এজন সাংসদ মাহিলী দৰমহা কিমান?Facilities of a MP| প্ৰাক্তন সাংসদৰ Pension কিমান?salary|benefits of MP
ฝัง
- เผยแพร่เมื่อ 7 มิ.ย. 2024
- How much do MPs earn?
Salary, benefits of MP
member of Parliament
Salary of a MP
MP Salary
Loksabha Election 2024
NDA Government
Rahul Gandhi
Narendra Modi
এবাৰ হব পাৰিলেই জীৱন বিন্দাচ,কিন্তু তাৰ বিপৰীতে ৰাইজে বহুমূলীয়া ভোট দি কি পাই মস্ত এটা 0 ।
অতি সোনকালে চৰকাৰে যাতে GOVT service employees সকলক retirement ৰ পাছত OPS pension die jen NPS nhoi OPS diok
এক দেশ এক নীতি আৰু এক পেন্সন প্ৰদান কৰক
One time MLA hle.. pension pai...ru...35..33.30 years Kam Kori.. pension napai...
সুন্দৰ
ক’মচাৰীক OPS দিবলৈ পুজি নাই ৷ MP MLA সকলক ops ৰ লগতে অসংখ্য সা-সুবিধা দিয়া হয় ৷ আচলতে তেওলোকেই সৰগৰ দেৱতা আৰু আমিবোৰে সেৱকী
আমাক OPS দিয়ক,
কম্মচাৰিক পেঞ্চন দিব নোৱাৰে কাৰণ NPS পুঁজিপতি আৰু চৰকাৰৰ মাজত বিতৰন হয় এইয়ে চৰকাৰ ভগৱানে এদিন বিচাৰ কৰিব
আমি হে কৰিব লাগিব
amar dabee mp mla r pension bandha karib lage
Restore OPS to Govt employees.
President rule haba lage kiyano mp mla k darmha vatta allowance diote Desh sekh habo
O.P.S. nakari M.L.A .Aro M.P. N. P. S.dib lagy..
😮😮😮
NPS pension nahay ata biniyog
Bah bah sob free dekhun ai Karone raijor kam nokore
NPS Hbo lage
😅
Kom he hoise
Apunaloke ops lob karmasarik nps dib gatike Bjp 26t go back
MP xkleo. NP S Lb lage
panchayatr memaber burar kathu bhabib lage
😮😮😮
Thank you
চাকৰি বুলি ধৰি লব পাৰি | অর্হতা বিহীন ৰাইজৰ সহায়ত চাকৰি৷ পৰিয়াল ভালকৈ পোহপাল দিয়াত অসুবিধা নহয় | মুল্যবৃদ্ধিত মাত মাতিব নোৱাৰে | নিবনুৱা সমস্যা সমাধান কৰিবলৈ নোৱাৰে৷ যিবোৰ মানুহে ভোটদি জয়ী কৰি পঠাইছে তেনে এলেকাৰ মানুহে মানুহৰ ঘৰে ঘৰে গৈ বেমাৰ হলে ঔষধ খাবলৈ পইছা বিচাৰি ফুৰে৷ জনসাধাৰণৰ বাবে চৰকাৰ গঠন কৰিবলৈ গৈ প্রতিনিধি হিচাবে ৰাইজৰ উন্নতি হে চিন্তা কৰাটো প্রয়োজনীয় |