বৰগীত /কহৰে উদ্ধৱ Borgeet/Kohore Udhava
ฝัง
- เผยแพร่เมื่อ 10 ก.พ. 2025
- #বৰগীত, Assamese Borgeet
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত বৰগীত
"কহৰে উদ্ধৱ", Kohore Udhava
কণ্ঠ - ৰেখাৰাণী বৰা, Rekharani Borah
সংগীত - ৰাজীৱ শইকীয়া (ৰাজুমণি)
খোল- যতীন্দ্ৰ মহন্ত
বাঁহী - ভাস্কৰ কলিতা
বিশেষ কৃতজ্ঞতা - শ্ৰী যুত প্ৰফুল্ল বৰা, বৰ গায়ন,
নতুন কমলাবাৰী সত্ৰ, মাজুলী।
বাণীবন্ধন আৰু শব্দ মিশ্ৰণ-
অন্তৰা ষ্টুডিঅ'জ।
ভিডিঅ' সম্পাদনা - Studio FX-10, ঢেকীয়াখোৱা।