প্ৰথম শ্ৰেষ্ঠ দল-ৰাম পৰাজয় সীতাৰ পাতাল গমন | সদৌ অসম ভাওনা প্ৰতিযোগিতা-বেতবাৰী | Bhoana Ram Parajai

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ต.ค. 2022
  • সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজ
    শংকৰদেৱ শিল্পী সমাজ, শিৱসাগৰ সৌজন্যত অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ নাট- ৰাম পৰাজয় সীতাৰ পাতাল গমন । বনমালী সাংস্কৃতিক গোষ্ঠী- আমগুৰি , শিৱসাগৰ জিলা । শিল্পী সৱলৈ আমাৰ সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো ।
    অনুষ্ঠানটিৰ স্থান-স্থায়ী ৰাসমঞ্চ, আঞ্চলিক শ্রীশ্রী শংকৰদেৱ কৃষ্টি বিকাশ সমিতি, মেৰবিল, বেতবাৰী, শিৱসাগৰ
    #vawna
    #ram_parajai
    #Bhawna_Competition
    #anupombitupon
    #bhaona
    #Ram_Parajai_Sitar_Patal_Gomon
  • เพลง

ความคิดเห็น • 214