লাগিল।

  • @borgohainassam3914
    @borgohainassam3914 3 ปีที่แล้ว +18

    ভাল লাগিল৷লোকেল মানুহ৷ডাইৰেক্ট কথা৷এইবোৰ অভিনেত্ৰীৰ লগত নাচি চেলিব্ৰিটি হৈ লাভ নাই৷ঘৰ মাটি বিক্ৰী হৈ যাব

  • @birajhukai2415
    @birajhukai2415 3 ปีที่แล้ว +3

    সঁচাকৈ বেয়া লাগে ইমান ধুনীয়া অভিনয় কৰা মানুহ এজন যেতিয়া অভিনয় জগতৰ পৰা দূৰৈত হৈ যায়। 😔😔😔

    • @BukuandHiya
      @BukuandHiya 3 ปีที่แล้ว

      Khai bhal pai jodi amar channel tuyo sabosun.❤️🍗 Bhal ple like comment aru subscribe kori dibo.
      #Bukuandhiya

  • @probhatsarmah8979
    @probhatsarmah8979 3 ปีที่แล้ว +1

    Thank you Spondan Gogoi kokoaidau. Katiyaba gole apunar firm khon sabo parim ne. Thank you Nilotpal for encourage us.

  • @kitt9435
    @kitt9435 3 ปีที่แล้ว +1

    Eman ata hundor video. Youth buror karone ata bhal inspiration kintu kiyo dislike aahil buji nepalu.

  • @padmakonwar2045
    @padmakonwar2045 3 ปีที่แล้ว +4

    স্পন্দনৰ তাহানিৰ জানমণি, আনৰ জানমণি হ'লগৈ। এতিয়া লিলী, ছাগলী কুইন গাহৰীকে লাহৰী বুলি সম্বোধন কৰিছে। । স্পন্দনৰ কৰ্ম ৰাজি অতি সুন্দৰ নিদৰ্শন। তেখেতে মোৰ অনুভৱে নতুন প্ৰজন্মক চাকৰী বিছাৰি অবশেষত
    ""নিবনুৱাৰ ডিগ্ৰী ""লোৱাতকৈ স্বাধীন ছেটিয়া ব্যৱসায় কৰি যিবনৰ বাট সুচল কৰি তুলিবলৈ আদৰ্শ ডাঙি ধৰিছে।

  • @PampiKitchenVlogs
    @PampiKitchenVlogs 3 ปีที่แล้ว

    Khub val lagil video tu nilotpal
    Positive video....salute jonalu apunr kothakhinik

  • @chanadra
    @chanadra 3 ปีที่แล้ว

    ধন্যবাদ সপদন । তোমাৰ সেউজ বিপ্লৱ দেখি মোৰ মন দিহিং ৰ পাৰলৈ উৰা মাৰি ছে। তুমি সঠিক কৰ্ম ই কৰিছা। অভিনন্দন ও শুভেচ্ছা জনালো।

  • @parishmitanath915
    @parishmitanath915 3 ปีที่แล้ว +1

    Real hero ...bohut val lage spandan da .....apuni aguwai jawk

  • @nabajyotidutta4463
    @nabajyotidutta4463 3 ปีที่แล้ว +1

    Bohut val lagil ...my best fvrt acotor asil spondan da ❤👌

  • @pranabdas7121
    @pranabdas7121 3 ปีที่แล้ว +16

    সূৰ্যৰ হেঙুলী আভা পাৱলৈ হলে হাবি কাটি জংগল আতৰাৱ লাগিৱ....ভাল পাইছো আগুৱাই যোৱা

  • @mrinmoykalita3811
    @mrinmoykalita3811 3 ปีที่แล้ว +1

    স্পণ্ডন দাৰ প্ৰতিটো কথাই ভাল লাগে....
    যুৱ প্ৰজন্মৰ বাবে তেওঁ আদৰ্শ..

  • @bijitdev2203
    @bijitdev2203 3 ปีที่แล้ว +1

    প্ৰকৃত আদৰ্শৱান ব্যক্তি,দাদা আপুনি সফল হ‌ও‌‌‌ক তাৰ কামনা থাকিল।

  • @realhero5657
    @realhero5657 3 ปีที่แล้ว +1

    খুব সুন্দৰ আৰু উৎসাহিত video . Many many thanks.

  • @davedavid5989
    @davedavid5989 3 ปีที่แล้ว +3

    প্ৰকৃতিৰ সৈতে বিলিন হৈ সুন্দৰ জীৱন যাপন কৰিছে আমাৰ মৰমৰ স্পন্দনে। অভিনন্দন থাকিল অন্তৰৰ পৰা💜💙💓💙💜

  • @chandanchalihaofficial5005
    @chandanchalihaofficial5005 3 ปีที่แล้ว

    গৈছিলো এবাৰ বহুত ধুনীয়া ককাইদেউ

  • @chandanchetia8365
    @chandanchetia8365 3 ปีที่แล้ว

    Spondondaa tumi kintu jui 🔥🔥 aru tumi jitu next generationor kotha koisa moja kotha koisaaa..... I love you❤❤❤❤

  • @assamboy4324
    @assamboy4324 3 ปีที่แล้ว +1

    নতুন প্ৰজন্মই কিন্তু আপোনাৰ পৰা বহুত শিকিব পৰিছে ।👍👌🙏🙏👌👍

  • @pallabivlogs426
    @pallabivlogs426 3 ปีที่แล้ว +1

    Bohut vl kam kori ase Dada a dhuniya video

  • @karinasingh523
    @karinasingh523 3 ปีที่แล้ว +8

    Love from sasoni, gojpuria......amr ghrr ekebare usrte ase gavoru dolong🤭apunar videot dekhi vl lgil❣️

  • @assamagrogoatfarm1781
    @assamagrogoatfarm1781 3 ปีที่แล้ว

    সুন্দৰ, বুজাবলৈ ভাষা নাই! So impressed.

  • @uttamkachari1673
    @uttamkachari1673 3 ปีที่แล้ว

    সূন্দৰ পৰিকল্পনা ।বহুত বহুত শুভেছছা জনালো ।

  • @kishorkr3484
    @kishorkr3484 3 ปีที่แล้ว

    Gd luck gogoi da..grt job..apunak dekhi ro 10 jon ai kamot aguai jabo..thnk u

  • @lakhyajeetphukan2379
    @lakhyajeetphukan2379 3 ปีที่แล้ว

    Real hero ❤️❤️❤️❤️. Val lagil Nilutpal da

  • @JeemansVlogs
    @JeemansVlogs 3 ปีที่แล้ว +1

    বহুত ভাল লাগিল ভিদিওতু চাই। বৰ্তমানৰ Youths'ৰ বাবে এটা inspiration

  • @polashmoran5176
    @polashmoran5176 3 ปีที่แล้ว

    Bhut hahok paisu...spondon daa...logota...nilutpol da

  • @manujaxom572
    @manujaxom572 3 ปีที่แล้ว

    অশেষ ধন্যবাদ জ্ঞাপন জনাইছোঁ।
    সদায় ভালে থাকক সুস্থ থাকক
    তাৰে কামনা।

  • @roktimgogoi4842
    @roktimgogoi4842 3 ปีที่แล้ว

    Spondon da..... Bhal lagil bohut bosor pasot dekhilu

  • @parthagogoi5301
    @parthagogoi5301 3 ปีที่แล้ว

    Spondon da .... Apunar kormok honman jonaisu .... Bhal lagile sai .. Agole aru hundor houk apunar jibontu .... God bless u da 😐

  • @ujjalboruah2666
    @ujjalboruah2666 3 ปีที่แล้ว +5

    দাদা অনুৰোধ এটা কৰিলো পাৰিলে ভাওনাৰ জগতৰ ভাল ভাল অভিনেতা সকলৰো সাক্ষাৎকাৰ ল’বচোন ৷

  • @theheartless5349
    @theheartless5349 3 ปีที่แล้ว +3

    Good job Spandan da❤️.. love from Tezpur

  • @Manassh_Protim_Musical
    @Manassh_Protim_Musical 3 ปีที่แล้ว

    ভাল লাগে.... এনেকুৱা কামবোৰ দেখিলে। বহুত অনুপ্ৰেৰণা পাওঁ।

  • @crazygamer4661
    @crazygamer4661 2 ปีที่แล้ว

    Story Dekhi Huni Beaei Lagise Spondon Bahut val kam Karisa

  • @ranjanborah6352
    @ranjanborah6352 3 ปีที่แล้ว

    Val lagise...kormo korise....sobei sob kam koribo nuware ba nibisare......jar monot j.....nij sadhin....nijor jibika basi lole....janmonir dinote deka...dekha pai val lagil....mojja

  • @rituparna5629
    @rituparna5629 3 ปีที่แล้ว

    Spandan da, good job, aguwai jaok👍👍👍👍👍👍👍

  • @rashmitabora8852
    @rashmitabora8852 3 ปีที่แล้ว

    bhut val pisilo teor ovinoi.......spndon nm to mor khubei priyo.....love from darrang

  • @debasishdas2680
    @debasishdas2680 3 ปีที่แล้ว

    আগতকৈ বেছি ধুনীয়া হ'ল স্পন্দন দা.....

  • @mrhdasom2067
    @mrhdasom2067 3 ปีที่แล้ว +28

    Spondan da ovinoi koribo lage bohut val lage teur act

  • @ajantagogoi9389
    @ajantagogoi9389 3 ปีที่แล้ว

    ইমান সুন্দৰকৈ ৰাখিছে....❣️

  • @korabimadhi2474
    @korabimadhi2474 3 ปีที่แล้ว +1

    Bohut val lagil aru aguai jauk assamor manuhe aenekoi kam korile Assam dukhiya nohobo

  • @masumgogoi5163
    @masumgogoi5163 3 ปีที่แล้ว +2

    বহুত বহুত মৰম আপোনাক চাচনী ৰ পৰা আকৌ আহিব ভাল লাগিল❤️🙏

  • @bhabanigogoihazarika1654
    @bhabanigogoihazarika1654 3 ปีที่แล้ว

    খুউৱ ভাল লাগিল দেখি। নতুন প্ৰজন্মৰ আদৰ্শ।

  • @dilipgogoi3009
    @dilipgogoi3009 3 ปีที่แล้ว +1

    বহুত প্ৰশংসনীয় পদক্ষেপ ঈশৰে আশিবাদ কৰক ৷

  • @rituparnapathak1932
    @rituparnapathak1932 3 ปีที่แล้ว

    Bht dhunia poribex. Aji Kali adhunikotar pora atori enkoi poribex r lgt Mili thaki he val lage.

  • @nayanjyotidas8778
    @nayanjyotidas8778 3 ปีที่แล้ว

    Val lagil bahut ... video to

  • @goldenassam6752
    @goldenassam6752 3 ปีที่แล้ว

    অভিনেতা হ'লে পশুপালন কৰিব নোৱাৰিব। সেইটো কি কথা । কাম কামেই কামৰ কোনো সৰু বৰ নাই ।
    ধন্যবাদ ❤️👍

  • @gautamzgrabha4054
    @gautamzgrabha4054 3 ปีที่แล้ว

    অতি সুন্দৰ পদক্ষেপ দাদা। আপুনি যুৱপ্ৰজমৰ আদৰ্শ ।

  • @sagarikadevi1666
    @sagarikadevi1666 3 ปีที่แล้ว +1

    Bohut vl lagil video tu hsakoi

  • @naturaldesigner1004
    @naturaldesigner1004 3 ปีที่แล้ว

    সুন্দৰ পদক্ষেপ
    আদৰণিয় মৰমাশীষ জনালোঁ।

  • @achinakiandaman
    @achinakiandaman 3 ปีที่แล้ว

    সুন্দৰ। তেওঁ যুৱ প্ৰজন্মৰ আদৰ্শ হওঁক।

  • @bijoyshankargogoi3753
    @bijoyshankargogoi3753 3 ปีที่แล้ว +8

    Good job Spandan da... Love from sivasagar ❤️

  • @rockyhassan4717
    @rockyhassan4717 3 ปีที่แล้ว

    Nilotpal da thanks..enekua eta video dekhuar babe..

  • @mouofficialvlog6046
    @mouofficialvlog6046 3 ปีที่แล้ว

    val lagile... real HERO

  • @indranidevi644
    @indranidevi644 3 ปีที่แล้ว

    Bht dhunia প্ৰদখেপ।lgte dada bht dhunia hoise

  • @micklukalita3815
    @micklukalita3815 3 ปีที่แล้ว +2

    Very nice work..indeed a good initiative..by this Assamese actor..this is inspirational for our unemployed assamese youths...

  • @bhumikadeka3102
    @bhumikadeka3102 3 ปีที่แล้ว

    khub val lagil...akhomiya lora hisape teor ai kam khub prakhongkhoniyo

  • @bijitsaikia1491
    @bijitsaikia1491 3 ปีที่แล้ว +3

    আত্মনিৰ্ভৰশীলতাৰ সুন্দৰ নিদৰ্শন দাদা। আপ্লুত হ'লো ভিডিঅ'টো চাই। আপোনাৰ কৰ্ম কাৰোবাৰ বাবে আদৰ্শ হৈ ৰওক তাৰ কামনা কৰিলো লগতে আপোনাক ঈশ্বৰে সহায় কৰক।

  • @axompal5539
    @axompal5539 3 ปีที่แล้ว

    Xundor... Dada. .. xundor onupreona

  • @Jyoti.raj-5913
    @Jyoti.raj-5913 3 ปีที่แล้ว +1

    Val lgil Spandan daa
    God bless you

  • @LabanumaxTezpur
    @LabanumaxTezpur 3 ปีที่แล้ว

    সুন্দৰ কাম কৰিছে দাদা আমৰ আবেগ দাদা বহুত ভাল লাগিল Video To চাই ❤️❤️❤️

  • @p.d.1513
    @p.d.1513 3 ปีที่แล้ว

    Apunar kormo tu vl lgise aru apuni practical mnuh ajikli ankua hbo lge mnuh spandan da best of luck

  • @parthapratimdas8426
    @parthapratimdas8426 3 ปีที่แล้ว

    কর্মই ধর্ম ! কাম কৰি যোৱা বোপাই ! উন্নতি নিশ্চিত তোমাৰ !

  • @ganeshgogoiofficial4043
    @ganeshgogoiofficial4043 3 ปีที่แล้ว

    spondon da muru mon enekoi pokhu palon korar.. great job

  • @mrsashank6455
    @mrsashank6455 3 ปีที่แล้ว +3

    Spondon daa love from Rajgarh(Moran)

  • @purnimaneog4675
    @purnimaneog4675 3 ปีที่แล้ว +1

    Real Hero

  • @bhodrabora3225
    @bhodrabora3225 2 ปีที่แล้ว

    Val lagila vedio 2 sai fram khone sai bohut Val lagila

  • @babybora7007
    @babybora7007 3 ปีที่แล้ว +2

    Sponda k ako Ami abhineta type sabo bisaru....nilutpoldak bohut bohut thank you ....

  • @Mainuanddhruba
    @Mainuanddhruba 3 ปีที่แล้ว

    Vlog tu sai bahut bhal lagil. Best wishes for Spandan da

  • @jugalgogoi6465
    @jugalgogoi6465 3 ปีที่แล้ว

    আপোনাক চেলুট দিলো আৰু দেই স্পন্দন দা 😍💞🎖️🎖️

  • @SurajBpr
    @SurajBpr 3 ปีที่แล้ว

    Amar abhineta spondon da loi mur bahut morom dhuniya Kam koriase.

  • @m.gogoisongcollection1683
    @m.gogoisongcollection1683 3 ปีที่แล้ว

    Hundor. Khub val lagil video tu sai

  • @indianpanorama303
    @indianpanorama303 3 ปีที่แล้ว +1

    You are great spondon sir.....

  • @mdays6045
    @mdays6045 3 ปีที่แล้ว

    Bahut Val Kam korise.. dhunia

  • @dharmikrabha3055
    @dharmikrabha3055 3 ปีที่แล้ว

    Congratulations very nice, dadak dekha pai bor val lagil , god bless you, mojja, present Hyderabad, ch Rabha

  • @eileenborah8408
    @eileenborah8408 3 ปีที่แล้ว +1

    বঢ়িয়া লাগিল ❤️

  • @crackapsc9944
    @crackapsc9944 3 ปีที่แล้ว

    Nice video.. God bless you Spondon Da

  • @jeremiahdorah6989
    @jeremiahdorah6989 3 ปีที่แล้ว

    বৰ ধুনীয়া প্ৰেৰণা জন্মীল‌ দাদা ধন্যবাদ।

  • @bimalvlogs7731
    @bimalvlogs7731 3 ปีที่แล้ว

    খুৱ সুন্দৰ হৈছে

  • @nipenrakhabaruah3074
    @nipenrakhabaruah3074 3 ปีที่แล้ว

    Proud of u my all time favourite actor

  • @monujmanoshborah9388
    @monujmanoshborah9388 3 ปีที่แล้ว

    He is real hero... সুন্দৰ স্পন্দন দা

  • @hangkhimlimbu7064
    @hangkhimlimbu7064 3 ปีที่แล้ว +4

    *Nice to see greenery video. Love from **#UDALGURI*