Bauli Fagun [ বাউলী ফাগুন ] || Ep - 421 || 06/07/2024 ||
ฝัง
- เผยแพร่เมื่อ 4 ต.ค. 2024
- ফুটফুটিয়া ফ্ৰ'ক পিন্ধি, মূৰত দুডাল বেণি গাঁঠি দেউতাকৰ কোলাত উঠি কোনোবা শিশুৱে গোঁসানী পুজা চাবলৈ যোৱা দেখিলে কুঁহিৰ মনটো সেমেকি উঠে । কুঁহিৰ মনলৈ আহে তাইৰ শৈশৱটোৰ কথা । কত যে ধুমুহা পাৰ হৈ গ'ল জীৱনৰ মুধচৰে .....। ক'ত বাৰ তাইৰ সপোনৰ বালি ঘৰ ভাঙি থান বান কৰি থৈ গ'ল । কেতিয়াবা জীৱনৰ দুখৰীয়া ছৱি বোৰৰ কথা ভাবি ভাবি কঁপি উঠে । কুঁহি কিন্তু এতিয়াও ভাগৰি পৰা নাই । তাই জীৱনটো এদিন সঁজাৱ । হেৰাই যোৱা জীৱনৰ ৰংবোৰ এদিন বুটলি আনিব । এখন সপোনৰ ঘৰ সাজিবলৈ তাই সংগ্ৰাম কৰিব । কাৰণ তই মাকক কথা দি থৈছে ।
Follow Rengoni TV :-
Facebook: / rengonitv
TH-cam: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#RENGONITV #BauliFagun #ENTERTAINMENT #assameseviralvideo
জীউৰ কথাবোৰ বৰ মৰম লগা♥️
জীয়ুৰ কথাবোৰ কোৱাৰ ষ্টাইন টো খুব ভাল লাগে মৰম লগা জীয়ু ❤❤❤😊
Nam too iman val nohoi -(jio) 5g
Um👍🏿
@@Kunjamohomdas hehe
😂@@priyangshu_pratim_lekharu
Year from geyani
ননন্দ এনেকুৱা হব লাগে বৰ ধুনীয়া কথাকয়।
😢😅
জীউৰ ইমান ধুনীয়া ।কথা বাৰ্তা ইমান ধুনীয়া কৈ কয়
Pori bht dhuniya ❤❤
কুঁহি বৰ বেয়া কৰিছে। কেতিয়াবা কিছুমান কথা নভবাকৈ থকা ভাল।
Gunjonr vhonti jonik bor val lagise
কুহি তুমি ঘৰখন ভাঙিবলৈগৈছা নে পাতিবলৈ গৈছে?? কুহি ভাল ভাল বুলি কওতেঁ কুহি আটাইতকৈ বেয়া হে হৈছে
Pori ru deutakor major somporko 2 bht val lagile dei 💓
জীউ বৰ মৰম লাগে। কথাবোৰ ধূনীয়া ❤❤❤❤❤❤❤❤
Jiyue Kuhik kua kotha khini bht val lagile dei 💓
ভাল লাগিল কিন্ত কুঁহি লৈহে অলপ বেয়া লাগিল দেই ❤
বাউলী ফাগুন ভাল লাগিচে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
moj❤❤❤🎉🎉
😅😮
😅😮
Pori ba r obhinoi mojja lge.... ❤
Bor val lagilaaji sai hokoluke❤❤❤❤😂
Val lagise da❤❤❤❤❤❤❤❤😂😂😂❤❤❤❤❤
Bohut bal lagil video❤
❤❤❤ waiting for today episode♥️♥️♥️
Moja lagise
Jiu ba tumi jui❤🎉
গুঞ্জন আৰু ভনীয়েক জনীক মোৰ বহুত ভাল লাগে ৷ ভনীয়েকজনীয়ে সকলো কথা ইমান ধুনীয়াকৈ বুজি পায় ৷
Pari katha bur bohut val lage ❤
জীয়ুক ভাল লাগে ধুনীয়া কৈ কথা বিলাক কয়
Waiting ❣️ for 💚 next ❣️ episode ❣️💚❣️
Good morning ❤❤😊
Good evening.
যি দেখিছো কুহিৰ বাবে তিনিওখন ঘৰ ধংস হব যেন পাইছো ৷ কাকো শান্তিত থাকিব নিদিয়ে
Giujonik bahut vall lage.
My 💟 favourite 💙 today 💞💙💞💜💞💙💞
জিউ তোমাক বহু ভাল লাগে ,
❤😮😊
❤❤🎉🎉😊😊my febret siyel
Jiu baa tumak mur bohut val lage ❤❤🥰🥰
Gunjanok dekhi he bht bea lage agote eman dhunia koi hahi thake ru atia biar pasot eman dukh Kori thake 😊
❤❤❤❤❤
❤❤❤❤❤❤❤❤❤❤❤❤
Vl lgse sai❤
Kuhie agor kotha aeri gunjonar lagot bhalkoi aag bahi jabo lage. Nanad joniu bor maramial hoi.
Nice to
Good morning all friends 🌄🌄
Nice episode very very xundor.
কুহিৰ ভুল ৰ কাৰনে তিনিজন লৰাৰ জীৱন ধঙশ হৈছে
Hoi o
Hosa deai tai hodai vulai kora
Jiou 👍👍👍👍👍❤️
Kuhie Ankitok dekha kotha 2 Gunjan ru nijor. ghoror manuh khinik koi dibo lagisile misatei sokoluke sintat pleaise 😍
জীয়ু কথাবোৰ বহুত ভাল লাগে । 14:57
My favourite 🎉
Mare ghart jowa buli kle kino hoi kuhi ba ako nkoi nahoi gunjan dai ako nkoi nahoi
অঙকিত তুমি কুঁহিৰ ওচৰলৈ যোৱা তোমাৰ বাবে তাই আজিও ৰৈ আছে তাইৰ দেহাটো এতিয়াও গুনঞজ্ঞনক উচৰ্গা কৰি দিয়া নাই কেৱল তোমাৰ বাবে অপেক্ষা কৰি আছে তুমি যোৱা আৰু দেৰি নকৰিবা নহ'লে চিয়েলখন চাই ভাল নালাগিব
Jiu tumak bahut val lage
Nice to see you ❤❤❤
Jiu real lifat u dhunia
জিউ ❤❤❤
বিজনীৰ কথা বোৰ বৰ ভাল লাগে
Aikhn sab issa nohowa hoise
Rimlim bak bor vl lge 🥰🥰🥰🥰🥰🥰🥰🥰😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘
অপেক্ষা কৰি আছোঁ " বাউলী ফাগুন" চাবলৈ । আৰু কোনে কোনে অপেক্ষা কৰি আছা বাৰু ? ❤❤
❤
Bap Beti kije Val Lagise
❤❤
Val nolga hol
Bauli. Fagun. Khan. Bahut. Kam. Hamai. Diye. Aru. Eman. Deri vl. Nelage
God morning all friends ❤
Kuhi je deutakor osoroloi goisile sei kotha Gunjan ru Jiyuk kobo lage buli kio navabile - Jiyue sudhar babe he je koise 😮
Oi kuhi natun ghrkhant mn dia.
Kuhi a kothabur keyo koi nedea hai karone tai 2bar beya hobo loga hoise ai2 logo2 tai kheda khabo
Parir,,tulaniya,mak,deutak,desuwb,lage
Good night 12.45 oclok😮😅😊
বাউলি ফাগুন চাই সিমান ভাল নলগা হৈছে যিহেতু আজি প্ৰায় ডেৰ দুই বছৰ পাৰ হৈ গৈছে কুহি অঙ্কিতক অপেক্ষা কৰি থকা, এতিয়া বিয়া হৈ যোৱা পাছত আকৌ অঙ্কিতক পিছত পৰাটো ভাল দেখা নাই? আৰু এই ছিৰিয়েল খন এনেকৈ গৈ থাকিলে দেখোন শেষ নহ'ব তাতকৈ গুঞ্জন লগত সংসাৰ কৰি ছিৰিয়েল খন আগ বঢ়ালে ভাল হয় ধন্যবাদ
বাউলী ফাগুন কুহি চৰিত তুৰ বেলেগ ফালে গৈছে অংগি কৌতুক আচে
Kuhiye ankitr kotha bhabibo nalage atiya
Aji kio eman deri koi dise beleg dina 11:00 bojate diye
Roi asu saboloi
Start please
ভাল লাগিল কিন্তু কুঁহি লাহে অলপ বেয়া লাগিল
Hii gais 😮😮
Kuhie botmass
Hay guys ❤😊😢
অঙ্কিতৰ পগলা কুহি,ভাল লগা নাই চাই। তাতকৈ ছিৰিয়েলখন শেষ কৰি দিয়াই ভাল অ
Hii ❤❤
Ankit ki holge o......bhaihot ankitok dekhuwa ako 😡😡😡😡😡
Hii❤❤❤❤❤❤❤❤❤
ও বিজন পাহিক বিক্ৰী কৰা কথাটো মনত আছেনে ?
🎉
Aji khonda salu
Serial khon kun dkhot going ase?
Hii gays
Ankit jodha murkhotu koloi gol nuluwa hol je
😅
MOI😮😮😮😮😮
কুঁহিয়ে নিজৰ লগতে আনকো নষ্ট কৰিব।
Good night 12:40clock
Hiiii
Kuhik mur lahe lahe beya loga hoise aru
Gunjan daar Sister huwa Baa jonir asol naam ki hy koksun ....
কোন মূৰৰ দি নিচে কব নোবাৰি
Eid serial bilakot misacotha vesi vesi koe
Hii gais 🎉🎉😮🎉❤❤q🎉😊😊😊😊😊❤❤❤❤😢🎉😢🎉😢hii gais 🎉🎉🎉🎉🎉🎉❤❤❤😮😊😮😊❤❤q❤🎉😢😮😮😮
Sinta kti nathskiba kuhi
😂😂😂
Jeur mat khar bor komal bhal lage .
Aji kali Eman led koi dia hola ja
চাহ ধুনীয়া হৈছে বুলি নকয়। অসমীয়া শব্দ বোৰ কিয় শুদ্ধ কৈ ব্যৱহাৰ নকৰে অসমীয়া ধাৰাবাহিক কেইখনত?
Ki boli no koi tumi a koi deia son .