BIHUR JATNAM // বিহুৰ জাতনাম // DR ANIL SAIKIA // NOBIN BURAGOHAIN

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ธ.ค. 2024

ความคิดเห็น • 23

  • @rupabora6852
    @rupabora6852 7 หลายเดือนก่อน +1

    ভাললাগিল অনিল ছাৰ বিহু নাম শুনি ৷ আকৌ মাজে মাজে দি থাকিব ৷ধন্যবাদ

  • @mridulahazarika4592
    @mridulahazarika4592 7 หลายเดือนก่อน

    বৰ সুন্দৰ লাগিছে।

  • @bulusaikia1051
    @bulusaikia1051 7 หลายเดือนก่อน

    Good job❤
    😅 10:22

  • @bhaskarjyotisarma449
    @bhaskarjyotisarma449 ปีที่แล้ว

    বিচাৰি থকা কথা কেইটামান শিকিলোঁ, বহুত ধন্যবাদ।

  • @prityburagohain5401
    @prityburagohain5401 2 ปีที่แล้ว

    ইমান ধুনীয়াকৈ বুজাই দিছে ধন্যবাদ

  • @AchyutBora-yw1kc
    @AchyutBora-yw1kc ปีที่แล้ว

    সুন্দৰ অতি সুন্দৰ হৈছে, প্ৰকৃত বিহু নামৰ জাত বৰ ভাল লাগে নৱ প্ৰজন্মই মানিব লাগিব। তেতিয়া হে বিহু বিহু হৈ থাকিব। নহলে আজি বিহু বিপথে গতি কৰিছে।

  • @অলপচলপ
    @অলপচলপ 2 ปีที่แล้ว

    সুন্দৰ

  • @Pankaj-iz7vg
    @Pankaj-iz7vg 3 ปีที่แล้ว

    বহুত ভাল লাগিল ককাইদেউ....

  • @dr.binodgogoi3642
    @dr.binodgogoi3642 3 ปีที่แล้ว

    Bhal lagil. Agote goa purona bihu nam bur honrokhyon Kori rokhar babe Dr. Anil sir loi okhekh dhonyobad .

  • @monjulaborah8567
    @monjulaborah8567 ปีที่แล้ว

    চাৰৰ পৰা শিকিব পাৰিছো ভাল লাগিছে

  • @digantagogoi6583
    @digantagogoi6583 ปีที่แล้ว

    Amar pitai guw nanor logotl alop pathakya aachee

  • @rhb7962
    @rhb7962 3 ปีที่แล้ว

    👏👍❤️

  • @dilipsaikia5427
    @dilipsaikia5427 3 ปีที่แล้ว

    Val lgil, ru aw moran callage or prncpl nhy jnu

    • @nobinburagohainhistorycult5958
      @nobinburagohainhistorycult5958  3 ปีที่แล้ว

      হয়, তেখেত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল।

  • @nabingogoi8689
    @nabingogoi8689 7 หลายเดือนก่อน

    অতিকৈ চেনেহৰ মুগাৰে মহুৰা
    অতিকৈ অতিকৈ মাকো নে
    অতিকৈ চেনেহৰ মুগাৰে মহুৰা
    তাতোতকৈ চেনেহৰ মাকো?

  • @probhatchetia3321
    @probhatchetia3321 7 หลายเดือนก่อน

    Pagufi toseleng dadare marile bhal gamusai pakmari ki bujaise

  • @indeswarmoranvlogs9098
    @indeswarmoranvlogs9098 3 ปีที่แล้ว

    টোকাৰি গীত না কি ধৰিব নোৱাৰিলো ,
    তেনেকুৱা সুৰত আমাৰ ফালে টোকাৰি গীত গায় |

    • @nobinburagohainhistorycult5958
      @nobinburagohainhistorycult5958  3 ปีที่แล้ว

      আপোনালোকৰ ফালে এনে সুৰত গোৱা টোকাৰি-গীতৰ সুৰ অলপ সংগ্ৰহ কৰি দিবচোন। এই ইউটিউবতে দিবলৈ যত্ন কৰিম।

    • @indeswarmoranvlogs9098
      @indeswarmoranvlogs9098 3 ปีที่แล้ว

      @@nobinburagohainhistorycult5958 আপোনালোকৰ ফালে টোকাৰি গীত নাগাই নেকি দাদা

    • @nobinburagohainhistorycult5958
      @nobinburagohainhistorycult5958  3 ปีที่แล้ว +2

      @@indeswarmoranvlogs9098 গায়। মোৰ বক্তব্যৰ অৰ্থ এয়ে যে লোক-সংগীতৰ সুৰ এইটোৱেই হ'ব লাগিব বুলি ধৰা-বন্ধা ৰীতি নাথাকে। বিহু নাম এটা বিভিন্ন সুৰত গাব পাৰি। মানুহ ভেদে, ঠাই ভেদে সুৰবোৰৰ তাৰতম্য হয়। উদাহৰণ স্বৰূপে পগলা-পাৰ্বতীৰ মালিতাৰ অতীতৰ যি সুৰ সেই সুৰ বিহুনামত ৰক্ষিত হোৱা নাই। সেইবুলি তাকে লৈ কোনেও আপত্তি নকৰে। লোক-সংগীতক নিৰ্দিষ্ট সুৰত বান্ধিবলৈ গ'লে সি লোক-সংগীত হৈ নাথাকে। সি বিনষ্ট হৈ পৰিব। বিহুনামৰ সুৰৰ অনেক প্ৰকাৰৰ ক্ৰমবিকাশ ঘটি আহিছে। সেয়ে বিহুনামৰ সুৰৰ নিৰ্দিষ্ট একোটা সুৰ শুদ্ধ বুলি ক'ব পৰা নাযায়।

    • @indeswarmoranvlogs9098
      @indeswarmoranvlogs9098 3 ปีที่แล้ว

      @@nobinburagohainhistorycult5958 ধন্যবাদ নবিন দা

    • @kukilsaikia2921
      @kukilsaikia2921 3 ปีที่แล้ว

      টোকাৰী গীত, বিয়ানাম, বিহুনাম, জিকিৰ, মহাপুৰুষীয়া শাস্ত্ৰৰ সুৰ এই লোক সংগীতসমূহৰ সুৰ আৰু পৰিৱেশনৰ প্ৰায় ওচৰচপা।